আহি পালো China ,Hong Kong বৰ্ডাৰেৰে সোমালো চীন 😮😮😮Vlog -4 Inside the China. by Bhukhan Pathak

Поділитися
Вставка
  • Опубліковано 8 лис 2024

КОМЕНТАРІ • 1 тис.

  • @Rituparnasarmah-w2s
    @Rituparnasarmah-w2s Місяць тому +84

    দিম্পুৱে বিদেশত গৈ কাৰোবাৰ ঘৰত থাকি! কাৰোবাৰ লগত কাৰোবাৰ গাড়ীত ঘুৰি ভিডিও বনাই কিন্তু তুমি অকলে অকলে খোজ কাঢ়ি নিজে ঠাই বিচাৰি ঘুৰি ঘুৰি ভিডিও বনোৱা! চেলুট ভুষণ ❤❤

  • @jayantadeka9876
    @jayantadeka9876 Місяць тому +120

    ভুষন তোমাৰ বাবে হংকং আৰু চীন দেখি আছো ।তাৰ বাবে তোমাক ধন্যবাদ জনালোঁ ।

  • @ankursharma2282
    @ankursharma2282 Місяць тому +73

    এই Journey সহজ নহয়। চীনত প্ৰৱেশ কৰা প্ৰথমজন অসমীয়া UA-camr। best of luck♥️

    • @sujaldas9577
      @sujaldas9577 Місяць тому

      First akhomiya UA-camr kole thike ase vl first akhomiya luk buli nokole 😂

  • @musicallibrary4149
    @musicallibrary4149 Місяць тому +133

    ভুষণ তুমি আমাৰ গৌৰৱ,, সচাঁকৈ অকলে অকলে অচিনাকি ঠাইত যোৱাটো বহুত টান কাম ❤

  • @dhirasridevi7681
    @dhirasridevi7681 Місяць тому +53

    ভুষন তুমি আজি তোমাৰ প্ৰতি থকা মোৰ মনৰ কথা খিনি উল্লেখ কৰিছা।বৰ ভাল লাগিল কথাখিনি শুনি। অকলে কাৰো সহায় নোলোৱাকৈ , কোনো মানুহৰ ঘৰত আশ্ৰয় নোলোৱাকৈ অকলে দেশ ভ্ৰমণ কৰাটো সহজ কথা নহয় সচাকৈ। সেইবাবেই তোমাৰ ভিদিও চাই ভাল পাও।তোমালৈ অলেখ শুভ কামনা থাকিল.. আৰু আগবাঢ়ি যোৱা তুমি ❤❤❤

  • @brajendrabordoloi9658
    @brajendrabordoloi9658 Місяць тому +39

    Bhukhan তোমাক ঈশ্বৰে মংগল কৰক তুমি যিটো সাহসৰলৈ বিদেশ ঘুৰিছা সচাই মানিব লাগিব

  • @manjudaschoudhury2224
    @manjudaschoudhury2224 Місяць тому +18

    ধুনীয়া, ধুনীয়া ঠাই বিলাক দেখি ভাল লাগিছে ভগৱান সহায় হ ওক তোমাৰ ❤❤

  • @usharanirabha8158
    @usharanirabha8158 18 днів тому +2

    আপোনাক ধন্যবাদ বহুত সুন্দৰ সুন্দৰ মনোমোহা ছবিৰে ভৰপূৰ 💚👍

  • @basantahira8645
    @basantahira8645 Місяць тому +13

    সুন্দৰ, তুমি বিশ্ব অভিলেখ গঢ়া ভাই। তুমি অসমৰ গৌৰৱ হোৱা, এয়াই আমাৰ আশা

  • @rajarshidutta2887
    @rajarshidutta2887 Місяць тому +25

    It is not an easy job to come to Hongkong or China alone and roam around . Beleg Assamese bloggers burok moi without help ghura dekhanai ketiyao. You are doing a good job !!

  • @bikidas500
    @bikidas500 Місяць тому +84

    Dada Apuni Assam r no1 UA-camr

    • @debabarman3148
      @debabarman3148 Місяць тому +1

      😂

    • @Axom-o3h
      @Axom-o3h Місяць тому

      ⁠@@debabarman3148Ki blll hahesooo bokasuda🤬🤬🤬🤬

    • @kalitamanab3008
      @kalitamanab3008 Місяць тому

      😂😂

    • @ranjitkalita1445
      @ranjitkalita1445 Місяць тому +1

      Kin2 real life ot lebel to besi koi a mare jene indiar number one you tuber he

    • @Senu06
      @Senu06 Місяць тому

      Dimpu borah Assam r no1 UA-camr❤

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef Місяць тому +2

    ভূষণৰ ব্যক্তিগত তথা অকলশৰীয়া বিদেশ ভ্ৰমণে সাহসী, কৌতূহল, ৰোমাঞ্চ ভৰা ভিডিঅ' বাবে বহুত বহুত শলাগ আৰু অভিনন্দন জনাইছোঁ 🙏🙏।

  • @lalitakakati7899
    @lalitakakati7899 Місяць тому +7

    ভূষণ দা আপোনাৰ বাবেই হংকং আৰু চীন দেখা পাই আছোঁ,বহুত ভাল লাগিছে।সচাঁকৈ অকলে অকলে সকলো কাম কৰাটো সহজ নহয়, bohut kosto kori ase apuni…ভালে থাকিব দাদা🙏

  • @ritupanmedhi6397
    @ritupanmedhi6397 Місяць тому +2

    Salute আপোনাক অকলে এনেকৈ বেলেগে দেশ গৈ video ৰে আমাক দেখুওৱা বাবে।

  • @bishalsarma5306
    @bishalsarma5306 Місяць тому +10

    অকলে যোৱাটো সহজ নহয়,, বহুতেই লগ লৈ যায় বা চিনাকি থাকে,, কিন্তু আপুনি অকলে salute

  • @AmarNath-wd9rm
    @AmarNath-wd9rm Місяць тому +1

    তুমি অকলেই যে ঘূৰি আছা ,ভয় নালাগে নেকি, ধন্যবাদ তোমাক, তোমাৰ দ্বাৰা ই হঙকঙ দেখিলোঁ। ভাল লাগিল।

  • @jyotirmay4741
    @jyotirmay4741 Місяць тому +32

    Chinese village dekhabo dada❤❤❤❤

  • @bipinbora838
    @bipinbora838 17 днів тому

    ভূষণ ভগৱানে তোমাক আৰু শক্তি দিযক যাতে আৰু নতুন নতুন দেশৰ বিষয়ে তোমাৰ দ্বাৰা আমি শিকিবলৈ পাওঁ।

  • @মহাকাল-ৰুদ্ৰ
    @মহাকাল-ৰুদ্ৰ Місяць тому +23

    ধুনীয়া চাই চাইনিজ বৌ এজনী আমি এইবাৰ পাম বুলি আশা কৰিলো দাদা 🫣🫣

    • @mmm-fe6tc
      @mmm-fe6tc Місяць тому +1

      Indian manuhok xihote poson nokore

    • @madhabboro2813
      @madhabboro2813 Місяць тому +3

      ​@@mmm-fe6tcবহুতো ভাৰতীয় লৰাই chinese ছোৱালী বিয়া কৰাইছে আৰু তেওলোকে চাইনাত থাকে চাইনীজ ছোৱালীবোৰে ভাৰতীয় লৰাই লগত বিয়া হলেও তেওঁলোকে ভাৰতত নাথাকে কাৰণ তেওঁলোকে ভাৰতীয় culture ৰ লগত মিলিব নোৱাৰে

    • @মহাকাল-ৰুদ্ৰ
      @মহাকাল-ৰুদ্ৰ Місяць тому

      @@madhabboro2813 মোৰ girlfriend জনীও চাইনিজ দেখুন, কি হ'ব এতিয়া 🤔🤔😭😭

    • @mmm-fe6tc
      @mmm-fe6tc Місяць тому

      @@madhabboro2813 khaitu ajon dujon hobo nohole news burot saba xihotor suwalibure direct koi Indian lora like nokoru buli

    • @Programmer-x7y
      @Programmer-x7y Місяць тому

      ​@@mmm-fe6tc মই সেইটো এটা you tube অৰ ভিদেও তে দেখিছোঁ ।। চীনৰ ছোৱালী এজনীক ভাৰতৰ ল'ৰা এজনে বিয়া পটাৰ পিছত সেই চীনৰ ছোৱালী জনীৰ পৰিয়াল ৰ মানুহৰ প্ৰতিক্ৰিয়া দেখিবলৈ পাইছিল ।

  • @LokeswarGogoi-xh9ef
    @LokeswarGogoi-xh9ef Місяць тому +1

    আচহুৱা, অচিনাকী, অবুজ ভাষাৰ প্ৰতিকুল পৰিৱেশ মুঠতে কষ্টকৰ যাত্ৰাত শলাগ আৰু ধন্যবাদ জনাইছোঁ 🙏।

  • @ndekavlogs2968
    @ndekavlogs2968 Місяць тому +20

    china first apuni juwa kua khata tu kolu sedina bohut Thata karile youtube r Assamese Bhukan da only single jai Explore kri ase Best youtube r In Assam amr ossr bhukan da❤ China pora aru val video pam ❤

  • @jayantachetia4488
    @jayantachetia4488 Місяць тому +1

    তুমালৈ অশেষ ধন্যবাদ ভগবানে মঙ্গল কৰক কুশলে থাকা আমাক আৰু নতুন জগা দেখা বা

  • @assamskyvlogs
    @assamskyvlogs Місяць тому +4

    1 Million Coming Soon ❣️
    Love From Udalguri Assam ❤️

  • @BuliBorah-os8eg
    @BuliBorah-os8eg Місяць тому +1

    Tumi Assamar No1 Utuber🙏
    God bless you 🌹

  • @Bhal_lora
    @Bhal_lora Місяць тому +34

    ১২০০-১৫০০ টকীয়া ৰাজনীতি নচলাহেঁ‌তেন আজি ভাৰতো এনেকুৱাই হ'লহেঁতেন।
    গণতন্ত্ৰ ভাৰতৰ পতনৰ মূল। সকলোকে ফ্ৰি লাগে। ভোট বেংকৰ স্বাৰ্থত চৰকাৰেও বিলাই ফুৰে। কাৰোবাক ১২০০, কাৰোবাক ১৫০০।

    • @RemadyVlogstar
      @RemadyVlogstar Місяць тому +1

      😢😢

    • @anilboro4741
      @anilboro4741 Місяць тому +3

      ১২০০-১৫০০ শ টকীয়া ৰাজনীতি ২০১৪ৰ পৰা হে আৰম্ভ হৈছে তাৰ আগতে এটা পৰিয়ালৰ ৰাজনীতি আছিল। চাইনাই এইবোৰ ২০১৪ ৰ আগতে বনাইছে।

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq Місяць тому +1

    অকলে অচিনাকী ঠাইত ভ্ৰমণ কৰাটো অসম্ভব তুমি কিন্তু সম্ভৱ কৰিলা, ভগৱানৰ আশীৰ্বাদ তোমাৰ লগত সদায় থাকক 👍👍💖

  • @ghanakantachutia5571
    @ghanakantachutia5571 Місяць тому +7

    Apuna video bur sai hosakoi bht bsi vl lge hdai sau jdiu aji first time comment krisu

  • @dhanmanibarman9008
    @dhanmanibarman9008 Місяць тому +2

    ধন্যবাদ বন্ধু, তোমাৰ জহতে চীন দেশ দেখি আছো।

  • @user-db2tv6yf7t
    @user-db2tv6yf7t Місяць тому +4

    Fast youtuber , june akole akole dekh bidekh dekhai thake apunak dimpur oh noware

  • @chandansarma7087
    @chandansarma7087 Місяць тому +2

    Dimputakoi Bahut Besi Bhal Paw Tumak, Aru Aaguyai Jowa, Best Of Luck Bro, God Bless You

  • @ashansheikh1949
    @ashansheikh1949 Місяць тому +3

    Bhuan bhaiti. tumar para bahut basto dakhilo aru janilo. Aru Tumi ai V D O banaota bahut kasta karisa hai baba tumak aheh danyabad

  • @jume1196
    @jume1196 Місяць тому +2

    একদম ঠিক কথা অকলে বিদেশত ইমান সহজ নহয় বিশেষ কৈ আমাৰ দৰে কম পইচাৰ মানুহৰ, এই বিষয়ে মোৰ experienced বহুত । কিন্তু এটা কথা মই অনুভৱ কৰিছো তুমি প্ৰথম বনোৱা ভিদিঅ’ পৰা আৰু এতিয়া বহুবাৰ বিদেশ গৈ গৈ এতিয়া বনোৱা ভিদিঅ’ৰ মাজত বহুত পাৰ্থক্য আছে । এতিয়া তোমাৰ কথা কোৱা শৈলি বা বকী বহুত ধৰণ-কৰণ বহুত ভাল হ’ল মানে উন্নত হ’ল বা নিজকে improved কৰিছা অসমৰ বাকী famous you tubers বোৰতকৈ । ভাল লাগিছে যাত্ৰা অব্যাহত থাকক ।

  • @konikadas2698
    @konikadas2698 Місяць тому +8

    Bohut val lagise video bur sai

  • @DiptiChetia-bs5vh
    @DiptiChetia-bs5vh Місяць тому +1

    ভূষণ সচাকৈ তোমাক বহুত ধন্যবাদ দিছোঁ। অকলে china যোৱা ইমান সহজ নহয় । ভালে কুশলে থাকিবা ।

  • @DiptiSharmaBaruah
    @DiptiSharmaBaruah Місяць тому +4

    তোমাৰ কষ্ট সফল হওক ভূষণ 🎉🎉🎉 এজন সাধাৰণ মানুহ কাৰো সহায় নোহোৱাকৈ কেনেকৈ ভ্ৰমণ কৰিব পাৰে, তুমি খুঁটি-নাটি মাৰি দেখুৱাই গৈছা৷ হিয়াভৰা শুভেচ্ছা তোমালৈ ❤❤

  • @PeguDevo-lz8gz
    @PeguDevo-lz8gz Місяць тому

    Bohut val lagise tumar johod caina saisu tumi haru haguwa jahok ...thnq so much..❤❤❤❤❤❤❤

  • @BikashDas-xv6ph
    @BikashDas-xv6ph Місяць тому +6

    Barpeta Rockstar ❤❤

  • @KanakchandraRabha
    @KanakchandraRabha Місяць тому

    শুভেচ্ছা থাকিল তুমি আচৰিত সাহসী লৰা দেই।

  • @MinajulAli-sz6hx
    @MinajulAli-sz6hx Місяць тому +3

    Naturel UA-cam r.. apuni srilanka juwa pora video saw bht vl lge

  • @ritamoniborah2233
    @ritamoniborah2233 Місяць тому +1

    বৰ ধুনিয়া ঠাই দেখিবলৈ পালো তোমাৰ যোগেদি। ধন্যবাদ।

  • @birajkrpatar6065
    @birajkrpatar6065 Місяць тому +3

    Stay safe and happy journey bhukhan daa❤❤

  • @drubajitkalita8617
    @drubajitkalita8617 Місяць тому +2

    best youtuber in assam...aponar dore kunu nuware assam r you tuber a china,pak,bangladesh dekhabo

  • @Emiway_stetus_Video
    @Emiway_stetus_Video Місяць тому +3

    China 🗣️ যি কৰিছোঁ অকলে কৰিছোঁ কৰোঁ সহায় লোৱানাই

  • @harenborah7786
    @harenborah7786 29 днів тому

    You are one of the most courageous and intelligent UA-camr of Assam. God bless you.

  • @danysvlog0753
    @danysvlog0753 Місяць тому +3

    Beautiful video Love from Barama Baksa ❤️

  • @dipenkumargohain5351
    @dipenkumargohain5351 Місяць тому +1

    সৎ উদেশ্যৰে নিজৰ অভিজ্ঞতাক সঞ্চয়ৰ লগতে আনৰ উপকাৰৰ বাবে অকলশৰে কাম কৰা প্ৰতিগৰাকী ব্যক্তি মোৰ দৃষ্টিত অকলশৰীয়া নহয় তেওঁৰ লগ স্বয়ং ঈশ্বৰে দিয়ে। ঈশ্বৰৰ ওপৰত ভৰষা ৰাখি কাম কৰি যোৱা ভূষণ তোমাৰ এই যাত্ৰা অধিক সূচল আৰু সুন্দৰ হব।

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht Місяць тому +4

    Bhout bhout Val lagila......🤝🤝🤝🥰🥰🥰

  • @laharikalita1205
    @laharikalita1205 Місяць тому

    Dhuniya...akale anekoi ji jatra ,khafal haok .. you are great youtuber

  • @HrishikeshKalita-kz1ox
    @HrishikeshKalita-kz1ox Місяць тому +3

    Dada apunar kostok salute disu 🤍💓🙏🏻

  • @pdmajuliisland271
    @pdmajuliisland271 Місяць тому +2

    ❤❤❤ video এনেকুৱা হব লাগে ইমান দীঘল যদিও আৰু চোৱাৰ হেপাহ থাকি যোৱা,,,ভূষণ দা ভালে থাকক , কষ্ট হৈছে জানিছো কিন্তু তথাপিও কওঁ সোনকালে দিব video bur

  • @assameseorganisation
    @assameseorganisation Місяць тому +3

    Love from hajo adhiarpara

  • @JayantaRabha-b1n
    @JayantaRabha-b1n 20 днів тому

    Moi apunar video bor sai thaku,bhut Val Lage,aji apunar karone moi aji caina dekha paisu video joriate,

  • @samarsdiaries7778
    @samarsdiaries7778 Місяць тому +6

    You are real hero from assam...

    • @samarsdiaries7778
      @samarsdiaries7778 Місяць тому +1

      আমাৰ অসম খন অলপ বেলেগত কৈ বেলেগ, ভাল কামৰ সংযোগ কম ।

    • @prasannabora7644
      @prasannabora7644 Місяць тому

      Dekh bhraman korilei Real Hero niki????? UA-cam r blog r khetro khonot real hero hobo pare

    • @samarsdiaries7778
      @samarsdiaries7778 Місяць тому

      @@prasannabora7644 tetiya hoga, muta, maiki dekhuwa bur .

  • @bantigoswamibora9726
    @bantigoswamibora9726 Місяць тому

    বৰ ভাল লাগিল ভুকন তোমাৰ যহতে হ্্ক্্ আৰু চীন খন চাব পাৰিছো, শুভেচ্ছা থাকিল তোমালৈ।

  • @rkmusic8387
    @rkmusic8387 Місяць тому +104

    Who watching in 2050😮

  • @mondirachutia5925
    @mondirachutia5925 Місяць тому +1

    তোমালৈ বহুত বহুত ধন্যবাদ দেই 👍👍

  • @namu_saikia
    @namu_saikia Місяць тому +1

    Bhukhan da we all proud of you....apunar video joriote ami ghorot bohi bohi china sabo paisu najana kotha hikibo parisu ....bohut besi val lagise apunar video bur sai aru next video babe bohut excited hoi roi asu...apuni vale thakok ru healthy thakok...best wishes thakil apunar next video babe

  • @mridusmitadas3653
    @mridusmitadas3653 Місяць тому +1

    Bohut bhal lagise video tu Sai..aru video dibo buli asa thakil

  • @madhurjyavlog3047
    @madhurjyavlog3047 Місяць тому +1

    Thanks bhukhan daaaa....china r dore ekhon highclass country dekhuwar babe

  • @runuhazarika8290
    @runuhazarika8290 Місяць тому

    বহুত ভাল লাগিল ভিদিঅ ছাই ভগৱানে তোমাক সহায় কৰক

  • @diphubhuyan8112
    @diphubhuyan8112 Місяць тому +1

    Bhukhan da aru aguai jawk val val video di thakok apunar videobur bahut val lage sai

  • @Dibyakrgogoimusical
    @Dibyakrgogoimusical Місяць тому +1

    Best UA-cam bar of Assam aponar karone chaina dakheboloi paiso god bless you dada❤❤❤❤❤

  • @DhritismitaDas-h9e
    @DhritismitaDas-h9e Місяць тому +1

    Really my dearm country China 🇨🇳🥺 ketiya j puron hobo
    Tare xokolu val lage
    Actors actresses drama 🇨🇳🥺💌📌

  • @chinmoyeebaruah7207
    @chinmoyeebaruah7207 Місяць тому

    Bor Val lagise tumar vdo bur Sai .Nedekha country dekhisu tumar karone...God bless you

  • @BONDITADEKARABHA
    @BONDITADEKARABHA Місяць тому

    বহুত বহুত ধন্যবাদ থাকিল তোমালৈ ভগৱানক চিন্তি আগবাঢ়ি যোৱা ❤ অন্তৰৰ পৰা সুভকামনা জনালো তোমালৈ ❤❤❤

  • @gopinathkoch6230
    @gopinathkoch6230 Місяць тому

    ভূষণ দা আপোনাৰ সাহসীকতাক salute দিছোঁ।
    আগলৈকে এনেকৈ সুন্দৰ সুন্দৰ vlog বনাই যাব শুভ কামনা থাকিল।

  • @Suman-or3ss
    @Suman-or3ss Місяць тому

    Wow Beautiful China
    Nice Vlogging

  • @nabokumarbora444
    @nabokumarbora444 Місяць тому +2

    যাত্ৰাৰ বাবে শুভেচ্ছা জনালোঁ।ভাল লাগিল ভিডিঅ'বিলাক চাই।

  • @jitendrachungkrangvlogevid8419
    @jitendrachungkrangvlogevid8419 Місяць тому

    অসমৰ great UA-cam r আপুনি আপোনাৰ কাৰণে বহু নেদেখা ঠাই দেখিবলৈ আমি পাইছোঁ best of luck দাদা ভালকে যাব.==ভালদৰে ঘুৰি আহিব,,,

  • @bobybaruah4478
    @bobybaruah4478 Місяць тому

    বহুত ভাল লাগিল --ধন্যবাদ আপোনাক |

  • @jaan_boruah
    @jaan_boruah Місяць тому

    দাদা আপোনাৰ video চাই বহুত ভাল লাগে।আৰু ভাল ভাল video দি থাকিব।❤

  • @ritaborah5637
    @ritaborah5637 Місяць тому +1

    Moiu sai asu aponar china vedio bur. 🙏 dhuniya thai bilak dekha paisu.

  • @brojenbaruah9604
    @brojenbaruah9604 Місяць тому +1

    তোমাৰ কাৰনে বহুত ঠাই চাব পৰিছো, অকলে অকলে বহুত কষ্ট কৰি বনাইছা,ভাল লাগিল।

  • @UjjalTime
    @UjjalTime Місяць тому +1

    একে একে দুই ভূষণ ভাই তুমি জুই 🔥🔥🔥❤️❤️❤️

  • @Surajtsk4851
    @Surajtsk4851 Місяць тому +1

    Moja kokai, অকলে অকলে ঘূৰি ফালি আছা দেশ বোৰ,ভালে থাক

  • @BabuDas-bf8fi
    @BabuDas-bf8fi Місяць тому +1

    বহুত বেছি ভাল লাগে আপোনাৰ ভিদিও বোৰ বহুত ভাল পাওঁ দাদা মৰম থাকিল আপোনাৰ লৈ 😊

  • @bantidutta7191
    @bantidutta7191 Місяць тому

    ধন্যবাদ ভুষন ইমান ধুনীয়া ঠাই দেখুৱাৰ বাবে

  • @babudas1644
    @babudas1644 Місяць тому

    Bohut dhunia lagise vedio 2 sai , aru notun vedio puwar akhare bat sai rolu

  • @urmilachetia4586
    @urmilachetia4586 Місяць тому +1

    Bhal lagise vedio but sai🎉

  • @migangibora9550
    @migangibora9550 Місяць тому +2

    Best youtuber in assam..

  • @rijukalita5635
    @rijukalita5635 Місяць тому +1

    Thanks aponar karone Honkong sab parili gharat bohi

  • @nilimachutiaborah4697
    @nilimachutiaborah4697 Місяць тому

    Bhagobane tumak kusale rakhak. Love from Jorhat. ❤

  • @mintuali9030
    @mintuali9030 Місяць тому

    ভূষণ ভাই তোমাৰ জৰিয়তে বহুতো ঠাই দেখিলোঁ আৰু শিকিবলৈ পাইছোঁ 👍🤝

  • @kusumray6443
    @kusumray6443 Місяць тому

    Bohut Bohut val lagile Tumar video dekhi God bless you 👌👌👍💥🥰🥰💗💖🌈💕💕

  • @rglifebeta1110
    @rglifebeta1110 Місяць тому

    ভূষন দা বহুত ভাল লাগিল। সম্পুৰ্ণ ভিডিঅ' চালোঁ। আৰু এনেকৈয়ে ভিডিঅ' দি যাব।

  • @NipumoniSonowalborah
    @NipumoniSonowalborah Місяць тому +1

    Bohut val lagise video bur Sai Dhmaji

  • @biswajeetbhumij6469
    @biswajeetbhumij6469 Місяць тому

    Dada apuni assamor no 1 youtuber karon apunar nisina kunu okole china phuribo jua nai❤❤❤❤❤

  • @Amrita-r-1
    @Amrita-r-1 Місяць тому

    moja dada ..bohut bohut morom thakil dhuniya video dekhuwar babe ❤❤❤

  • @MonjumoniSaikia-y8z
    @MonjumoniSaikia-y8z Місяць тому +1

    বহুত ভাল লাগিছে ঠাই বিলাক।

  • @nayanshil3685
    @nayanshil3685 Місяць тому

    তেকলি পিঠা আৰো ৰাঙা চাহ বেচা নাই ,,,,,কাম নাই তাহাৰ বেপাৰী গিলাৰ ৰেল ত উঠপা নেদে।।।।।at the end it's marvelous to see you alone in china..... exploring more....best of luck.....keep yourself safe🎉

  • @SankarjyotiGohain
    @SankarjyotiGohain Місяць тому

    বৰ সুন্দৰ ঠাই ভাল লাগিছে চাই 👍

  • @PuspaBordoloi-ho6od
    @PuspaBordoloi-ho6od Місяць тому

    Bahut dhunia vdo good job dada, bahut vl krise

  • @Angbangvideo
    @Angbangvideo Місяць тому

    Mojaa dada val lagise.. Aru mojaa video di thaka... Keep it up

  • @chitraranjangogoi250
    @chitraranjangogoi250 Місяць тому

    Bhukhan is a best Assamese UA-camr.....

  • @AssameseMaker1
    @AssameseMaker1 Місяць тому +2

    Xui xui china sai aso bhal lagil❤moi ata kotha kow china tu bohut population ase jega bur tu bohut clean ,amar india khon uu alop clean koribo Nuware govt ee

  • @akashganga2770
    @akashganga2770 Місяць тому

    ইমান ধুনীয়া ঠাই
    বিৰাট hifi চীনা চিষ্টেম
    মোৰ ফুড ব্লগ

  • @GuwahatianJohnGJF
    @GuwahatianJohnGJF Місяць тому

    Axomor best travel vlogger❤️
    No faltu thumbnail, no odorkari title aru kunu dhoronor sympathy u loi nufure video burot🙏

  • @udassamesevlog7483
    @udassamesevlog7483 Місяць тому +1

    নিজে গৈ থকা যেন লাগে ভাই আপোনাৰ ভিডিঅ ৰ জৰিয়তেই ধন্যবাদ ❤❤❤

  • @Pallabidas-fo2is
    @Pallabidas-fo2is Місяць тому +1

    My like UA-camr
    Bukan da
    Assam no 1

  • @paragvlogs3044
    @paragvlogs3044 22 дні тому

    Tv t Ma deutak dekhai asu apunar vidio bilak..sai bohut val lagise..xokolu vidio sai asu