Adiyogi//Har har Mahadev 2//Dhanti Das//Official Released//New Assamese Shivaratri Special song 2022

Поділитися
Вставка
  • Опубліковано 22 жов 2024
  • Copyright Reserves Don't upload illegally.
    Dhanti Supumoni PRESENT.
    মা দেউতা আশীর্বাদ
    D'S.PRESENT
    Produced//Dhanti ,Papu
    Albam//har har Mahadev 2
    Song/ /Adiyogi 2022.
    Singer//Dhanti das.
    Tune//Dhanti .
    Lyrics//Papu das.Dhanti das.
    Music mix master//Palash Gogoi
    Recordist//Uddipta Gogoi (Zeero DB)
    Cover//Partha jit hira
    Artist//Dhanti. Papu.Asadur.babu
    VIdeo//Nilim nishant
    Cinematography//Nagen baishya
    Drone//Hrishikesh BORUAH
    Make Up//Bhrigu kalita
    Editing//Manas kashyap
    Special thanks
    Supumoni das(Love)
    Langkeshor das(koka)
    Umesh das (Papa)
    Jayamai das (Maa)
    Papu das (Brother)
    Baby hazrika (Sister)
    Pompi das
    Aparajita das
    Prasanta hazrika
    Rahul nath.
    Papori Gogoi.
    Manas Jyoti Baruah
    Himadri dutta
    Momi
    Follow 👇
    For Live Booking
    9365526893
    9864912826
    7002026967
    Dhanti Das Official UA-cam 👇
    / @dhantidasofficial6252
    Dhanti Das official Facebook page👇
    fb.watch/bjgDI...
    Dhanti Das official Facebook 👇
    / dhanti.das.9083
    Dhanti Dad Official Instagram 👇
    www.instagram....
    Papu das official UA-cam👇
    / @papudasofficial5341
    Wynk: wynk.in/music/...
    Gaana: gaana.com/song...
    Instagram: / 535069935020321
    www.saavn.com/...
    www.saavn.com/...

КОМЕНТАРІ • 4,4 тис.

  • @pomdas3458
    @pomdas3458 2 роки тому +34

    পাপু দাদা আৰু ধান্তি দা তোমালোকক ভগৱানে কুশলে ৰাখক আৰু এনেকুৱা সুন্দৰ গীত উপহাৰ পাম বুলি আশা কৰিলো হৰ হৰ মহাদেৱ 🙏🙏🙏

  • @chintukumariti851
    @chintukumariti851 2 роки тому +78

    Asom r Hanshraj 🌟❤️🔥 .. কন্ঠ তোমাক মহাদেৱে দিছে ও 🙏🙏

    • @AnimakarmakarAnimakarmakar
      @AnimakarmakarAnimakarmakar Місяць тому

      76yi😊🎉4568uohkhubnjmnmnbvcxzasdffhhjklpoiuoiuytrewq12345679907😊😅😅😢🎉😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂😂❤❤

  • @SpicyAssameseProduction
    @SpicyAssameseProduction 2 роки тому +87

    বহুত ভাল লাগে তোমাৰ গান 🔥 2023 ত আকৌ এনেকুৱা ভাল গান এটা শুনিব পাম বুলি আশা থাকিল ... From Hengalpara, Darrang 💖

  • @RonjitBoruah-x3b
    @RonjitBoruah-x3b 8 місяців тому +20

    হৰ হৰ মহাদেৱ ❤❤❤😊😊😊

  • @GuruBora-uf2py
    @GuruBora-uf2py 7 місяців тому +20

    Moja moja bohut dhunia song 🙏🙏🙏🙏boom boom vole

  • @_mr_s_u_r_a_j_143_you_
    @_mr_s_u_r_a_j_143_you_ 8 місяців тому +21

    Har Har mahadev❤❤❤

  • @DebashisRajkhowa-n8c
    @DebashisRajkhowa-n8c 8 місяців тому +22

    Buhut dhunia lagil dada aunar mahadavor gan to har har mahadav 🙏🙏

  • @binoydas7274
    @binoydas7274 8 місяців тому +7

    Har har mahadev 🙏
    Om namah shivay 🙏

  • @minakshideka.9443
    @minakshideka.9443 2 роки тому +18

    Bohut xundor xongit xosakoi hridoy Sui goise anekua xongit bore xosakoi a xokti die deba dibor soronot bohut bohut pronam

  • @majulianamika3530
    @majulianamika3530 2 роки тому +26

    মহাদেৱৰ ভক্ত হিচাপে bhut মৰম dilu vidio tut. মাজুলী 😘😘😘😘

  • @mantubabu5073
    @mantubabu5073 Рік тому +5

    WT a amazing song Yogi sir ji 🥳🥳🥳🥳 om namah shivaya 🙏🙏🙏

  • @Mahadev_bhakta_2.0
    @Mahadev_bhakta_2.0 9 місяців тому +3

    Har har mahadev ❤️❤️🙏

  • @amritdas3398
    @amritdas3398 2 роки тому +157

    Dhanti da জুই বুলি কলো 🥰😍🔥🔥🔥🔥আৰু অলপ দীঘলীয়া হব লাগিছিল,
    🥰 যোৱা বছৰৰ মহাদেৱৰ গীত টিৰ দৰে এইটো সকলোৱে আদৰি লব,, সোনকালে মিলিয়নত যাব 😍 হৰ হৰ মহাদেৱ,
    গহপুৰৰ পৰা মৰম জাচিলো dhanti da ❣️❣️🌺

  • @dipudixitofficial4449
    @dipudixitofficial4449 2 роки тому +392

    প্ৰেম পূজাৰী তুমি জটাধাৰি
    কৈলাসপতি তুমি আদিযোগী🙏
    Very Nice ❤️

  • @ridiprobinsaikia8396
    @ridiprobinsaikia8396 2 роки тому +16

    আৰে ৱাহ..,এইটোওঁ hit মাৰিব আগৰটোৰ দৰে 👌👌👌

  • @binodkhireya1997
    @binodkhireya1997 7 місяців тому +4

    It's superb so beautiful

  • @sumandeySD
    @sumandeySD 2 роки тому +65

    ॐ নমঃ শিবায় 🙏
    খুব ভালো লেগেছে গানটি
    বাংলার লোক আসামী গান ভালোবাসে❤️

    • @AmirKhariya-x9k
      @AmirKhariya-x9k 5 місяців тому

      🌾❤❤❤❤❤❤❤❤❤❤❤🇮🇳🇮🇳🇮🇳🇮🇳

  • @PrasurjyaSaikia
    @PrasurjyaSaikia 2 роки тому +54

    ধুনীয়া হৈছে 😍😃😃

  • @prasantadas5439
    @prasantadas5439 2 роки тому +50

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্তি দা এনেকুৱা এটা গান আমাৰ মাজলৈ আগবঢ়াইছে ,তোমাৰ ভৱিষ্যত কামনা কৰিলোঁ ❤️🙏🙏🙏 Love from Bangalore ❤️🙏।

  • @BADANSAIKIA-ly2ro
    @BADANSAIKIA-ly2ro 4 місяці тому +13

    মজা হৈছে আৰু আগবাঢ়ি যোৱা har har Mahadev 🙏🙏🙏🙏🙏🙏🙏👍👍👍

  • @nipal16
    @nipal16 2 роки тому +85

    কি গাইছে আপুনি দাদা যিমান শুনিলেও শুনি থাকিব এ মন যায় 🙏🙏🙏🌟🌟✨

  • @t0lihdiu183
    @t0lihdiu183 2 роки тому +38

    🕉️🔱বহুত বহুত সুন্দৰ হৈছে ধত্নি দা। 🤗 ডিব্ৰুগড় ৰৰ পৰা মৰম যাচিলোঁ ।

    • @MarabiDas
      @MarabiDas 6 місяців тому

      ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😅😅😅😅😅😅😅😅😅😅🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😮😮😮😮❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😂❤❤❤❤❤❤❤❤❤❤❤❤😂😂😂😂😂❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @bitopanhazarika5903
    @bitopanhazarika5903 2 роки тому +198

    হৰ হৰ মহাদেৱ,ওম নমঃ শিৱায়
    গীতটিৰ কথা সুৰ সকলো অতি সুন্দৰ হৈছে❤️😍❤️

  • @SabitaKataki-d3y
    @SabitaKataki-d3y 7 місяців тому +1

    Hor hor mohadev ❤

  • @sundipborah3256
    @sundipborah3256 2 роки тому +37

    বহুত দিনৰ পাছত এটাই গান উলিওৱা। সেইটোৱেই ফালি দিয়া। মানুহ পাগল কৰি দিয়া আৰু।বহুত মৰম মোৰ ফালৰ পৰা😎❤️

  • @alltypesjadav3060
    @alltypesjadav3060 2 роки тому +52

    আগতিয়াকৈ শুভ শিৱৰাত্ৰি শুভেচ্ছা জনালোঁ।।।।⭐⭐👍

  • @alimuliassam6405
    @alimuliassam6405 2 роки тому +141

    অসমীয়া সংগীত জগতত আপোনাৰ এই সুন্দৰ গীতে খলকনি তুলিছে,সুন্দৰ কণ্ঠ আপোনাৰ, গীতৰ সুৰ আৰু বিষয় "পুৰুষ" ......
    ওম্ নামো শিৱায় 🌸🌸🌸🙏

  • @Dibyajyotiassam
    @Dibyajyotiassam 7 місяців тому +3

    Har Har Mahadev ❤🙏

  • @bpdcreation3350
    @bpdcreation3350 2 роки тому +16

    হৰ হৰ মহাদেৱ 🙏
    বহুত বহুত ভাল লাগিছে দাদা ❤️
    ডিব্ৰুগড়ৰ লাহোৱালৰ পৰা মৰম জাছিলো ❤️😍

  • @biswajitkalita7422
    @biswajitkalita7422 2 роки тому +53

    ধুনীয়া হৈছে ধন্তি দা , মাজুলীৰ পৰা বহুত বহুত মৰম যাচিলোঁ ❤

  • @rajashreesaikia-qf6hn
    @rajashreesaikia-qf6hn 7 місяців тому +10

    Om namah shivaya har har Mahadev 😊❤🙏🙏🙏☺️

  • @AninditaBorah12
    @AninditaBorah12 2 місяці тому +2

    হৰ হৰ মহাদেৱ শিৱ শক্তি প্ৰভু কৃপা কৰিবা 🙏🙏🙏🌎

  • @madhujyaborah2736
    @madhujyaborah2736 2 роки тому +218

    হাজাৰ বাৰ শুনিলেও আমনি নলগা গীতটো😌🤞ধন্যবাদ ধন্তি দা 🥰শিৱ ৰাত্ৰিৰ আগত আমাৰ মাজলৈ ইমান সুন্দৰ এটি গীত
    আগবহুৱাৰ বাবে☺️ জয় মহাদেৱ 🔱 ওম নম শিবায় 🙏

  • @himangshubhai585
    @himangshubhai585 2 роки тому +115

    তোমাৰ কণ্ঠত যাদু আছে, অন্তৰ চুই গৈছে গান টোৱে। Best of luck for your future। মহাদেৱ বাবা ই আশীৰ্বাদ কৰক।

  • @ankumanisarmah589
    @ankumanisarmah589 2 роки тому +24

    কাশ্মীৰৰ পৰাই অলেখ মৰম যাছিলোঁ তোমাক👌

  • @MerockTimung-jy7ze
    @MerockTimung-jy7ze 5 місяців тому +1

    Mojja ❤ dhanti da

  • @foujiloverboy2233
    @foujiloverboy2233 2 роки тому +8

    Aibar pise sivaratri hitt🔥🔥🔥🔥🙏

  • @Kanhak356
    @Kanhak356 2 роки тому +30

    Tmr voice akdom juiii broooooo
    শিৱৰাত্ৰিৰ শুভেচ্ছা জনালো 💞

  • @keshabbharali5822
    @keshabbharali5822 2 роки тому +9

    খুব সুন্দৰ হৈছে শিৱৰাএীৰ স্পেচিয়েল এই গীত টো.. আপোনালৈ অশেষ ধন্যবাদ শিৱৰাএীৰ আগমুহূর্তত এনেএতি গীত আমাক উপহাৰ দিয়াৰ বাবে... আগলৈকো এনে সুন্দৰ গীত আমাক উপহাৰ দিৱবুলি আশা ৰাশিলো ধন্যবাদ

  • @amitpatil5325
    @amitpatil5325 2 роки тому +42

    Har Har Mahadev 🙏❤️
    Love from maharashtra kolhapur 🚩

  • @nayonhazorika7914
    @nayonhazorika7914 2 роки тому +54

    "আপুনি এনেকোৱা মহাদেৱৰে গীত চাব চোন আপুনাৰ সুৰত আমি মোহি'ত হওঁ!!!!!

  • @funnymomentswithpranab7221
    @funnymomentswithpranab7221 2 роки тому +23

    Har har Mahadev om namah sivay 🙏🙏🙏🙏❤❤❤❤

  • @rijusharma4133
    @rijusharma4133 8 місяців тому +7

    Val lagisa❤❤❤

  • @khushinath-fc5bs
    @khushinath-fc5bs 8 місяців тому +6

    Dhanti Dada tumr git bor khuni bohut vll lagee xsyy bohut bohut vll lagee ❤

  • @mompyassamesevlog
    @mompyassamesevlog 2 роки тому +30

    হৰ হৰ মহাদেৱ🙏🙏💌💕
    বহুত ধুনীয়া কন্ঠ আপোনাৰ শুনিলে আমনি নালাগে বহুত বাৰ শুনিলোঁ।🎶
    শিৱৰাতিৰ সকলোকে শুভেচ্ছা জনালোঁ।💌

  • @alimuliassam6405
    @alimuliassam6405 2 роки тому +55

    A beautiful,elegant, richly, rhythmic, with sumptuous nomatopoeia and alliteration, grammatically well structured, tangue twisting Hindu Devotional Poetry ever written on God Shiva praising his eternal beauty and power... The Stotra written by a Rakshasa(demon-once-a Brahmin belonging to a great lineage of sages, but took the path of Adharm and became a demon) king Ravana, son of a great Rishi(sage/seer)Vishrava...Supposedly written tens of hundreds of thousands of your ago..
    The stotra's first 14 quatrains are in Panchachaamara(পঞ্চচামৰা) chhanda, which has 16 Varn's (syllables)per line, with Laghu(unstressed,short syllables)and Guru(stressed,long syllables)characters (syllables) alternatin.
    ৰাৱণবিৰচিতং শিৱতাণ্ডৱস্তোত্ৰম্ :-
    জটাটবী গলজ্বল প্ৰবাহপাবিতস্থলে গলেবলম্ব‍্য লম্বিতাং ভূজঙ্গ তুংগ মালিকাম্ ।
    ডমড্ড মড্ড ডমড্ড মড্ড মন্নিনাদ বড্ড মৰ্বয়ং চকাৰ চংড তাণ্ডম তনোতু নঃ শিৱঃ শিৱম্ ।।
    জটা কটাহ সংভ্ৰ ভ্ৰমন্নি লিংপ নিৰ্ঝৰী বিলোলবী চিবল্লৰী বিৰাজমান মুৰ্ধনি ।
    ধগদ্ধগদ্ধগজ্বলল্ললাটপট্টপাবকে কিশোৰচন্দ্ৰশেখৰে ৰতিঃ প্ৰতিক্ষণং মম্।।
    ধৰাধৰেন্দ্ৰ নন্দিনী বিলাসবন্ধুবন্ধুৰ স্ফুৰদ্দিগন্ত সন্ততি প্ৰমোদ মান মানসে ।
    কৃপা কটাক্ষ ধোৰণী নিৰুদ্ধ দুৰ্ধৰাপদি ক্বচিদ্দিগম্বৰে মনো বিনোদমেতু বস্তুণি।।
    জটা ভূজঙ্গ পিঙ্গলাস্ফুৰস্ফনা মণিপ্ৰভা কদম্ব কুমকুমদ্ৰব প্ৰলিপ্ত দিগ্বধূমুখে।
    মদান্ধ সিন্ধুৰ স্ফুৰত্ব গুত্তৰী যমেদুৰে মনো বিনোদমদ্ভুতং বিভৰ্তু ভূতভৰ্তৰি।।
    সহস্ৰ লোচন প্ৰভৃত‍্য শেষলে খশেখৰ প্ৰসুন ধূলিধোৰণী ৱিধু সৰাংঘ্ৰিপিঠভূঃ ।
    ভূজঙ্গ ৰাজমালয়া নিৰদ্ধ জাতজুটক শ্ৰিয়ৈ চিৰায় জায়তাং চকোৰ বন্ধু শেখৰং মহাকপালি সম্পদে শিৰোজটাল মস্তুনঃ।।
    কৰালভাল পট্টিকা ভগদ্ধগদ্ধগজ্জ্বলৎ ধনঞ্জয়াধৰীকৃত প্ৰচণ্ডপঞ্চসায়কে ।
    ধৰাধৰেন্দ্ৰনন্দিনী কুচাগ্ৰ চিত্ৰপত্ৰক প্ৰকল্পনৈকশিল্পিনি ত্ৰিলোচনে ৰতিৰ্মম।।
    নবীন মেঘমণ্ডলী নিৰুদ্ধ দুৰ্ধৰস্ফুৰৎ কহুনিশী থিনীতমঃ প্ৰৱন্ধ বন্ধুকন্ধৰঃ।
    নিলিমপনিৰ্ঝৰী ধৰস্তনোতূ কৃত্তি সিন্ধুৰঃ কলানিধানবন্ধুনঃ শ্ৰিয়ং জগদ্-ধুৰন্ধৰঃ।।
    প্ৰফুল্ল নীল পঙ্কজ প্ৰপঞ্চকালিমছটা বিলম্বি কণ্ঠ কন্দলী ৰুচিপ্ৰৱন্ধ কন্ধৰম ।
    স্মৰচ্ছিদং পুৰচ্ছিদং ভবচ্ছিদং মখচ্ছিদং
    গজচ্ছি দাংধ কচ্ছিদং তমন্ত কচ্ছিদং ভজে ।।
    অখৰ্বসৰ্ব মঙ্গলা কলাকদম্ব মঞ্জৰী ৰসপ্ৰবাহ মাধুৰী বিজৃংভণা মধুব্ৰতম্ ।
    স্মৰান্তকং পুৰান্তকং ভবান্তকং মখান্তকং গজান্তকান্ধ কান্তকং তমন্ত কান্তকং ভজে ।।
    জয়ত্বদ ভ্ৰবিভ্ৰম ভ্ৰমদ্ ভূজঙ্গমস্ফুৰত্ ধগৎ ধগৎ-দ্বি নিৰ্গমৎকৰালভাল হব‍্যবাট্ ।
    ধিমিদ্ধ মিদ্ধি মিদ্ধনন্মৃদং গতুং গমঙ্গল ধ্বনিক্ৰ মপ্ৰবৰ্তিত প্ৰচণ্ডতাণ্ডবঃ শিৱঃ ।।
    দ্ৰিষদ্ধিচিত্ৰতল্পয়োৰ্ভূ জঙ্গমাক্তিকস্ৰজো গৰিষ্ঠৰত্নলোষ্ঠয়োঃ সুহৃদ্ধিপক্ষপক্ষয়োঃ।
    ত্ৰনাৰবিন্দ্ৰ চক্ষুষোঃ প্ৰজামহি মহেন্দ্ৰয়োঃ সমং প্ৰবৰ্ত যন্মনঃ কদা সদাশিৱং ভজে ।।
    কদা নিলিংপনিৰ্ঝৰী নিকূঞ্জ কোটৰে বসন্ বিমুক্তিদুৰ্মতিঃ সদা শিৰঃ স্থমঞ্জলিংবহন্ ।
    বিমুক্তালোল-লোচনা ললাম ভাল লগ্নকঃ শিৱেতি মন্ত্ৰমুচ্চৰণ্ কদা সুখী ভবামহ‍্যম ।।
    ইমং হি নৃত্যমেবমুক্ত মুত্ত মোত্তমমং স্তবং পঠনস্মৰন্ধু বন্নৰো বিশুদ্ধি মেতি সন্তনম্ ।
    হৰে গুৰো সুভক্তিমাশু যাতি নান‍্যথা গতিং বিমোহনং হি দেহিনাং সুশংকৰস‍্য চিন্তনম্ ।।
    ।।পুজাবসানসময়ে দশবক্ৰগীতং য়ঃ শংভুপূজনমিদম্ পঠতি প্ৰদোষে.....তস‍্য স্থিৰাং ৰথগজেন্দ্ৰ তুৰংগযুক্তাং লক্ষ্মীং সদৈব সুমুখীং প্ৰদদাতি শংভূ।।
    ।।ইতি শ্ৰী ৰাবনঃ বিৰচিতং শিৱঃ তাণ্ডৱ স্তোত্ৰম্ সম্পূৰ্ণম্ ।।

    • @nekibarrahman1447
      @nekibarrahman1447 2 роки тому +1

      কিউ ইউলী কৰা এই হ I have হ্ন uyou h

  • @manalishadas2421
    @manalishadas2421 2 роки тому +8

    Omg ইমান ধুনীয়া লাগিছে দাদা গীতটো আৰু তুমি ইমান ধুনীয়াকৈ গাইছা গীতটো 👌👌❤🙏🙏🙏🙏❤❤❤❤
    হৰ হৰ মহাদেৱ 🙏❤❤❤❤

  • @krishnavlogs4909
    @krishnavlogs4909 2 роки тому +167

    ধুনীয়া হৈছে দাদা । মাথোঁ আগুৱাই যোৱা 🔥 লখিমপুৰৰ পৰা আপোনালৈ বহুত বহুত শুভেচ্ছা জনালোঁ । *জয় আই অসম* ✊

    • @assamrb........1182
      @assamrb........1182 2 роки тому +3

      Hi🕉️🕉️🕉️💋💋💋

    • @krishnavlogs4909
      @krishnavlogs4909 2 роки тому +2

      @@assamrb........1182 hlo

    • @deepvlog3796
      @deepvlog3796 2 роки тому

      L

    • @nipunanu2735
      @nipunanu2735 2 роки тому

      @@assamrb........1182 😀😃😄😏😣😕😛😔😛😔🙀😾💟💜❣️❣️🙀♥️💜💘💜♥️💘💞💓💗😿❤️🙀♥️🙀🖤🖤🖤💘🙀💘🖤💘❤️💛👹💚👹💚💚😿💘😾👹😾🤓😪🤬🌚🤬😤😷😫😫🥵😷😠😯😲⭐🌈🌈🐶🙊🌖🌓🐶🐯🦞🦐🐠🐠🦀🐠🐠🦀🦞🦟🐳

    • @mukeshdas6155
      @mukeshdas6155 2 роки тому

      @@deepvlog3796 ..
      ...

  • @indianhacker5188
    @indianhacker5188 2 роки тому +12

    100 bar hunilu🔊😍

  • @kuhibarman7975
    @kuhibarman7975 2 роки тому +43

    বহুত ধুনীয়া গীত গাই ধন্তি দাস এ 🥳 সঁচাকৈ আকৰ্ষণীয় কণ্ঠ তেখেতৰ 👌 আগলৈও বাবা শিৱৰ এই সুন্দৰ গীত বোৰ গাই যাব 👍❤️🥰

  • @AjayMudi-mz1bg
    @AjayMudi-mz1bg 2 місяці тому +1

    Har her Mahadev ❣️❣️

  • @joyshreebora3186
    @joyshreebora3186 2 роки тому +31

    অপেক্ষা অন্তত আকৌ এবাৰ ভাল লাগিল। Congratulations 💟💟💟💟💟

  • @alukjyotitipsvlog497
    @alukjyotitipsvlog497 2 роки тому +101

    বহুত ধুনীয়া হৈছে দাদা উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ , তিনিচুকীয়া পৰা মৰম যাচিলো জয় আই অসম ✊🇮🇳😘😘😘😘❤️❤️❤️👌😘😍

  • @dhantidasofficial6252
    @dhantidasofficial6252  2 роки тому +588

    ua-cam.com/video/4gHzeuTiy0s/v-deo.html
    সকলো অসমবাসী ৰাইজলৈ
    মহা শিৱৰাত্ৰি শুভেচ্ছা যাচিঁলো🙏।।
    আপোনালোকৰ মাজলৈ আগবঢ়াই দিছো
    ADIYOGI (আদিয়োগি 2022)
    HAR HAR MAHADEV 2 🔱
    গীতটি সকলো অসমবাসী ৰাইজে শুনিব আৰু মৰম দিব বুলি আশা ৰাখিলোঁ।।
    ধন্যবাদ🙏

    • @pranobprokashlahon7221
      @pranobprokashlahon7221 2 роки тому +6

      Apunaloi u upcomeing maha shivaratri hiya bhora ulog jasilu dhanti da love you love from shivasagar nazira

    • @mmvlog9111
      @mmvlog9111 2 роки тому +5

      ধন্যবাদ

    • @paporineog4028
      @paporineog4028 2 роки тому +5

      @@pranobprokashlahon7221 2maloiu thakil dada

    • @bhargovsharma1766
      @bhargovsharma1766 2 роки тому +1

      Har har mahadev jai sanatani jai hindu ,,🚩🚩🕉️jai hind 🕉️

    • @BishwajitNeog1992
      @BishwajitNeog1992 2 роки тому +2

      1000 times better than so called Neel Akash songs, keep going bro...you are different from them...

  • @pranjaldutta6163
    @pranjaldutta6163 2 роки тому +207

    তুমি অসমীয়া হংসৰাজ ৰঘুবংশী🌹🙏♥️
    সুন্দৰ হৈছে গীতটি💞💞💞

  • @ishanpratimkashyap9304
    @ishanpratimkashyap9304 7 місяців тому +4

    Har Har Mahadev ❤

  • @edricbsty9984
    @edricbsty9984 2 роки тому +8

    Excellent 👌 Har har Mahadev 🙏🙏

  • @LakhayjitborahLakhayjitborah
    @LakhayjitborahLakhayjitborah Місяць тому +1

    Moja hoise ❤❤❤

  • @barnalibaruah3981
    @barnalibaruah3981 2 роки тому +9

    ইমান সুন্দৰ গাইছে

  • @abijitbarman.dj.ku.full.so294
    @abijitbarman.dj.ku.full.so294 Рік тому +46

    Oo.dada.new.song.atta.bonuwa.pleas.apunar.song.bahut.bhallage

  • @nalinirabha3178
    @nalinirabha3178 2 роки тому +7

    Har Har MAHADEV 😩❤️ Har har Samvu 🥀 Jai BABA Somnath ✨💓

  • @MonikaRoy-o7r
    @MonikaRoy-o7r 11 місяців тому +1

    So nice danti Dada har har mahadev ❤

  • @adbgaming4268
    @adbgaming4268 2 роки тому +13

    Dhanti da hosake tumar song huni mon tu khub val lagi jai..love you dhanti da

  • @kritishreesarma
    @kritishreesarma 2 роки тому +28

    সুন্দৰ গীত,আগলৈ শুভেচ্ছা জনালোঁ
    🕉️🔱🙏🏻

  • @nitashrestha4576
    @nitashrestha4576 2 роки тому +22

    Wow so amazing voice love from Nepal 🇳🇵🇳🇵❤️❤️

  • @anamikakalita2215
    @anamikakalita2215 2 місяці тому +1

    Aji dekhisilu tumk Dada bhut vl lgil Gaan xuni❤❤

  • @aparajita_ahom9647
    @aparajita_ahom9647 2 роки тому +5

    Dine ratiye amr ghrt adiyogi a xoli thke...boht vl lge song2🔥🔥❤Om Namah Shivay🔱🌍🌍

  • @bhriguborthakur2995
    @bhriguborthakur2995 2 роки тому +10

    আপোনাৰ গীতবোৰ সুন্দৰ হৈছে আপোনাৰ প্ৰায়বোৰ গীতেই শুনিছো।❤❤❤ আৰু আগুৱাই যাওঁক।গীতটো আৰু অকনমান দিঘল লাগিছিল শুনি টামাম লাগিছে।।

  • @hbindianyoutube1942
    @hbindianyoutube1942 2 роки тому +18

    ধুনীয়া হৈছে দাদা ।
    মাথোঁ আগুৱাই যোৱা ।
    কছাৰী পামৰ পৰা তোমালৈ বহুত বহুত শুভেচ্ছা থাকিল ।
    ওম: নম: শিৱাই

  • @sonjay-ui5vc
    @sonjay-ui5vc 4 місяці тому +1

    Dhanti dar song bohut bhal lage ❤ xuni❤

  • @khargeswarlahkar6431
    @khargeswarlahkar6431 2 роки тому +75

    মহা শিৱৰাত্ৰি পূজাৰ আগতীয়াকৈ বহুত বহুত শুভেচ্ছা জনালোঁ,,,, সকলোকে ভালে কুশলে ৰাখক ভগৱানে নেদেখা জনৰ ওচৰত... 🙏🙏 হৰ হৰ মহাদেৱ 🕉️

  • @bhaskarjyotibora6515
    @bhaskarjyotibora6515 2 роки тому +15

    हर हर महादेव 🙏🙏😍

  • @munindradas8978
    @munindradas8978 2 роки тому +10

    হৰ হৰ মহাদেৱ 🕉

  • @Edgelord9
    @Edgelord9 Рік тому +3

    Moi ratipua uthi huni asu❤️... feeling good

  • @Kamal-id8ss
    @Kamal-id8ss 2 роки тому +8

    গানৰ অপেক্ষা শেষ হল আৰু
    গানটো ধুনীয়া লাগিল
    জয় শিৱসম্ভূ

  • @vreegudekavlog4773
    @vreegudekavlog4773 2 роки тому +9

    হৰ হৰ মহাদেৱে 🕉️🔱🌼🙏
    Love From Mangaldoi 🥰🤗❣️

  • @sikhamonibaishya6255
    @sikhamonibaishya6255 7 місяців тому +5

    Har har Mahadev 🙏🔱🕉️🌍❤️

  • @SaratNath-o8s
    @SaratNath-o8s 2 місяці тому +1

    Har har Mahadev 🙏🙏🙏🙏🙏👏👏👍

  • @minakshivaishnab1313
    @minakshivaishnab1313 2 роки тому +9

    Very very nice song nd nice voice jai bhole narth🙏🏿🙏🏿🙏🏿🕉❤🍁

  • @avijitborah3624
    @avijitborah3624 Рік тому +3

    Har Har mohadev🙏🍁🙏

  • @pallabbora5006
    @pallabbora5006 2 роки тому +84

    ধুনীয়া হৈছে। মহাদেৱে আগবঢ়াই নিব।

    • @TarunBoruah-z8c
      @TarunBoruah-z8c 6 місяців тому +5

      ❤❤

    • @AnilMurah-qe2fy
      @AnilMurah-qe2fy 3 місяці тому +3

      0:30 😢 0:31 😢 0:44 0:45

    • @KhagenBora-q1k
      @KhagenBora-q1k 3 місяці тому

    • @putlakurmi2944
      @putlakurmi2944 2 місяці тому

      ​@@TarunBoruah-z8c😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊

    • @RomenkujurRomenkujur
      @RomenkujurRomenkujur 2 місяці тому

      Har har Mahadev 🙏🙏🔱🌺❤

  • @Rajvir5.0
    @Rajvir5.0 4 місяці тому +1

    Har har mahadev and dhanti Da nice song ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤💯👌

  • @manjitchiring6023
    @manjitchiring6023 2 роки тому +6

    Another superhit songs ❣️✨
    🙏🙏🙏 Jai shiv shankar ❣️

  • @edulalii208
    @edulalii208 2 роки тому +8

    অতি সুন্দৰ ধন্তি ❤️❤️👍

  • @nitishboruah6620
    @nitishboruah6620 2 роки тому +7

    Dhanti Da ❤️🔥

  • @MainatamuliTamuli
    @MainatamuliTamuli 6 місяців тому +1

    Dhunia ,❤❤❤❤❤

  • @নিৰনীলাভ
    @নিৰনীলাভ 2 роки тому +8

    Har har mahadev 🔱🛐🔱

  • @RongaJolokiya26
    @RongaJolokiya26 2 роки тому +9

    Mojja Dada❤🌺❤❤❤🌺🌺

  • @realasticworld12
    @realasticworld12 2 роки тому +10

    অসমৰ হংসৰাজ ৰঘুবংশী❤️
    হৰ হৰ মহাদেৱ🙏

  • @RupaxhetryXhetry
    @RupaxhetryXhetry 5 місяців тому +1

    Har har mahadev..❤❤❤

    • @ff_nayan_0312
      @ff_nayan_0312 5 місяців тому

      @@Mahadevstuatus-official__
      Please support. Me
      Mahadev k vl puwa xokle

  • @jugahazarika600
    @jugahazarika600 2 роки тому +56

    আগৰ কথা নাজানো কিন্তু আজিকালি গায়ক ধনতি দাস বুলি কলে অসমৰ ৰাইজে তুমাৰ পৰা কিবা এটা আশা কৰে। কথাষাৰ মনত ৰাখিবা। ❤❤❤❤❤

  • @Vaunaporagboy
    @Vaunaporagboy 7 місяців тому +9

    Bohut dhunia lagil dada tomi আগু ৱাই যোৱা

  • @indiacricket6572
    @indiacricket6572 2 роки тому +12

    অপেক্ষাৰ অন্তত 🔥🔥🔥

  • @down2earth911
    @down2earth911 7 місяців тому +1

    🙏🏻 Har Har Mahadev 🔱

  • @pulakeshpratimdutta3884
    @pulakeshpratimdutta3884 2 роки тому +19

    Nice song that is my favourite song dada

  • @binayofficialmedia5637
    @binayofficialmedia5637 2 роки тому +38

    Love you dhanti da 😍😍

  • @KHOTAKHUR.
    @KHOTAKHUR. 2 роки тому +6

    জয় শিৱ ভগৱান
    কি ধুনীয়া গান
    🙏

  • @tilakphukan7728
    @tilakphukan7728 2 місяці тому

    হৰ হৰ মহাদেৱ।।। আগবাঢ়ি যোৱা ধনটি।।

  • @runutassa601
    @runutassa601 2 роки тому +8

    Lovely voice and beautiful song ❤️🙏😍🔱

  • @dimpidas8671
    @dimpidas8671 2 роки тому +5

    Har har Mahadev 🕉️🛐