আমাৰ উৎসৱপ্ৰিয়তাৰ সুযোগ লৈছে নেকি চৰকাৰে?
Вставка
- Опубліковано 9 лют 2025
- আমাৰ উৎসৱপ্ৰিয়তাৰ সুযোগ লৈছে নেকি চৰকাৰে?
The Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication.
#TheCrosscurrent #AssameseNewsChannel #InvestigativeAndAnalyticNews
সুন্দৰ বিশ্লেষণ ।
গগৈ বাইদেৱে কোৱা কথা খিনি একেবাৰে সঁচা কথা। অসমীয়া জাতিটো জহনামে যাবলৈ আৰু বেছি দিন নাই। অচিৰেই তেনে এটা দিন আহি আছে।
মনালিছা গগৈ বাইদেউলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ । বৰ্তমান আমাৰ অসমখনক শাসন কৰি থকা চৰকাৰখন হৈছে বিজেপি চৰকাৰ । এই চৰকাৰ খনৰ শাসনকালত অনুষ্ঠিত হোৱা "অসম সাহিত্য সভা", বা "শঙ্কৰী সঙ্ঘৰ সভা" সকলোবোৰ ডাঙৰ সভাতে বিষয় ববীয়া সকল এই খন চৰকাৰৰে থাকে। ইয়াত ভোজ ভাত খোৱাটোৱেই প্ৰধান উদ্দেশ্য হৈ পৰে । সেই সভাবোৰত জনসাধাৰণৰ উপকৃত হোৱাকৈ একো আলোচনা নকৰে । মাত্ৰ তাত কোৱা হয় যে ভৱিষ্যতে আমাৰ বিজেপি চৰকাৰ থাকিলে ইয়াতকৈও আৰু ডাঙৰ সভা অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰিম ।
আপোনাৰ বিশ্লেষণ ভাল লাগে।
অসমৰ উত্তৰ পুৰুষে গ গৈ বাইদেউ ৰ অতিশয় প্ৰয়োজনীয় কথা কৈছে তাৰ বাবে বহুতো ধন্যবাদ
ভিখাৰী বোৰে মেলা পাতি থাকিলেই জাতি-মিটি-ভেটী ৰক্ষা হৱ নেকি ? অসমৰ গলিয়ে-গলিয়ে মদৰ দোকান,থলোৱাই মাটিবোৰ বাহিৰৰ বণিয়াক বিক্ৰী কৰি GDP বৃদ্ধি কৰিছে।অসম উন্নতীৰ চৰম শিখৰত উপনিত হৈছে।
Apuni bahut kasta kari bartamanar kathakhini dangi dharishe. Dhanyabad.
Hoca kotha
100%rIght .
এই সভা বিলাকত কোব মোবাইল, মানী পাৰ্শ্ব হেৰাইছে,আৰু চিলনি চুৰে চুৰ কৰি নিয়া যুও টোপ , ফেছ বুকুত দেখা পাইছোঁ।সাৱধানে যাব।
Krishi mela Banijya mela witer mela etc etc...,
Madam your have forgotten to mention the festival Bhalabm, now it is already becoming a unavoidable Assamese festival
Good speech, কিয় বৰাকৰ পৰা অসমীয়া শিক্ষক আতৰাব লগা হল, তাত লাহে লাহে অসমীয়া ভাষাৰ প্ৰচলন কৰিব নোৱাৰিনে?
এই কেইদিন জপিয়াই জপিয়াই নাম লৈ পিছত গৈ বোলে অনাথ আশ্ৰমত পালেগৈ ।
The meaning, Instead of performance of an important function, one is busy badly with an
other work of needless small function
Samai upjugi katha kaise
100🤔/hasa
Eaibur korile ki hobo ? Amak lage mathu pogoti ! Pogoti namot mami kikorisu ami
Norok porosesta . Baibo gonotontor kothake sawk mathu dibostuhe aasegoi !
Dhormoi.ses.korib😅