Verry nice
বৰষা বা আপোনাৰ কথাবোৰ শুনি ভাল লাগে
ভাল লাগিল ♥️
ওষ্টাদ ৰণ্জিত গগৈদেৱক ধন্যবাদ, কিন্তু আমাৰ টাই সকলৰ বিহুৰ গীত-যোজনা এটি গোৱা হ'লে ভাল লাগিল হেতেন।
❤😍
Oww h❤️🤌🏻
সৰু বিহুৱতীয়ে ফিটিং হৈ থাকে আজিকালি বহু ঠাইত ডাঙৰ ডাঙৰ বোৰৰ কথা নক'লেও বুজি পোৱা যায় 😊
বৰষা ৰানীৰ ডায়লগ বেছি হয় শুনি শুনি আমনি লাগে।
Bihut thank u nokoi dhonyobad koi 😂
ছয় ৰিতুৰ নাম কব নজনা বিহু সম্ৰাজ্ঞী যি নেকি প্ৰাইমাৰি শ্ৰেণীতে শিকোৱা হয়
সুন্দৰ বৰষা বা ❤❤