Naginir Amrit Dongkhan.... 2022..2023
Вставка
- Опубліковано 6 жов 2024
- Theatre name.. Kahinoor Theatre
Drama name.. Naginir Amrit Dongkhan
Director ... Kishore Tahbilder
Writer... Kishore Tahbilder
Acting.... Siddhanta, Ankita, Krishmoni, dulumoni deka, Girija Mahanta, Rajshree ect
বহুত ধুনীয়া লাগিল নাটক খন চাই বিষ্ণুপ্ৰিয়া খন কেতিয়া দিব ..
😊😊😊😊😊😊😊😊😊😊
থিয়েটাৰ প্ৰেমী💚 কোন কোন আছে.....কমেন্ট কৰিব।
মই
Moi moi moi
Moi❤
Moi
Moi
বৰ সুন্দৰ নাটক এখন চাবলৈ পালো । কহিনুৰ থিয়েটাৰৰ জয়যাত্ৰা অখুণ্ণ থাকক
Agote soa nasila nki
Thanks for uploaded ❤️ কহিনুৰ থিয়েটাৰৰ প্ৰযোজক পৰিচালক ৰ লগতে প্ৰতিগৰাকী শিল্পী কলা-কৌশলী কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ ❤️... সচাঁ অৰ্থত এখন সাংঘাতিক সুন্দৰ নাটক❤️❤️.. আগলৈ আৰু ভাল ভাল নাট পাম বুলি আশা ৰাখিলোঁ.... কহিনুৰ থিয়েটাৰৰ জয়যাত্ৰা অমৰ হৈ উঠক .. জয়তু কহিনুৰ থিয়েটাৰ...
Thank you ardhanari salu ❤ ❤ best drama aikhon salu bahut vl lagil next aru bishnu Priya dibo plz❤❤❤
জয়তু কহিনুৰ থিয়েটাৰ সঁচাকে বহুত ভাল লাগিল নাটক খন চায়😍😍😍😍😍😍😍
বৰ সুন্দৰ লাগিলে দেই ধন্যবাদ.
কহিনুৰ থিয়েটাৰৰ আগৰ নাটক বোৰ আপলোড কৰিবচোন---
আটাইকেই জনলৈ অশেষ ধন্যবাদ।
কহিনুৰ থিয়েটাৰৰ প্ৰযোজক পৰিচালক ৰ লগতে প্ৰতিগৰাকী শিল্পী কলা-কৌশলী কৰ্মকৰ্তালৈ অশেষ ধন্যবাদ
কহিনুৰ থিয়েটাৰৰ আগৰ নাটক বোৰ আপলোড কৰিবচোন---
ৰাধা এবাৰ হাঁহি দে, ব্ৰেকিং নিউজ, অ' মই মুন্নাই কৈছোঁ, অনামিকা আজিও নুবুজিলো তোমাক, ৰাধাই নামানে বাধা, বেপৰুৱা প্ৰেম, দ্ৰৌপদীৰ বস্ত্ৰহৰণ, বৰষা যেতিয়া নামে....... এইকেইখন নাটক আপলোড কৰিবচোন।
Hoi aei hokolu bor natok sable aha krilu , br valpaw
বৰ সুন্দৰ লাগিলে দেই ধন্যবাদ ধন্যবাদ upload কৰাৰ বাবে
অন্তৰ চুই গল ইমান ধুনিয়া কাহানি❤️❤️❤️❤️❤️
নাটকৰ কাহিনীৰ পৰা শেষলৈকে বৰ ধুনীয়া finishing হৈছে,,,
Agoloi u Chanel tut natok bur di jbo buli akha korilu
Bohut bohut bohut bhalagise hobhinoy bur hundor hobhinoy sai dokhu Pani hulai goise
অন্তৰ চুই যোৱা কাহিনী।বহুত ভাল লাগিল।
Bohut val lgil sai...baki agor natok bur o dibo sun.. specially radha ebar hahi de natok khn dibo sun parile 🙏
বহুত বহুত ভাল লাগিছে ❤❤❤
বেদেৰ মেয়ে জোসনা নামৰ এখন বেংগলী চলচ্চিত্ৰৰ পৰা এই কাহিনীটো লোৱা হৈছে। চিনেমা খন বহুত আগতে চাইছিলো DVD কেছডত। মূল কাহিনীটো একেই আছে মাথো দুই এটা দৃশ্য সাল সলনি কৰিছে। যি কি নহওঁক বহু দিনৰ মূৰত চিনেমাখন আকৌ নাটকৰ ৰূপত চাই ভাল লাগিল।
Bahut Val lagil natokkhan cai.xakalore avinoy moja hoise
বহুত সুন্দৰ লাগিব কহিনুৰ থিয়েটাৰ নাটক চাই ❤❤❤👌🏻👌🏻👌🏻👌🏻👌🏻bhaswati Bezbaruah
সুন্দৰ কাহিনী বহুত ভাল লাগিল আপোনালোক আগুৱাই যাওক❤❤❤❤
বহুত ভাল লাগিল ।আৰু মাজে মাজে বহুত দুখ লাগিল। অন্তৰ চুই যোৱা কাহিনী।
😊
বহুত বহুত বহুত ভাল লাগিল এইয়া হয়টো শব্দৰে প্ৰকাশ কৰিব নোৱাৰিম নুবুজিব
খুউব ভাল লাগিল ।
Natok premi moi ahi golu... theater buli kolei mon pogola hoi jai
Hosakoi bohut hundor natok...
Bisnupriya natok khono dibosun......
বৰ সুন্দৰকৈ বনাইছে।আটাইকেই জনলৈ অশেষ ধন্যবাদ।
বহুত ভাল লাগিল নাটক খন চাই
কিছুমান দৃশ্যত চঁকু পানী উলাই গ'ল। এই নাটক খনে বহুত শিক্ষাই দি গ'ল😢😭😭😭।
হয় দেই
@@borahkaliabor413 u
Bhut bhut dhonabade natok khon diya babe
Great job tapan lahakar da
Val lagil de
Val lagil aji natak khon sai
Mjja👍👍👍👍👍.... Sdai anke aguwai jwa...aru anke ntk sab pam buli akha thkil...👍👍👍👍👍
বহু ত ভাল লগিল
বহুত ভাল লাগিল
ভাল লাগিল চাই
Surjya theatre tejyaputra natok xn miss kru jodi upload dile hoi kiman xukhi holu hoi
Salu, ekhon ogotanugotik natok. Bohu dinor murot val natok ekhon salu.
Sundor natok
No copyright.... চাই ভাল লাগিল বহুত।
Bhut val lagile
Bhut val lagil sai aru duk lagil
Mojja mojja mojja
Romantic seen is very very amazing
Bohut val lagil ... Thank you kahinur theatre..
from Thailand
Sundor ovinoy
Bor hundar lagil sai kahinur theateror hamuh kola kokhaliloi akheh dhoynyabad thakil.natokr porisalok mohudayoloi okhek dhynyabad.
Bht besi vl lagil
খুব সুন্দৰ নাটক । নলবাৰী ৰাসত নথকা বাবে চাব পৰা নাছিলোঁ
Bohut val lagil, dukhu lagil❤
নাটক খন চাই সচা বহত ভাল লাগিল।
Perfect hoise
Thank you so much........And Ai natok khonor gan to upload koribo.......
Ardhonari jonor acting bahut Val lage mur
MADAM ANKITA SAIKIA PRANAM
Bohut val lagile ❤❤❤
বৰ ভাল লাগিল চাই
বৰ ভাল লাগিল নাটকখন
ৰাধা এবাৰ হাঁহি দে নাটক খন দিবচোন
এদিন তুমি আহিবা আৰু হিয়াত এপাহি গোলাপ । এই দুখনো দিবচোন। তপন দা আছিলে।
Nice❤
Moja lagise Sai ❤❤❤
ভাল লাগিল
Val lagil
Bohut bohut dhaynoba ❤❤❤❤
Val lagil sai
bahut bhal lagil
Bahut dhuniya
বহুত ভাল লাগিল দেই।
খুব সুন্দৰ
Bohut bohut val lagil
"ৰাধা এবাৰ হাঁহি দে" নাটক খন দিবচোন 🙏
চাই ভাল লাগিল
Eihon natok saisilu Kharghuli t
ৰাধা এবাৰ হাহি দে
Lage
Bohut dhunia natok.
1st comment from Japan
Bahut vl lagel
Bhut vl lgise
1 st comment from dubai
A moja Dubai pala theatre khn
বুজি পাইছা ন...
😂hoi ne
বৰ ভাল লাগিলও
Hoi dai
🥰বহুত বহুত ভাল লাগিলে চাই ❤️
Thank you upload kora babe. Thanks tapan da.
বৰ সুন্দৰ নাটক
Nice Natok from Delhi
বহুত ভাল লাগিল চাই নাট খন চাই
Mojja lagise de
বহুত বঢ়িয়া
২০০৯ চনৰ অসীমত যাৰ হেৰাল সীমা উপন্যাসৰ আধাৰত ৰচিত নাটকখন আপলোড কৰিবচোন আছে যদি
Thank you for uploading
Love from California
Last comment from Nepal
Bohut val lagil 💕
Bohut dhuniya lagise❤
Mja
এখন সৰ্বাংগ সুন্দৰ নাটক ❤
Bhut vl lgil nije nije soku paani olai gol 😢
Owww so super ♥️♥️♥️
সুন্দৰ নাটক ❤❤❤❤😂
Hyderabad para sai aso val lagil