Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
এই মহান শিল্পী জন এতিয়াও জীৱিত আছেনে জানিব বিচাৰোঁ।
Sadho sadho sadho
সুন্দৰ
প্ৰকৃত শিল্পী , আপোনাক লগ পাবলৈ ব্যাকুল হৈছে মন ৷
সঁচা ক'ব গ'লে আমাৰ উজনিৰ মানুহে ওজাপালিৰ বিষয়ে একো নাজানোৱেই। সঁচাই ই এক অসমীয়া সংস্কৃতিৰ অন্তৰ্গত অতি সুন্দৰ কলা। আমাৰ অসমীয়া নতুন প্ৰজন্মৰ মাজত এই আপুৰুগীয়া কলাটি বিষয়ে জ্ঞান প্ৰসাৰ কৰাত গুৰুত্ব দিয়াটো উচিত বুলি ভাবোঁ।
Great work done by you, thanks to all of the organiser of the video maker in the life of Sri Sri Lalit Chandra Nath Oja of Darrang District.
Very very beautiful! Thanks
বৰ সুন্দৰ হৈছে | পৰীক্ষামূলক ভাৱে ন সাজেৰে কৰা নির্মাণশৈলী প্রশংসনীয় আৰু অনুপ্রেৰণাৰ যোগ্য |
Bohut xundor amar xankskriti...
Great work!!
যোগাযোগৰ বাবে ঠিকনা আৰু মোবাই নং দিলে মোৰ দৰে অনুসন্ধিত্সু উপকৃত হ’ব |