Beharbari Outpost [ বেহাৰবাৰী আউটপোষ্ট ] || Ep 3022 || 19.07.2024 ||
Вставка
- Опубліковано 13 жов 2024
- BEHARBARI OUTPOST IS A MOCKUMENTARY ON A GROUP OF TYPICAL POLICE OFFICE STAFF, IT'S A SITUATIONAL COMEDY .THE SHOW DEPICTS THEIR LIVES AS THEY TRY TO SOLVE EVERY CASE WHICH COMES TO BEHARBARI OUTPOST.
Facebook: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#rengonitv #funnyvideo #entertainment #beharbarioutpost #assameseviralvideoFollow Rengoni TV :-
Facebook: / rengonitv
UA-cam: / rengonitv
Instagram: / rengoni.tv
Website: rengonitv.com/
#RENGONITV #BauliFagun #ENTERTAINMENT #assameseviralvideo
Si pritom sir চাৰ কিন্ত সচাঁই এজন ভাল মানুহ ❤😊
কুমকুম,প্ৰিতম চাৰ,কেকে দা,মোহন,বিউটি এই সকলক বহুত মিছ কৰিছো ।মিছ কৰা সকলে Like এটা কৰক।
কে কে ছাৰ মোহন দা প্ৰীতম ছাৰ বাইলুং বা কুমকুম বাক বহুত মিছ কৰি আছো আৰু কোনে কোনে মিছ কৰে লাইক কৰা
Moiu bohut miss korisu
Mou bohut miss kori su 😢
বেহাৰবাৰী আৰম্ভনী দিনৰে পৰা(2013) সদাই চোৱা এখন অসমীয়া ধাৰাবাহিক KK ছাৰ আৰু মোহন যোৱাৰ পাছত বেহাবাৰীৰ ৰসবোৰ কমি গল তাৰ পাছত বেহাৰবাৰীৰ দৰ্শকো কমিল প্ৰিতম ছাৰ যোৱাৰ পাছত বেহাৰবাৰী খন একেবাৰে আলৈ-আথানি হবই আৰু এইখনো ধাৰাবাহিক ভাৰাঘৰ খনৰ দৰে এটা সময়ত বন্ধ হৈ যাব সৰু কালৰে পৰা বেহাৰবাৰী ছোৱাৰ এটা আমেজ হেৰাই যাব
#বেহাৰবাৰী অউটপষ্ট বুলিলে এটি সুকিয়া নিচা আছিল
Sem bro kk mohan 😢😢❤come back ❤❤
ৰাকেশৰ ফতুৱামী বোৰ চাব মন নাযায়। বন্ধ কৰি দিয়াই ভাল
Hoi
@@malayborah5486ভুল কৈছা😢
@@malayborah5486toi nasabi ami bhal pao Rakesh da nhole aru bhal nalagib ❤❤❤❤❤
আগতে বেহাৰবাৰী চাই হাহিছিলো সেই অভ্যাসত এতিয়াও চাওঁ কিন্তু এতিয়া যিবোৰ দেখুৱাই খঙহে উঠে।
সময়ে কৈ গ'ল শুনিলোঁ😔 পৰিস্থিতিয়ে বুজাই গ'ল বুজিলোঁ 😟 এতিয়া আৰু শুনিবলৈ,বুজিবলৈ একো বাকী নাই 😢 কাৰণ জীৱনে শিকাই গ'ল নিজতকৈ আপোন কোনো নাই 😢
ডকাইত দাক again আনিব লাগে আৰু পুৰণা ডকাইত case বোৰ খুচৰিব লাগে। দুদিন মান বেহাৰবাৰি পুৰা হিট হব 😊
Si sir অভিনয় ভাল হৈছে এনেকৈ আপোনাৰ অভিনয় আগুৱাই যাওক ধন্যবাদ 💗🌹❤❤❤❤
Kk দা আৰু মোহন নাহিলে বেহাৰবাৰী সমাপ্ত হব যেন অনুভৱ 😢😢 কাৰ কাৰ হয় Like কৰা I
SI ছাৰৰ স্টাইল দেখি ভাল লাগিল। এতিয়া এইকেইটা স্টাইল ব্যৱহাৰ কৰি ৰাকেশৰ ভিতৰৰ সকলো চেৰাবলীয়া গিৰি ওলাই দিব বুলি আশা কৰিলোঁ
জীৱনটো আগৰ দৰেই ,
কিন্তু, হাঁহিবোৰ হে আগৰ দৰে নহয় 😢
New si sirk val pua hokole like kora❤
হৰক লাগে সোনকালে ❤😊
Oo লাগে no😂😂
Si sir❤💫
Kk sir friends karo like❤
Kk sir Karo like
নগাঁও পৰা
Kk mohan come back ❤❤
Richa বাক কাৰ ভাল লাগে !।😘😍🤩
নতুন চাৰকো ভাল লাগিছে--
Si sir or jega kunei o lobo nuare kunei o nuare dai .
Kotha tu hoi jodi like koridibo
Kk Mohon priton 3ta manuh bohut proyujonio asil😢😢kintu dei Beharbari outpost khont Radhe radhe 😏😔🫂🙏🙏🫀🫀
Lutukon n rakesh daar acting bur bhut val lage
সুস্মিতা বাক,কে কে ছাৰ,মোহন দা, বাইলুং বাক,কুমকুম বাক,হৰ দা, বহুত বহুত মিছ কৰি আছে আৰু কোনে কোনে মিছ কৰিছা লাইক কৰা
Kumkum ba loi ahok please joldi 🤧🤧
New sir jonok bhut cute❤
❤❤❤❤❤❤❤❤😊😊😊
Nagaon r pora❤
নতুনৈ অহা OC কাৰ কাৰ ভাল লাগিছে লাইক এটা কৰি দিয়া।
নতুন si sir ৰ দম টো দেখি প্ৰীতম sir লে মনত পৰি গল 🥺
Sai val lagil ❤❤❤
Richa and Rakesh da r love story lage kak kak lage comment tu like korina ❤🔥✨
হৰক সছাই বহুত ভাল লাগে ঔ
Moja❤❤❤😅😅😅
আজি কালি চাই লাপ নাই কাৰ কাৰ ভাল লগা নাই লাইক কৰক.
Kumkum ba joldi ahok
ভাল লগা মানুহ এজন এজন কৈ সকলোবোৰ ওলাই যোৱাৰ পাছতো চাই আছিলো প্ৰীতম চাৰ,জবা বাইদেও,দেউতাৰ বাবে।এতিয়া একৈ ভাল নালাগে 😢😢😢
Rakesh aru Richa love story lge plzzz .olp love story thakila kiba ata Sai vlll lge
লুটুকনৰ কুমকুম বাইদেউ কত গল❤❤❤❤
Miss you pritam sir🥺🥺 val lagisa si sir jon kinu pritam sir k ktiyau Pahoribo nuwarim ❤🥺🥺
1)Bholaguri tea estate
2)Medha patkar
3)6 member
মই এই ধাৰাবাহিক খন সদায় চাওঁ কিন্তু বৰ্তমান কাহিনীবোৰ আগৰ দৰে ভাল নালগা হৈছে। পাৰে যদি KK দা আৰু মোহন দাক আকৌ গুৰাই আনক।
Keke sir aru pritom sir ale monot porise😢 beharbari sai vl puwa bure like kora❤❤❤
অসমৰ প্ৰত্যেক খন থানা বেহাৰবাৰি আউত পৌষ্ঠ নিচিনা হোৱা হেতেন ভাল আছিল । কিন্তু বিজেপি দিনতে বেহাৰবাৰি নিচিনা সম্পূৰ্ণ নহ'ল কংগ্ৰেছৰ দিনত আৰু বেছি বেয়াহে হ'ব ।
Kk, sir Karo like
SI sir ৰ ভইচটো বঢ়িয়া
😂😂😂
Richa baa r anguli r tattoo tu aji he dekhilu
Si sir বহুত বহুত মিছ কৰি আছে আৰু কোনে কোনে মিছ কৰিছা লাইক কৰা
Kk mohan miss you😢
Risabaiy moja lagise
Ntun sirr videoo val loga hobo.. support him plz
Kk sir Kare like 😊
Kk mohon miss you
Kk aru muhonor babe ata like
Soli kholi thakile he richa baa k val lage.....❤❤❤❤❤ love you baa
Kumkum darling ki hol😢😢😢😢😢
Bidurbhai sua khokole like kra ❤
❤❤❤
Luthukan sir korisu like
কে কে চাৰ ,মোহন এচা্ই চাৰ বাইলুং বা কেতিয়া আহিব
Aikhon bondh korok ru. Eku val nologa hoise. Enei ru susurai ase 1tar pasot 1ta episode.
❤💗
Hii😊
Miss you Kk and Mohan 😢😢😢😢😢😢😢😢😢❤❤❤❤❤but but missing and gard missing
S.I sir jon vle lgise bru...but purona mnuh khini ghurai anok...kk muhon tu nahei jnu😢 but bailung,garg ,basu daaa soboke ghurai anok.....nhole aikhn serial bndho hbloi besi dn nai aru🙏
কুমকুম কত গল,, নে বেহাৰবাৰিৰ পৰা আতৰি গল,,,
Pritom sir joba baidew beuti baa kk sir aru muhon miss korisu
Lol
Kumkum ba koloi gol??😢
Kia si sara adhata beharbari pora bidai lola baru😢😢😢😢😢
এচ.আই.ছাৰ বুলিলে প্ৰীতম ছাৰকহে পচন্দ কৰো। তেখেতো প্ৰস্থান কৰিলে নেকি কে.কে. ছাৰ,মোহনৰ দৰে?
Miss you Si sir 😭 😭😭
Beharbarit. Kk mohan horo beayti bailung si sir miss you 😢😢😢😢
My favorite serial is bahor bari outpost
KK sir miss you
Rakas possa. 100 tokatu dia mitai sobaka😢❤❤❤❤❤
Good By beharbari😢
Beharbarit ..kk,mohon, horo,beauti bailung, rakesh,si sir,,bus hoi jabo...5000 episode solibo..
Pritom Sir to nai e bosumotari kot gol
Asom andulonor bapekor pitek2 matro atiyaloike emanei dangor hoi ase😂😂😂
Natun S i sirk val lagise
Good night everyone 😊
চেৰা বলিয়াৰ বলিয়ালি অলপ বেছি কৰি দেখুওৱা হৈছে৷
❤❤🎉🎉🎉😊😊
Nice
Nice to
10:51 প্ৰীতম ছাৰৰ সৈতে খংটো একেই আছে
Beharbari hodai sawo kinto nijotkoi besi val lga manubour nethakile Sai o val nelage ,
Kusum bideo
Litu aru kumkum r Love 💕 bor vl lagisil
শৰ্মা দোকানীক আনিব পাৰিলে ভাল আছিল.....
😂😂
Justice for tiwari Da
ৰাজেশ দা পাম নি অভিনয় কৰিব এবাৰ তাৰ পিছত কব মুক 10:02
Nice 🎉🎉
Bangalore t tamam thanda dei🌧🌧
Asai sir .keke sir muhan balung by ketiya ahibi
Risa ba tumak suli mile thakile duniya lage❤
Agor nisina hobo nuare
ৰাকেশৰ চৰিত্ৰটোৰ বহুত বিৰক্তিদায়ক হৈছে সেইকাৰনে নাচাও
Bondho hbo beharbari outpost 😢 kk muhon kot goll😢
ভাল নলগা হয়ছে আৰু বেহাবাৰি আজি কালি