Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
উকিল মেম vs জৱা একেলগে চাব বিচৰা কেইটাই like কৰি যোৱা 👍
হ'লেও কিন্তু মই উকিল মেমৰ লগত বিয়া হোৱাটোহে বিচাৰো
জৱা ৰ বিয়া হওঁক
@@priyangkshugogoi2183 নালাগে হ'ব৷ Advocate mam r lgt houk..
Moi Bhabi thoka comment tu Dekha Pai like ata Kori dilu
Yes
থানু দাৰ কাৰণে এটা লাইক কৰা🤣
কোনে কোনে কে কে দাই জবাক লগ পোৱাটো বিছৰা ❤ লগ পালে জমিব দেই 😂😂
Yeh 😂
Right😂😂
Kali mur exam aru yaat moi Beharbari sai asu😂😂😂
ua-cam.com/video/Rq5jPKEedMg/v-deo.html
Moyo bhabi he asilu ai kotha tuu😅
ঠানো vs জৱা সচাকৈ বহুত ধুনীয়া মিলিছে দুয়োটাকে,❤️ ঠানো আৰু জৱাৰ জোৰিতোৰ ভাল লগা কেইটাই like কৰি যোৱা 👍
বিয়া পাতি দি ব লাগে
উকিল বাইদেউৰ কি হব
এতিয়া উকীল বাইদেউ জনীৰ হে তামাম😢 ট্ৰেজেদি হব।।হলেও গাঁওৰ লৰালি কালৰ লগৰী, গৰাকীৰ মৰমেই❤ সুকীয়া।।কেকে দাই আহি,, ইংৰাজীত কথা পাতি,, চিনাকি নহলে হৈছে আৰু 😂😂
কোনে কোনে উকিল মেম অহা টো বিচৰা ❤❤❤❤উকিল মেম আহিলে ছাৰৰ পিঠিত ঢোল বজাব 😂😂😂😂(joke)
মই বিচিৰো
Majja 😂😂😂
Ukil baideok moi loi lom neki aru
Moiu bisaru bojabo ahile😂
উকীল বাইদেউ এ বহুত কষ্ট পাব নেকি চাৰ 😅
মজা লাগিল ♥️♥️এই সময়ত উকিল মেম আহিব লাগিছিল 😁,,,,KK দা আহিলে জমাব।
Waiting for Advocate madam😂
😂
😂😂😂😂
🤣🤣🤣🤣🤣
Same here
2704 episode টো বহুত ধুনীয়া হৈছে❤❤❤ মজ্জা লাগিল👌👌থানোদা আৰু জৱা বাইদেউ ধুনীয়া মিলিছে❤❤ তৰমাই বাইদেউৰ সুন্দৰ কণ্ঠ বাস্তৱতো❤ মোহনৰ আৰু সকলো চৰিত্ৰৰ সফল ভাৱে ৰূপায়িত, অলংকৰণ কৰিছে সকলো অভিনেতা- অভিনেত্ৰীয়ে.. ❤❤👌👌বহুত বহুত শুভেচ্ছা থাকিল Beharbari outpost পৰিয়ালৰ সকলোলৈ...❤❤অহা খণ্ডবোৰৰ অধিৰ অপেক্ষাত....
উকিল মেদাম কত গল উকিল মেদাম থকা হলে ভাল লাগিল হেতেন❤️😊
Abar SI Sir r biya khon he sabo ready hoi asu....June Kune SI Sir r biya sabo roi asa like ata kri diba❤
ব্যস্ততা অাৰু ভাগৰুৱা সময়ৰ মাজতো শেঁতা পৰি যোৱা এই যান্ত্ৰিক যুগত আমাক আনন্দৰ হাঁহিৰ খোৰাক যোগায় দিয়াৰ বাবে ধন্যবাদ BBOP।।। আৰু যুগ যুগ ধৰি আগবাঢ়ি যায় যেন।।।।।
Vote for susmita, horo & lutukon comeback❤
And Neha
And garg❤
Justice for উকিলনি বাইদেউ
উকিল বাইদেউৰ লগত বেছি ভাল লাগে আমাৰ৷ দেউতাকে বন্ধুক কথা দিলেই হ'ব নেকি কিবা??😏😏উকীল মেডাম আৰু ছাৰৰ বিয়া হ'লেহে ভাল পাম মই৷ উকিল মেডাম মিছ্ ইউ😢😢
Thik koise
ভাই হত অলপ জল দি দিয়া কৰ নহলি ফালটো কেইটামান youtub চেনেলত চাব লগা হয় ।
Right 👍
Hoi hoi...alop hunkale dibo lage
বেলেগ দিলে চাই ভাল নালাগে
চেহেৰা মিলিলে নহব দেউতা মন মিলিব লাগিব ।
এই কেইদিন চাই বহুত ভাল লাগিছে 2বাৰ 2বাৰ চাওঁ ❤ চালে আমনি নালাগে 🥰❤️
বেহৰ বাৰি আউত পোষ্টৰ কিছুমান খণ্ড আকৌ কেনেকৈ শেষ হয় গমেই নাপাং ৷ আজিৰ খণ্ডটোও তাৰে ভিতৰত এটা ৷ ৷ ছাৰৰ দমউতাক আৰু জবা থাকোতে কেকে ক মিছ কৰিছো ৷কিকি বা জ্বলালে হৈ প্ৰিতম শইকীয়াক হেহে হে ৷ বিয়াখন হলেই ভাল দেই ৷ কেকে ছিন এটা দিব দেই ৷ জবা আৰু থানোদাৰ দেউতাকৰ লগত ৷ আৰু ছাৰক জ্বলাৰ ছিন ৷ নমস্কাৰ৷
Rakesh entry mrileu jomibo 😅😅 Joba k mtha mribo tetiya....
উকিল বাইদেউ ক'ত গ'ল 😢😢
The serial will become very interesting after si sir's merriage
Atia advocate baido ahile aru intersting hobo
S@@pritorious8730yes😂
Right
Kali mur Exam aru moi yaat Beharbari sai asu Ses Kali exam ot 😂😂😂
@@pritorious8730 🤣🤣
সহজ সৰল জবা কে কে লগ পালে মজা লাগিব।জবা চৰিএ তো discontinue nokribh ❤😂
ছাৰ honkle বিয়া খন পাতক আৰু 😂😂,,, ছাৰ আৰু জবাক বহুত ধুনীয়াকৈ মিলিছে দেই ❤❤❤ বিয়া খাবলৈ মাতিব দেই ছাৰ😮 ৰৈ আছোঁ আপোনাৰ বিয়া খাবলৈ 😊😊😊
Thanu da ru joba bht vl lgise kintu ukil baideo jonir lgt besi vl lgisil ❤❤❤
Who think - kk da is the greatest actor in Assam ❤
মোৰ কিবা উকীল মেডামলৈ হে বেয়া লাগিছে, যিমানেই নহওক তেওঁ ভাল পায় আমাৰ SI ছাৰক, অৱশ্যে ছাৰেও মনে মনে তেওঁকেই ভাল পায় বোধহয় 🤗
এবাৰ উকিল বাউদেও আনিলে জমিল হৈ😂
Lest vote for susmita sen , lutukon ,haro , & English mam came back ❤
উকীল মেডাম খবৰ পাইছে নাই .......
Waiting for today episode🤗💘Who watch this serial regular?
মই
থানুদাৰ লগত , জবা বাইদেউক সুন্দৰকৈ মিলিব পায়।
Mor Jibanar sarbasesthya priya dharabahik beharbari outpost.... Lv u beharbari outpost... Lv u all...❤
Garg da anibo lage kune kune val pai like ata di jaba❤❤❤😊
Ukil madam ahibo lage😃
হয়
Advocate mam aru kk sir .Bhut dhuniya lagib
SI চাৰ কৈ থানো দা সেই ফেমাছ হব আৰু এতিয়া
Buhut dhuniya ovinoy kore apunaloge 🤩I live Basumatary sir
বহুত সুন্দৰ হৈছে .. সকলোৰে নিখুঁত অভিনয় । কে কে নো ক'ত গ'ল?
Si sirk kune kune val pai like ata kori juwak ,love from sivasagar 🤗♥️♥️
Aku ghuri ahise agor dore moments bur .majote baya lagisil sai but sai asilu.wating karisilu aneku episode buraloi.amr thunu da 😊😅❤.joba ma'm so cute and preety 🔥🔥💘♥️.kk dak lg ple vl jmebodei.wating for the next episode.
জবা ছোৱালী জনীক মৰম লাগে আক 🥺🤍
Advocate mam k lage atiya
Komol da aponar interview ata saboloi bohut mon asil aji palu salu bohut vel lagil a dai aru aguyai jaoul aponi😪🫂😊
This story is like kadombari Assamese flim.
মাইনা জনীয়ে বুজে কি গুলি ফুটাই 😂😂😀
Umm 😂😂
Joba aru muhon r acting mojja lagise....
Amaar thanu daa 🔥🔥🔥
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂🎉❤❤😂😂
Thanu daa r bohut laj hoise 🤣🤣🤣🤣🥲
Finaly SI sirrr love story...... ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Richa bai I Love you 2 moy tumak bohut besi Val Pang Love you 2 Richa bai ❤❤❤❤
Ind vs wi bhut dinr murt cricket sab pam ge❤😁😁
I love india bhai❤🎉
Yes bro cricket main.. 1 mahr murt aji he pm aru sabo..
এইটো খণ্ডৰ বাবে কোনে কোনে ৰৈ আছিল
Yasashree baa ❤
Advocate baidow ahile IC sir r ki hbo bru 😂 gharwali vs baharwali
Yashashree bhuyan is crush of assam
Thanu dar wife joni kin2 bhut morom loga.. 🥰🥰
9.16 boga kumura aru sitol mas ❤Moja hb torkari khn 😊😊Dhuniya thanu da aru joba baideu ❤❤❤
Kuna kuna miss kornaliya k sabo bisarisa like kora 😭😭🙏
Waiting
পৃথিৱীৰ পৰা চাই থকা সকলে Like এটা কৰি দিবা 😂😂
😂😂
তেতিয়া হলে যিসকলে পৃথিৱীৰ পৰা চোৱা নাই সেইসকলে কি কৰিব?🤔🤔
@@unknown7170. 😉🥴 😂
বৰ ধুনিয়া চুৱালি জনি চাৰে বিয়া পাতিলে বৰ বেছি ধুনিয়া লাগিব
Love from Golaghat ✨♥️✨
❤️
বহুত ভাল লাগিল beharbari out post 🌹🫶 চাই 🙏
Yeasashree baar karone ata like
থানু দা আৰু জৱা ফুল ধুনীয়া লাগিছে দেই, একেবাৰে পাভ যোৰা 💏💏💏
Si ছাৰ যিহেতু ওখ পাখ মানুহ গতিকে তেওৰ লগত উকিল বাইদেউ ৰ দৰে হে ছোৱালী বেছি মিলিলে হৈ
Love from Jorhat 😍❤️💞❤️💞❤️💞❤️💝 আকাশদীপ
Thanu Da ❤❤❤😅😅😅😅
Lovely 🌹🌹🌹❤❤😢😮😅kk bailung Richa gaurd da komol next level interesting hoi
Ukil baidew r ki hb atiya 😢
Moja lagise si sir or lovestory kitaman episod bonabo de ❤❤
Joba baidew joni bohut duniya ❤
Mohan is 🔥🔥🔥
Really yasashree bor dhuniya o acting o hundor hoise
❤
ছাৰৰ প্ৰেম কাহিনীটো পাৰিলে বহুদিন চলাই থাকিব । কিবা এটা ভাল লাগিছে চাই । বেহাৰবাৰীত সকলোতকৈ মৰমীয়াল ছোৱালী আহিছে । অভিনয়ো অতিসুন্দৰ ।
Wahhh pritam sir urfe thanu da atia he tumar biya khon sabo pam nki😘 advocate madam jodi ahi ulay tetia he beya lagibo 🙂🙂🙂🙂
❤❤❤
We need kk sir in every episode😢
❤❤
Ukil vaideuk he lage.. Sir r bia jobar logot hobo nelage.
Ukil badeo ki hobo baru atia
Babu dinar Murat sai Bhal lagil. Advocate Medam ahile besi Bhal lagil hoy.
Ukil madam ahile val lagil hoi ai time t
বৰষুণৰ মিকু যেনেই লাগি আছে
Advocate baido r ki hbo eta.... Advocate baido ahile saba aru
Ukil baido thogila dai si sir a 😢😢😢😢
IC sir eman dhuniya mal ata paise....kio morom kori bole nejane apuni😂😂😂
Joba Aru si Sir Ok Sai Val Lagel 😂😂❤Aru Mojja Mohan 👍👌😂😂From Tamulpur 💜🙏🙏
Sir r biya khon sbo lage gayz ❤😊
Zoba is beautiful character❤❤❤
থানো' দা'ৰ কন্যা জনী সুন্দৰ।
Richa bai Congratulations 🤗🤗🤗🤗
This is TURNING point of the BEHARBARI Outpost Present time ... Si.. Sir .. Deota... aru....জবা
Mohan is both❤😂😊
Yasashree Bhuyan ❤❤❤jui
Waiting for today episode ❤📌love from sivasagar 🍭❤Thanu da 😂❤
Hii
moiu sivasagariyan tumi Kun tu thair ?
Moiu sivsagrr
😊
❤❤❤❤❤❤❤❤
Atiaaa he mojjah lgibooo ouuu❤️👀
বগা কোমোৰা আৰু চিতল মাছ 💞
😃😃😃😃
কাদম্বৰী ভি চিডি খনৰ লগত মজা মিলিছে সকলোয়ে অভিনয় সুন্দৰ হৈছে
উকিল মেম vs জৱা একেলগে চাব বিচৰা কেইটাই like কৰি যোৱা 👍
হ'লেও কিন্তু মই উকিল মেমৰ লগত বিয়া হোৱাটোহে বিচাৰো
জৱা ৰ বিয়া হওঁক
@@priyangkshugogoi2183 নালাগে হ'ব৷ Advocate mam r lgt houk..
Moi Bhabi thoka comment tu Dekha Pai like ata Kori dilu
Yes
থানু দাৰ কাৰণে এটা লাইক কৰা🤣
কোনে কোনে কে কে দাই জবাক লগ পোৱাটো বিছৰা ❤ লগ পালে জমিব দেই 😂😂
Yeh 😂
Right😂😂
Kali mur exam aru yaat moi Beharbari sai asu😂😂😂
ua-cam.com/video/Rq5jPKEedMg/v-deo.html
Moyo bhabi he asilu ai kotha tuu😅
ঠানো vs জৱা সচাকৈ বহুত ধুনীয়া মিলিছে দুয়োটাকে,❤️ ঠানো আৰু জৱাৰ জোৰিতোৰ ভাল লগা কেইটাই like কৰি যোৱা 👍
বিয়া পাতি দি ব লাগে
উকিল বাইদেউৰ কি হব
এতিয়া উকীল বাইদেউ জনীৰ হে তামাম😢 ট্ৰেজেদি হব।।
হলেও গাঁওৰ লৰালি কালৰ লগৰী, গৰাকীৰ মৰমেই❤ সুকীয়া।।
কেকে দাই আহি,, ইংৰাজীত কথা পাতি,, চিনাকি নহলে হৈছে আৰু 😂😂
কোনে কোনে উকিল মেম অহা টো বিচৰা ❤❤❤❤
উকিল মেম আহিলে ছাৰৰ পিঠিত ঢোল বজাব 😂😂😂😂(joke)
মই বিচিৰো
ua-cam.com/video/Rq5jPKEedMg/v-deo.html
Majja 😂😂😂
Ukil baideok moi loi lom neki aru
Moiu bisaru bojabo ahile😂
উকীল বাইদেউ এ বহুত কষ্ট পাব নেকি চাৰ 😅
মজা লাগিল ♥️♥️
এই সময়ত উকিল মেম আহিব লাগিছিল 😁,,,,KK দা আহিলে জমাব।
Waiting for Advocate madam😂
😂
😂😂😂😂
😂
🤣🤣🤣🤣🤣
Same here
2704 episode টো বহুত ধুনীয়া হৈছে❤❤❤ মজ্জা লাগিল👌👌
থানোদা আৰু জৱা বাইদেউ ধুনীয়া মিলিছে❤❤ তৰমাই বাইদেউৰ সুন্দৰ কণ্ঠ বাস্তৱতো❤ মোহনৰ আৰু সকলো চৰিত্ৰৰ সফল ভাৱে ৰূপায়িত, অলংকৰণ কৰিছে সকলো অভিনেতা- অভিনেত্ৰীয়ে.. ❤❤👌👌
বহুত বহুত শুভেচ্ছা থাকিল Beharbari outpost পৰিয়ালৰ সকলোলৈ...❤❤অহা খণ্ডবোৰৰ অধিৰ অপেক্ষাত....
উকিল মেদাম কত গল উকিল মেদাম থকা হলে ভাল লাগিল হেতেন❤️😊
Abar SI Sir r biya khon he sabo ready hoi asu....June Kune SI Sir r biya sabo roi asa like ata kri diba❤
ব্যস্ততা অাৰু ভাগৰুৱা সময়ৰ মাজতো শেঁতা পৰি যোৱা এই যান্ত্ৰিক যুগত আমাক আনন্দৰ হাঁহিৰ খোৰাক যোগায় দিয়াৰ বাবে ধন্যবাদ BBOP।।। আৰু যুগ যুগ ধৰি আগবাঢ়ি যায় যেন।।।।।
Vote for susmita, horo & lutukon comeback❤
And Neha
And garg❤
Justice for উকিলনি বাইদেউ
উকিল বাইদেউৰ লগত বেছি ভাল লাগে আমাৰ৷ দেউতাকে বন্ধুক কথা দিলেই হ'ব নেকি কিবা??😏😏উকীল মেডাম আৰু ছাৰৰ বিয়া হ'লেহে ভাল পাম মই৷ উকিল মেডাম মিছ্ ইউ😢😢
Thik koise
ভাই হত অলপ জল দি দিয়া কৰ নহলি ফালটো কেইটামান youtub চেনেলত চাব লগা হয় ।
Right 👍
Hoi hoi...alop hunkale dibo lage
বেলেগ দিলে চাই ভাল নালাগে
চেহেৰা মিলিলে নহব দেউতা মন মিলিব লাগিব ।
এই কেইদিন চাই বহুত ভাল লাগিছে 2বাৰ 2বাৰ চাওঁ ❤ চালে আমনি নালাগে 🥰❤️
বেহৰ বাৰি আউত পোষ্টৰ কিছুমান খণ্ড আকৌ কেনেকৈ শেষ হয় গমেই নাপাং ৷ আজিৰ খণ্ডটোও তাৰে ভিতৰত এটা ৷ ৷ ছাৰৰ দমউতাক আৰু জবা থাকোতে কেকে ক মিছ কৰিছো ৷কিকি বা জ্বলালে হৈ প্ৰিতম শইকীয়াক হেহে হে ৷ বিয়াখন হলেই ভাল দেই ৷ কেকে ছিন এটা দিব দেই ৷ জবা আৰু থানোদাৰ দেউতাকৰ লগত ৷ আৰু ছাৰক জ্বলাৰ ছিন ৷ নমস্কাৰ৷
Rakesh entry mrileu jomibo 😅😅 Joba k mtha mribo tetiya....
উকিল বাইদেউ ক'ত গ'ল 😢😢
The serial will become very interesting after si sir's merriage
Atia advocate baido ahile aru intersting hobo
S@@pritorious8730yes😂
Right
Kali mur Exam aru moi yaat Beharbari sai asu Ses Kali exam ot 😂😂😂
@@pritorious8730 🤣🤣
সহজ সৰল জবা
কে কে লগ পালে মজা লাগিব।
জবা চৰিএ তো discontinue nokribh ❤😂
ছাৰ honkle বিয়া খন পাতক আৰু 😂😂,,, ছাৰ আৰু জবাক বহুত ধুনীয়াকৈ মিলিছে দেই ❤❤❤ বিয়া খাবলৈ মাতিব দেই ছাৰ😮 ৰৈ আছোঁ আপোনাৰ বিয়া খাবলৈ 😊😊😊
Thanu da ru joba bht vl lgise kintu ukil baideo jonir lgt besi vl lgisil ❤❤❤
Who think - kk da is the greatest actor in Assam ❤
মোৰ কিবা উকীল মেডামলৈ হে বেয়া লাগিছে, যিমানেই নহওক তেওঁ ভাল পায় আমাৰ SI ছাৰক, অৱশ্যে ছাৰেও মনে মনে তেওঁকেই ভাল পায় বোধহয় 🤗
Right
এবাৰ উকিল বাউদেও আনিলে জমিল হৈ😂
Lest vote for susmita sen , lutukon ,haro , & English mam came back ❤
উকীল মেডাম খবৰ পাইছে নাই .......
Waiting for today episode🤗💘
Who watch this serial regular?
মই
থানুদাৰ লগত , জবা বাইদেউক সুন্দৰকৈ মিলিব পায়।
Mor Jibanar sarbasesthya priya dharabahik beharbari outpost.... Lv u beharbari outpost... Lv u all...❤
Garg da anibo lage kune kune val pai like ata di jaba❤❤❤😊
Ukil madam ahibo lage😃
হয়
Advocate mam aru kk sir .
Bhut dhuniya lagib
SI চাৰ কৈ থানো দা সেই ফেমাছ হব আৰু এতিয়া
Buhut dhuniya ovinoy kore apunaloge 🤩I live Basumatary sir
বহুত সুন্দৰ হৈছে .. সকলোৰে নিখুঁত অভিনয় । কে কে নো ক'ত গ'ল?
Si sirk kune kune val pai like ata kori juwak ,love from sivasagar 🤗♥️♥️
Aku ghuri ahise agor dore moments bur .majote baya lagisil sai but sai asilu.wating karisilu aneku episode buraloi.amr thunu da 😊😅❤.joba ma'm so cute and preety 🔥🔥💘♥️.kk dak lg ple vl jmebodei.wating for the next episode.
জবা ছোৱালী জনীক মৰম লাগে আক 🥺🤍
Advocate mam k lage atiya
Komol da aponar interview ata saboloi bohut mon asil aji palu salu bohut vel lagil a dai aru aguyai jaoul aponi😪🫂😊
This story is like kadombari Assamese flim.
Yes
মাইনা জনীয়ে বুজে কি গুলি ফুটাই 😂😂😀
Umm 😂😂
Joba aru muhon r acting mojja lagise....
Amaar thanu daa 🔥🔥🔥
😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂🎉❤❤😂😂
Thanu daa r bohut laj hoise 🤣🤣🤣🤣🥲
Finaly SI sirrr love story...... ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
Richa bai I Love you 2 moy tumak bohut besi Val Pang Love you 2 Richa bai ❤❤❤❤
Ind vs wi bhut dinr murt cricket sab pam ge❤😁😁
I love india bhai❤🎉
Yes bro cricket main.. 1 mahr murt aji he pm aru sabo..
এইটো খণ্ডৰ বাবে কোনে কোনে ৰৈ আছিল
Yasashree baa ❤
Advocate baidow ahile IC sir r ki hbo bru 😂 gharwali vs baharwali
Yashashree bhuyan is crush of assam
Thanu dar wife joni kin2 bhut morom loga.. 🥰🥰
9.16
boga kumura aru sitol mas ❤
Moja hb torkari khn 😊😊
Dhuniya thanu da aru joba baideu ❤❤❤
Kuna kuna miss kornaliya k sabo bisarisa like kora 😭😭🙏
Waiting
পৃথিৱীৰ পৰা চাই থকা সকলে Like এটা কৰি দিবা 😂😂
😂😂
তেতিয়া হলে যিসকলে পৃথিৱীৰ পৰা চোৱা নাই সেইসকলে কি কৰিব?🤔🤔
@@unknown7170. 😉🥴 😂
বৰ ধুনিয়া চুৱালি জনি চাৰে বিয়া পাতিলে বৰ বেছি ধুনিয়া লাগিব
Love from Golaghat ✨♥️✨
❤️
বহুত ভাল লাগিল beharbari out post 🌹🫶 চাই 🙏
Yeasashree baar karone ata like
থানু দা আৰু জৱা ফুল ধুনীয়া লাগিছে দেই, একেবাৰে পাভ যোৰা 💏💏💏
Si ছাৰ যিহেতু ওখ পাখ মানুহ গতিকে তেওৰ লগত উকিল বাইদেউ ৰ দৰে হে ছোৱালী বেছি মিলিলে হৈ
Love from Jorhat 😍❤️💞❤️💞❤️💞❤️💝 আকাশদীপ
Thanu Da ❤❤❤😅😅😅😅
Lovely 🌹🌹🌹❤❤😢😮😅kk bailung Richa gaurd da komol next level interesting hoi
Ukil baidew r ki hb atiya 😢
Moja lagise si sir or lovestory kitaman episod bonabo de ❤❤
Joba baidew joni bohut duniya ❤
Mohan is 🔥🔥🔥
Really yasashree bor dhuniya o acting o hundor hoise
❤
ছাৰৰ প্ৰেম কাহিনীটো পাৰিলে বহুদিন চলাই থাকিব । কিবা এটা ভাল লাগিছে চাই । বেহাৰবাৰীত সকলোতকৈ মৰমীয়াল ছোৱালী আহিছে । অভিনয়ো অতিসুন্দৰ ।
Wahhh pritam sir urfe thanu da atia he tumar biya khon sabo pam nki😘 advocate madam jodi ahi ulay tetia he beya lagibo 🙂🙂🙂🙂
❤❤❤
We need kk sir in every episode😢
❤❤
Ukil vaideuk he lage.. Sir r bia jobar logot hobo nelage.
Ukil badeo ki hobo baru atia
Babu dinar Murat sai Bhal lagil. Advocate Medam ahile besi Bhal lagil hoy.
Ukil madam ahile val lagil hoi ai time t
বৰষুণৰ মিকু যেনেই লাগি আছে
Advocate baido r ki hbo eta.... Advocate baido ahile saba aru
Ukil baido thogila dai si sir a 😢😢😢😢
IC sir eman dhuniya mal ata paise....kio morom kori bole nejane apuni😂😂😂
Joba Aru si Sir Ok Sai Val Lagel 😂😂❤
Aru Mojja Mohan 👍👌😂😂
From Tamulpur 💜🙏🙏
Sir r biya khon sbo lage gayz ❤😊
Zoba is beautiful character❤❤❤
থানো' দা'ৰ কন্যা জনী সুন্দৰ।
Richa bai Congratulations 🤗🤗🤗🤗
This is TURNING point of the BEHARBARI Outpost Present time ... Si.. Sir .. Deota... aru....জবা
Mohan is both❤😂😊
Yasashree Bhuyan ❤❤❤jui
Waiting for today episode ❤📌
love from sivasagar 🍭❤
Thanu da 😂❤