বাগানভেলিয়া ফুলৰ জুলাই আৰু আগষ্ট মাহত ল'বলগীয়া যতন || Bougainvillea care in July and August

Поділитися
Вставка
  • Опубліковано 17 жов 2024
  • অক্টোবৰ মাহৰপৰা বাগানভেলিয়া ডালভৰি ফুলিবৰ বাবে জুলাই আৰু আগষ্ট মাহৰ ভিতৰতে কিছুমান কাম কৰিব লাগে। এই দুমাহৰ ভিতৰতে এইখিনি যতন ল'লে বাগানভেলিয়াই আপোনাক নিৰাশ নকৰে, বতৰত ৰমক-জমককৈ ফুলি ফুলনিৰ শোভা বঢ়াব। এই ভিডিঅ'টোত সেই যতনৰ বিষয়ে সবিশেষ আলোচনা কৰা হৈছে।
    #bougainvillea #bougainvilleacare #summercaretips

КОМЕНТАРІ • 17

  • @narmadasaikia6177
    @narmadasaikia6177 Рік тому

    বৰ সুন্দৰকৈ বুজাই দিয়ে আপূনী কথাবোৰ । উপকৃত হলো । ধন্যবাদ ।

  • @mamonisarmah_45
    @mamonisarmah_45 Рік тому

    Apuner video bilak sai bohut upokrit hoisu

  • @sabitagogoi99
    @sabitagogoi99 2 роки тому +1

    Nice

  • @parishmitamedhi9682
    @parishmitamedhi9682 Рік тому +1

    july august mahat golabar jatan dibo plz

  • @putumadutta3483
    @putumadutta3483 2 роки тому +1

    Purana dal cutting kori rule hobone

  • @ranjitaborasaikia2497
    @ranjitaborasaikia2497 2 роки тому

    দাদা আজিহে চাইচো ভিডিঅ'টো , এতিয়া কাটিং,pinching কৰিলে হ'ব নে? মোৰ বহুত লেংলঙীয়া হৈ গৈছে।

    • @GardenAddiction
      @GardenAddiction  2 роки тому

      কাটিব পাৰে। পিনচিং কৰি দিয়ক। নৱেম্বৰৰ পৰা ফুলিব।

  • @arpanasonowal9186
    @arpanasonowal9186 2 роки тому

    Thanku dada

  • @ranjitagoswami2023
    @ranjitagoswami2023 2 роки тому +2

    Apunar video tu sound tu eka bara ni

  • @MohendraChutia-j9h
    @MohendraChutia-j9h Рік тому +1

    Matit rule hobone

  • @chenehidas6866
    @chenehidas6866 2 роки тому +1

    এতিয়া কাটিলে হবনে দাদা ।লেংলেঙিয়া হৈছে ।জুলাই মাহত কাটিলোঁ।তথাপিতু লেংলেঙিয়া হল ।

    • @GardenAddiction
      @GardenAddiction  2 роки тому

      কাটিব পাৰি এতিয়াও, শীতকালত ফুলিব।

  • @ranjitaborasaikia2497
    @ranjitaborasaikia2497 2 роки тому

    subscribe korisu dei