খগেন মহন্তৰ কণ্ঠৰ জনপ্ৰিয় কাউৰী পৰে শীৰ্ষক গীতৰ নাট্যৰূপ

Поділитися
Вставка
  • Опубліковано 7 жов 2024
  • 🔴 খগেন মহন্তৰ কণ্ঠৰ জনপ্ৰিয় কাউৰী পৰে শীৰ্ষক গীতৰ নাট্যৰূপ
    🔴 কেশৱ মহন্তই ৰচনা কৰা এই বিখ্যাত গীতটোৰ নাট্যৰূপত অভিনয় কৰিছে যোৰহাটৰ একাংশ বিশিষ্ট শিল্পীয়ে
    🔴 যোৰহাট থিয়েটাৰৰ উদ্যোগত অভিনয় ৰূপ দিয়া এই গীতটোৰ সৈতে বিভিন্ন স্মৃতি জড়িত থকা বুলি উল্লেখ কৰিলে শিল্পী অংগৰাগ পাপন মহন্তই
    🔴 ১৩, ১৪ অক্টোবৰত মঞ্চস্থ হ'ব এই নাট্যৰূপ
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 1