ছোৱালী জনীক অন্তৰৰ পৰা আশীৰ্বাদ ও শুভকামনা যাচিলো।
ভন্তীলৈ অলেখ অযুত শুভকামনা জনালো। তুমি অসমৰ নতুন দিগন্ত। আগুৱাই যোৱা
নমিতাৰ ভবিষ্যতে উজ্বল কামনা কৰিছো
তেওঁ সৎ পথেৰে আগবাঢ়ি গৈছে ভগৱানে সদায় আগবঢ়াই নিয়ক আৰু সুখত ৰাখক তেওঁ আৰু তেওঁ মাক দেউতাকক
জীৱনৰ গতিপথ এনেকুৱাই। আত্মবিশ্বাসী, আত্ম নিৰ্ভৰশীল হোৱাৰ বাবে ধন্যবাদ। ১০ জনে প্ৰেৰণা লওক।
বৰ্তমান এই বিলাক নিবনুৱা সম্যসা ৰ সমাধানৰ পথ বুলি শান্তি লভিব লাগিব তাৰ বাদে উপায় নাই । জীৱন যুদ্ধ জটিল , লাগি থাকিলে সম্ভব হব । চৰকাৰে অনুদান দি সহায় কৰক যাতে জীৱিকা আৰু অধিক উন্নত আৰু সুৰক্ষিত হয় ।
চৰকাৰৰ অনুদান নেলাগে । সকলোকে শিক্ষা দিয়ক । উচ্চ শিক্ষাৰ বাবে সহায় কৰক চৰকাৰে সকলোকে । নিজে স্বাৱলবি হব পাৰিব । আৰু আমাৰ ৰাজ্য আমাৰ দেশ আগবাঢ়িব ।
@@dhirajchdeka1986 উচিত চিন্তা তথা মনোবল , ভাল পৰামৰ্শ , শুভেচ্ছা থাকিল।
যুক্তি সন্মত প্ৰত্যেক কামেই সন্মানজনক । আগুৱাই যোৱা ।
সৎ পথৰে আগবাঢ়িছে গতিকে অন্তৰৰ পৰা শুভকামনা আৰু আশীৰ্বাদ থাকিল | তেওঁ আৰু আগুৱাই যাওঁক
গৗৰৱ অনুভৱ কৰিছোঁ ভনী ❤️❤️৷৷
কৰ্মৰ ডাঙৰ সৰু নাই ৷৷
সুন্দৰ পদক্ষেপ নমিতা 🙏
এইয়াহে অসমীয়া, শুভেচ্ছা জনালোঁ ভন্টি লৈ
তোমাক কোটি কোটি বাৰ ধন্যবাদ জনাইছোঁ। তোমাৰ এই কামত প্ৰেম হৈছে ।প্ৰেমেৰে মানুহে যি কাম কৰে সেই কামত মানুহ ৰ উন্নতি হয়।তাৰ প্ৰমাণ ৰ সীমা সংখ্যা নায়। খালী গ্ৰাহকক প্ৰথমতে ভালকে দি পিছত বেয়া চাহ নোখোৱাবা ।লগতে অহংকাৰী নহবা।
এনেকুৱা ধৰণৰ সাহশীয়াল ছোৱালী হব লাগে ।
তেওঁ সৎ পথেৰে আগবাঢ়ি গৈছে। তেওঁক ভগৱানে ভালে ৰাখক আশীৰ্বাদ থাকিল ্।
আজি সঁচাকৈ তোমাক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। কাৰ্বি আংলং ৰ ছোৱালী সঁচাকৈ সাহসী। মইও কাৰ্বি আংলং ৰে হয় আৰু তোমাক আগৰ পৰাই চিনি পাওঁ কিয়নো তুমি UA-cam ত আছিলা As a UA-camr আগুৱাই যোৱা এইদৰে জীৱন যুঁজত।👍
আগুৱাই যোৱা ভন্টি তুমি 👍
ছোৱালী জনী মোৰ ফালৰ পৰা বিয়া ভৰা শুভ কামনা থাকিল,
বহুত ভাল কাম কৰিছাঁ । নমিতা তুমি বহুত ভাল ছোৱালী হয় । তুমি সদায় আগুৱাই যোৱা আৰু আমি তোমাক সাহস দিম লগতে সহযোগ কৰিম । ভগৱানে তোমাক মংগল কৰক তাৰে কামনা কৰিলো ।
Real power Assamese girls, 1000 or vitorot 1 ta puwa jai anekuwa suwali,
জীৱন যাত্ৰাত খোজে-খোজে টকাৰ প্ৰয়োজন--ছোৱালী জনী এটা ভাল কাম কৰি--টকা ঘটিছে--এইটো এটা ভাল কথা ।
@@protimadutta2890 মাক দেউতাক এ গৌৰৱ হে কৰিব লাগে, এজনী সাহসী ছোৱালী সন্তান হিচাপে পাইছে ।
Nichoy adin mak dautake gurob koriboli badhoy hobo.Jatiya tai raesturant akhoron malik hobo aru mahekot lakh lakh toka income koribo.
Miss India South movie khn salu,bt hei film khn sai enekua podokhep loisae sulae joni a,so,proud of you🙏🙏🙏aaguai jua bhht aagoloi bhtt vl lgil
বহুত বহুত শুভেচ্ছা জনালোঁ। আগুৱাই যোৱা নিজৰ লক্ষ্যত। ভগৱানে তোমাক সহায় কৰিব 🎉❤🎉 নিজৰ মনৰ হেঁপাহেৰে সুখী হৈ থাকা আজীৱন। পুনৰ বহুত বহুত শুভেচ্ছাৰে।❤🎉❤
As a Nagayan I really feel proud of this brave and industrious girl. God bless her. Others should follow suit.
miss India r provab..... val lagil ...aguai jua xokolua jodi anekoi val sinata kore dn bohut vl hbo
Salute ☺️☺️☺️
বিশ্বাস আৰু আস্হাত হেনো ভগৱান সন্তুষ্ট হয়!ইয়াৰে প্ৰমাণ .
sis.....you are proud of assam .keep it up
Great Namita. God bless you.
She is a great source of inspiration to innumerable youngsters of the state. Keep on going ahead.
সুন্দৰ প্রদখেপ নমিতা
জাতিৰ বাবে শুভ লক্ষণ , যদি আমি অনুকৰণ কৰো।
Keep it up sister 👍god bless you🙏
আগলৈ আৰু আগুৱাই যাওক ।
Natun dinor Mula Ghabhoru, Kanaklata..Pekkha pot beleg Sangram ake.. Different circumstances,same struggle..Keep going Namita 🙏
Bohut sundar
Tumak Antoror pora Arhibad disu zihetu. Assam. tea plantationor. karone bikhyat egoraki osomiya hisape. tumi. je eitu korisa. Ami bohut proud feel korisu
ভাল লাগিল অাৰু আগ বাঢ়ি যোৱা
ভাল লাগিল। তুমি আগুৱাই যোৱা।
Proud of her......need more indigenous boy n guys to take such micro businesses....
তুমি আগুৱাই যোৱাৰ ভগবানে আৰু আগুৱাই নিব
এষাৰ কথা আছে নহয় বোলে আপুনাৰ বেৱহাৰে আপোনা পৰিচয় তাকে প্ৰমান কৰি দেখুৱালে ৰাইজক ধন্যবাদ
সুন্দৰ প্ৰদক্ষেপ
নমিতা জিন্দাবাদ👍
তাকেহে ঠিক কৰিছে, অসমত চৰকাৰী চাকৰি আৰু আকশৰ তৰা আনিবলৈ যোৱা একে কথা।
Bohut vl lagle🥰.suwali hle ankuwa hobo lage 🙏🙏
good job sis, you are the great,
🤗🤗🤗🤗yessss ....this is nxt level confident & well done 🥰🥰🥰
Good 👍 vont .. salut tumala
Subbash ......... Sister !
ভন্টি এ হবা তুমি মোৰ , তুমি সৎ পথৰে কাম কৰিছা তাৰ কাৰণে তোমাক আন্তৰিক শুভেচ্ছা যাছিলোঁ , , কিন্তু তোমাক এটা কথা কওঁ তুমি এবাৰ তুমি মা দেউতা ৰ কথা শুনিব পাৰিলা হৈ , মা দেউতাই কি বিচাৰে , মা দেউতাইটো বেয়া ৰ কাৰণে নকৈ ন ,
Bhonti tumar kormot bahut anandita hoisu...aaguai jua
Mojja news
Atiya akow Kobo dei Sah bonuwa suwali Biya kune patibo .Namita God bless you this is the great work..Don't worry
Salute sorkarok disu...axom khon aguwai goi ase
Bohut Val kam korise ..ba jni a...😍😘
Ati val padakhep. Keep up it namita.
Very good job great,ujjal houk vobisot
তাইলৈ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলো।আগবাঢ়ি যাওঁক বাইদেউ গৰাকী।
আৰু আগলৈ আগ বারহিক
Aguai jua....bhal lagil dekhi.... Good step...
কামত সৰু ডাঙৰ নাই, যি কাম কৰিবা মনৰ পৰা কৰিবা ।👍👍👍
Bohut val kam korise tai... Tailoi okheh shuvaisya thakil👌👌👌💕💕.... Tair mak deutak kenekuwa manokhikotar hoi gom puwa gol....
Direct Salute he dilu aru ,,,🙏🙏🙏🙏🙏
Good job and wish u the best.
Nomita tumak vogobane vl korok aru aguwai juwa
সুন্দৰ ।
So nice work..keep it up sister god bless you..💗💗💗
কামেই যদি ধৰ্ম হয় তেতিয়া হলে কাম কেতিয়াও সৰু বা ডাঙৰ নহয় কাম সদাই কামেই। তুমি কাম কৰিছা চুৰ বা অন্যাই কৰা নাই নহয় গতিকে তুমি তোমাৰ কাম কৰি যোৱা, আজি আনে তোমাক লৈ গৌৰৱ কৰিছে আৰু এদিন তোমাৰ মা দেউতা ই গৌৰৱ কৰিব তুমি যে তেওঁ লোক ৰ সন্তান ভগৱানে তোমাক সদাই সু পথ দেখুৱায় নিয়ক আৰু আশীৰ্বাদ দিয়ক
Birat dhuniya vonti ....💓💓💓🙏🙏
Logote Time8 channel lolowu bohut bohut dhanyabad.
❣️ Bhagaban r usort prarthona jibon t aguwai jaok tai ...
Hundar job
VERRY GOOD BHANTI.TUMI AGUWAI JOWA.
Good job Sister very very Good , Hand job is always Great success and satisfaction way of life, God Bless you always and you are the main motivator for eveyone
ধূনীয়া
Best of luck sister work is worship
Drop out Boys engaged in chanda collection should learn from this girl.....this is called real axomia giri.... hats off to this young lady
Miss India sinema Khan vl k sailole sage..so good job 👌👍
তোমালৈ অশেষ শুভকামনা থাকিল।
জয় আই অসম 🙏🙏🙏🙏👸👸👸
Ba tumi aru agbahi jua🙏
Tumi aguai jua tare kamona korilu God bless always u
My mother taught me that any business is good business and no religion is bigger than any business.
May God bless you sister 💛💛
Very good step it is a good job nice thank you so much God bless you all ❤
Best off luck namita
Val kotha , kin2 jane akol tai a nohoy aru ja kiman lra suwali a anekua kam kori ase hisap nai 🤨🤨🤨🤨😏😏😏😔😔😔
Dhuniya
Bohut bohut hundor Kam karisa Tumi tumaloi akhibad thakil🌷🌷🙏🙏🙏
Very good 👍👍👍bandi bohot agey jayegi......
অভিনন্দন জনাইছোঁ আৰু আগুৱাই যাওঁক
Enekuai hbo lage suali💕🔥
Namitaloi God blessed I hope that you are write 👍👍👍🙏🙏🙏
Akeloge porha amr lgt..
Bahh namita..god bless u dear 😘😘😘😘
Proud her❤
Tumi aguwai juwa
Well done sister ! Main God bless you🙌🙏
নমিতাৰ এই সুন্দৰ পদক্ষেপলৈ অলেখ শুভেচ্ছা থাকিল। 🌹