Beginning a POSITIVE New Year || Kumud Das on Feelings, Love & more || Assamese PODCAST - 150 (4K)
Вставка
- Опубліковано 8 лют 2025
- UNTOLD Podcast, Episode-150 ft. Dr Kumud Das (@kumuddasofficial), a Journalist from Assam, an Author, a Research Fellow and a fun-loving personality.
This Podcast episode is basically about ‘everything’ and ‘anything’ that we can talk about. Basic human behaviour, notions, attitudes and the possible reasons why.
Dr Kumud Das has authored a book named ‘Moi Manuh Hobo Bisaru’ (I wish to be a Human) - denoting the complexity humans have, undergo every day.
Deriving much about what’s in the book, Dr Kumud Das tells about the basics of the complex human nature, the thinking process, behaviouralism and more.
This is a fun-loving, quirky yet.
*****
You can also listen to our podcast,
👉🏼 Apple Podcast: podcasts.apple...
👉🏼 Spotify: open.spotify.c...
👉🏼 Amazon Music: music.amazon.c...
👉🏼 Google Podcasts: podcasts.googl...
*****
Connect with Aboyob on,
👉🏼 Instagram: / aboyobbhuyan
👉🏼 Twitter: / aboyobbhuyan
Connect with the Team,
👉🏼 Cinematographer:-
Himangshu Buragohain
/ himangshu_buragohain
👉🏼 Production:-
Kundan Baruah
/ _kundan_baruah_
Nitupal Saikia
/ nitupal_xoikiya
Ishan Bora
/ ishaan.borah
*****
#AssamesePodcast #AssameseInterview #HumanPhilosophy #Philosophy #Behaviour #Journalism #AboyobBhuyan #UnfoldPodcast
Thank you all for your nice words and encouragement. I am indebted to you all for showering so many blessings. Stay happy always. Bhale thakok xokolu.
Sir❤
Sivasagar
তেওঁৰ কথাবোৰ শুনিব মন যায়।এইটোৱে চাগে এজন ভাল ব্যক্তিত্বৰ মানুহৰ গুণ
আজি গুৱাহাটীৰ পৰা এই podcast অনুস্থান টো চাই আছো। ডঃ কুমুদ দাস দেৱে জীৱন সমন্ধে যিবোৰ কথা আগবঢ়াইছে সেইবোৰ বৰ প্রশংসনীয়। মই তেখেতৰ ইউটিউত দিয়া গীতাৰ সাৰংশ অনুস্থানটি চাই বহুত উপকৃত হৈছো। এনে এটি অনুস্থান আগবঢ়োৱাৰ বাবে তোমাকো ধন্যবাদ জনাইছো।
কুমুদ দাস চাৰৰ কথা খিনি অন্তকৰনে বুজি পালে হে অনুভৱ কৰিব পাৰি। সুন্দৰ কথা জানিব পাৰি।
অসাধাৰণ ব্যক্তি জনক সদায় টিভিৰ অনুষ্ঠান ত দেখি আহিছিলো। তেখেতৰ সামাজিক মাধ্যমত বহুতো তত্ত্ব গধূৰ ভিডিঅ' পাওঁ। গ্ৰন্থ খনি সংগ্ৰহৰ চেষ্টা কৰিম। ব্যক্তিত্বৰ মাজত মানৱ দৰ্শন অতি সুক্ষ্ম ভাৱে বিশ্লেষণ হৈছে।
অনুষ্ঠান টো নাহৰকটীয়া ৰ জয়পুৰ ৰ পৰা চাই আছোঁ।
Aboyob, please invite Mr Satyajit Kumar Sir(Co- founder of SPM)...as you are the best in podcast you can have a good session with Sir...He is the best teacher in the field of Civil Service and a very good human being..It will be so nice to see him on your show..
Moi tezpuror pora sai asu bhaiti..kumud daa mur bohut favorite hoi..
I m from sibsagar
মোৰ আদৰ্শ ব্যক্তি জন Dr Kumud Das,কিতাপ খন ক'ত পাম বাৰু
শুনি ভাল লাগিল বহুত, কিবা অলপ উৎসাহ পাওঁ
মই তিনিচুকীয়া কাকপথাৰ পৰা অনুস্থান চাই আছোঁ । কুমুদ দাৰ কথা বহুত ভাল লাগে, আজি দুয়ো গৰাকী কথোপকথন বহুত ভাল লাগিছে ❤
কথা খিনি খুউব গুতত্বপূর্ণ ভাল লাগিল |❤❤
কিমান যে সুন্দৰ অনুষ্ঠান,ৰসাল অৰ্থবহ কথাবার্তা, আন্তৰিক শুভ কামনা, বহুত মৰম💐💐💐
আজিৰ কথাখিনি শুনি সঁচাকৈয়ে ভাল লাগিল।
ছাৰে কৰা মদ্ভাগৱত গীতাৰ সাৰাংশ এটা সময়ত শুনিছিলোঁ। এতিয়া ফেচবুক সম্পূৰ্ণৰূপে এৰিলোঁ। কিন্তু তোমাৰ podcast ৰ খণ্ডকেইটা নিয়মীয়াকৈ চাওঁ, কথাবোৰ মন দি শুনো।
ছাৰৰ কিতাপখন কিনিম। পঢ়িম।
(ছিপাঝাৰ, দৰং)
তেখেতৰ কথাবোৰ খুবেই ভাল লাগে ।তেখেতৰ ভিডিও বোৰ চাই থাকো।আজি চাই বৰ ৰসপালো ।ভাল লাগিল। ধন্যবাদ।
Moi praei apunar podcast hunu ruu .. Ajir podcast2 khosai vl lagil.. Thank you
Favourite manuh janak mata krne dhanyabad.Bahut besi val lagil podcast to sai.manto val lagi gal.
বিশেষ মানুহ জনৰ বিশেষ কথাবোৰ
মই সম্পূৰ্ণ চালোঁ দেই , বহুত ভাল লাগিল।
বহুত ভাল লাগিল গুৱাহাটী ৰ পৰা।
Kumud Das r kotha huni ketiyaow aamoni nalega. God bless kumud Das.
কুমুদ ছাৰৰ কথাবোৰ ভাল লাগে। অনুপ্রাণিত হৈছো।
অশেষ ধন্যবাদ মানুহ জনক বহুত দিনৰ পৰাই অনুসৰণ কৰি আছিলোঁ । আজি একেবাৰে ওচৰত বহি তেখেতৰ কথা শুনি থকাৰ দৰে লাগিল । পদকাষ্ট আচলতে সম্পূৰ্ণ কৈ চাও কিন্ত এই খণ্ড টো এক ছেকেণ্ড stop নকৰাকৈ চাইছো
বিশেষ বিশেষ অনুষ্ঠান ভাল লাগিল
Dr কুমুদ দাসৰ অনুষ্ঠানবোৰ বহুত আগৰে পৰাই চাই আহিছোঁ৷ কিন্তু আজিৰ আলোচনাৰ বিষয়টোক ইমান সুন্দৰকৈ আৰু খোলোচাকৈ প্ৰকাশ কৰিছে যে মোৰ লাগিছে অবয়ব আৰু ডঃ দাসৰ লগত ময়ো বহি আছোঁ৷ তেওঁলোকে হাঁহিলে ময়ো হাহোঁ৷ এনেকুৱা মানুহ লগপালে সময়বোৰ বৰ সুন্দৰ কৈ পাৰ হয়৷ লগ পাবলৈ মন থাকিল৷ এপিচ’ডটো শ্বেয়াৰ কৰোঁনে ? দুয়োলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ৷
মই গুৱাহাটীৰ পৰাই চাই আছোঁ৷
Dr Kumud Das Sir is best❤
কথাখিনি খুউব গুৰুত্বপূৰ্ণ, ভাল লাগিল।
4 time চালোঁ।দুই জনকে বহুত ভাল পাওঁ যে ❤❤❤❤লগ পাব মন আছে কুমুদ sir ক
বৰ সুন্দৰ অনুষ্ঠান। ভাল লাগিল। দুয়ো জনলৈ শুভেচ্ছা জনালোঁ।
Bht ajon val manuh de kumud das
Dr kumud das. God bless you 🙏
Thank you... bhal lagil bohut... kumud dar video moi bohut agor porai sao... aji aru kisu kotha janilu.. kitap khon kinim
মোৰ প্ৰিয় ব্যক্তিৰ ভিতৰত কুমুদ দাস অন্যতম। মই কাৰ্বি আংলঙৰ পৰা চাই আছোঁ।
মোৰ অতি শ্ৰদ্ধাৰ কুমুদ দাস। মই হোজাই জিলাৰ কাকীৰ পৰা চাই আছো
One of the most beautiful podcast ever❤❤❤
Really it is an extra ordinary episode.
Bohut bhaal laagise bohut dinor pasot hahisu pahori goisilu hahibole ajir pora hahim thank you kuhole thakok 🙏🙏🙏
Bahut kotha khikibo palu aitu podcast r pora❤.. i'm from Tamulpur assam
I am from West Bengal. I stay here.. I am a regular viewer of your Podcast
Watching from Dibrugarh❤❤
Duyujonokei bahut val lge❤❤ hodai sau video❤❤
Moi 2 times salu podcast tu .Kumud sir you rock always. Bohut val lagil Aru bohut kiba kibi sikilu. Thankyou
As a parents bohut khini help hol logote potitu kotha khub val lagil..
Khula 😂fatafati hahi❤❤ bahut bhal lagise video tu sai👍🏿😍😍
Val lagil episode tu sai
Kumud Das mur ajon priyo xangbadig hoi
অতি সুন্দৰ আলোচনা।
ভাল লাগিল শুনি।
বৰ সুন্দৰ podcast খুব ভাল লাগিল
Full video salu
Thank you so much kumuda da lot's of love ❤️
Moi Pune r pora sai asu.... bohut val lagil.... thank you so much sir....🙏🙏❤️❤️
মই তোমাৰ Podcast চাই থাকো দেই ৷ আজি kumud Das দেৱৰ কথাখিনি বহুত ভাল লাগিল ৷ কিতাপখন নিশ্চয় কিনিম ৷ মই গুৱাহাটীৰ পৰা চাই আছো ৷
Bor xundor podcast, bohut vl lagil.I am from Nagaon.
Anekuwa podcast bare bare saboloi mon jai.........
139 minutes salu from nagaon best wishes Kumud da moi manuh hobo khuju 🙏🏻❤
Thank you Abayab.. Val lagil kumud dar kotha bur ❤
মই মাৰ্ঘেৰিটাৰ পৰা চাই আছো। কুমুদ sir ৰ কথা fb. শুনি খুব ভাল লাগে।
Bohut besi val lagil.kumud da r voice 2 khub val lage.khub xundor kotha koi
সঁচাই ভাল লাগিল। সঁচা কথা কুমুদ দাই কোৱা কথা কেইটা
Mur oti priyo Dr. Kumud Das r kothabur.Moi Sivasagarar pora saisu.
Bohut val lagil...❤
যোৰহাটৰ পৰা নিয়মীয়াভাৱে তোমাৰ অনুষ্ঠান চাও ভাইটি, তুমি বয়সতকৈ বেছি ভাল কাম কৰি আছা, ভগৱানে তোমাক কুশলে ৰাখক ❤️
বহুত ভাল লাগিল তিনিচুকীয়া
ভাল লাগিল মিৰ্জাৰ আমৰাঙা সত্ৰৰ পৰা 🙏💐
So nice perfect book for the society now a days. My heartfelt gratitude to the Writer.
Kamrup district r pra ....Thank you sir 🙏 😊
অতি সুন্দৰ 😊
দাদাৰ কথাবোৰ শুনি বহুত ভাল লগিল
খুব ভাল লাগিল ❤
Moi Barpeta,Chenga Gaun pora..Moi Dr.Kumud Das (Sir) video sau.aru mor bahut Ovigotta hoisay kisuman video sai
Kotha bur bohut besi Val lagil .❤
Bangalore pora sai asu , enekua dhoronor podcast bhal lage jot nki olp philosophical ru psychological hoi
Human behavior r psychology ami bohute najanu kintu jonatu bohut dorkar.. Val lagil episode Tu from Kaziranga.
খুউব ভাল আলোচনা। মানুহক চিনি , পঢ়ি, বুজি চলিব জনাটো বুদ্ধিয়কৰ কাম।
চাই ভাল লাগিল
মই মৰিগাঁওৰ পৰা চালো বহুত ভাল লাগিল
ভাল লাগিল ❤
One of the best episode, love from dibrugarh
Khub vl lgil saii.
বহুত ভাল লাগিল
বহুত ভাল লাগিল।
One of my favourite person he is... ❤
Tinsukia...
Bor val lagil
খুব ভাল লাগিল কথা খিনি
Moi tinsukiya Phillobarir pora saiu mur man Kashmiri Moran moi Kumod Das sirr vdo hoai sau bohut hikisu tekhetor pora bor rokhal ktha koi teo huni thakibo mon jai😊❤
প্ৰিয় মানুহ কুমুদ ছাৰ ❤❤❤
Bhal lagil 🎉
খুবেই ভাল লাগিল অনুষ্ঠানতো।
কুমুদ দা আপোনাৰ কথাই খুবেই অনুপ্ৰাণিত কৰে।
"মই মানুহ হ'ব খোজোঁ"
কিতাপখন পঢ়িবৰ বাবে খুবেই ইচ্ছুক।
Val lagil
@binitasarma22 ধন্যবাদ বাইদেউ 😊
BAKSA r pra sai asu DADA😊❤
অতি সুন্দৰ লাগিল 🌹🙏 দাদা
।
Yes.
বহুতেই ভাল লাগিল। 🙏
One of the best ❤
Val lgil ❤ গোটেই episode চালোঁ
সময় খিনি ভাল লাগিল ❤
চাই ভাল লাগিল।
Val lagil ❤❤❤
Happy new year dada...logote tumalukor ghor hokolu loike huvessya jasilu...ru tumer ru vl vlpodcast houk ru agbahi jua...parrle khageswar gowsami sir k matibasun..rashifal bilakor ata video diba...🙏
ভাল লাগিল।
Vedio tu sai bohut val lagil
ভাল লাগিল ❤
কুমুদ চাৰৰ প্ৰোগ্ৰেম চাই বহুত ভাল পাওঁ
❤❤❤❤❤🙏🙏🙏
Love you Aboyab Dada❤