Assamese Podcast | Dhiru Moni Gogoi | নিষিদ্ধ যোদ্ধা Untold stories ~Hidden Chapters~Lady Guerrilla

Поділитися
Вставка
  • Опубліковано 27 лис 2024

КОМЕНТАРІ • 34

  • @pranjaldas5402
    @pranjaldas5402 Рік тому +4

    সংবাদ জগতৰ বৰ্তমান তেনেই চিনাকী নাম....ধীৰুমনি গগৈ| সুন্দৰ সাতক্ষাতকাৰ

  • @ManjitKalita-c7h
    @ManjitKalita-c7h Рік тому +7

    এটা সময়ত সেনা বাহিনীৰ লোকসকল বৰ অত্যাচাৰী আছিল।

  • @prasannabora7644
    @prasannabora7644 3 місяці тому

    জয় আই অসম ❤

  • @manoranjankalitasvedio3356
    @manoranjankalitasvedio3356 Рік тому +5

    আপোনাৰ এই অৱদান অসমীয়া জাতিৰ বাবেই অপৰিসীম ৷ অলিখিত বুৰঞ্জীৰ সমল ৷

  • @Your-Lover
    @Your-Lover Рік тому +6

    গোটেই তিনিখন কিতাপ পঢ়িছোঁ ।
    চতুৰ্থখনৰ বাবে অপেক্ষাত আছোঁ ।

  • @pabitraprandutta2497
    @pabitraprandutta2497 4 місяці тому +1

    সঁচা অসমীয়াৰ বাবে এই খন অসম ❤আৰু অসমীয়াই সদায় জিয়াই ৰাখিব ❤🙏

  • @James-fn6lt
    @James-fn6lt Рік тому +5

    ক্ৰিপ্টোকাৰেন্সী আৰু এনএফটিয়ে অদূৰ ভৱিষ্যতে বেংকিং ব্যৱস্থাক আউটস্মাৰ্ট কৰি বিশ্বব্যাপী ফিয়েট হিচাপে কাম কৰিব। ইতিমধ্যে মোৰ বৰ্তমানৰ বিনিয়োগৰ পৰা ৮৫% তকৈ অধিক লাভ কৰিছো

    • @jihanwu786
      @jihanwu786 Рік тому

      'মোৰ পূৰ্বৰ লাভ উলিওৱাৰ বিনিয়োগ মিষ্টাৰ পল টিউডাৰ জোনছৰ সৈতে আছিল ১৮২০০ ডলাৰৰ ওপৰত আৰু ই এতিয়াও উচ্চ গণনা কৰি আছে

    • @brianarmstrong507
      @brianarmstrong507 Рік тому

      ইয়াতো একেই, মই সপ্তাহত ১৩ হাজাৰ ডলাৰ উপাৰ্জন কৰো। ভগৱানে পল টিউডাৰ জোনছক আশীৰ্বাদ কৰক, তেওঁ মোৰ পৰিয়ালৰ বাবে আশীৰ্বাদ হৈ আহিছে।

    • @Nurul-xf6lu
      @Nurul-xf6lu Рік тому

      মিষ্টাৰ পল টিউডাৰ জ’নৰ সৈতে বিনিয়োগৰ বিষয়ে বহুত শুনিছো আৰু তেওঁ কিমান ভাল, অনুগ্ৰহ কৰি লাভ কিমান নিৰাপদ আছিল?

    • @caitlinlong144
      @caitlinlong144 Рік тому

      মোৰ বাবে মই তেওঁৰ সৈতে এবছৰ চাৰি মাহ ধৰি কাম কৰি আছো। আৰু মই মোৰ লাভ পাই আহিছো মোৰ বাবে লেজিট যেন লাগে।

    • @Kwon-ry6bx
      @Kwon-ry6bx Рік тому

      Woooo সেই মানুহজন তেওঁৰ ভাল কাম সকলোতে হৈছে। কেইবাটাও ঠাইত তেওঁৰ বিষয়ে বহুত ভাল মন্তব্য দেখি আহিছো। তেওঁৰ লগত বিনিয়োগ কৰি মই অধিক আত্মবিশ্বাসী অনুভৱ কৰো, মই ট্ৰেইনত থকা দুসপ্তাহতকৈও অধিক হ'ল...জীৱনৰ বাবে শ্ৰেষ্ঠ ব্ৰোকাৰ।

  • @Manab757
    @Manab757 Рік тому +4

    ভাল লাগে যেতিয়া তেওঁ কথা কোনোবাই কই ❤

  • @himangshusaikia5281
    @himangshusaikia5281 Рік тому

    Sai asu dei

  • @Arabinda931
    @Arabinda931 Рік тому +5

    ভুটানৰ পৰা ওলাই অহা দলটোত মোৰ দাদা ও আছিলে। তিনি বছৰ কাৰাবাস বৰণ কৰি ওলাই আহি আকৌ সংগঠনলৈ উভতি গৈছিল। এতিয়া অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত যুদ্ধ বিৰতি গোটত আছে।

  • @Manab757
    @Manab757 Рік тому

    ধন্যবাদ দাদা❤

  • @ManjitKalita-c7h
    @ManjitKalita-c7h Рік тому

    বৰ ভাল লাগে কিতাপ

  • @RoyalBrahmaputra
    @RoyalBrahmaputra Рік тому +2

    চাই আছো দেই

    • @prasangik
      @prasangik  Рік тому

      ধন্যবাদ 🙏

  • @pranjalbhuyan3210
    @pranjalbhuyan3210 Рік тому +1

    লাখুটিপোতা বিলৰ কাষত সৎকাৰ কৰিছিল। নাহৰকটীয়া চহৰৰ পৰা প্ৰায় 6 km দূৰত থকা কলিয়াপানী বৰবামত প্ৰথম শ্বহীদ মহিলা আলফা নেত্ৰী গৰাকীক অন্তিম সৎকাৰ কৰাৰ সময়ত হিৰক জ্যোতি মহন্তও আহিছিল

  • @prasannabora7644
    @prasannabora7644 3 місяці тому +1

    Kotha ata hudhu ..beya napabo......Eman dukh jonok kothat Holag loute Mukhot je hahi apunar ???? Gogoi Dangoria i tu kotha khini koute hahi thoka nai ....apuni kio. Hahi ase

  • @pradyutjal9772
    @pradyutjal9772 Рік тому +2

    কিতাপ কেই খন পঢ়িব পৰা নাই,,face book ট লেখা বিলাক পঢ়িছোঁ

    • @dhirumonigogoi2368
      @dhirumonigogoi2368 Рік тому

      আপুনি মোৰ ফেচবুক একাউণ্টত সোমাই মেছেঞ্জাৰত মেছেজ এটা দিবছোন।

  • @ManjitKalita-c7h
    @ManjitKalita-c7h Рік тому +1

    দাদা আপোনাৰ নম্বৰ টু দিব নেকি।

  • @dimphucopy4344
    @dimphucopy4344 Рік тому

    কাৰ কথা