পাম অইলৰ খেতি আৰু অসমৰ ভৱিষ্যত।
Вставка
- Опубліковано 11 лют 2025
- আপোনালোকে গমেই পাইছে যে অসমত পাম অইলৰ খেতি হবলৈ গৈ আছে,ৰামদেৱ আৰু ৩ ত কোম্পানীয়ে ৩.৭৫ লাখ হেক্টৰ মাটিত অসমৰ ১৮ খন জিলাত এই পাম অইলৰ খেতি হবলৈ গৈ আছে।আমি পাম অইলৰ নাম শুনি আছোঁ ইয়াৰ বহু কথা শুনি আছোঁ কিন্তু ইয়াৰ বিষয়ে সকলো কথা নাজানো,কাৰণ এই বিষয় টো আমাৰ বাবে একদম নতুন হয়।এতিয়া এই পাম অইল কি হয়,ইয়াৰ খেতি কেনেকৈ কৰা হয়,ইয়াৰ পৰা কি অপকাৰ হয়,ইয়াৰ ভাল গুণ,ইয়াৰ বেয়া গুণ সকলো কথা এই video টোত মই গোটেই কথা খিনি আলোচনা কৰিছোঁ, আশা কৰিছোঁ এই video টো চায় ভাল পাব আৰু video টো শ্বেয়াৰ কৰিব।
#palmoil #palmtree #palm #palmoilplantation #palmoilmalaysia #palmoiltree #palmoilplntation #indonesia #palmoilindonesia #palmoilharvesthing #palmoilmachine #palm_oil_plantation_assam
#Palm_tree_assam
#assam #assameseinformationvideo #assamtoday #assameseknowledge #assamesenews #assamgovt #bjpassam #ramdev #patanjali
#assam #assamesegk #assameseshorts #palmas #palmoilmachine
মোৰ কিছুমান পুৰণা video, যিবোৰৰ পৰা আপুনি কিছু হলেও নতুন কথা শিকিব পাৰিব -----------------
উত্তৰাধিকাৰী সূত্ৰে নামজাৰী,বা মাটিৰ ৰেকৰ্ড বা জমাবন্দি, ভূমিপুত্ৰ চাৰ্টিফিকেট কেনেকৈ ঘৰতেই বহি কৰিব -----
মাটিৰ কাম-কাজ,আপুনি এই লিংক টোত ক্লিক কৰি সকলো মাটিৰ কাম কাজ সম্পৰ্কীয় video চাব পাৰিব।
• মাটিৰ কাম-কাজ
Dark Side of Cold Drinks..
• Dark Side Of Cold Drin...
কেদাৰনাথ নাযাব,যোৱাৰ আগত এই video টো চায় লওক
• কেদাৰনাথ ভূলটো নাযাব,এ...
Uniform Civil Code কি বাৰু?
• Uniform Civil Code কি?...
What is Cloud Seeding? Artificial Rain কি?
• Cloud Seeding:The Secr...
আমাৰ নেতা সকল কিমান ধনী বাৰু?
• আমাৰ নেতা সকল কিমান ধন...
Criminal বোৰে অপৰাধ কৰি কিয় লণ্ডন গুচি যায়
• Criminal বোৰ লণ্ডনলৈ ক...
AI আৰু আমি,ভৱিষ্যতে আমি বেকাৰ হৈ থাকিব লাগিব নেকি?
• ভৱিষ্যতেও আমি বেকাৰ হৈ...
মণিপুৰৰ হিংসাত্মক ঘটনাৰ আঁৰৰ কাহিনী
• মণিপুৰৰ হিংসাত্মক ঘটনা...
THE DARK SIDE OF MODI..
• The Dark Side of Modi ...
ইনাৰ লাইন পাৰ্মিট কি?
• ইনাৰ লাইন পাৰ্মিত কি?অ...
বৰ্তমানে জনসংখ্যা বঢ়া নাই,কমি হে গৈ আছে
• বৰ্তমানে জনসংখ্যা বিস্...
আমি সদায় খায় থকা চালানী মাছ বোৰ আমাৰ দেহৰ কাৰণে কিমান ভাল বাৰু??
• চালানি মাছ খালে কেঞ্চা...
বৰ্তমান চলি থকা ১০ মিনিটত LOAN দি APP বোৰে কিদৰে মানুহক ঠগাই আছে।সাৱধান এই loan app বোৰৰ পৰা loan লৈ জীৱন ধ্বংস নকৰিব .....
• সাৱধান : 10 মিনিটতেই ল...
আপোনালোকে যদি বিচাৰে মোক follow কৰিব পাৰে...
মোক Instagram ত follow কৰিব পাৰে...
...
Insta id
Gyaan Jogot ৰ facebook পেজ ত like কৰি follow কৰিব..
/ gyaan-jogot-1041977652...
আপোনালোকৰ বহুমূলীয়া সময় উলিয়াই এই video টো চোৱাৰ বাবে অশেষ ধন্যবাদ।আপোনাৰ দিনটো শুভ হওঁক।।
ধন্যবাদ।।।।