বিজেপিৰ বিৰুদ্ধে মুখ খুলিছে কমলপুৰৰ প্ৰাক্তন অগপ বিধায়ক তথা দলটোৰ শীর্ষ নেতা সত্যব্ৰত কলিতাই
Вставка
- Опубліковано 8 лют 2025
- আকৌ বিজেপিৰ বিৰুদ্ধে মুখ খুলিছে কমলপুৰৰ প্ৰাক্তন অগপ বিধায়ক তথা দলটোৰ শীর্ষ নেতা সত্যব্ৰত কলিতাই। ২০২৬ চনৰ বিধানসভা নির্বাচনত বর্তমান বিজেপিৰ দখলত থকা কমলপুৰ সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবই বুলি হুংকাৰ দিছে অগপৰ বিক্ষুব্ধ নেতাগৰাকীয়ে। আনকি মিত্ৰতাৰ ধর্ম মানি কমলপুৰ বিজেপিয়ে অগপক এৰি দিবই লাগিব বুলি মন্তব্য কৰিছে সমষ্টিটোৰ প্ৰাক্তন বিধায়কগৰাকীয়ে।
#pratidintime #assamnews #assam #atulbora #SatyabratKalita
দিগন্ত কলিতা জিন্দাবাদ
অগপৰ বৰা আৰু মহন্তই সত্যব্ৰতক আউত কৰি দিব লাগে কাৰন আপোনালোক দুয়োজনে মামাক ইমান বিশুদ্ধ মিঠাতেলেৰে
তেল মালিচ কৰি মন্ত্ৰীত্ব লৈ আছে
৷ এই সত্যব্ৰত বোলাজনে আপোনালোকৰ অংকত খেলিমেলি লগাব বিচাৰিছে সেয়ে তাক দলৰ পৰা উলিয়াই দিয়ক ৷ নহলে আপোনালোকৰ বিপদ ঘটাব ৷
অগপই এটা আঞ্চলিক দল হৈ থাকিবলৈ হ'লে তেওলোকৰ মজবুত সংগঠন থকা সমষ্টি সমূহ নিজৰ হাতলৈ নিব লাগিব । অন্যথা দলটো 2026 ৰ পিচত নিঃশেষ হব। বিজেপিয়ে অগপৰ সদস্য বোৰ মিত্ৰতা সূত্ৰে নিজৰ দললৈ নি অগপ দলটো প্ৰায় নিশকটীয়া কৰিলেই । প্ৰক্রিয়াটো সম্পূৰ্ণ হ'লেই অগপকো এৰি দিব, তেতিয়া দলটোৱে নিজাকৈ নিৰ্বাচন খেলাৰ সামৰ্থ্য নাথাকিব ।
আপোনালোকে বেয়া নাপাব যিহকে তিহকে কমেণ্ট কৰা বুলি !আজিৰ যুগৰ ৰাইজৰ প্ৰতিনিধিৰ মূৰত যদি মাজে সময়ে তেল পৰি থাকে ভাল!অন্যথাই পইমাল লাগে, ইয়াত ৰাইজৰ স্বাৰ্থ বোলা কোনো বিষয় নাই কিন্তু প্ৰভু সকলক নমস্কাৰ!🙏
ইয়াক কোনো B j p ৰ মানুৱে ভোত নিদিয়ে ই একো কাম কৰা নাই ।দিগন্ত দাদাৰ কাৰনে সি জিতিছিল! নহলে গৰু ক্ষাৰা দিলে হল !
Moza
অ গ প / ক এৰি একক ভাৱে বি জে পি য়ে নিবাচন খেলিলে বতমানতকৈ ও বেছি আসন পাৱ৷ অঃগঃপঃ অকলে নিবাচন খেলিলে এখনো আসন নাপায়৷
এইজনে একো কৰিব নোৱাৰে
Nice
অ গ প ক কোনেও ভোট নিদিয়ে কমলপু সমষ্টিটো সতবতৰ বাপেকৰ সম্পত্তি নহয়টো টীকত লাগে
Nilaz Parishad😂😂😂
Kalita hathik hidhanto, dorasolot Bora aaru Mahantay Agp doltuk fesaret abodh kore rakhil...
Who is who is he regional or national party
NRC aru sawmawsti punar nirdharawnawr hoi juwar pisat 26 r election hawbaw Assamawt .