শ্ৰী শ্ৰী কালী গোসাঁনীৰ নাম।।কালী পূজা।।Happy kali puja।।Happy diwali 2022
Вставка
- Опубліковано 7 лис 2024
- প্ৰথমে সকলোলৈকে কালী পূজা আৰু দিপাৱলীৰ শুভেচ্ছা জনাইছো,আজি কালী পূজাৰ উপলক্ষে দুটা মান কালী গোসাঁনী নাম গাবলৈ অলপ চেষ্টা কৰিছিলোঁ।এবাৰ শুনি চাব,ভুল হলে শুধৰাই দিব।🙏❤️
#কালীপূজা #assam #assamyoutuber#diwali #diwali2022 #happydiwali
• দুৰ্গা পূজাৰ নাম॥assam...
• শ্রী শ্রী লক্ষ্মী দেৱী...
• কঙালী বিহু//কাতি বিহু/...
• ৰাসৰ নাম।। শ্ৰী কৃষ্ণৰ...
আধৰুৱা হৈ ৰল পিছলৈ গোটেইফাঁকি যুগুতাই আগবঢ়াম তোমালৈ
বৰ ভাল হৈছে।
ধন্যবাদ 🙏
চাৰিপুৰুষাৰ্থ পৰমাপ্ৰকৃতি হাতৰ মুঠিত
সুন্দৰ হৈছে
ধন্যবাদ 🙏
অতিৰেক নসানিবোঁ অতিৰিক্ত ৰঞ্জন ৰহণ
বৰ ভাল লাগিল 🙏🙏🙏
ধন্যবাদ 🙏
কামৰূপা আই হৃউক মোৰ অমৰ
জগন্ময়ী জগন্মোহিনী জগন্মাতা
দত্তশইকীয়া
দুৰ্গা নামফাঁকি গাবা , অন্নদা দেৱীৰ -
দশোদিশে উদ্ভাসিলেক মহাবিদ্যা ৰূপী , ( হে মা )
পতিবাক্যে কুপিলেক পিতাৰ নিন্দা শুনি , " "
এতাৱন্ত ৰজা এক আছিলন্ত যশী ,
যতমান যশস্যাত ৰাৱ কাঢ়ি শশী ,
বিপ্ৰগণে ভুঞ্জাৱেক ব্ৰহ্মত্ৰ তাৰাই ,
হবিজে আহুত হোম তাৰাৰ দ্বাৰাই ,
কিন্তু তাৰিবাক নোলাইল
পাৰিছিল শাও মেলে বলকনি লুন্ঠিত খুজি মাঁগি ফুৰন্তেসে ৰজাত মিলিলা হৈলেক মগন
যোগ দিয়াৱন্তেও পাছে হইলন্ত কেতেক
Ok .. thank you 😊
Very nice 👌 👍
ধন্যবাদ 🙏
❤❤❤
🥰🥰
🙏
🙏
ভাল লাগিল ভিডিঅ'টো চাই মোৰ ভিডিঅ'চাবা বুলি আশা ৰাখিলোঁ।আৰু বান্ধবী হলো তুমিও বান্ধবী হবা দেই।
Ok dhanyabad 🙏
🙏🙏🙏
ধন্যবাদ🙏
নিয়মীয়াকৈ দিবলৈ যতনাবা , শুনি পৰাণ শাঁত পৰে
👍
ধন্যবাদ 🙏
Likhit rupot diba
ভুঞ্জিবা ললাট
আলসী সোমালত
নুহি ই সত্য
পহিলতে পাইলেক
কাচিতো সমাধান একো এটাও নোলাল
নাস্তি মাতৃত বিনে গতি
বৰ ভাল লাগিল 🙏🙏🙏
👍
ধন্যবাদ 🙏