Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
🙏👌👌👌❤ অতিকৈ অনুপ্ৰাণিত হ'লো। বৰ ধুনীয়া অনুষ্ঠান। শ্ৰদ্ধাৰ দুয়ো গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছো।
ভাল লাগিল 🙏🏻
এক প্ৰেৰনা মূলক সাক্ষাৎকাৰ ৷জীৱনটোৰ প্ৰতি শ্ৰদ্ধা জাগিল কথাখিনি শুনি ৷নিজৰ failureক সাহসৰে গ্ৰহন কৰাৰ কথা এয়া৷খুউব ভাল পালো ৷
বৰ সুন্দৰকৈ কথা খিনি কৈছ❤
Bor bhal lagil
Moja baideu👍👍
বহুত ভাল লাগিল।
Inspiration to all and specially for the new generation where most of today’s kids are busy with their mobile phone !!!Very well said Sanjana 👏👏👏 proud of you 👍
মন চুই যোৱা অনুষ্ঠান ।
বৰ সুন্দৰ অনুস্থান।ধনাত্মক চিন্তাৰ প্ৰতিফলন এয়া।আগবাঢ়ি যাওঁক।শুভেচ্ছা জনালো❤️
খুব ভাল লাগিল কথাখিনি জুমি। আমি গৌৰববোধ কৰিছোঁ যে অসমৰ পৰা আমাৰ মৰমৰ জুমি বিশ্ব দৰবাৰত ঠিয় হৈছে। ভাৰতৰ পৰাই এগৰাকী জুৰি হিচাপে পেৰা অলিম্পিকলৈ নিৰ্বাচিত হৈ আমাৰ বাবে গৌৰব কঢ়িয়াই আনিছে। বহুত বহুত অভিনন্দন জুমি💐❤️❤️
Excellent. Expectations are very high from you, ma'am. I hope you can fill the gap with a good and informative podcast.
Bor bhaal lagise.......saai aasu....moor moromor dugoraki xofol naari.....💖💖
❤ The lady behind this interview is Sarmistha Baruah
কথাখিনি জানি বহুত সূখী___ দুয়ো গৰাকীৰ spices ,,সৰস্বতী লক্ষ্মীৰ দৰে ।দেশ মাতৃৰ সম্পদ ।
🙏👌👌👌❤ অতিকৈ অনুপ্ৰাণিত হ'লো। বৰ ধুনীয়া অনুষ্ঠান। শ্ৰদ্ধাৰ দুয়ো গৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধা জনাইছো।
ভাল লাগিল 🙏🏻
এক প্ৰেৰনা মূলক সাক্ষাৎকাৰ ৷জীৱনটোৰ প্ৰতি শ্ৰদ্ধা জাগিল কথাখিনি শুনি ৷নিজৰ failureক সাহসৰে গ্ৰহন কৰাৰ কথা এয়া৷
খুউব ভাল পালো ৷
বৰ সুন্দৰকৈ কথা খিনি কৈছ❤
Bor bhal lagil
Moja baideu👍👍
বহুত ভাল লাগিল।
Inspiration to all and specially for the new generation where most of today’s kids are busy with their mobile phone !!!
Very well said Sanjana 👏👏👏 proud of you 👍