Montu Ali visits Kumar Bhabesh's residence
Вставка
- Опубліковано 10 жов 2024
- Montu Ali visits Kumar Bhabesh's residence
2/12/2021
@kumarbhabeshmusical6128
Stay Tuned
#Do subscribe my UA-cam channel 'Kumar Bhabesh Musical' for more updates ♥
#My UA-cam channel Link
/ @kumarbhabeshmusical6128
ভাল লাগিল দাদা।অতিথি সাক্ষাৎ দামোদৰ ।আপুনি উচ্চ নীচ এইবোৰ ভেদ ভাব নোহোৱাকৈ অতিথি আপ্যায়ন কৰিলে।আজিকালিৰ সমাজত এনেকুৱা মানুহ বহুতে কম দেখা যায়।আপুনি আৰু আগবাঢ়ি যাওঁক।ভগৱানে কুশলে ৰাখক🙏😘
অশেষ ধন্যবাদ
Very good bhabesh da
Xokolo manuh anekua hobo laage... Kisuman rajniti Kora manuhor baabe bortoman manuhor majot ghrinar vaab jonmo hoise
@@kumarbhabeshmusical6128 kumar vl lgise....
@@kumarbhabeshmusical6128 I+*!
বহুত ভাল লাগিল দাদা 🙏 আপোনাৰ মহানুভাবতা দেখি,, ঈশ্বৰে আপোনাক সদায় ভালে-কুশলে ৰাখক, আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছো🙏
ধন্যবাদ
🙏🙏🙏
@@kumarbhabeshmusical6128 Hi
Bhavesh দা আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ, আপোনাৰ দৰে মানুহ এই পৃথিৱী ত কম আছে।আপোনাক আল্লাহ ই ভালকৈ ৰাখক,দোৱা কৰিলো আমিন।।
Mor falor porao duwa thakil
ধন্যবাদ
@@kumarbhabeshmusical6128 vl lgise...
আপুনি এজন মহান শিল্পী এয়া তাৰেই প্ৰমাণ...এজন শিল্পীৰ দৃষ্টিত উচ্চ নীচ ভেদ ভাব যে থাকিব নেলাগে এয়া তাৰেই প্ৰমাণ....ধন্যবাদ দাদা...
ধন্যবাদ
মন্টুৰ লগত একেলগে দেখা কথোপকথন দেখিবলৈ পায় আপ্লুত। একতা স্বভীমান অটুট থকাৰ প্ৰয়াস! ধন্যবাদ থাকিল কুমাৰ ভৱেশ ডাঙৰীয়ালৈ।👍👍🙏
ভাৱেশ দা আপুনি এজন বহল অন্তৰৰ মানুহ আপোনাৰ মানৱতাক কুটি কুটি প্ৰণাম জনাইছোঁ video টো চাই সুখৰ চকুলো বৈ আহিল। নেদেখাজনৰ ওচৰত আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ আয়ু কামনা কৰিলো।
ধন্যবাদ
বহুত বহুত ধন্যবাদ..... শিল্পীসত্তা তেতিয়াহে মহীয়ান হৈ পৰে যেতিয়া মানৱতা আৰু মহানতা একেলগে সংযোজিত হয়... Excellent.. Salute to You... 🙏
ধন্যবাদ
বহুত ভাল লাগিল | এনেকৈ সজ আচৰণ কৰিবলৈ ভগৱন্ত পুৰুষে ভবেশ দাক সু- বুদ্ধি শক্তি -সামৰ্থ দিয়ক ,ঈশ্বৰে ভবেশ দাৰ মনোবাঞ্চা পূৰ্ণ কৰক ,মংগল কৰক ,কৃষ্ণ !
ধন্যবাদ
এনোকুৱা শিল্পীক আদৰ কৰা বাবে বহূত বহূত ধন্যবাদ
Xundar
ধন্যবাদ
Good
ভাল লাগিল দাদা। আপুনি এজন বিশাল মনৰ অধিকাৰী। ভগৱানে আপোনাক কুশলে ৰাখক।
Bahut bahut lagise dada very good thank u dada
বহুত ভাল লাগিল দাদা আপোনাৰ পৰা প্ৰমাণ হয় যে মানৱতা এতিয়াও জীয়াই আছে 🙏🙏🙏🙏🙏
ধন্যবাদ
Thiikei koise Baideiu
এনেকুৱা কামবোৰ দেখিলে মনটো খুব ভাল লাগে ভবেশ দা...ভগৱানে মংগল কৰক আপোনাৰ
ধন্যবাদ
বহোত ভাল লাগিল এই দুনিয়াত ভাল মানুহ শেষ হোৱা নাই
কুমাৰ ভবেন আপনী ভাল মানুহ দে আপনী এই আন্দো মানুহ জনক ইমান ধুনীয়া কৈ খানাপিনা খুৱাইছে ।
তাৰ কাৰণে বহুত বহুত ধন্যবাদ ।
Bohut val lagil kumar Bhabesh da.. Bohut Dhunia Sanmanere adorile Montu dak
Iyakei j sonman,morom,manobota kuwa hoi apuni dekhuwai dile .god bless you .comment nkrake thakibo niwarilu.nice
অতিথি পৰায়ন এই শব্দটোৰ ব্যৱহাৰ ক্ৰমাৎ কমি আহিছে সমাজত। কীয় বাৰু । আপোনাৰ এই video দেখাৰ পাছত কিছু সংখ্যকে ভাবিব যে মই যদি সকলো মানুহক এনেদৰে ব্যৱহাৰ কৰিব পৰহলে সেই আগৰ দিনবোৰ ঘূৰি আহিল হতেন। আপোনাৰ এই অতিথি পৰায়নাতা ইমান সুন্দৰ ভাৱ দেখি আনন্দিত হৈছো। সকলো যেন আপোনাৰ দৰে হওঁক কামনা কৰিছোঁ।
অশেষ ধন্যবাদ
স্বাগতম আপোনাক
ধন্যবাদ ডাঙৰীয়া!এজন অন্ধ মানুহক যিখিনি মৰম দিলে সচাকৈয়ে প্ৰসংশনীয়!
ধন্যবাদ জনালোঁ
Bhavesh daa apuni bohut bhal.. nije teuk gutei khini aagbohrai dise.. ajih r dinot manuh famous Hoi gole anekua manobota budh Komi jai.. Apunak monor pora koisu bohut din jiyai thakok..❣️
Thanks
🙏🙏🙏 ভিডিও খন চালোঁ । চাই ,,খন্তেক সময়ৰ বাবে সচিকৈ আবেগিক হৈছিলোঁ । আপোনাৰ মহাভাবনুতাক শলাবলীয়া । ঈশ্বৰ আল্লাহ ই আপোনাৰ মঙ্গল কৰক । ধন্যবাদ ।👍👍👍 শলাবলগীয়া... শুদ্ধ বাক্য ।
আপোনাৰ সহাঁৰিক অশেষ ধন্যবাদ
আপুনি সঁচাকৈয়ে পৱিত্ৰ মনৰ মানুহ ভৱেশ দা🙏❤️🙏❤️
Thanks kumar vobhes. কোনো মানুহক জাত পাত বুলি ঘিণ কৰিব নালাগে ।উদাহৰণ -কুমাৰ ভবেশ ।
ধন্যবাদ
sir apunar manabata bahut bahut upatat
Bohut val lagil dada . Aponi bohut val monor manuh😊
Thanks
Xundor monor xundor manuh....Bhobesh be u r great 🥰🥰🥰
Very nice👍👍khub val lagil manhu jonor proti morom dekhi
আপোনাৰ মহানুভাবতা দেখি বহুতো ভাল লাগিল দাদা।আপোনাৰ নিচিনা মানুহে সচাকৈয়ে এই যোগৰ মানৱতা জীয়াই ৰাখিছে।❤🙏🙏
ধন্যবাদ
এটা উদাক্ত কণ্ঠৰ লগতে এজন বহল মনৰ মানুহ আপুনি ।।।❤️
ধন্যবাদ
Kumar Bhobesh da apunak ear porai salute janaisu bahut val kam korise I love all family ...... vogoban e aponak Mangal korok
Bohut val lagil, very good,, Thank-you sir ji
Bohut bhal lagil bhabesh da. i like for you and your voice n your help style.
bhut val lagil dada Aponar morm bur dekhi. আপোনাক ইশ্বৰে সদাই ভালে কুশলে ৰাখক.
আজিৰ পৰা আৰু সন্মান বেছি কৰিম দাদা আপোনাক,মাটিৰ মানুহ দাদা আপুনি বহুত ভাল।
বহুত বহুত ভাল লাগিল, আৰু আপোনাৰ তেখেতলৈ জনোৱা ইমানখিনি সন্মান দেখা পাই বহুত বহুত ভাল লাগিল চাই। আপোনাক আৰু তেওঁক শ্রদ্ধাৰে সুঁৱৰিছো🙏🙏🙏🙏
ধন্যবাদ
Bohut val lagil sai, apunar mohanubhobota , manobiota, aasar bibohar, apuni vale thakoko, bhogobane vale rakhok apunar logote apunar poriale ti take parthona jonalu nedekha jonor usorot
ধন্যবাদ
বহুত ভাল লাগিছে আপোনাৰ মহানুভাবতা দেখি।
ভাল লাগিল দাদা
মানুহ মানুহৰ বাবে যে সেইতু আপুনি দেখুৱাই দিলে আৰু আমি সকলোৱে জনা দৰকাৰ আমি মানুহ।আশীৰ্বাদতো দিব নোৱাৰো মহাশয় আপোনাক শুভকামনা জনালোঁ।ধন্যবাদ।
ধন্যবাদ
Video tu sai mur sokur pani ulai goise salute bhabhes daa apunar nisina mohapurukh j atiya o ase haitu dangor kotha love from udalguri ❤️🥺🥺🥺🥺
Kumar Bhavesh da khosa aponar dora soba hola bhut vl hola hoi good aponak bhut vl lagisa ☺️
Bohut bohut vl lagil dada
বহুত আনন্দ পালোঁ দাদা আপোনাৰ সুন্দৰ সহানুভুতি আৰু আপোনাৰ মানৱতা আৰু দায়িত্ব বোধ ঈছৰে মংগল কৰক আৰু আপোনাক কবলৈ ভাষা নাই
বহুত ভাল লাগিল দাদা আপোনাৰ মৰম বোৰ দেখি🙏🙏🙏 ঈশ্বৰে আপোনাক সদায় ভালে কুশলে ৰাখক🥰😍🙏🙏
Bhabesh Da... Like your feelings towards the fellow artists.. Keep your good heart and May almighty provides you good health..
Eia manobotar mahanuvab.....salute u......Bhabesh da.allah bless you...
বহুত বহুত ধন্যবাদ দাদা আপোনাক।
বহুত ভাল লাগিছে দাদা ❤️ বহুত কোমল মনৰ মানুহ আপুনি ❤️
bohut bohut hukhi apuni... monor manuh hokluy napai dada..
মানৱতাৰ শ্ৰেষ্ট নিদৰ্শন!
বৰ ভাল লাগিল।
Kokaideo video Tu bht val lagil,,,,,
Bahut bhal lagil dada aapunar norom dekhi 🙏🏼bhagwanor osarat aapunar mangal kaamana korilu
ধন্যবাদ
Aapunar aappayon dekhi bohut Val lagil
U are one of the best simple artists in our assam .....long live god 🙏 ❤ bless you dada....
Kumar bhabesh is a pure soul.. And his family is too.. God bless masterio 💯💯
দাদা মন জয় কৰি নিলে আপুনি ❤️
এটা মানুহৰ ইমান যত্ন কৰিলে আপুনি, ওফ চকু পানী ওলাই গ'ল 🙏❤️
আল্লাহ আপোনাক সদায় সুখত ৰাখক🤲
ধন্যবাদ
ভাল লাগিল দাদা videoটো চাই,🙏🙏🙏🙏🙏❤️❤️❤️❤️💐💐💐💐👌👌👌👌
ঈশ্বৰে আসিবাদ কৰিব আপোনালোকৰ পৰিয়ালৰ সকলোকে ।ময়ো এওঁ লোকৰ নিচিনা মানুহক নিজে মাতি আনি শুচখা কৰি বশুত ভাল পাওঁ।ভগবানক বিছাৰি মঠ মন্দিৰ গলেওঁ এখেত লোকক শুচখা কৰিব পাৰিলে হাখ্যাত ঈশ্বৰক বিচাৰি পাওঁ।ধন্যবাদ ভবেশ দা bokakhatৰ পৰাআশিবাদ মৰম পথালোঁ।
ধন্যবাদ
ভাৱেশ দা খুবেই ভাল লাগিল। মনটো সেমেকি উঠিল। আপোনাৰ মহানুভৱতাই মনটো চুই গল। এটোপি আনন্দৰ চকুলো ওলাই গল। luv u দাদা
ধন্যবাদ
অতি সুন্দৰ, Bhabesh দাদা, Good Job
U r so kind.
Salute u Da. Luv u. B blessed always ! I hav no words to praise u....u r great🙏🙏🙏
Kumar da video Tu sai bohut ehmosanal Hoi goi su kio najanu tq Kumar da
কুমাৰ ভবেশ ডাঙৰীয়া আপোনাৰ অতিথি সেৱাৰ শলাগ নলৈ নোৱাৰিলু। বিশেষভাবে সক্ষম লোকজনক যি সন্মান দিলে আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।
ধন্যবাদ জনালোঁ
Bohut val lagil dada apunar mongol howk 🙏🙏🙏
Bhabesh da ghartu dekhi bhal lagil
Dada auponi bohot vall manoh bohot vall lagil vido to sai auponar aisina manohor kurana ...ai doniya xon soli asa dada love you dada ❤️❤️❤️❤️❤️❤️
ধন্যবাদ
Buhut Val lagil Kumar bhobesh da
Bohut val lagil. Dada ❤️❤️❤️
কিকম দাদা কবলৈ ভাষা নাই moja 👌👌👌👍💓❤️❤️💓
Bhut val lagil My First comment tumar video y
Nice,val lagil dada video to sai
Moja dada..anakuwa dakhila bohut bhall laga
Thnx
Bahut vala lagil dada...
বহুত ভাল লাগিল ভৱেশ দা আপোনি সচাকে মহান❤❤
ভবেশ দা মই শিৱসাগৰ গৌৰীসাগৰৰ৷আপোনাৰ মহানুভৱতা আৰু কৰ্মই মোক আপ্লুত কৰিলে৷আপোনাৰ ভাল হওঁক লগতে বৌ আৰু মইনালৈ শুভ কামনা যাঁচিলো৷
Gourisagar r kun nu
Wow ....... thanks
এজন প্ৰকৃত শিল্পীয়ে আন এজন শিল্পীক সন্মান জনাই।
Bobesh Da , apunak gom puwa nasilu je apuni ,eman bohol antoror manuh..hosakoi bor bhal lagil...
Greatly touched...Bhogobane jen apunar hokolubur monor akha purnno korok... 👍 👍 👍...
Apunar dore manuh lage dada salute.asolote bohuluk ase dangor dangor pordar arot blg kotha koi akou realitykoi beleg but apuni tene nohoi apunar manobiyotak hajar bar pronam korisu teuk eta apunar thrrowdi plate from eta diya hole raije akuwali lole hoi aru bohut aag bahile hoi teu
Dada Apuni ssake bohut monhu hoi,Apunar dore manhu aji kalir dinot bohut kom..bohut val lagil..Apunak Vogobane Val rakhok..🙏🙏
Thank you
কুমাৰ ভৱেশ এজন প্ৰকৃত শিল্পী । মানৱতা শেষ হৈ যোৱা নাই । মন্টু আলি যি জন অন্ধ ব্যক্তি তেও যেনে দৰে ব্যৱহাৰ কৰিল সচাকৈ প্ৰশংসনীয় । কুমাৰ ভৱেশৰ দৰে সকলোৱে হলে পৃথিৱীখন সুন্দৰ হব । কুমাৰ ভৱেশৰ দীঘায়ু আৰু সুস্বাস্হৰে থাকক ।
ধন্যবাদ
Kumar vobesh বৰ ভাল মানুহ ।god bless you
Dada video to Sai bohut val lagile ajir dinoto manobta jiyai ase ❤❤❤❤
আবেগিক হৈ গলো মন্টু দাক দেখি। ভগৱানে আপোনাক কুশলে ৰাখক। আৰু কুমাৰ ভৱেশ দাৰ মন মানৱতা সদায় এনেকৈয়ে থাকক।🙏
Thanks a lot
আপোনাৰ ব্যৱহাৰ দেখি সঁচাকৈ আপ্লুত হলো দাদা, বহুত ভাল লাগিল Video টো চাই ৷ আপোনাৰ পৰিয়ালৰ সকলোকে চিনাকি কৰাই দিব চোন দাদা 🙏🙏🙏
Ok
দাদা বহুত ভাল লাগিল আপোনাৰ মানবতা খিনি দেখি।
You are very kind hearted .Thank you.
Nice kumar da bohut vhal lagil...
Dada aponak bhagabanea hadai hukhi kari rakhak🙏🤗🌞🌴🏄🎇🙏🤗🌞🌴🏄🎇🙏🤗🌞🌴🏄🎇🙏🤗🌞🌴🏄🎇
Bhabesh daa ❤ love from Nalbari
Bhout val lagil
Dada bohut val lagil 🙏🙏🙏🙏🙏🙏🙏🙏
ধন্যবাদ দাদা বহুত ভাল লাগিল
Dada adin apunr bhut vl hbo.. Bhut lagil sai... 👏👍
দাদা বহুতো ভাল লাগিছে দাদা
ভাল লাগিল। ধন্যবাদ
Bohut val lagil dada
Bohut val jam korise dada,apuni axom ejon bohut dangor Singer hoi
Nice aponar Akhon big hridoi ase dada😢😢😢❤❤
ধন্যবাদ কুমাৰ ভবেষ দাদা ....You are great... ( glp...krishnai )
ধুনীয়া 👍👍👍👍❤❤❤❤❤
Vhal lagil dada
Dada manibo lagibo aponak koboloi bhakha nai joy Kumar dah🙏🏻👍✍️🇮🇳 joy aai axom
Bhut val lagil Dada