উন্নয়নৰ গংগাত উটি গ’ল নেতা-মন্ত্ৰীৰ দম্ভ-অহংকাৰ..মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 133

  • @lulalu6707
    @lulalu6707 2 місяці тому +1

    মাননীয় অসম গৈৰৱ 🙏নিতুমনি দা দা প্ৰতিদিন নিউজৰ জিন্দাবাদ ☝️ জয় আই অসম

  • @RamenKathar-zu5hy
    @RamenKathar-zu5hy 2 місяці тому +39

    আমাৰ মূখ্যমন্ত্ৰী অহংকাৰ কোনেও শেষ কৰিব পৰা নাছিল,সেই কাৰণে ভগৱানৰ আশীৰ্বাদত শিক্ষা দিছে মূখ্যমন্ত্ৰীৰ অহংকাৰক ।

    • @LovelyApron-jn2rd
      @LovelyApron-jn2rd 2 місяці тому +2

      Ll

    • @RajenKataki
      @RajenKataki Місяць тому

      😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮

  • @AssameseVoicestory-im5ym
    @AssameseVoicestory-im5ym 2 місяці тому +8

    এই বোৰ এতিয়া কৈ লাভ নাই।ভোট দিয়াৰ আগতে ভাবিৱ লাগে।

  • @DipulHazarika-f4w
    @DipulHazarika-f4w 2 місяці тому +5

    এই বোৰ বিবেক ভোটৰ ফল ভুগিছে গুৱাহাটী বাসি ৰাইজে ৷

  • @BastopDoly
    @BastopDoly 2 місяці тому +7

    বেয়া হোৱা নাই আৰু জিকাব আকৌ মামাক জিকাব আৰু পৰিবৰ্তন বিকাশ হ'ব গুৱাহাটী এইদৰেই উন্নতি কৰিব এইচৰকাৰে জিকাই থাকক জিকাই থাকক ধন্যবাদ

  • @khirodadas-rt9fe
    @khirodadas-rt9fe 2 місяці тому +9

    বিজুলী। কত ।মৰিল

  • @parthamahanta9151
    @parthamahanta9151 2 місяці тому +10

    "জল বিশেষজ্ঞ" অশোক শিয়ালক লেংটা কৰি পিটি খেদিব হ'ল

  • @debadutta4066
    @debadutta4066 2 місяці тому +3

    নিলজ্জ আমিবোৰ চব পাহৰি আকৌ ভোট বিজেপি ত এই দিব কিন্তু হায় ৰে শিক্ষিত মহানগৰ বাসী ৰাইজ 😮

  • @binudas8708
    @binudas8708 2 місяці тому +4

    মোৰ ঘৰৰ সমস্যা আনে কেনেকৈ জানিব। গতিকে অসমৰ সমস্যা বিহাৰৰ বিহাৰিয়ে কেনেকৈ জানিব। নিজৰ ভৰিত নিজে কুঠাৰ মাৰি এই ফল পাইছে।

  • @DilipGogoi-x2h
    @DilipGogoi-x2h 2 місяці тому +14

    গুৱাহাটীৰ জনতা মূৰ্খ শেষত বিজেপিকে ভোট দিব

    • @nityanahardeka2514
      @nityanahardeka2514 2 місяці тому

      Thikei koixa....hekhot goi Guwahati jonota ye nijor bibek buddhi bixar hklu bikri kori BJP kei vote dbo hei2 krne ane obostha hoi ase ru hoi thkibo

  • @saratkalita7685
    @saratkalita7685 2 місяці тому +33

    বিজুলী কলিতা মেধি এতিয়া কত আছে

    • @njyotinjyoti7541
      @njyotinjyoti7541 2 місяці тому

      বিজুলী কলিতাক মামাই জিকাইছে গতিকে মামাইহে মাত মাতিব নহয় আৰু এই বহিৰাগত বনিয়াক এটাক মন্ত্ৰী পাতিছে বান নিয়ন্ত্ৰণ,নিলাজ অসমিয়া।

    • @HappyKnittingYarn-wx1pw
      @HappyKnittingYarn-wx1pw 2 місяці тому +2

      কিয় বৰষুণ দিবলৈ ওপৰত দেখা নাই জানু চেলেক চেলেক গুৰুম !

  • @janardanbora2803
    @janardanbora2803 2 місяці тому +22

    আমাৰ মুখ্যমন্ত্ৰীয়ে হিন্দু মুছলিমক লৈ যিমান গুৰুত্ব দিয়ে এইবোৰত কৈ যদি বান পানিক লৈ দিয়া হলে গুৱাহাটী মহানগৰীৰ এই অৱস্থা হবলৈ নাপাই

  • @bhaskarhazarika4429
    @bhaskarhazarika4429 2 місяці тому +9

    পগলা দেশ পগলা নেতা পগলা জনসাধাৰণ।পগলা

  • @surenbarman6008
    @surenbarman6008 2 місяці тому +1

    তাতকৈ নকয় কিয় যে ইয়াত তৃতীয় শক্তিৰ হাত আছে।

  • @Kanishkadaimary-j5f
    @Kanishkadaimary-j5f 2 місяці тому

    জয় শ্ৰীৰাম। ভাৰত মাতা কি জয়।

  • @Jesika-go6os
    @Jesika-go6os 2 місяці тому +1

    তহঁতি adinote বহুত kosto পালি আমি tini mahe panit dubi thakur kunu খবৰ lowta nai

  • @janardanbora2803
    @janardanbora2803 2 місяці тому +37

    বিজেপি চোৱা ছেলেকা বোৰে লাজ পায় এইবোৰ নিউজ দিলে 😅😅😅

    • @PronabMorang
      @PronabMorang 2 місяці тому +1

      Good 5:18 5:18 5:18 5:18

  • @KarunakantaHaloi
    @KarunakantaHaloi 2 місяці тому +1

    গুৱাহাটীবাসীক পকাবেল বুলি ভাবিছে চৰকাৰে

  • @mdbipulahmed
    @mdbipulahmed 2 місяці тому +15

    গুৱাহাটিৰ সংসদ বিজুলী মেধীগৰাকী কত হেৰাল বা?

  • @rbngaming7335
    @rbngaming7335 2 місяці тому +3

    এনে বক্তব্য দুভাগ্যজনক ৷ এনে অদক্ষ মন্ত্ৰীৰ পৰা ৰাইজে কি আশা কি আশা কৰিব ৷

  • @HappyKnittingYarn-wx1pw
    @HappyKnittingYarn-wx1pw 2 місяці тому +4

    অন্ধভক্তবৃন্দ কিবা এষাৰ বোলক ।

  • @jinaramdas3166
    @jinaramdas3166 2 місяці тому

    গুৱাহাটীৰ এই অবস্থা গুৱাহাটী বাসী নিজে সৃষ্টি কৰিছে। তাৰোপৰি যি কাৰক সমূহ দেখিলোঁ সেই বোৰ অধ্যয়ন কৰি ৰাজহুৱা বক্তব্য কৰা উচিত।নলা নৰ্মদা বন্ধ কৰি ঘৰ কোনে সাজিছে , সেই সকলে নহয় নেকি?

  • @seutibhuyan
    @seutibhuyan 2 місяці тому +2

    বিজুলী আহোঁতেই এইগতি ধেৰেকনি আহিলে কিহব

  • @janardanbora2803
    @janardanbora2803 2 місяці тому +32

    অসম উন্নয়নৰ দিশে গুৱাহাটীৰ সাংসদ গৰাকী কত আছে গৈ হয় অলপ চিন্তা কৰক গুৱাহাটী ৰাইজ 2026চনত এইখন চৰকাৰক বহাই দিয়ক সকলো ঠিক হৈ যাব

  • @SatishDaimary-wg6sl
    @SatishDaimary-wg6sl 2 місяці тому +2

    ৫০ ৬০ বছৰ গুৱাহাটীত বসবাহ কৰি আছে গুৱাহাটীৰ ৰাজপথত কি কাৰণত কৃত্ৰিম বান পানী কিয় হয় সেই বিষয়ে এতিয়াও বুজি নাপালে আচৰিত লাগে ৷বেছি ভাগেই নতুনকৈ গুৱাহাটীত বসবাস কৰি আছে ৷সাংবাদিক সকলতো কালিৰ ৷মই ৭০ চনৰ পৰাই গুৱাহাটীত অহা যোৱা কৰি আছো ৷আগৰ গুৱাহাটী আৰু আজিৰ গুৱাহাটী আকাশ পাতাল পাৰ্থক্য ৷আগতে পথাৰ পিতনি বিল যথেষ্ট আছিল ৷বহুতেই জানে অপ্সৰা চিনেমা হল খানাপাৰা বিৰুবাৰী এই অঞ্চল কি আছিল ৷উধাই মুধাই ঘৰ অট্টালিকা অভাৰ ব্ৰীজ কোনো চিন্তা চৰ্চা নৰাকৈ বন্ধাৰ ফল ৷ইয়াত অকল চৰকাৰ নহয় জনসাধাৰণৰও দোষ আছে ৷পাপৰ ফল সকলোৱে গাওঁ এৰি টাউন মুখি হোৱাৰ ৷

  • @aftabahmed-cx5qp
    @aftabahmed-cx5qp 2 місяці тому

    Atia panir bhag bhag korile sir apunak Dhoyandobad jonalu 🙏🙏

  • @peguko9534
    @peguko9534 2 місяці тому +7

    অলগদ্দ মন্ত্ৰী এইজন

  • @rrchannel8812
    @rrchannel8812 2 місяці тому +15

    মুচলমানৰ কাৰনে হৈছে , সকলো মানুহ হিন্দু হোৱা হ'লে পানী নহ'ল হয় । এই বোৰ দেখি দেখি কিবা আমনি লাগিছে আৰু। লেতেৰা ৰাজনীতি ।

  • @nujrulHoque-yb1hf
    @nujrulHoque-yb1hf 2 місяці тому +6

    মাএ 1/2 ঘণ্টা বৰষুণ হোৱাৰ ফলত ৰুক্মিণী নগৰত মই নিজে 7 ঘণ্টা গাড়ীৰ ভিতৰত ফাছি আছিলো

  • @rambalram2610
    @rambalram2610 2 місяці тому +7

    অসমৰ ইঞ্জিনিয়াৰ কীটা পইছা মাৰিবলৈ কে জন্ম লৈছে... মানে চৰকাৰী চাকৰি কৰা কেইটা...😮😮😮 ইঞ্জিনিয়ৰ বুলি গুপতে গঙ্গাটোপ... কিন্তু আচলতে চোৰ...!!! ইহঁতৰ চবৰে ঘৰত তলাচি হওঁক... চুৰ বোৰ চাল্লা 😮😮😮😮 কাৰ আৰ্শীবাদত ইহঁতে চোৰ কৰিবলৈ সাহস পাই.....????

  • @KarunaGogoi-ur1uw
    @KarunaGogoi-ur1uw 2 місяці тому

    Khatniar sir namaskàr

  • @pradipborborua4398
    @pradipborborua4398 2 місяці тому

    100 mm বৰষুণ হলেই চিটিবাছৰ সলনি motor boat চলোৱাৰ ব্যৱস্থা কৰিব লাগে।

  • @nirmalhazarika
    @nirmalhazarika 2 місяці тому

    অশোক সিংহালক কোনে গুৱাহাটীখন গটাই দিছে ? গুৱাহাটীৰ উন্নয়নৰ নামত থলুৱাক যতে ততে উচ্চেদ কৰি শাৰি শাৰি 😊ফ্লেট সাজিবলৈ অশোক সিংহালৰ পুত্ৰক কোনে অনুমোদন দিয়ে ?

  • @seutibhuyan
    @seutibhuyan 2 місяці тому

    এইজন পানী পৰুৱা নেকি পানীলৈথে লি diok

  • @DulalSaikia-v4y
    @DulalSaikia-v4y 2 місяці тому +1

    পনীয়া বস্তু কোন ফালে গতি কৰে বাহিৰৰ পানী বুলি কোৱা জনে জনা উচিত ।

  • @daizee4510
    @daizee4510 2 місяці тому +16

    গুৱাহাটী বাসিন্দা Over Smart সেয়েহে সংসদত নিমাতী সকলক নিৰ্বাচনত ভোট দিয়ে ৷ সেয়েহে এইটো গুৱাহাটীবাসীৰ প্ৰাপ্য ৷

  • @arunjyotigogoi6390
    @arunjyotigogoi6390 2 місяці тому

    গৌৰব গগৈ চি.এম হলে সকলো থিক হৈ যাব.অনা অসমীয়াই অসমীয়া থকা অসম develop কৰিব বুলি কেনেকৈ ভাবিছে বাৰু ?

  • @rafikulali4396
    @rafikulali4396 2 місяці тому +1

    স্থানীয় লোক সকল এদিন ইফালে এদিন সিফালে

  • @bijitboro5117
    @bijitboro5117 2 місяці тому +4

    My best and better reporter mr nitumoni Saikia da

  • @NibaranDutta-gm6pn
    @NibaranDutta-gm6pn 2 місяці тому +1

    চিংহলৰ চুলি খিনি গুৱাহাটীৰ এৰি গফ খিনি বিহাৰৰ

  • @FazlulRahman-q3z
    @FazlulRahman-q3z 2 місяці тому +1

    Aibilak banpani miya muslimor karone hoise

  • @achyutbora7746
    @achyutbora7746 2 місяці тому +2

    Vote to last t BJP ke dibo

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp 2 місяці тому

    ইমান টকা পাইও কি কৰিছে আৰু এই বিষয়ে এখেতমকলে কত লুকাই আছিল।

  • @BirenendraNathBarman-uk8bu
    @BirenendraNathBarman-uk8bu 2 місяці тому

    Asok singhal বেপাৰী

  • @Ronyz.AS14
    @Ronyz.AS14 2 місяці тому +6

    Aru dia BJP vote
    CM ahe banpani t reels bonab lge atia.

  • @anjumonigogoi5227
    @anjumonigogoi5227 2 місяці тому +8

    Fly over bonale poisa lutar hunali hujug pai

  • @pranabbaruah7687
    @pranabbaruah7687 2 місяці тому +3

    ব্ৰহ্মপুত্ৰৰ বুকু গুৱাহাটীৰ কাষত খান্দি দিয়াৰ ব্যৱস্থা কৰক।মানুহ একেখিনি,BJP আৰু কংগ্ৰেছ বুলি কোনো কথা নাই।

  • @navajitkhound1900
    @navajitkhound1900 2 місяці тому

    500toka loi meeting t gole enekuwa e hobo

  • @rambalram2610
    @rambalram2610 2 місяці тому +11

    দক্ষ মন্ত্ৰীয়ে এই বিলাক সৰু সৰু কাম নকৰে নহয়....😢😢😢 তেওঁ লোকে বিশ্ব ৰেকৰ্ড বিশ্ব অভিলেখ বনাই.... 😮😮😮 দক্ষ দক্ষ বুলি মানুহৰ কান পকাই দিলে... এতিয়া বোলে পগলা কুকুৰ...😮😮😢😢😢😢😢

  • @manasheemoral8528
    @manasheemoral8528 2 місяці тому

    More power to you sir ❤

  • @hunborgogoi3695
    @hunborgogoi3695 2 місяці тому

    নাও বুৰি তল গলেও এই সকল চাঙৰ পৰা নানামে ।

  • @manuranjan_deuri08
    @manuranjan_deuri08 2 місяці тому +1

    This happened when there is full of incapable Minister in state.

  • @sayednozibullah1094
    @sayednozibullah1094 2 місяці тому

    Councilr sahab development is a continuous process najano ,laj nai tur.

  • @RinaGohain-en1pc
    @RinaGohain-en1pc 2 місяці тому +1

    Bijuli bortoman daworor anrot

  • @akhilgoswami1140
    @akhilgoswami1140 2 місяці тому

    Pagal and hopeless ,,,,,,,,,,,

  • @MunBorah-q6d
    @MunBorah-q6d 2 місяці тому

    Kaam nai ....2026 AGM pabo

  • @NiponSaikia-xt7wq
    @NiponSaikia-xt7wq 2 місяці тому

    Nitumoni da umar montibilakor kothabilak hunile kiba hahi he uthe

  • @songitaborabora1381
    @songitaborabora1381 2 місяці тому

    Pore btton

  • @MUKUNDADUTTA-m8y
    @MUKUNDADUTTA-m8y 2 місяці тому

    Niyom mafik abhimot anushthan. Responsible manuh bilak k matok. Aikeijone jiman siyonri thakileo lav nai

  • @janardanbora2803
    @janardanbora2803 2 місяці тому +16

    এইবোৰ অৰ্থ নাইকীয়া মন্ত্ৰী মদ খাই আছিল চাগে

  • @pkvlogs1406
    @pkvlogs1406 2 місяці тому

    তিনপাতৰে চালি দিব লাগে😅

  • @abdulsahad8615
    @abdulsahad8615 2 місяці тому

    Amar montri kenekuwa? Gyanheen phangmora kotha koi raijok ki bujabo bicharise?

  • @ArchanaBordoloi-m5b
    @ArchanaBordoloi-m5b 2 місяці тому

    Tahte khakh karili gutay akham Khan day😅😅😅😅

  • @anantamazumdar133
    @anantamazumdar133 2 місяці тому

    The Hon'ble as well as Much VOCAL & Powerfull CM, Dr. Himanta Viswa Sarma should totally dismantle Assam Unit of da NDRF and send to jail all da corrupted officers, employees of da GMC after conducting necessary enquery to da relevant topics related to flash floods of Greater Guwahati.

  • @SatyanathBoro
    @SatyanathBoro 2 місяці тому

    Comments bur pori bor las paisu.

  • @tarunborgohain1752
    @tarunborgohain1752 2 місяці тому

    "Ronga Pani, Boga Pani, Kola Pani" very laughing speech and like cows climbing on trees. At first there has been constructed many high, big apartments, malls, buildings, houses, hotels, offices etc etc and many more. People when costructs buildings, they never keeps place for drain. Seems small small drain. Buildings in some places are very conjusted. Peoples fells garbages from their houses, particularly at midnight on drains. So the flood system of Guwahati cannot be solved. We knew, once a time there was no flood in the city and also peoples are increasing in sufficient daily. No places.

  • @bisheswarborah4141
    @bisheswarborah4141 2 місяці тому +1

    Where is Bijuli Kalita Medhi, MP, Guwahati ?

  • @navajitkhound1900
    @navajitkhound1900 2 місяці тому

    project are for MLA, MINISTER COMMISSION and CONTRACTOR PROFIT

  • @alpanasharma4400
    @alpanasharma4400 2 місяці тому

    Raije pahori jai....election xomagoto....ami raije usit xidhanto loboloi hol....

  • @manasheemoral8528
    @manasheemoral8528 2 місяці тому

    Corrupted engineer buror karoneu stringent rule bonabo lage zero tolerance for corruption ..

  • @MukulHazarika-zi7yx
    @MukulHazarika-zi7yx 2 місяці тому +1

    Atori diok atori diok Kula Pani Ranga Pani ahise

  • @dhrupadnarayan
    @dhrupadnarayan 2 місяці тому

    Pahar kune katise xadhorn jonotai na sorkar e 😂😂😂

  • @bhubannortheast4615
    @bhubannortheast4615 2 місяці тому

    Educated montrie bhasan ayai

  • @kaberiborah3565
    @kaberiborah3565 2 місяці тому

    Urban flood of Guwahati can not be solved so easily. Blaming the Goverment will not serve any purpose. I am afraid more and more areas will be submerged in near future in Guwahati and other places of Assam. This is the unpleasant truth and reality.

  • @mahalakshmidps9993
    @mahalakshmidps9993 2 місяці тому +1

    Plz think in 2026 ...

  • @MrRongmon
    @MrRongmon 2 місяці тому

    beya lagise ghy manuhor babe

  • @SatyamevaJayate-hq4pn
    @SatyamevaJayate-hq4pn 2 місяці тому

    আৰু বহুতো আছে Protech ৰ Climate Change লৈ ৷ অলপ খবৰ লওঁক তেওঁৰ Department বোৰক৷ Assam Tender অলপ ছাবলৈ অনুৰুধ কৰা হল৷

  • @nikunjachoudhury2945
    @nikunjachoudhury2945 2 місяці тому

    Val kotha koli koka

  • @girishchtalukdar2574
    @girishchtalukdar2574 2 місяці тому

    Good classification. A new scientist come to Assam

  • @utpalboraa9484
    @utpalboraa9484 2 місяці тому

    kathare nahai bjp kamat lparichai

  • @montalukdar40
    @montalukdar40 2 місяці тому +1

    Bhogoban a aikhon sarkaror kam kaj .,unoti raijor agot dakhuai dela...ja raije sakhu khulok nahola bepod ahi sotal paisa... Raije a valdora sinta karak ....😢😢😢

  • @thelosthuman688
    @thelosthuman688 2 місяці тому

    Boniar jaat

  • @jeetajitdas8202
    @jeetajitdas8202 2 місяці тому

    Right

  • @gunakantabaruah6243
    @gunakantabaruah6243 2 місяці тому

    গুৱাহাটীৰ ভুমিভাগ ব্ৰহ্মপুত্ৰৰ জলপৃঠৰ পৰা নৰমেল অৱস্থাত কিমান মিটাৰ ওপৰত?জনালে ভাল পাম। যদি gradient ভাল কিয় ৰাষ্টাৰ তলেৰে পকী নৰ্দমাৰ পচতাব দিব নোৱাৰে নে? আমাৰ মাজত অভিযন্তা আছে। গতিকে পলম নকৰি বক্তব্য ৰখা দৰকাৰ। কিমান টকা লাগিব পাৰে বা কিমান সময়ত পানী উলাই যোৱা ক্ষিপ্ৰ হ'ব ক'ব লাগে। ৰাষ্টাৰ যাতায়তৰ বাধা নোহোৱাকৈ বহু চহৰৰপৰা পানী নিষ্কাষণ হয়। গুৱাহাটীৰ অতদিন এইদৰেই চলি আছে।

  • @janmonihazarika376
    @janmonihazarika376 2 місяці тому +1

    No thanks

  • @dibyajyotiborah8575
    @dibyajyotiborah8575 2 місяці тому

    Good job... kintu Ata kotha kou dei pratibarei monsoon time ot je coverage kore kio kharali aku question nokore....

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 2 місяці тому

    Aaia dekhun kola pani ai

  • @kutulu7.
    @kutulu7. 2 місяці тому

    Shameless

  • @ramendeka8162
    @ramendeka8162 2 місяці тому

    kono banpani solve koribo now are

  • @BikramBuragohain-d9f
    @BikramBuragohain-d9f 2 місяці тому

    Allop kom assa

  • @abulhussain3801
    @abulhussain3801 2 місяці тому

    Why it is happening again and again? The main reason behind these are that politician knows it well that public sentiment is very poor. After a few days public will forget all these and the politician will fool them again by their mellifluous speeches. Joy ho blind devotees.

  • @Ronyz.AS14
    @Ronyz.AS14 2 місяці тому

    Tex dib nlge.Govt Jatialoi kam nohoi

  • @id6808
    @id6808 2 місяці тому

    Swamp areas became luxurious appartments, what we got is newton's 3rd law.

  • @SantanuKumarOzah
    @SantanuKumarOzah 2 місяці тому

    Singhal ji nijor Labt test korisa

  • @BikramBuragohain-d9f
    @BikramBuragohain-d9f 2 місяці тому

    Tonga pani dam bassi

  • @purnaborah2910
    @purnaborah2910 2 місяці тому

    Bijuli kot

  • @HirakSarma-sx1cn
    @HirakSarma-sx1cn 2 місяці тому

    Singhaal sahab kobat industry r nalar usorot thake nki..Ami toh xoru r pora guwahati r baanpani r rong matiya rongr ee dekhi asu..teor ba kot bakh..Oxmia kolei aru sob oxomiya hoi najai na..miya bore jeneke oxomiya kolei buja jai..Thik ekei..

  • @santanubora4302
    @santanubora4302 2 місяці тому

    Bortoman kam nai kia mayor jonok otorai ejon responsible manuhok dibo lage.

  • @Mintuahmed-b4h
    @Mintuahmed-b4h 2 місяці тому

    10 dinot ban homessa nay Kiya korim

  • @NitulvlogAssam
    @NitulvlogAssam 2 місяці тому

    Police prosakhon ase comarsel garir kunu warning nidiyke photo mari fain Katibor karane ase