Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
সুন্দৰ অসমীয়া ৰন্ধন প্ৰণালী। সঁচাই আমাৰ চহকী জাতীয় খাদ্যৰ তুলনা নাই।
গাওঁখন যে সঁচাই বিৰাট বেছি ধুনীয়া। সাধুকথাৰ গাওঁ যেন ভাৱ হয়, চাই থাকিলে। আপোনালোকলৈ বহুত মৰম।
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
প্ৰতি বাৰেই আপ্লুত হও।। ইমান সুন্দৰ উপস্থাপন কেনেকৈ কৰিছে।।। অকৃত্ৰিম। ।।
Thanks a lot 🧡
সৰল গাঁওলিয়া প্ৰতিচ্ছবি ইমান সুন্দৰ কৈ উপস্থাপ কৰিছে ,দেখি বৰ ভাল লাগি গল,
Dhanyawad janalu 🙏
Hosai bohut hundor
Hundor
ঘৰ আৰু গাঁও খনৰ পৰিবেশতো অতি সুন্দৰ 🥰 অকনমানি জনী মাততো মৰম লগা ❣️
Dhanyawad apunaloi 🙏
Aponalokor gao khan bor dhuniya baideo
Video kita sai mon tu val lagi jai
Dhanyawad apunaloi
ইমান সুন্দৰ পৰিৱেশ, ইমান মৰমলগা ল'ৰা ছোৱালী দুটা, দেখিলে কিবা মনটো ভাল লাগি যায় | বহুত ভাল লাগিল |
বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ সহযোগৰ বাবে
Moina joni iman morom lga
কি সুন্দৰ পৰিৱেশ বুজাবলৈ ভাষা নাই গাওঁ খনৰ নামটো কবনে❤❤❤
Dhanyawad janalu 🙏 Borhat Charaideo district
ইমান ধুনীয়া গাঁৱৰ সংস্কৃতি দাঙি ধৰিছে ,vedio quality is best
Thankyou so much 💕🙏
❤️❤️
Bohut dhuniya hoise dekhibo khabole aru val lagibo baideo
Okhekh dhanyawad apunaloi 🙏🙏🧡
Apunar video sai bor val lage, apunar lora suali hal bor morom loga
Thankyou 🙏🙏
ছোৱালীজনী ইমান মৰম লগা
বহুত বহুত ধন্যবাদ জনাইছোঁ
ৰাতিপুৱা তে ইমান ধুনীয়া ভিডিঅ'টো চাবলৈ পালোঁ লগতে ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু কি কম... অপেক্ষা কৰিলোঁ নতুন এটা ভিডিঅ'লৈ
বহুত বহুত ধন্যবাদ আপোনালৈ🧡💕🙏🙏🙏🙏🙏
আপোনাৰ video বোৰ সদায় চাই থাকো আৰু ইমান ধুনীয়া লাগে । লৰা ছোৱালী 2তা ইমান মৰম লগা।
অশেষ ধন্যবাদ আপোনালৈ
সঁচাকৈয়ে বৰ অনুপম ভিডিঅটো, চাই আপ্লুত হলো।
ইমান ধুনীয়া লাগিছে গাওঁৰ সেউজীয়া পৰিৱেশটো😊লগতে আপোনাৰ পাকঘৰটো বহুত ভাল লাগে😊
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Video to চাই ভাল লাগিল,,
💕💕🙏🙏🙏
সুন্দৰ। লগতে নুহু মাইনা জনিলৈ বহুত বহুত মৰম 😘দিলো
Thankyou so so much 💕
আপোনাৰ ভিডিঅবোৰ চালেই শৈশৱৰ পাৰ কৰি অহা পদুমফুলা গাওঁৰ স্মৃতিয়ে আমনি কৰে। কেঁচা মজিয়াত এনেদৰে ভাত খাইছিলো পীৰাত বহি। গৰমৰ দিনকেইটাত হাতত বৰশী লৈ গছৰ ছাঁ পৰা ঠাইত বৰশী টুপিয়াইছিলো। আপোনাৰ আজিৰ ভিডিঅটো বহুত বেছি ভাল লাগিল। ৰূপহী অসমৰ, সেউজীয়া বোৰ ধৰি ৰাখিছে আপুনি। আপোনাৰ ভাল হওক....
আপোনাৰ ভিডিঅ বিলাকে আকৌ অতীতলৈ লৈ যায়,টিকলা কিতা ইমান মৰম লগা,আৰু আমাৰ গাঁৱৰ বহুতৰ ঘৰতে আগ ভগা কটাৰী এখন থাকেই যেন পাও,,,,
Dhanyawad tumaloi
Emn dhunia Gaon xon logote kokayek voniekr morom buru dhuniake futi uthise,
সছাকৈ দেই ম ই আপোনাৰ এই ভিডিঅবোৰ চাই বৰ আনন্দ পাও লগতে বহুত বনোৱা খিকিব পাৰিছো,বেছি মছলা নোহোৱাকৈ বহুত ভাল লাগে এনেকৈ আগলৈ চাবলৈ পাম বুলি আশা থাকিল
Nischoi, bahut bahut dhanyawad gyapon korisu
Moja lagib khai
মনটো শৈশৱলৈ উৰা মাৰে ! সচাঁই অপূৱ উপস্থাপন!
অশেষ ধন্যবাদ জনাইছোঁ
Bohut bohut val lagil vediotu sai👌
Okhekh dhanyawad gyapon korisu
Iman morom loga ....baba aru maina joni, logote ....bou joni amar Asom r lokhimi .
dhanyabaad janalu
সছাঁকৈ বৰ সুন্দৰ দেই।চাৰিওফালে সেউজীয়া পৰিৱেশ, মন বিমোগ্ধ কৰি তুলে।বাকী খাদ্য সম্ভাৰ ৰ কথা তো নকওঁ য়ে দেখিলেই লোভ লাগে।😋😋😋
বহুত বহুত ধন্যবাদ আমাক ইমান মৰম দিয়া বাবে
gaor khundor poribekhr video sai he val pau.. gaor nisina kotu hbo nware..😍🥰
This channel should get more appreciation... The cinematography, background music etc all 10/10 ... Just curious to know which part of Assam the place belongs to..?
Thankyou so much 💕🙏,we r from Borhat Charaideo district
Ufff ..mon muhi jua ata video ... Ki kom , hai agr din loi mn t pori gol ... Bht bht dhnyabad video tur babe ....
Thanks a lot 🧡 apunar hahojugor babe
এতা সুন্দৰ মনোমোহা দৃশ্য 🥀😍
ধন্যবাদ আপোনালৈ
Hundor 😊😉🥰
সঁচাকৈ বাইদেউ, আপোনালোকৰ ভিডিও বোৰ দেখিলে পূৰণিকলীয়া সৌ দিনবোৰৰ কথা বৰকৈ মনত পৰে।
অশেষ ধন্যবাদ আপোনাৰ মৰম আৰু সহযোগৰ বাবে
সচাই আপোনাৰ হাতত জাদু আছে ।ইমান সুন্দৰ খাদ্য আৰু সোৱাদলগা জুতি লগা আঞ্জা ৰান্ধে শুকান মাছ ,কচু, লেহেতি শাক,গৰৈ মাছৰ পিটিকা সচাই খাই খুব ভাল লাগে। আমাৰ গাঁৱৰ পৰিবেশ সচাই খুব মনোমোহা video বোৰ চাই থাকিলে চাই থাকিবৰ মন যায়। আগলৈও যেন এনেকৈয়ে নতুন নতুন আঞ্জাৰে বনোৱা খাদ্য বোৰ চাই থাকিব পাওঁ তাৰেই আশা ৰাখিছোঁ।👍👌🔥😊🌹❤️💐
বহুত বহুত ধন্যবাদ ইমান মৰম দিয়া বাবে
বৰ সুন্দৰ লাগিছে মনোমোহা পৰিবেশৰ মাজত ধুনীয়া থলুৱা ৰেচিপি বোৰ চাই বৰ ভাল লাগিছে ❤️
বহুত বহুত ধন্যবাদ
Bor xundor upostgapon logote cemeraperson jonok manisu bor duniakoi korise video bilak
বহুত বহুত ধন্যবাদ আপোনালৈ
Hosakoi bor hundor poribeh.apunar video 'music aru akonmani duta bor bhunia
Thankyou so much
সদায় দিয়া দৰে এটা অতি সুন্দৰ ভিডিও চাই বৰ ভাল লাগিল
Barhiya haise aponer recipebor . Anekuwa recipe khub Val lage .
Gaon khon iman dhuniya..tate thakibo mon juy...bohut hundor huowni.... bohut vall lage apunar video bur .....🙏🙏🙏
Vle lgise
bahut dhunia gaon , poribesh tu moja. camera man and video editing so good.
Thankyou so much 💕🙏🙏
Gaon xsa bhuat Val.....baideu bhuat bhal lage apunar video sai.... God bless you
Bahut bhal lagil tumar video tu sai.
Dhanyawad apunaloi 🙏🧡🧡
Bohut val lagil video tu
বৰ ভাল লাগিল
লেহেতী শাকৰ খাৰ খায় পোৱা নাই খাই চাব লাগিব আৰু আপোনাৰ ভিডিঅ চাবৰ কাৰনে সদায় অপেক্ষাত থাকো পৰিবেশটো ইমান ভাল লাগে সদায় এনেদৰে আগবাঢ়ি যাওক 🥰🥰🥰
বিৰাট ভাল লাগিল
💕💕🙏🙏🧡🧡
Val lagil sai
Thanks a lot
Anakua lifeor mojjai balag . Val lagil ....
🙏🙏🙏
Nice ,Bor bhaal lagil .
🙏🙏🙏🙏
Mur friendr loi tumar video send korim dai ,
আপোনাৰ video বোৰ চাই বৰ ভাল লাগে। গাওঁত থাকি অসমীয়া থলুৱা খাদ্য খোৱাৰ মজাই বেলেগ।
Apunar porai hikisu kisuman bostu bonable try kru vl lge
🙏🙏🧡💕💕
যোৰহাটৰ পৰা ছাই থাকো বৰ ভাল লাগে আপোনালোকৰ ভিডিঅ বোৰ ছাই💐💐💐
বহু বহুত ধন্যবাদ জনাইছোঁ
আপোনালোকৰ ভিডিঅ' অপেক্ষা কৰি থাকো I গাঁৱত ল'ৰা গাঁৱত পৰিবেশ ভাল লাগে
এনেকৈয়ে অসমীয়াৰ খাদ্য সম্ভাৰক আগুৱাই লৈ যাওক,অলেখ শুভ কামনা জনালোঁ।
❤️❤️💛💛🙏🙏🙏🙏🙏🙏
Xuwoni amar gaon-khoni xompurna tulona-bihin..Long live Hindu Nation India..
👍👍🧡💕💕🙏🙏🙏🙏thank you 🙏💗
লোৰালী কাল মনত পৰি গল অ বৰশী দেখি।
সুন্দৰ পৰিকল্পনা! সফল হওঁক চেনেলটি,,, শুভকামনা থাকিল
আপোনাৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Apunar loratu aru betijoni bor morom loga video tu bohut Val lagil logote recipekaita.💯💯💯❤️❤️❤️❤️👌👌👌👌🥰😋😋😋💯💯💯🔱🔱🔱🙏
Abar like korilu but aru abar koribole loisu..... Bohut val lage apunar videos bur... Love from Golaghat ❤
🧡🧡🧡🙏🙏🙏🙏🙏 dhanyawad apunaloi
অতি সুন্দৰ, বহুত বহুত শুভেচ্ছা আপোনালৈ। আগলৈ আৰু videos পাই থাকিম বুলি আশা ৰাখিলোঁ।
Bohut val lagil notun hodorsho holu apunar video hodai sam ba
Dhanyawad janalu
😍😍😘😘😘...অকনমানি জনী বৰ মৰম লগা...দুয়োটিকে মৰম লাগে দেই...👌👌👍👍...
Thankyou so much 💕
Ba leheti xaak Mur priyo xaak botoror ebar uta xaak Kai bohut bhal apunar fora janilu aru dibo bhal bhal vedio
Thankyou so much 💕🙏🙏🙏🙏
Aapunar video bur saleo sai thakibo mon jai..emn dhuniake bonai🥰🥰
Apunalukar video bur Sai bohut bhal lage... Agoloi u vhal vhal video Pam buli akha korilu ...
Nischoi, dhanyawad janalu 🙏🙏
Dhuniya lagil
🙏🙏🥰🙏
কি যে ধুনীয়া টিকলী জনীয়ে ইমান মৰম লগাকৈ ভাত কেইটা খাইছে ♥️😍
😊😊😊😊🙏🙏🙏🙏💕💕💕💕💕
Bohut bohut bohut.. . Hukhi moi agor video t moi coment kora reply j video dara reply palu... So many many thanks 🥰🥰🥰🥰🥰🥰🥰 moja
😊😊😊😊😊🙏🙏🙏🙏🙏🙏🙏💕💕💕💕💕
Sai val lage video bur.best wishes thakil
Oti Hundor 😊❤️❤️bht val lage o apunalukor poribekh tu aru vdo br u bht vl lage
Apunar vdo bur sai emn vl lage....
বাইদেউ, কনমানি জনী বৰ মৰম লগা। আপোনাৰ সকলো বোৰ video আমি বহু আদৰৰে চাও। নমস্কাৰ গ্ৰহণ কৰিব, ইমন বৰুৱা...
আপোনাৰ ভিদিঅ বোৰ চাই সদায়েই মনটো ইমান ভাল লাগে ।আপোনাৰ লৰাই মাছ ধৰা দেখা পাই মোৰ লৰাইও মাছ ধৰিবলৈ যায়। অশেষ মৰম যাঁছিলো ❤️🥰😘
অশেষ ধন্যবাদ আপোনালৈও।
Xundor gaw dei ❤️ tazpur or pora morom jaselu 😘🥰✨ maina jone bor morom loga dei ❤️
Gaon kn xosake bhhtt dhuniya...ratipuwa video tu sai montu bujabo nuwaru kiba ata vl lagi gol
Okhekh dhanyawad apunaloi 🙏
Kot aase gaon khan jabo min jai.
Hi friend, please also support me, watch my videos 🙏🙏
@@amargaon3296 ❤❤❤❤❤❤😍😍😍😍😍🙏🙏🙏😘🤘🤘🤟🤟👍😂◢💙◣ ◢💖◣💙💙💙◣ ◢💖💖💖◥💙💙💙💖💖💖◤ ◥💙💙💖💖◤ ◥💙💖◤ ◥ ◤ 🌒🌓🌔🌕🌖🌗🌘🌙❤❤🌙❤❤🌙❤💓💓❤💓💓❤❤💓💓💓💓💓❤🌙❤💓💓💓❤🌙🌙🌙❤💓❤🌙🌙🌙🌙🌙❤🌙🌙🌙🌒🌓🌔🌕🌖🌗🌘 🌒🌓🌔🌕🌖🌗🌘🌙❤❤🌙❤❤🌙❤💓💓❤💓💓❤❤💓💓💓💓💓❤🌙❤💓💓💓❤🌙🌙🌙❤💓❤🌙🌙🌙🌙🌙❤🌙🌙🌙🌒🌓🌔🌕🌖🌗🌘 ⠀ 💝💝 💝💝💝🍡🍡💝🍡🍡💝💝🍡🍡🍡🍡🍡💝 💝 Miss you! 💝 💝🍡🍡🍡💝 💝🍡💝 💝
hosa koise eman bhal lage no
Konmani maina Joni bor morom loga ❤️❤️
Hundor....tikliye vat dhuniya k khaise etu eta val sign karon ajikli horu lora swli mobile nhole vat khboi nwre.
Dhanyawad, bahut hundor comment tumar
Bohut Val lgea apunalukor video bur sai....Emn dhunia uposthapon ❤
Aji chanel tu saisu. Bohut dhuniya concept. Vl lgise bohut video bur
Bahut bahut dhanyawad janalu 🙏🧡
Deha aru dehi joni moram lage video tu sai val lagil
💕💕💕🙏🙏🙏🧡🧡🧡🧡🧡
Video bur sai bohut val lage ekdom lorali kotha monot pelai diye o mon val lagi jai
@@amargaon3296 🙏🙏🙏🙏🙏🙏
Val lagil
Bohut dhunia video..background music aru gaon r sorai,goru r mat bur xuni xosai gain r poribakh to monoloi ahise...aguai jauk kamona korilu..
Bahut bahut dhanyawad iman marom senehor babe
ধুনীয়া
💕💕🙏🙏🙏🙏
চাৰিওফালে কেৱল সেউজীয়া সেউজীয়া 😍💚💚 সুন্দৰ 👍 অপ্ৰেক্ষা কৰি আছিলোঁ আপোনাৰ vlog চাবলৈ 🥰🥰 বাবু আৰু ধুনু মাইনা লৈ বহুত মৰম যাচিলো 😘😘🤗
Vl lgil sai❤️
Apunar video bilak bohut bhal lage. Borhat gole apunar usort jam dei baideo. 4M Moran ❤️❤️
সকলো থলুৱা ৷আগবাঢ়ি যাওক ৷
আপোনালোকৰ video চেনেলটো আৰম্ভ কৰাৰ পৰাই মা আৰু মই সদায়ে চাওঁ । fresh লাগি যায় মনটো video বোৰ চালে । কিন্তু আজি প্ৰথম comment কৰিছো । সুবিধা পালেই সকলোকে কওঁ আপোনালোকৰ চেনেলটোৰ কথা । এইকেইদিন চেনেলটো grow huwa দেখি মনটো খুব ভাল লাগিছে । খুব সোনকালেই যেন আৰু আগুৱাই যায় । পিছে এতিয়াও মা, মই video চাইয়ে আছোঁ একেলগে ।
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো ইমান মৰম চেনেহ আগবঢ়াই অহা বাবে।
Video tu bohut derike holeu sau nasale val e nalage bohut val lagile
Dhanyawad apunaloi 🙏🙏🙏 heartity
বৰশী বোৱা দেখি আগৰ দিনবোৰ মনত পৰি গল। খুব ভাল লাগে। ইমান সুন্দৰ কৈ ৰান্ধিছে। সঁচাকৈ এবাৰ হলেও সোৱাদ লমগৈ কিন্তু দেই 😋। ❤️❤️
🙏🙏💕💕☺️☺️☺️ dhanyawad janalu
Baido moi bhut vl paw gaon video ,aru basikoi rati puwa hui uthi Belitu dekhile I love village ,moi gaon r lora hoi
Bor hundor baideu ....💚💚💚
💕💕🙏🙏🙏🙏🙏
Val lagil sai.gaonr madhumoy smriti amaro mant pare
সুন্দৰ অসমীয়া ৰন্ধন প্ৰণালী। সঁচাই আমাৰ চহকী জাতীয় খাদ্যৰ তুলনা
নাই।
গাওঁখন যে সঁচাই বিৰাট বেছি ধুনীয়া। সাধুকথাৰ গাওঁ যেন ভাৱ হয়, চাই থাকিলে। আপোনালোকলৈ বহুত মৰম।
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
প্ৰতি বাৰেই আপ্লুত হও।। ইমান সুন্দৰ উপস্থাপন কেনেকৈ কৰিছে।।। অকৃত্ৰিম। ।।
Thanks a lot 🧡
সৰল গাঁওলিয়া প্ৰতিচ্ছবি ইমান সুন্দৰ কৈ উপস্থাপ কৰিছে ,দেখি বৰ ভাল লাগি গল,
Dhanyawad janalu 🙏
Hosai bohut hundor
Hundor
ঘৰ আৰু গাঁও খনৰ পৰিবেশতো অতি সুন্দৰ 🥰 অকনমানি জনী মাততো মৰম লগা ❣️
Dhanyawad apunaloi 🙏
Aponalokor gao khan bor dhuniya baideo
Video kita sai mon tu val lagi jai
Dhanyawad apunaloi
ইমান সুন্দৰ পৰিৱেশ, ইমান মৰমলগা ল'ৰা ছোৱালী দুটা, দেখিলে কিবা মনটো ভাল লাগি যায় | বহুত ভাল লাগিল |
বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ সহযোগৰ বাবে
Moina joni iman morom lga
কি সুন্দৰ পৰিৱেশ বুজাবলৈ ভাষা নাই গাওঁ খনৰ নামটো কবনে❤❤❤
Dhanyawad janalu 🙏 Borhat Charaideo district
ইমান ধুনীয়া গাঁৱৰ সংস্কৃতি দাঙি ধৰিছে ,vedio quality is best
Thankyou so much 💕🙏
❤️❤️
Bohut dhuniya hoise dekhibo khabole aru val lagibo baideo
Okhekh dhanyawad apunaloi 🙏🙏🧡
Apunar video sai bor val lage, apunar lora suali hal bor morom loga
Thankyou 🙏🙏
ছোৱালীজনী ইমান মৰম লগা
বহুত বহুত ধন্যবাদ জনাইছোঁ
ৰাতিপুৱা তে ইমান ধুনীয়া ভিডিঅ'টো চাবলৈ পালোঁ লগতে ইমান সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু কি কম... অপেক্ষা কৰিলোঁ নতুন এটা ভিডিঅ'লৈ
বহুত বহুত ধন্যবাদ আপোনালৈ🧡💕🙏🙏🙏🙏🙏
আপোনাৰ video বোৰ সদায় চাই থাকো আৰু ইমান ধুনীয়া লাগে । লৰা ছোৱালী 2তা ইমান মৰম লগা।
অশেষ ধন্যবাদ আপোনালৈ
সঁচাকৈয়ে বৰ অনুপম ভিডিঅটো, চাই আপ্লুত হলো।
অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
ইমান ধুনীয়া লাগিছে গাওঁৰ সেউজীয়া পৰিৱেশটো😊লগতে আপোনাৰ পাকঘৰটো বহুত ভাল লাগে😊
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Video to চাই ভাল লাগিল,,
💕💕🙏🙏🙏
সুন্দৰ। লগতে নুহু মাইনা জনিলৈ বহুত বহুত মৰম 😘দিলো
Thankyou so so much 💕
আপোনাৰ ভিডিঅবোৰ চালেই শৈশৱৰ পাৰ কৰি অহা পদুমফুলা গাওঁৰ স্মৃতিয়ে আমনি কৰে। কেঁচা মজিয়াত এনেদৰে ভাত খাইছিলো পীৰাত বহি। গৰমৰ দিনকেইটাত হাতত বৰশী লৈ গছৰ ছাঁ পৰা ঠাইত বৰশী টুপিয়াইছিলো। আপোনাৰ আজিৰ ভিডিঅটো বহুত বেছি ভাল লাগিল। ৰূপহী অসমৰ, সেউজীয়া বোৰ ধৰি ৰাখিছে আপুনি। আপোনাৰ ভাল হওক....
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
আপোনাৰ ভিডিঅ বিলাকে আকৌ অতীতলৈ লৈ যায়,টিকলা কিতা ইমান মৰম লগা,আৰু আমাৰ গাঁৱৰ বহুতৰ ঘৰতে আগ ভগা কটাৰী এখন থাকেই যেন পাও,,,,
Dhanyawad tumaloi
Emn dhunia Gaon xon logote kokayek voniekr morom buru dhuniake futi uthise,
সছাকৈ দেই ম ই আপোনাৰ এই ভিডিঅবোৰ চাই বৰ আনন্দ পাও লগতে বহুত বনোৱা খিকিব পাৰিছো,বেছি মছলা নোহোৱাকৈ বহুত ভাল লাগে এনেকৈ আগলৈ চাবলৈ পাম বুলি আশা থাকিল
Nischoi, bahut bahut dhanyawad gyapon korisu
Moja lagib khai
মনটো শৈশৱলৈ উৰা মাৰে ! সচাঁই অপূৱ উপস্থাপন!
অশেষ ধন্যবাদ জনাইছোঁ
Bohut bohut val lagil vediotu sai👌
Okhekh dhanyawad gyapon korisu
Iman morom loga ....baba aru maina joni, logote ....bou joni amar Asom r lokhimi .
dhanyabaad janalu
সছাঁকৈ বৰ সুন্দৰ দেই।
চাৰিওফালে সেউজীয়া পৰিৱেশ, মন বিমোগ্ধ কৰি তুলে।
বাকী খাদ্য সম্ভাৰ ৰ কথা তো নকওঁ য়ে দেখিলেই লোভ লাগে।😋😋😋
বহুত বহুত ধন্যবাদ আমাক ইমান মৰম দিয়া বাবে
gaor khundor poribekhr video sai he val pau.. gaor nisina kotu hbo nware..😍🥰
Dhanyawad janalu 🙏
This channel should get more appreciation... The cinematography, background music etc all 10/10 ... Just curious to know which part of Assam the place belongs to..?
Thankyou so much 💕🙏,we r from Borhat Charaideo district
Ufff ..mon muhi jua ata video ... Ki kom , hai agr din loi mn t pori gol ... Bht bht dhnyabad video tur babe ....
Thanks a lot 🧡 apunar hahojugor babe
এতা সুন্দৰ মনোমোহা দৃশ্য 🥀😍
ধন্যবাদ আপোনালৈ
Hundor 😊😉🥰
সঁচাকৈ বাইদেউ, আপোনালোকৰ ভিডিও বোৰ দেখিলে পূৰণিকলীয়া সৌ দিনবোৰৰ কথা বৰকৈ মনত পৰে।
অশেষ ধন্যবাদ আপোনাৰ মৰম আৰু সহযোগৰ বাবে
সচাই আপোনাৰ হাতত জাদু আছে ।ইমান সুন্দৰ খাদ্য আৰু সোৱাদলগা জুতি লগা আঞ্জা ৰান্ধে শুকান মাছ ,কচু, লেহেতি শাক,গৰৈ মাছৰ পিটিকা সচাই খাই খুব ভাল লাগে। আমাৰ গাঁৱৰ পৰিবেশ সচাই খুব মনোমোহা video বোৰ চাই থাকিলে চাই থাকিবৰ মন যায়। আগলৈও যেন এনেকৈয়ে নতুন নতুন আঞ্জাৰে বনোৱা খাদ্য বোৰ চাই থাকিব পাওঁ তাৰেই আশা ৰাখিছোঁ।👍👌🔥😊🌹❤️💐
বহুত বহুত ধন্যবাদ ইমান মৰম দিয়া বাবে
বৰ সুন্দৰ লাগিছে মনোমোহা পৰিবেশৰ মাজত ধুনীয়া থলুৱা ৰেচিপি বোৰ চাই বৰ ভাল লাগিছে ❤️
বহুত বহুত ধন্যবাদ
Bor xundor upostgapon logote cemeraperson jonok manisu bor duniakoi korise video bilak
বহুত বহুত ধন্যবাদ আপোনালৈ
Hosakoi bor hundor poribeh.apunar video 'music aru akonmani duta bor bhunia
Thankyou so much
সদায় দিয়া দৰে এটা অতি সুন্দৰ ভিডিও চাই বৰ ভাল লাগিল
বহুত বহুত ধন্যবাদ জনাইছোঁ
Barhiya haise aponer recipebor . Anekuwa recipe khub Val lage .
Dhanyawad apunaloi 🙏
Gaon khon iman dhuniya..tate thakibo mon juy...bohut hundor huowni.... bohut vall lage apunar video bur .....🙏🙏🙏
Vle lgise
bahut dhunia gaon , poribesh tu moja. camera man and video editing so good.
Thankyou so much 💕🙏🙏
Gaon xsa bhuat Val.....baideu bhuat bhal lage apunar video sai.... God bless you
Bahut bhal lagil tumar video tu sai.
Dhanyawad apunaloi 🙏🧡🧡
Bohut val lagil video tu
বৰ ভাল লাগিল
অশেষ ধন্যবাদ জনাইছোঁ
লেহেতী শাকৰ খাৰ খায় পোৱা নাই খাই চাব লাগিব আৰু আপোনাৰ ভিডিঅ চাবৰ কাৰনে সদায় অপেক্ষাত থাকো পৰিবেশটো ইমান ভাল লাগে সদায় এনেদৰে আগবাঢ়ি যাওক 🥰🥰🥰
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
বিৰাট ভাল লাগিল
💕💕🙏🙏🧡🧡
Val lagil sai
Thanks a lot
Anakua lifeor mojjai balag . Val lagil ....
🙏🙏🙏
Nice ,Bor bhaal lagil .
🙏🙏🙏🙏
Mur friendr loi tumar video send korim dai ,
আপোনাৰ video বোৰ চাই বৰ ভাল লাগে। গাওঁত থাকি অসমীয়া থলুৱা খাদ্য খোৱাৰ মজাই বেলেগ।
Thankyou so much 💕🙏
Apunar porai hikisu kisuman bostu bonable try kru vl lge
🙏🙏🧡💕💕
যোৰহাটৰ পৰা ছাই থাকো বৰ ভাল লাগে আপোনালোকৰ ভিডিঅ বোৰ ছাই💐💐💐
বহু বহুত ধন্যবাদ জনাইছোঁ
আপোনালোকৰ ভিডিঅ' অপেক্ষা কৰি থাকো I গাঁৱত ল'ৰা গাঁৱত পৰিবেশ ভাল লাগে
Okhekh dhanyawad gyapon korisu
এনেকৈয়ে অসমীয়াৰ খাদ্য সম্ভাৰক আগুৱাই লৈ যাওক,অলেখ শুভ কামনা জনালোঁ।
❤️❤️💛💛🙏🙏🙏🙏🙏🙏
Xuwoni amar gaon-khoni xompurna tulona-bihin..
Long live Hindu Nation India..
👍👍🧡💕💕🙏🙏🙏🙏thank you 🙏💗
লোৰালী কাল মনত পৰি গল অ বৰশী দেখি।
সুন্দৰ পৰিকল্পনা! সফল হওঁক চেনেলটি,,, শুভকামনা থাকিল
আপোনাৰ মৰম চেনেহ আৰু আশীৰ্বাদৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো
Apunar loratu aru betijoni bor morom loga video tu bohut Val lagil logote recipekaita.💯💯💯❤️❤️❤️❤️👌👌👌👌🥰😋😋😋💯💯💯🔱🔱🔱🙏
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
Abar like korilu but aru abar koribole loisu..... Bohut val lage apunar videos bur... Love from Golaghat ❤
🧡🧡🧡🙏🙏🙏🙏🙏 dhanyawad apunaloi
অতি সুন্দৰ, বহুত বহুত শুভেচ্ছা আপোনালৈ। আগলৈ আৰু videos পাই থাকিম বুলি আশা ৰাখিলোঁ।
Dhanyawad apunaloi 🙏
Bohut val lagil notun hodorsho holu apunar video hodai sam ba
Dhanyawad janalu
😍😍😘😘😘...অকনমানি জনী বৰ মৰম লগা...দুয়োটিকে মৰম লাগে দেই...👌👌👍👍...
Thankyou so much 💕
Ba leheti xaak Mur priyo xaak botoror ebar uta xaak Kai bohut bhal apunar fora janilu aru dibo bhal bhal vedio
Thankyou so much 💕🙏🙏🙏🙏
Aapunar video bur saleo sai thakibo mon jai..emn dhuniake bonai🥰🥰
Apunalukar video bur Sai bohut bhal lage... Agoloi u vhal vhal video Pam buli akha korilu ...
Nischoi, dhanyawad janalu 🙏🙏
Dhuniya lagil
🙏🙏🥰🙏
কি যে ধুনীয়া টিকলী জনীয়ে ইমান মৰম লগাকৈ ভাত কেইটা খাইছে ♥️😍
😊😊😊😊🙏🙏🙏🙏💕💕💕💕💕
Bohut bohut bohut..
. Hukhi moi agor video t moi coment kora reply j video dara reply palu... So many many thanks 🥰🥰🥰🥰🥰🥰🥰 moja
😊😊😊😊😊🙏🙏🙏🙏🙏🙏🙏💕💕💕💕💕
Sai val lage video bur.best wishes thakil
Thankyou so much 💕🙏
Oti Hundor 😊❤️❤️bht val lage o apunalukor poribekh tu aru vdo br u bht vl lage
Thanks a lot
Apunar vdo bur sai emn vl lage....
💕💕🙏🙏🙏
বাইদেউ, কনমানি জনী বৰ মৰম লগা। আপোনাৰ সকলো বোৰ video আমি বহু আদৰৰে চাও। নমস্কাৰ গ্ৰহণ কৰিব, ইমন বৰুৱা...
বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো
আপোনাৰ ভিদিঅ বোৰ চাই সদায়েই মনটো ইমান ভাল লাগে ।আপোনাৰ লৰাই মাছ ধৰা দেখা পাই মোৰ লৰাইও মাছ ধৰিবলৈ যায়। অশেষ মৰম যাঁছিলো ❤️🥰😘
অশেষ ধন্যবাদ আপোনালৈও।
Xundor gaw dei ❤️ tazpur or pora morom jaselu 😘🥰✨ maina jone bor morom loga dei ❤️
Gaon kn xosake bhhtt dhuniya...ratipuwa video tu sai montu bujabo nuwaru kiba ata vl lagi gol
Okhekh dhanyawad apunaloi 🙏
Kot aase gaon khan jabo min jai.
Hi friend, please also support me, watch my videos 🙏🙏
@@amargaon3296 ❤❤❤❤❤❤😍😍😍😍😍🙏🙏🙏😘🤘🤘🤟🤟👍😂
◢💙◣ ◢💖◣
💙💙💙◣ ◢💖💖💖
◥💙💙💙💖💖💖◤
◥💙💙💖💖◤
◥💙💖◤
◥ ◤
🌒🌓🌔🌕🌖🌗🌘
🌙❤❤🌙❤❤🌙
❤💓💓❤💓💓❤
❤💓💓💓💓💓❤
🌙❤💓💓💓❤🌙
🌙🌙❤💓❤🌙🌙
🌙🌙🌙❤🌙🌙🌙
🌒🌓🌔🌕🌖🌗🌘
🌒🌓🌔🌕🌖🌗🌘
🌙❤❤🌙❤❤🌙
❤💓💓❤💓💓❤
❤💓💓💓💓💓❤
🌙❤💓💓💓❤🌙
🌙🌙❤💓❤🌙🌙
🌙🌙🌙❤🌙🌙🌙
🌒🌓🌔🌕🌖🌗🌘
⠀ 💝💝 💝💝
💝🍡🍡💝🍡🍡💝
💝🍡🍡🍡🍡🍡💝
💝 Miss you! 💝
💝🍡🍡🍡💝
💝🍡💝
💝