Waah 👏😍imane dhuniya expression hoise mane ki 🔥🔥kom aru gan acting uff tamam jui hoise dei 🔥❤❤ Oxomor actor or logot nuware bahiror or actor bure ketiau xiamne kolu aru 😍😍👏👏👏
bhut val lagel ba 😍😍😍 tumak mur bhut val lage aru😍😍😍sumi ba bhut dhunia danca kare mur sumi ba ku val lage sumi ba cover video buru sai val lage tumaluk doui aguai jua deepshikha ba aru sumi ba mur far para morom moi dibruhgarh😍😍😘😘
My Favorite Singer🎵🎵 Eman Gan to khuni thaku moi.... Amoni a nalage sun gan to khuni ❤🥰❤ mor dore June June Deepshikha Baak val powa.... Ata koi like kori thoi jabo dei.... Love❤❤ from Goalpara🥰🥰🥰
Proud of you Deepshikha baa . Jiman xundor ke geet ti gaise.. ximan xundor k lyrics tu u likhise . Agoloi amak aru notun notun geet upohar di jaok ...🙏🏻
Very special thanks to all staff on behalf of dedicated us such a melodious song in new year . Stay safe and warm regards to you with wishing happy new year 2022
বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন । মৰিগাঁও ৰ পৰা বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ । আশা কৰোঁ অনাগত দিনত গীতৰ জৰিয়তে আৰু বহুতো উপহাৰ পাম । গীত গালেই নহ'ব , অৰ্থ আৰু সুৰ প্ৰয়োজনীয় । very soft music n best lyrics ... congrats all team members for such a great performance .... N e way montumoni one of my fav. Singer ( Lv u brother ). , Stay safe stay well , may god bless all of you 😍😍
ভোগালীৰ প্ৰাক ক্ষণত সকলোলৈকে বহুত মৰম। প্ৰথমেই কোন ঠাইৰ পৰা চাই আছে জনাবলৈ নাপাহৰিব। মই সকলোৰে comment পঢ়ো বহু হেপাহেৰে। আপোনালোকলৈ ভোগালীৰ উপহাৰ হিচাপে আগবঢ়াই দিলো মৰমৰ গীত 'ক'মে কি নক'মে ৰ ভিদিঅ। গঠনমুলক মন্তব্যৰে ভুল শুদ্ধ বোৰ আঙুলিয়াই দি মোক উৎসাহিত কৰিব বুলি আশাৰে বাত চালো। গীতটি যদি ভাল লাগে share কৰিবলৈ নাপাহৰিব।
মৰমেৰে- দীপশিখা 🙏
Gantu xuni a thaku .aji sabloi opekha kori asu bohut
Bokakhat
Kune kune Assam police .....babe running kri asa...bhogobne jate hokoloke .......job diye
❤️❤️❤️❤️❤️❤️❤️ Sivasagar pora love
Deha dhunia lgise tumk...
Dhuniya gaan ❤️.... dhuniya voice baa 😘...aguyai jua tmii xdai 😘❤️.....Love from Nalbari ❤️
Waah 👏😍imane dhuniya expression hoise mane ki 🔥🔥kom aru gan acting uff tamam jui hoise dei 🔥❤❤
Oxomor actor or logot nuware bahiror or actor bure ketiau xiamne kolu aru 😍😍👏👏👏
ইমান সহজ সৰল কথাৰে গীত টি উপহাৰ দিয়াৰ বাবে আন্তৰিক ভাৱে ধন্যবাদ জনালোঁ ।
❤❤❤❤❤❤❤❤❤❤❤❤
bhut val lagel ba 😍😍😍 tumak mur bhut val lage aru😍😍😍sumi ba bhut dhunia danca kare mur sumi ba ku val lage sumi ba cover video buru sai val lage tumaluk doui aguai jua deepshikha ba aru sumi ba mur far para morom moi dibruhgarh😍😍😘😘
সচাকৈ বহুত সুন্দৰ গীতটো,কেইবাবাৰো শুনিলেও আমনি নালাগে ।শিৱসাগৰৰ পৰা বহুত মৰম যাচিলোঁ ।
Thank you
❤️😘💋😍🥰🙏🙏🙏❤️🥰😘💋😍🙏🙏
Video টো বহুত ধুনীয়া হৈছে বা🥰❤👌
ভোগালী বিহুৰ শুভেচ্ছা থাকিল বা🥰
ধুবুৰীৰ পৰা অযুত মৰম পঠিয়ালোঁ 🥰🥰❤❤
বহুত বহুত ধুনীয়া লাগিছে বা শিৱসাগৰ জিলাৰ পৰা বহুত বহুত শুভেচ্ছা জনালোঁ
সচাঁকে ইমানেই ধুনীয়া লাগে গীতি,মই প্ৰাইয়ে শুনো ।গোৱালপাৰাৰ পৰা মৰম যাচিছোঁ।😘😘
বহুত বহুত ধন্যবাদ ইমান সুন্দৰ গীত এটি উপহাৰ দিয়া বাবে। ❤❤
Thank you
Sem to you bro
বহুত বহুত ভাল হৈচে montur da , জয় আই অসম 🔥🔥🔥❤❤
Gan2 moi 100 baror basi khunilu bohut bhal lagil rax da...love u,❤️🔥👏🤘
Waooo .....💖.Deepshikha💖 .....superb voice .💕💗💕💕💕..tons of love from Pasighat, अरूणाचल प्रदेश 🔥🔥🔥🙏🏻🙏🏻🙏🏻🙏🏻
এনেকৈয়ে আগুৱাই যাওঁক আমাৰ অসমৰ গান সমূহ।গান তি কিমান বাৰ শুনিছোঁ হিচাপ নাই,তথাপি আমনি লগা নাই।সঁচাকৈ ইমান ধুনীয়া হৈছে বুজাব নোৱাৰি।ধন্যবাদ বা।
ভোগালী বিহুৰ শুভেচ্চা যাচিলো ... আৰু ডিব্ৰুগড়ৰ পৰা বহুত মৰম যাচিলো
দ্বীপশিখা আৰু মন্টুমণিৰ গানবোৰত কিবা বেলেগ এটা যাদু আছে । বৰ ভাল পাওঁ এই দুয়োগৰাকীকে ❤️
Hosai bohut vl lage
My Favorite Singer🎵🎵 Eman Gan to khuni thaku moi.... Amoni a nalage sun gan to khuni ❤🥰❤ mor dore June June Deepshikha Baak val powa.... Ata koi like kori thoi jabo dei.... Love❤❤ from Goalpara🥰🥰🥰
সুন্দৰ অপেক্ষাত আছিলোঁ তিনিচুকীয়াৰ পৰা বহুত বহুত মৰম জাছিলো👏🤩
Love from Dhemaji 🥰 val lagil ভোগালী বিহুৰ শুভেচ্ছা থাকিল বা ☺
Deepshikha বা,,,,, লখিমপুৰৰ পৰা মৰম জাচিলো,,,,,,গানটো বহুত ভাল লাগিছে,,,,,,কবলৈ গলে ultimate next level jui🔥🔥🔥❤️❤️
যোৱাকালি ফকিৰাগ্ৰাম মহাবিদ্যালয়ত আপোনাৰ গান শুনাৰ পিছত এতিয়া আপোনাৰ গান ভাল লগা হ'ল আৰু নতুন নতুন গান লাগে আমাক । সঁচাকৈয়ে আপোনাৰ কথা, সুৰ আদিয়ো একেবাৰেই বহুত সুন্দৰ । On stage bohut singer r voice tu beleg hoi kintu aponar ekei..😊
Gaan2 huni bohut vl lagise montu da..aru dipshikha bar voice2 bohut dhuniya..so agoloi anekwa gaan amar majole ani thakibo..❤
bor val hoise gantu baa ❤️😍
বহুত ভাল লাগিল গানটো লগতে 😍😍😍আগতিয়াকৈ ভোগালি বিহুৰ শুভেচ্ছা যাচিলো😍😍😍
2024 December ot kune kune Sai ashe like eta❤
Kam nai aru maksudu🤬
Deepshika baa mojja gan.aguntuk dinburor babe ujjol kamona korilu logote sivasagaror pora morom jhasisu.
2
শিৱসাগৰৰ হাঁহচৰাৰ পৰা বহুটো মৰম যাছিলোঁ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ।বিহুৰ ওচৰত এনেকুৱা এটা গান আমাক উপহাৰ হিচাপে অশেষ ধন্যবাদ । জীৱন পথত আগুৱাই যোৱা বা আমাৰ আৰ্শীবাদ আৰু মৰম সদায় তোমাৰ লগত আছে । তোমাৰ এই মিঠা সুৰ ত সুন্দৰ সুন্দৰ গীত সমূহ পাই থাকিম বুলি আখৰে বাটচালো love you dipshikha ba ❤❤💖
Thank you
ua-cam.com/video/NumTavtSDY8/v-deo.html
গীত টো ইমান ভাল লাগে যে ৰাতি সাৰ পালেও এবাৰ শুনি লওঁ । ভাষা বুজি নোপোৱা মোৰ চিকিমৰ ফ্ৰেণ্ডক গীতটো দিছিলো । শুনি বহুত বেছি ভাল পালে । শেষত মই traslate কৰি দিব লগা হ'ল। চিকিমৰ ফ্ৰেণ্ড ও আদৰি লৈছে ।
❤❤❤
ইমান ধুনীয়া হৈছে মই সদায় দুবাৰ শুনো আমণি নেলাগে সচাকে বহুত ধুনীয়া হৈছে 👌👌👌👌👌👌
বা তোমাৰ প্ৰতিটো গানেই চাইছে বহুত ধুনীয়া ❤❤❤
হাজাৰবাৰ শুনিলেও আমনি নলগা গীত😍❤,ভোগালীৰ best উপহাৰ 🤗
Lots of love from kakopather,Tinsukia❤
বৰ ভাল লাগিল গানটো। মোৰ তিনি বছৰীয়া ছোৱালী জনীয়ে বহুত ভাল পাইছে গানটি। শুভেচ্ছা জ্ঞাপন কৰিলো ভোগালী বিহুৰ ।
@Mouchumi Konwar h.
@Mouchumi Konwar ll
Deepshikha baa apunak besi bhal lgise😍🥰❤️❤️ moi tanglar pora sai asu😊
Bohut dhuniya lagisa baido ❤❤❤ from Goalpara
বহুত ভাল হৈছে বা আৰু আগুৱাই যোৱা
❤️ Love from lakhimpur ❤️
'কমে কি নকমে' একদম মজা দেই দিপশিখা বা😍😍❤
4 টা বছৰৰ পিছৰ সমপূৰ্ণৰূপে মৌলিক গীত ৷ দীপশিখাৰ প্ৰতিভাক মানিছোঁ ৷ Love it.
Proud of you Deepshikha baa . Jiman xundor ke geet ti gaise.. ximan xundor k lyrics tu u likhise . Agoloi amak aru notun notun geet upohar di jaok ...🙏🏻
Deepshikha Baa val puwa hokole like ata de juwa ❣️❣️❣️
বহুত ধুনীয়া লাগিছে দেই গানটো 👌❤️নগাওঁৰ পৰা কৈছোঁ ধন্যবাদ 🙏
Lpllllllll
10M ভিঅ'জ হৈছে। সকলোৱে বাৰে বাৰে শুনিছে,মইয়ো ইয়াৰ ব্যতিক্ৰম নহয়। বহুবাৰ শুনিছো,কিন্তু আমনি নালাগে। দীপশিখাৰ আটাইকেইটা গানে মোৰ প্ৰিয়।
বহুত ধুনীয়া হৈছে mirza পৰা বহুত মৰম যাচিলো
Thank you
কলাবাৰী পৰা শুভেচ্ছা জনালো 💖💖💖💝💝💖💖🥰😍😍
তোমাৰ গানবোৰ ভাল লাগে বা । তোমালৈ বহুত বহুত মৰম থাকিল ।♥️♥️🥰🥰
Bor Dhuniya lagise gantu ❤️❤️❤️❤️❤️ khosake.
didnt understand a single word but fell in love with this song. Love from UTTRAKHAND. JAI BADRI VISHAL
Mainblowing songs🙏❤
❤❤❤
I am from Karnataka.I didn't understand single word.but beautiful song!. All the best team for future projects.
এই গানটো ইমান বাৰ শুনিছোঁ তথাপিও আমনি লগা নাই💃😍
বহুত ধুনীয়া গাইছে , আগলৈকে এনেকৈ ধুনীয়া গান ৰাইজক উপহাৰ দি যাব বুলি আশা থাকিল ।
কমে কি নকমে মনেৰে কথাটি।.......বহুত ভাল লাগিছে গান টু শুনি। বহুত ধুনীয়া গান। কথা-সুৰ বহুত সুন্দৰ। Amazing lyrics....👍👍❤️❤️❤️❤️
মজ্জা ❤️🥰 তিনিচুকীয়া পৰা মৰম যাচিছো বা❤️🥰😘
Best wishes ❤️❤️❤️😊
The most underrated singer of Assam….love your voice and songs Deepshikha❤love from Tinsukia
🎉😂😊gubd m ho
😅😮😂🎉😊😅😮😂rugncvjvfjbm
❤😂🎉thi.😮😊gm😊
অপেক্ষাৰ অন্তত ।গীতটো বৰ ধুনীয়া যোৰহাটৰ লাহদৈগড়ৰ পৰা মৰম যাচিঁলো।
গীতটোৰ কাৰণে বহুত অপেক্ষা কৰি আছিলোঁ
বহুত ভাল লাগিল বা❤️
শিৱসাগৰ অৰ চৰাইদেউ পৰা মৰম জাচিছোঁ 🥰
Thank you
Jamun 💖😁
Irresistible performance by All ❤️ much love
Thank you
❤❤❤❤❤kiman hunisu amoni loga nai..❤❤
Lakhimpur
তিনিচুকীয়াৰ পৰা বহুত মৰম জনালো 🙂💓
Amazing work done by everyone.. Beautiful choreography and lyrics ..💕💕
Thank you
@@deepshikhaboramusical9618 😊😊😊😊😊😊
Hi Ba, Happy New year ❤️ nice song ❤️❤️❤️❤️❤️
🎷🎺🎤🎧🎼🎹🎷🎺
🎨
Emn dhuniya lage ganto hunile hosake🥰🥰🥰
মই মৰিগাওঁ জিলা হালধিআটি গাওঁ পৰা কৈছো৷ আগন্তক ব'হাগ বিহুৰ আগতিয়াকৈ শুভেচ্ছা জনালো💐💐 গীতটি সঁচাকৈয়ে অতিকৈ সুন্দৰ হৈছে৷ বাৰে বাৰে শুনি আছো৷ কৰ্ম সুত্ৰে অৰুণাচলত থাকো৷ মুক্তি পোৱা দুদিনৰ পিছতে টাৱাঙলৈ আহি ডাউনলোড কৰি বাৰে বাৰে শুনি আছিলো৷ লগৰ সকলোকে share it ৰ মাধ্যমেৰে বিলাই দিছিলো৷ বহুতেই বহুত ভালপাইছে৷ আশা কৰো আগলৈকো সুন্দৰ সুন্দৰ গীত পায় যাওঁ৷ আগুৱাই যাওক আছো লগত সদায় সমৰ্থন কৰি যাম৷
Thank you
Q
ɪ ʟᴏ ᴠɪᴅᴇᴏ
ᴄʜɪᴛʀᴀ ʀᴀɴᴊᴀɴ ᴩᴀɴɢɪɴɢ
❤ilvu
@@ritupamburagohain8965qqqqqqqqqqqqqqqqqqAqqqqqq❤q❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
বৰ ধুনীয়া হৈছে, একেৰাহে15-20 বাৰ শুনিলোঁ গীত টি ।
আমি বাঙালি এই ভাষা বুঝতে পারিনা ঠিক করে কিন্তু আমার খুব ভালো লাগে গান গুলো,so beautiful song Love this❤️all the best 👍
আমি ও বাঙালি কিন্তু দীপশিখা গান অসাধারণ লাগে ♥♥♥
বঙাইগাঁওৰ পৰা ।। বহুত ধুনীয়া লাগিছে ভিডিঅ টো ।। আশা কৰিছোঁ আগলৈও এনেকুৱা ভিডিঅ পাম বুলি 😘😘😘🔥🔥🔥
Thank you
বহুত ভাল লাগিল গানটো। হোনা হোৱা নাছিল যোৱা কালি লগৰ এজনৰ বিয়া ঘৰত সোনিলো। এতিয়া মনত পেলাই বিছাৰি বিছাৰি সোনিছো ভাল লাগিল ধন্যবাদ 👍
বহুত ভাল লাগিল গানটি শুনি... তিনিচুকীয়াৰপৰা মৰম যাচিলোঁ...
Thank you
এনেদৰেই বিহুসুৰীয়া গীতবোৰ উপহাৰ দি থাকিব বা.....💐
Love from Dhemaji ❤️ Amazing song❤️
Thank you
Nice song.. Best of luck 💐💐💐
বহুত আগ্ৰহেৰে ৰৈ আছিলোঁ। বহুত ভাল লাগিছে তোমাক 💖 love from sivasagar ❣️
Thank you
বহুত ধুনীয়া 😘♥️
আমনি নালাগে চাই চাই শুনি শুনি 💖🔥lot's of love baa, ❤🫂
দীপশিখা বা ধুনীয়া হৈছে দেই ইমান শুনিছোঁ হেপাঁ নপলাই দেখোন ||
From Kerala
অপেক্ষাৰ অন্তত ❤️ আপোনাৰ প্ৰটিতো গীটেই 🔥
ভোগালী বিহুৰ আগতিয়াকৈ শুভেচ্ছা জনালোঁ সকলোলৈকে😍
Mojaa ba 🥰🥰🥰
Thank you
বহুত ভাল লাগিল দেই বা video song টো চাই😍 love from darrang💕⚡
I'm in love with this song watching from meghalaya❣️
Thank you
এতিয়া লৈ কিমান বাৰ শুনিছোঁ একো হিচাপেই নাই বা ❤️❤️.... ধন্যবাদ মাঘ বিহুৰ সময়ত ইমান ধুনীয়া উপহাৰ এটা দিয়া কাৰণে ❤️ Lot's of Love Baa ❤️ Keep it up 👍❤️ ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ আপোনাক 🙏 From Guwahati
I love this song very much and listening repeatedly .... Deepshikha you acted beautifully... Love you. God bless you... ❤️
Thank you
Amazing song 😍 love from lakhimapur💖💖
Thank you
Hi I am from Jharkhand.and I big fan of Subrat .love you Subrat dear.
Very very amazing video ba... Always blessing for you and your team 😍😍😍loads of love😘😘😘😘
Thank you
ভাল লগা গানৰ ভিতৰত এইটো এটা।।।।👍👌
Apuunar hokolu geet a mur val lage.voice tu bohut morom loga dai.❤❤❤frm Jorhat,Teok
i m from jammu Kashmir.. listening this song repeatedly..i m not understanding lyrics but everything else..i m proud of my Indian diversity..✌️👌😊
It is a Assamese song
❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
i used google translation to understand the song meaning
Very special thanks to all staff on behalf of dedicated us such a melodious song in new year . Stay safe and warm regards to you with wishing happy new year 2022
Err on.
I have been working in your owwoo
Bohut dhuniya lagil video sai 💓💓💓
Subrat + Montumoni = Deadly combination ❤️🔥⚡
Bohut dhuniya hoise ba ❤️❤️
Love from nepal 🇳🇵♥️I love this song and bihu dance just love it
বহুত বহুত শুভেচ্ছা আৰু অভিনন্দন । মৰিগাঁও ৰ পৰা বহুত বহুত মৰম আৰু শুভকামনা জনালোঁ । আশা কৰোঁ অনাগত দিনত গীতৰ জৰিয়তে আৰু বহুতো উপহাৰ পাম । গীত গালেই নহ'ব , অৰ্থ আৰু সুৰ প্ৰয়োজনীয় । very soft music n best lyrics ... congrats all team members for such a great performance .... N e way montumoni one of my fav. Singer ( Lv u brother ). , Stay safe stay well , may god bless all of you 😍😍
Subrat is my favorite actor 😍😍😍❤❤❤love from guwahati
Thank you
ধুনীয়া হৈছে বাইদেউ ❤️😘😁〽️〽️
বহুতে ধুনীয়া গীত! মোৰ বৰ্তমানৰ প্রিয় গীত! 😍🥀👌🏻
Finally অপেক্ষাৰ অন্তত , ধন্যবাদ বা । লক্ষীমপুৰ ৰ পৰা বহুত মৰম যাচিলো।
Thank you
@@deepshikhaboramusical9618 welcome
@@Hemantaboruah1 ❤️
@@deepshikhaboramusical9618 levxbaygg ggqh zal9a
ua-cam.com/video/7Q2BxqbY-yY/v-deo.html
বহুত ভাল লাগিছে বিহু সুৰিয়া গীতটো দিপশিখা বা আৰু মন্টুমনি দাৰ গীত টো , ভিডিঅ'টো চাইও বহুত ভাল লাগিছে , অভিনয় বিলাক ধুনীয়া লাগিছে , গীতটো ১ মিলিয়ন + , ৰঙিয়া পৰাই বহুত বহুত ধন্যবাদ 🙏 জনালোঁ , লগতে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ আপোনা সকলোকে ,
Thank you
Hai FC check
@@deepshikhaboramusical9618 ☺️
বহু দিনৰ মূৰত আৰু এটি সুন্দৰ গীত উপভোগ কৰিলো
লগতে
মন পৰশা নাচ। ❤️
Thank you
I've stopped turning on to Western and Bollywood songs after enjoying such Assamese video songs. 👌
বহুত ধুনীয়া হৈছে বা❤️🔥 । ধাৰাপুৰৰ পৰা মৰম দিলোঁ 💜 ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ 👍
Thank you
Hii
Really emn khonu gaan2 more hapaha ai nopoleai nijoke biseri pwo bht...thnks baa.and tumi bht vll and tumk bht vll pwo and mantumoni dada tumk o logte bht vll pwo.