Vlog 37 I ৰুন, হিয়া, জিয়ায়ে কেনেকৈ Mother’s Day Surprise দিলে ৷ Mother’s Day ভিডিঅ বনালে মাকৰ অবিহনে

Поділитися
Вставка
  • Опубліковано 7 лис 2024

КОМЕНТАРІ • 952

  • @ChefBBsKitchen
    @ChefBBsKitchen  4 роки тому +128

    এই ভিডিঅ টোৰ ক্লিপ বোৰ ৰুন আৰু হিয়া য়ে বনালে, মোৰ অনুপস্থিতিত, আৰু মোক দেখুৱাৰ আগতেই বাবলী লৈ পঠাই দিছে ক্লিপ বোৰ এদিট কৰিবলৈ ৷ সেইটো সম্পুৰ্ণ ছাৰপ্ৰাইজ আছিল মোৰ কাৰনে ৷ ৰুনে নিজৰ মুখ খন দেখায়েই কথাবোৰ ক’লে, পিছলৈ আৰু ভালকে বনাব পাৰিব বুলি আশা কৰিলো৷ আপোনালোকৰ ধুনীয়া মন্তব্যই আমাক বহুত উৎসাহিত কৰে৷ ৰুনে যিমান পাৰে ক’লে অসমীয়াত বাকি খিনি নোৱাৰিলেগৈ ৷ তাৰ বাবে তাক বেয়া নাপাব ৷ মৰম বোৰ এনেকৈয়ে দি থাকিব সদায় 🤗

    • @1Mrityunjoy
      @1Mrityunjoy 4 роки тому +1

      Wah bahut xundor ke matri dibox ujapon korile, khadyo khini sai mon bhal lagi goise aru khaboloi atikoi mon goise, Pise Roon aru hiya i mili bonuwa dish nisaoy ghorot bonabo sesta korim. aru painting kekhono bhal lagise aru bixexkoi rongeen xeel keita. :)

    • @cookandcraftwithbulbul402
      @cookandcraftwithbulbul402 4 роки тому

      👍👍👍

    • @gitikabaruah9371
      @gitikabaruah9371 4 роки тому +1

      Dhuniya banaisade Run asamiya kaboloi sesta Kara babe dhanyabad

    • @jonalidas6699
      @jonalidas6699 4 роки тому

      ❤️❤️❤️❤️

    • @rashnaskitchen1850
      @rashnaskitchen1850 4 роки тому +1

      Run hiya and jiya bohiya bnaise.sihtok loi asex dhanyvad thakil jate agloi aru agbahi jab pare.

  • @minakshisarma7864
    @minakshisarma7864 4 роки тому +1

    Bah,run,hiya,jiya bor dhuniya.Baa, ehotok dekhile,aamar ghororei lora suwali je loga hoise.love u all

  • @babitasaikia4664
    @babitasaikia4664 4 роки тому +4

    Mother's day খুব সুন্দৰ কৈ পালন কৰিলে অ' ল'ৰা ছোৱালী কেইটাই । আপুনি বহুত lucky । বহুত ভাল video টো চাই 😍 বহুতৰ বাবে আপোনাৰ ল'ৰা ছোৱালী কেইটা প্ৰেৰণা😘।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Babita Saikia মৰম লবা৷ মোৰ দিনতো ভালেৰে গ’ল

  • @pinkydutta5968
    @pinkydutta5968 Рік тому

    পুতলা কেইটাক বৰ মৰম লাগিছে। ইমান ধুনীয়াকৈ খোৱা প্ৰস্তুত কৰিছে ভাল লাগিল চাই 😊

  • @kakumonikalitabhuyan8581
    @kakumonikalitabhuyan8581 4 роки тому +3

    ভিডিঅটো চাই ভাল লাগিল।ৰুনে যে অসমীয়া কবলৈ যত্ন কৰিছে ভাল লাগিল।ৰুন হিয়া জিয়াৰ লগত ঘৰত অসমীয়া তে কথা পাতিবছোন সিহঁতে পাৰিব। ৰুনে ইমান ধুনীয়া কৈ বনালে আমাৰে খাও খাও লাগিল।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Kakumoni Kalita bhuyan মই ৯০% সদায় অসমীয়াতে পাতো ঘৰত ৷ মোৰ আগত পাতে ভঙা ভঙা অসমীয়াতে৷ among them they speak only in English. বৰ push nakaru Karan besi push karile eku ata kam monere nokore. Xikim buli aag barhi nijei ahise jetia kobo pora hobo edin
      Arxibad kariba

  • @samriddhideori1654
    @samriddhideori1654 4 роки тому

    আপোনাৰ পৰিয়ালটো লৈ আন্তৰিক শুভকামনা থাকিল । আপোনালোকৰ vedio চাই কিবা হেপাহ নপলায় অ বাইদেউ ----- । মোৰ লৰা সমৃদ্ধিয়েও ৰুনৰ দৰে ৰান্ধিবলৈ শিকিছে জানে। সি কয় ডাঙৰ হলে সিয়ো ৰান্ধিব হেনো ৰুন দাদাৰ দৰে । ৰুনৰ অসমীয়া শুনি বৰ ভাল পাই সি । তাৰ বয়স ৯ বছৰ । সি আপোনাক বৰ ভাল পাই বাইদেউ কিয় জানে আপুনি যে ৰুনক ৰান্ধিব শিকাই সুন্দৰকৈ

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Riku Deori আই অ মোৰ সোন টো ৷ তাক কবা বাবী য়ে বৰ ভাল পাইছে শুনি, এদিন ৰুন ক লগ কৰাই দিম বৰ চখ পাব ৷ ইমান ধুনীয়া নাম তাৰ, মৰম দিবা ঢেৰ ৷ ইমান ধুনীয়া কৈ লিখিলা ভাল লাগিল

  • @mukulmahanta4332
    @mukulmahanta4332 4 роки тому +4

    আপোনাৰ ভিডিঅ'লৈ সদায় হেঁপাহেৰে ৰৈ থকোঁ। 🤗
    আজিৰ ভিডিঅ'টো চাই বৰ ভাল লাগিল...ৰুণ , হিয়া , জিয়া মৰম তোমালোকলৈ ❤️❤️

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Mukul Mahanta মৰম তোমালৈ

  • @parinaborah5981
    @parinaborah5981 4 роки тому

    ইমান যে ভাল লাগিল অ'।।ৰুনে যে ইমান চেষ্টা কৰিছে অসমীয়াতে ক'বলে।আপোনালোকৰ এই ধুনীয়া পৰিয়ালটোৰ সুখবোৰ যেন সদায় এনেদৰেই থাকে তাকে কামনা কৰিলো।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      উম খুব গালে ভুলে শুদ্ধই 😂 মৰম আৰ্শিবাদ দিবা সদায়

  • @nomitagogoi8932
    @nomitagogoi8932 4 роки тому +10

    বাঃ বাঃ ৰুণ হিয়া জীয়া বহুত মৰম তোমালোকলৈ। ভাল লাগিল ভিডিঅ টো

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Nomita Gogoi তোমাক ধন্যবাদ

  • @rupabora2769
    @rupabora2769 4 роки тому

    ৰুণ হিয়া জিয়া বৰ ধুনীয়া কৈ মাতৃ দিৱস পালন কৰিলা। ইমান ধুনীয়া কৈ ৰেছিপি বোৰ বনাই দেখুওৱা ৰ বাবে ধন্যবাদ।সছাঁয়ে তোমালোকৰ প্ৰতিভা সমুহ মানিব লাগিব। তাৰ বাবে মৰম ৰ বা জনীক বিশেষ ভাৱে ধন্যবাদ। ইমান ধুনীয়া কৈ কনমানী কেইটা ক সংস্কাৰ দিয়াৰ বাবে।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      শুনি সুখী হ’লো, মৰম আৰু
      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ চাই থাকিবা দেই ইহঁতক

  • @riniborgohain5800
    @riniborgohain5800 4 роки тому +15

    ইহঁতকেইটাক দেখিলে মুখলৈ হাঁহিটো নজনাকৈ গুচি আহে পায়🥰

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Rini Borgohain আই অ দেহি
      মন ভৰি গ’ল শুনি অ

    • @riniborgohain5800
      @riniborgohain5800 4 роки тому

      @@ChefBBsKitchen সিহঁত সুখী হওঁক❤

    • @karishmagogoi9540
      @karishmagogoi9540 4 роки тому

      Right baa

  • @kabitasaikia4461
    @kabitasaikia4461 3 роки тому

    Khub bhal lagil vdo Tu sai.. Eman dhuniyakoi banaise. Kathabur besi enjoy karisu.. Morom aru xubhessa thakil😚

  • @momikhatun6954
    @momikhatun6954 4 роки тому +6

    First comment 4m me .......ur video's r OSOM...... N ur kids are very cute and very well behaved.... Really hehotor aadha vonga Assamese bur Bor Val lage..... God bless you n ur family always lots of love from Assam dibrugarh...

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Momi khatun thank u so much dei.. tu at very first comment or karone morom tumak.. at ibad Kariba jate xunkale kobo pora hoi goi

  • @madhujyanik2976
    @madhujyanik2976 4 роки тому

    ৰুণ হিয়া আৰু জিয়াক দেখিলে মুখলৈ হাঁহি এটি নজনা কৈয়ে গুছি আহে🥰😊😊 বাইদেউ আপোনাৰ ভিডিও বোৰ চাই সচাকৈ বহুত ভাল লাগে😊😊

  • @MomandbabyAadrit
    @MomandbabyAadrit 4 роки тому +5

    Happy mothers day ba..moiu 7month pragnent..hope mur baby u roon dore hoi..love you all

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Mayuri Borah all the best and congratulations dear.. ihatat koiyu bhal hobo tumar xontan

  • @sharmisthagogoi9411
    @sharmisthagogoi9411 4 роки тому

    Video tu sai thakute mur sokupani ulai gol..bor morom loga lora suali tulise ooo.. speechless,may God bless them😘❤❤

  • @lowerassamind.1769
    @lowerassamind.1769 4 роки тому +5

    ইমান ধুনীয়াকৈ stir fry বনাইছে broccli chickenৰে লোভ লাগি গল..
    আৰু মাইনাহঁতৰ accent টো শুনি মোক বহুত ভাল লাগে দেই, আমি যিমানেই কওঁ ভাৰতীয় accent হে ওলায়.. 😀
    ভাল লাগিল 😍🙏

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Lower Assam, Ind. thank u dei.. মৰম লবা ৷ accent থাকিলে ভাল হে, মানে আমি বহু ভাষী ৷ মোৰো আছে Indian accent, থাকিবই

  • @Guppyhub06
    @Guppyhub06 4 роки тому

    Mother's day special বহুত ধুম ধাম কৈ পাতিলে । খুব ধুনীয়া হৈছে ।ৰুণ জিয়া হিয়া তোমা লোকলৈ বহুত মৰম ভালপোৱা থাকিল ।❤❤❤👍👍👍

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Um...ehoti mon tu val logai dile...Thank you dear!!

  • @dilipphukon53
    @dilipphukon53 4 роки тому +4

    Happy mothers day you are realy a beautiful mom . Enjoy your day

  • @priyankakalita5730
    @priyankakalita5730 4 роки тому

    মৰমলগা পোৱালি কেইটা কবলৈ ভাষা নাই বহুত বহুত মৰম এনেকৈ অসমীয়া কৈ থাকিবা😍 আপুনি বহুত সৌভাগ্যশালী হয় বা ইমান মৰম লগা পৰিয়ালটো সদায় এনেকৈ সুখী থাকক।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @kalpanadeka5393
    @kalpanadeka5393 4 роки тому +8

    বাবুৰ অসমীয়া খিনি শুনি ভাল লাগিল মাজে মাজে কব দিব চোন

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Kalpana Deka মই লগত নাথাকিলে নাপাতে নিজৰ মাজত, ইংৰাজীত বেছি কম্ফৰটেবোল পায়৷ লাগি থাকিব লাগে বৰ কে

  • @panchalipatra2016
    @panchalipatra2016 4 роки тому +1

    U have brought them up so well...so independent they r...I just love them... ur vdos always have a personal touch ...it gives a homely feeling... tat thakiu nijor bhaxa tuk eman khini respect diye bhal lage juntu assam t thaka bohut khini manuhe nidiye ... love respect and salute😘🤗 stay safe n healthy
    Tc all
    Much love from guwahati ❤

  • @monmayurilahon7931
    @monmayurilahon7931 4 роки тому +3

    Happy Mother's Day Aunty .. Although it is not Mother's Day ... but still ... enjoy every day as your day...much love to u all

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      For us everyday Mother’s Day dear.. thank u
      😍

  • @bivagohain530
    @bivagohain530 4 роки тому

    ৰুণ,হিয়া, জিয়াৰ surprise সচাঁই প্ৰশংসনীয় ।তোমালোকলৈ অশেষ মৰম যাচিলো।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @Myneescorner
    @Myneescorner 4 роки тому +3

    3rd comment-Rune bhalkei Assamese kobo parise

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Mynee's corner koi thakile paribo goi.. sesta karisil.. xeholoike nuwarile

    • @Myneescorner
      @Myneescorner 4 роки тому

      @@ChefBBsKitchen aankale apuni thake logot.eibar he okolei vaal attempt korise.

  • @madhurjyagoswami3465
    @madhurjyagoswami3465 4 роки тому

    Eman dhuniya lagise...Run Jiya and Hiya they are lovely kids..baa eman dhuniya k video t prostut krise..I have totally enjoyed watching them..aru noddles khini dekhi khbo hei mon goise..😅😅
    Baa bikhek aru aku nai...vale thakok apuni and your family.Happy family
    Loads of love❣

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      madhurjya goswami thank u so much
      Atia loike bhale Asu Ami. Iman dhunia koi likhila bhal lagil.. you too stay safe

  • @bobitahazarikaborah6900
    @bobitahazarikaborah6900 4 роки тому +1

    ৰুনৰ অসমীয়া কোৱাটো শুনি মজা লাগে। ইমান ধুনীয়া হৈছে দেখিবলৈ। আপোনালোক এনেদৰেই কুশলে থাকক। সকলো লৈকে মৰম যাছিলো।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @urmimaladevi785
    @urmimaladevi785 4 роки тому

    কি যে কম...এনেকুৱা লাগিল যেন অলপ সময় আমেৰিকাৰ আপোনাৰ ঘৰ খনলৈ গুচি গলো..ৰুন তুমি বহুত ধুনীয়া অসমীয়া কৈছা..আতাইলৈ মৰম থাকিল...

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      বহুত ধন্যবাদ ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @punamsaikiamudoi3977
    @punamsaikiamudoi3977 4 роки тому

    Aio dehi aji mama nuhuake j eman bur korila....bor dhunia hoise dei Roon👌👌moi bonai khamei...I lv u Roon,hiya,jiya💕💕😘😘😘

  • @gh4584
    @gh4584 4 роки тому +2

    Roon, Hiya and Jiya... Please don't ever lose your adorableness. It's amazing to see your thoughtfulness for your mom which I am pretty sure everyone of us will be really appreciating a lot. Stay blessed little angels and keep doing your little good things. God bless.
    PS: I tried your dal recipe and it was just as you said, yummylicious!!

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Thank you so much 😊...Amen!! Morom loba

  • @sikhachoudhury2455
    @sikhachoudhury2455 4 роки тому

    Eman dhunia surprised dile, egoraki makok iyatkoi besi xukh eku nalage. Baa u r soo lucky, lots of luv to Run Hiya, Jiya❤️❤️❤️🥰😘🥰😘. Run maje maje tumi ki val puwa xatu koi ase ru follow korise.

  • @namitasadagar1040
    @namitasadagar1040 4 роки тому

    Run,hiya jiya bohut vlhoise tumalukor mother's day special recipe tu dekhi Runo'r kotha kaita khuni khub vaal lagil. Khodi vaal ka thakiba . Maa'k xodi morom koriba.

  • @aglittlekitchen2094
    @aglittlekitchen2094 4 роки тому

    Vedio tu sai vhl lgil Roon, hiya Ru giya... 🤗🤗

  • @ankitadutta7860
    @ankitadutta7860 4 роки тому

    Lra suwali keita aponalukor bhut val tahatok dekhi mon tu vori jai...apuni bhut lucky hoi😘😘😘😍😍😍😍

  • @roohirabbagarg1847
    @roohirabbagarg1847 4 роки тому

    ৰুন, হিয়া আৰু জিয়াৰ আপোনালৈ মৰম দেখি বহুত ভাল লাগিল 😍😍 ৰুনৰ অসমীয়া কোৱাৰ চেষ্টা,ভাল লাগে ৰুনৰ ভঙা অসমীয়া কথাবোৰ 😌 মৰমৰ ৰুন হিয়া জিয়া ভিনিদেউ আৰু আপোনালৈও অশেষ মৰম যাচিলো💖

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Rabba Khanam শুনি সুখী হ’লো, মৰম তোমাক
      বহুত ধন্যবাদ ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

    • @roohirabbagarg1847
      @roohirabbagarg1847 4 роки тому

      @@ChefBBsKitchen Baa apunr ata ktha mur bht besi vl lge--apuni ajoni emn dngr UA-camr hoiu j emn dhuniakoi cmntr rply kore..amku j emn mrm diye xei kthakhr bht vl lge mur😍😍lv u baa❤❤apunlukr family2 khdai khukhi hoi thkok ayai kmona 😇😇

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Rabba Khanam bhal jomala, ki Iman dangar UA-camr dekhila o ? Bahut xadharan manuh Ami.. comment burar answer Ami di bhal pau, Iman moromot likha..

    • @roohirabbagarg1847
      @roohirabbagarg1847 4 роки тому

      @@ChefBBsKitchen tq baa amk apuni aneke khdai mrm d thkibo.. Apunaloi2 amr mrm asei❤❤

  • @rinjugogoi5969
    @rinjugogoi5969 4 роки тому

    বা ইমানযে ভাল লাগিল ভিডিঅটো কবলে ভাষা নাই | ইয়াতকৈ আৰু ডাঙৰ gift কি লাগেনো মাকৰ কাৰণে | আপুনি বহুত lucky mom বা | বহুত মৰম কৰে তাহাঁতে আপোনাক | ৰুন , হিয়া ,জীয়া তোমালোকলৈ বহুত মৰম থাকিল | মাক সদায় বহুত মৰম কৰিবা দেই | happy mothrts day ba.(পলমকৈ) | love u.

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      শুনি সুখী হ’লো, মৰম তোমাক
      বহুত ধন্যবাদ ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

    • @rinjugogoi5969
      @rinjugogoi5969 4 роки тому

      @@ChefBBsKitchen নিশ্চয় | Thanks ba.

  • @juritalukdar8415
    @juritalukdar8415 4 роки тому

    video tu sai bohut val lagil.............Hiya,Jiya aru Roon o loi morom thakil

  • @arunigogoi6041
    @arunigogoi6041 4 роки тому

    ৰুণ,হিয়া আৰু জীয়া ৰ ৰন্ধা খিনি চাই বহুত ভাল লাগিল। বিশেষ কৈ কথা খিনিয়ে মনটো আপ্লুত কৰিলে। আশীৰ্বাদ কৰিলোঁ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @hardiksmritikiduniya
    @hardiksmritikiduniya 4 роки тому +1

    Wow.. Mojja video, eman testy koi bonaise amar baccha kaitai.... Love u all

  • @rashmigogoi1251
    @rashmigogoi1251 4 роки тому

    run r video moi ketiya o miss nkru...bht bhal lage hihti axomiyat ktha patile huni....love u run,hiya n jiya

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Bahut morom tumaloi Aru dhanyabad. Arxibad Kariba ihatak. Morom bur enekoi di thakiba xodai

  • @anugogoibaruah2126
    @anugogoibaruah2126 4 роки тому

    Mother's day surprise videotu Sai bhal lagil♥️♥️♥️apunar lora aru swali 2jonir ujjal bhobisyat kamona korilu 😘😘😘

  • @nbvlog3617
    @nbvlog3617 4 роки тому

    Run, Hiya, jiyar vobisate kamona krisu.. Agoai jaok khiht... Bhtt vl lagil baideo... Lv u baideo.. Run, Hiya, jiya ko kb mr falr pora lv u 😘😘😘😘😘😘😘😘😘😘

  • @rishikamishra6561
    @rishikamishra6561 4 роки тому

    Bohut dhuniyakoi execute korise Mon pran bhal lagi jai Hiya jiya roon r moromloga mat Kotha xuni .

  • @jharnagoswami8511
    @jharnagoswami8511 4 роки тому

    VDO Tu sai bohut bhal lagil. Loads of love to roon, Hiya & Jiya...

  • @ranjumonibora2783
    @ranjumonibora2783 4 роки тому

    সিহঁতে যে আপোনাৰ সহায় নোলোৱাকৈ ইমান ধুনীয়াকৈ খোৱাবোৰ আৰু ভিডিঅটো বনালে দেখি সচাকৈ বহুত বহুত ভাল লাগিল।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @kumkummahanta4309
    @kumkummahanta4309 4 роки тому

    অ' বা তোমাৰ চোন চিন্তাই নাই আৰু ইমান ধুনীয়াকে খানা বনাইছে আৰু ইমান ধুনীয়া প্লেটিং কৰিছে লগতে নিজে বনোৱা gift .. ৰুণৰ লগতে হিয়াইও পাৰিছে দেই .. জীয়াক বাৰু last ৰ ফালে দেখিলো .. awesome kids .. stay blessed ❤😘

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ
      জীয়া য়ে বৰ পচন্দ নকৰে কেমেৰা আগত, লুকাই থাকে

    • @kumkummahanta4309
      @kumkummahanta4309 4 роки тому

      Sure বা .. মই ও কেইটামান video দিছো পাৰিলে channel টো visit কৰিবাচোন আৰু ভুলবোৰ দেখুৱাই দিবা ।

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Kumkum Mahanta 👍🏼dhunia hoise video bur.. keep it up

  • @raktimdeka2045
    @raktimdeka2045 4 роки тому +1

    ৰুন,হিয়া,জীয়া'ৰ শ্ৰদ্ধা আপোনাৰ প্ৰতি দেউতাকৰ প্ৰতি শলাগিবলগীয়া... আমাৰ জকাইচুকত থকা পোনাকন কেইটাই সিঁহতকেইটাৰ পৰা শিকি‌বলগা বহুত আছে......
    বহুত বহুত মৰম সিহতঁলৈ 💚

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Raktim Deka ধন্যবাদ তোমাক ৷ ঢেই ইহঁত কেইটাৰ পৰা শিকিব লগা একো নাই অ, সব ল’ৰা ছোৱালী unique থাকে৷ তোমাৰ জকাইচুকৰ পোনাকন কেইটাওঁ unique!!মাত্ৰ পথ প্ৰদৰ্শক লাগে৷ মৰম লবা

    • @raktimdeka2045
      @raktimdeka2045 4 роки тому

      @@ChefBBsKitchen পথ প্ৰদৰ্শক লাগে সেইটো ঠিক, কিন্তু সেই পথ প্ৰদৰ্শক বৰ্তমান অসম মুলুকত বিলুপ্তপ্ৰায় ||

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Raktim Deka 😔😔

  • @nanditabaruahh
    @nanditabaruahh 4 роки тому

    Eman bhal lagil dei.moi apunalukar gutei video burei sau. Good keep it up😍😍😍😍

  • @barbiebthengal4726
    @barbiebthengal4726 4 роки тому

    Dats totally okay.. atleast he tried in your absence...puali ktai ekdm whisper Kori Kori platting kora khini Bor morom lagile deiii.....lots of love to the lil ones... Wishing Happy Mother's to the amazing mother!!! ♥️♥️♥️

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Barbie B Thengal thank u so much dear.. I was kind of shock that he tried speaking in Assamese and made the video. Koi thakile paribogoi.. ihatar majot english he pate.. moi thakile he axomia koi.. koi thakilei paribo.. jikunu bhaxa yei tenekuwa .. morom tumaloi

    • @barbiebthengal4726
      @barbiebthengal4726 4 роки тому

      @@ChefBBsKitchen kio nu nuwaribo...after all they are talented kids...definitely paribo...love from us to all of you...♥️♥️♥️

  • @aroundtheglobe1683
    @aroundtheglobe1683 4 роки тому +2

    The way everyone tried to speak their mother language is adorable ❤️, lots of love to them😘🙈. They are such a cute blessing from God to you😘 such a proud mother you are💜 just sending lots of love and affection from me and my family ❤️

  • @mitumonibaronautiyal6514
    @mitumonibaronautiyal6514 4 роки тому

    বৰ ভাল লাগিল ভিডিঅ টো চাই। ৰুন, হিয়া, জীয়া লৈ মৰম 😘😘😘

  • @poppychutia5342
    @poppychutia5342 4 роки тому

    😙😙😙apunar lgte ron jiya hiya o je bonabo hiki goise ..dekhi bhute vl lgil.sobe hahi phurti ke thakile vl lge...

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Bahut morom tumaloi Aru dhanyabad. Arxibad Kariba ihatak. Morom bur enekoi di thakiba xodai

  • @pompibora694
    @pompibora694 4 роки тому

    Bohut val lagil vlogto. run,hiya,jiya mur bohut val lage.much love to all of you.

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Bahut morom tumaloi Aru dhanyabad. Arxibad Kariba ihatak. Morom bur enekoi di thakiba xodai
      M

  • @bhanitadevi1283
    @bhanitadevi1283 4 роки тому

    Bohut morom roon , jiya aaru hiya loi ...... bhogowane kuxole rakhok ❤

  • @munborah9602
    @munborah9602 4 роки тому

    Ba aapunalukor video sai val lage,aapunalukor recipe sai bonabole try korisu,logote Run, Hiya, Jiya k bohut morom lage,cute cute n lovely,God bless them.

  • @manisharborah9709
    @manisharborah9709 4 роки тому

    Ou Roon a j eman cute hoi aru he bohut jomai thake aru eman moromere j bonale hiya aru roon a heyai bohut val lagile aru hihotor bonding tu dekhiye besi val lage Ba... Thank you so much eman dhuniya dhuniya vdo bur d thokar babei... Akha koru apunalukor soborei valei buli... Tc n stay safe Ba 😍😊

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Manisha R Borah thank u so much dear.. jomoni xi, jomai thake..

    • @manisharborah9709
      @manisharborah9709 4 роки тому

      Ur most welcome Ba😍 akha koru aru jen dhuniya dhuniya vdo saboloi pai thakim buli...

  • @leenachoudhury8469
    @leenachoudhury8469 4 роки тому

    Roon , Hiya & Jiya i borhiya khana bonale . Baa apunak diya surprise tu sai val lagise.

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Bahut morom tumaloi Aru dhanyabad. Arxibad Kariba ihatak. Morom bur enekoi di thakiba xodai

    • @leenachoudhury8469
      @leenachoudhury8469 4 роки тому

      ❤️

  • @ghostgaming6629
    @ghostgaming6629 4 роки тому

    Roon hiya jiya kothabilak eman bhal lagil
    I love you roon hiya jiya 😘😘😘😘😘

  • @nishapanika8757
    @nishapanika8757 4 роки тому

    Roon, Hiya n Jiya tumaluk bht vl n morom lga... Tumalukr video sai bht vl lgil... Lv u all....

  • @anuany6765
    @anuany6765 4 роки тому

    Bohut vl hoeae babato (roon).luv😙 aru hiya/jiya.agbari jowa😙😙😙

  • @ranjandas1618
    @ranjandas1618 4 роки тому +1

    bohutu morom aru suvkamna thakil dei tomalokloi aguai jowa aru .

  • @jerinasaikia2884
    @jerinasaikia2884 4 роки тому

    ৰুণ, হিয়া আৰু জিয়ালৈ বহুত বহুত মৰম 🤗

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Jerina Saikia তোমালৈয়ো মৰম

  • @nirmaliduttabania____4959
    @nirmaliduttabania____4959 4 роки тому

    বাবী বা মই ইহঁত কেইটাৰ কথা কেইটা শুনিবলৈকে বৰ আগ্ৰহৰে বাট চাও আপোনাৰ ভিডিঅবোৰলৈ ৷ বৰ মৰম লাগে ৰুণ হীয়া জীয়াক ৷ বৰ ধুনীয়া চাৰপ্ৰাইজ দিলে আপোনাক ৰুণ হীয়া আৰু জীয়াই ৷ বা সচাকৈয়ে ভাল লাগে ন এনেকুৱা মৰমবোৰ পালে ৷ মোৰ লৰাই মোক চাহ একাপ বনাই খুৱালে দেই ৷ বহুত দীঘলীয়া হল দেই ৷ ভাল লাগিল ৷

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Aio dehi hoi ne...ki je val lage na ehoti bonai khuwale...dher morom jasilu...thank u!!

  • @JAYA1VIDEO
    @JAYA1VIDEO 4 роки тому

    You are really blessed to have a children like Run Hiya and Jiya.. Very obedient and adorable..love and blessings for them...food is awesome

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Thank u dear
      Bless them, I wish they will be always like this

  • @malabikaboro6403
    @malabikaboro6403 4 роки тому

    Aapunar proti khihot keitar careing dekhi soku pani rokhabo nuwarilu Baa.... Aapuni khosakei bohut lucky Baa,ihot tinita aapunar lora-suwali........ Bohut bohut bohut morom tiniutaloi 😘😘😘😘😘😘😘😘😘😘😘😘

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Bahut morom tumaloi Aru dhanyabad. Arxibad Kariba ihatak. Morom bur enekoi di thakiba xodai

  • @sangitasarmah3544
    @sangitasarmah3544 4 роки тому

    খুব ভাল লাগিল। ইমান testy khana বনাইছে। বহুত মৰম থাকিল তাহাত দুটালৈ। English ইমান ভাল কৈ কৈছে বহুত ভাল কথা, অসমীয়াতো কবলৈ শিকালে ভাল হয়। জাতীয় ভাষাটোৰ knowledge হব লাগে

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Sangita Sarmah তুমি আমৰ চেনেলত নতুন কৈ আহিছা ছাগৈ ৷ ইহঁত জন্মৰ পৰাই ইংৰাজী ভাষাটো শুনি ডাঙৰ হৈছে, আমাৰ বাহিৰে অসমীয়া কোৱা মানুহ নাই, সৰুতে কৈছিল কিন্তু স্কুল যোৱাৰ পৰা নোকোৱা হ’ল৷ ইংৰাজী ভাষাটো ইহঁতৰ প্ৰথম ভাষা, এতিয়া নিজে আগবাঢ়ি আহিছে অসমীয়া কবলৈ ৷ যোৰ কৰি মই একো নিশিকাওঁ৷ মই নিজেই কিমান আশাৰে বাট চাই আছো নিজৰ ভাষাটো শুনিবলৈ ইহঁতৰ মুখত ৷ আৰ্শিবাদ কৰিবা যাতে সোনকালে পৰা হয় কবলৈ ৷ ইন্দিয়া আহিলে আইতাকৰ লগত পাতিব লাগিব নহয়

  • @mausumiroy5628
    @mausumiroy5628 4 роки тому +1

    Wait kri asilu ba roon hiya jiya k dekhiboloi nd happy mother's Day baa 🥰🥰

  • @pranamisharma5716
    @pranamisharma5716 4 роки тому

    Bohut bhal lagil..Room,Hiya,Jiya loi bohut morom dilu💕💕

  • @nitusingha9921
    @nitusingha9921 4 роки тому

    Ba apuni bohut lucky...bohut morom run hiya aru jiya loi... ❤ lots of love

  • @leenaduttachangmai3469
    @leenaduttachangmai3469 4 роки тому

    Bohut vl lagil sai baa.. enayu apunr hokolu bur vdio sai vl lagea

  • @jnandabaruah1735
    @jnandabaruah1735 Рік тому

    You are sooo lucky God gave you such a wonderful children ❤❤❤❤❤

  • @animakapathak1790
    @animakapathak1790 4 роки тому +1

    Apunar cute baby ketai Iman dhunikai banaise Iman maram lagi gaise hihtr future bohot Val hob wish thakil

  • @nikitaduttahazarika6078
    @nikitaduttahazarika6078 4 роки тому

    Khub val lagile babi baa,Roon Hiya e eman dhuniya dish 2ta bonale.khabo mon goise.ru painting 2khon dhuniya hoise ru heel kaita u.

  • @rajnildutta24
    @rajnildutta24 4 роки тому

    That's so sweet of them...i even prepared some special dishes for my mom too.. Coz get an opportunity to pamper her.. And not only that day I use to cook for her....

  • @barenyaparijat1734
    @barenyaparijat1734 4 роки тому

    Roon, Hiya, jiya বহুত ভাল লাগিল দেই। সুখেৰে থাকা তোমালোক । সময় পালে আৰু vdo বনাবা দেই। 😘 😘 😘

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Barenya Parijat
      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ

  • @nibeditagoswami4123
    @nibeditagoswami4123 4 роки тому

    Bhut ei bhal lagil v. tu aru recipi tu try koribo lagib chiken r. .. Run, hiya ,jiya kotha bilak xuni bor bhal lagil..😊💕

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Bahut morom tumaloi Aru dhanyabad. Arxibad Kariba ihatak. Morom bur enekoi di thakiba xodai
      M

  • @pranamikarabha8187
    @pranamikarabha8187 4 роки тому +2

    মাকৰ প্ৰতি সিহঁতৰ অগাধ আন্তৰিকতা,,❤️❤️❤️

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Pranamika Rabha মৰম তোমাক

  • @simibaruahphukan813
    @simibaruahphukan813 4 роки тому

    Bahh Eman dhunia k bonaise....Run.. Hiya.. Jiya Loi bohutu Morom jasilu dai

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Bahut morom tumaloi Aru dhanyabad. Arxibad Kariba ihatak. Morom bur enekoi di thakiba xodai

  • @lipikakalita4485
    @lipikakalita4485 4 роки тому

    ৰুণ, হিয়া ,জিয়া তোমালোকলৈ এগাল মৰম দেই❤️কুশলে থাকা...

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Lipika Kalita তোমালৈয়ো মৰম

  • @gamingwithdeepjyoti4819
    @gamingwithdeepjyoti4819 4 роки тому

    Love you hiya jiya Run.1st saisu aji Tumalukr video..bht vl lgil sai..😍😍😍😘

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      Thank you dear!!Morom loba dei

    • @gamingwithdeepjyoti4819
      @gamingwithdeepjyoti4819 4 роки тому

      @@ChefBBsKitchen wc dear baa.rply kora babe big Tq😍apunaloiu bht morom jasilu sivasagar pora.

  • @champasaikia8558
    @champasaikia8558 4 роки тому

    Rune eman dhunia cook korise. Tar lajtu komise alop. Besi jomoni hoisil, rune bonai ase aru hiyai hatot samus loi test koriboloi haju. ...bohut val lagil ba.

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Hehhe ihata duta ekeloge thakile badmasi hoi thake

  • @ritachetiagogoi3260
    @ritachetiagogoi3260 4 роки тому

    ৰুণ হিয়া জীয়া তোমালোকলৈ বহুত মৰম । ইমান ধুনীয়া বনাইছা । ভালে থাকা তোমালোক। love you ba

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ ঢেৰ মৰম তোমালৈ
      লভ যু

  • @rumiborah3562
    @rumiborah3562 4 роки тому

    হিয়া জীয়া আৰু ৰুণ তোমালোকলৈ বহোত মৰম থাকিল

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Rumi Borah তোমালৈয়ো মৰম

  • @bornalineog2559
    @bornalineog2559 4 роки тому +1

    Wow yumm yumm 😋.. Roon e hosai emn dhunia bonaise dekhie khau khau lagi jai😋😋😋

  • @ranjumaniboro2868
    @ranjumaniboro2868 4 роки тому

    You kids are such a darling...the way you guys especially Roon tries to speak Assamese sounds so adorable...you guys are my favorite Bacchas...Babi ba...apuni bohut lucky eman dhuniya n caring babies paise...the best part of the video was they are so concerned about plating the dishes...coz they know that you maintain perfection while cooking...cut it short i only have to say that I love you Bacchas....hodai maa deutak eneke morom di thakiba.... God bless you guys 😊💓

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому +1

      So sweet dear.. iman dhunia koi likhila bar bhal lagil.. moi bhoba nasilu ihati je platting ot iman importance disil, pisat video tu edit hoi aohar pasat delkhi bhal lagisil . Dhunia ke dile bhal lage je jane.. morom tumaloi

  • @pranitakalita6020
    @pranitakalita6020 4 роки тому

    Wow ..bohut val lagila..eman dhunia koi bonaisa..bohut moram 2malokaloi...

  • @manjuchakraborty2740
    @manjuchakraborty2740 7 місяців тому

    Lovely Mother's Adorable Children ❤❤❤❤Luv

  • @simashreegohainsaikiasimas4623
    @simashreegohainsaikiasimas4623 4 роки тому +1

    Waw lovely.... Hosakoi ba tumi hukhi .....tumar roon hiya jiya....tumar hntan huar babe....aji moi emnr hmrk sai asilu tenekuate tumalukr vdo ahil...bikhekoi roon hiya jiya...nam pai moi aru robo nuwarilu saboloi....asol kothatu hl moi tumlukr vdio emonr lgt sau aji tai class drawing class kori thokar babe oklei salu...hukhi hua

  • @mridusmitasarmah1064
    @mridusmitasarmah1064 4 роки тому

    Ba apunar konmani keta bor morom loga mur lara suwali hale hehotok bahut val pae video t hiya ,jiya, run ahile enjoy kore.

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Bahut morom tumaloi Aru dhanyabad. Arxibad Kariba ihatak. Morom bur enekoi di thakiba xodai

  • @kulumanaligogoi765
    @kulumanaligogoi765 4 роки тому

    It's really nice that you are raising your kids so well sister... Ba bulie koisu... & Roon Hiya Jiya well done guys.. Proud of you & happy to see you all are working hard to learn Assamese

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Kulumanali Gogoi thank u do much dear.. arxibad kariba ihatak

  • @moushumidihingia9891
    @moushumidihingia9891 4 роки тому

    Eman dhunia k bonaise okomani keita e...moi chinese khai khub bhal paon...sure try korim...love your kids ..

  • @priyabgohain1206
    @priyabgohain1206 4 роки тому

    ৰুন ,হিয়া,জিয়া তোমালোকলৈ বহুত বহুত মৰম ❤😘😘😘😘😘😘

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      শুনি সুখী হ’লো, মৰম আৰু
      বহুত ধন্যবাদ তোমাক ৷ মৰম বোৰ এনেকৈয়ে দি থাকিবা৷ আৰ্শিবাদ কৰিবা ইহঁতক ৷ চাই থাকিবা দেই ইহঁতক

  • @kankanapathak4159
    @kankanapathak4159 4 роки тому

    bohut val lagil vlog to..run hiya jiya😍😍😍

  • @shahnazahmed3203
    @shahnazahmed3203 4 роки тому

    বৰ ভাল লাগিল ভিডিঅ' চাই আপোনাৰ তিনিটা সন্তান বৰ মৰম লাগে আশিবাদ কৰিছো প্ৰায় সদায় যেন আপোনালোকৰ
    জীৱন এনে দৰে থাকে যেন ❤️❤️❤️❤️❤️

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Shahnaz Ahmed শুনি সুখী হ’লো ৷ দুৱাত ৰাখিবা আমাক ৷ ঢেৰ মৰম তোমালৈ

  • @gitamonidevi6767
    @gitamonidevi6767 4 роки тому +2

    কি কম ভাষা নাই💖💖ইমান মৰম লগা ৰুন হিয়া অাৰু জিয়া❤❤সচাঁকৈ কৈছো তোমালোকৰ ভিডিঅ'ৰ বাবে মই বাট চাই থাকো😍😍সিহঁতে অসমীয়া কলে শুনি সুব ভাল লাগে😘😘ইমান ধুনীয়াকৈ বনালে অাৰু সজাই দিলে😘😘তোমালোক সকলোকে ভগৱানে ভালে ৰাখক😍বহুত মৰম দিলোঁ বা❤❤❤

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Gitamoni Devi ইমান মৰমেৰে লিখিলা মন ভৰি গ’ল ৷ ৰুনে যান পাৰে কলে আৰু পিচলে হাত দাঙি দিলেগৈ😂 চেষ্টা যে কৰিলে নিজে সেইয়াই যথেষ্ট মোৰ কাৰনে ৷
      মৰম লবা

    • @gitamonidevi6767
      @gitamonidevi6767 4 роки тому

      @@ChefBBsKitchen ❤❤❤

  • @lovinagogoi7057
    @lovinagogoi7057 4 роки тому

    Wow... Moza bohut val lagile video to sai

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Bahut morom tumaloi Aru dhanyabad. Arxibad Kariba ihatak. Morom bur enekoi di thakiba xodai

  • @bornaliborah6664
    @bornaliborah6664 4 роки тому

    Makoloi lora sialikeitar morom dakhi mur sku pani ulai gol Ba,hosakoi khub val lagil.lora sualie kiba ata val krily makor anondo 2gun hoi jai.god bless you for your family Ba.

    • @ChefBBsKitchen
      @ChefBBsKitchen  4 роки тому

      Thank u dei.. morom loba.. arxibad kariba ihatak

  • @paharidutta5455
    @paharidutta5455 4 роки тому +1

    Happy mother's day....dariyai hol tothapiu dilu ..apunar run hiya jiyak Val lage...

  • @id329
    @id329 4 роки тому

    Too much love to them.Taste jiya nohouk tahtor hepah tu dekhi khub bhalgisa.uuummmh to dem.

  • @mainanath8082
    @mainanath8082 4 роки тому

    Khub val khub val khub val lagil ba.Run Hiya Jiyak dekhile anei val lage video bor sai.aponalok gotei keijni bare family keita bar maram loga💞💞💞akou natun video loi bat sai thakilu ba☺️☺️