পৰাজয় হোৱাটো স্বাভাৱিক ক্লাবৰ সভাপতিৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ যুঁজ!
Вставка
- Опубліковано 28 вер 2024
- 📌ক্লাবৰ সভাপতি VS প্ৰাক্তন মুখ্যমন্ত্ৰী !
📌সোণোৱালৰ হাতত পৰাজিত হৈও অনুশোচনাত ভোগানাই লুৰীণজ্যোতি গগৈ !
📌পৰাজয় হোৱাটো স্বাভাৱিক ক্লাবৰ সভাপতিৰ সৈতে প্ৰাক্তন মুখ্যমন্ত্ৰীৰ যুঁজ!
📌 পৰাজয়ৰ আঁৰত থকা ৰহস্য ফাদিল কৰিলে লুৰীণজ্যোতি গগৈয়ে!
📌ৰাইজৰ পৰীক্ষাত উৰ্ত্তীন হ'ব নোৱাৰিলে লুৰীণজ্যোতি গগৈয়ে!
📌পৰীক্ষাত উৰ্ত্তীন হ'বলৈ যেতিয়া মানুহ সৎ পথত যায় তেতিয়া চেমিষ্টাৰ দুটামান বেছি পঢ়িব লগা হয়!
Like, share and subscribe our channel.
Follow us on:
Facebook - nenownews/
Twitter - NENowNews/
Instagram - northeast.now
ভবিষ্যত উজ্জ্বল হব ১০০%। সৰা জিকা জীৱন ত হৈ থাকিব।
ভবিষ্যত ভাল
লুৰীনজোতি ককাই আপুনি তেনচন ল'ব নালাগে আপোনাৰ বহুত সময় আছে আপুনি আগুৱাই গৈই থাকক আপোনী এদিন কষ্টৰ ফল পাৱয় কোনে কি কৰিছে কোনে কি কৈছে সেইবোৰ কথা আপুনি চিন্তা নকৰিবা আপুনি আপোনাৰ কাম কৰি আগুৱাই গৈই থাকক আপোনী এদিন কষ্টৰ ফল পাৱয়
26 বিধায়ক হ'ব লুৰিণ দা
Lurin s future is bright keep it up
হাৰটোৱেই গৌৰব গৌৰব কৰাৰ টুলনা নাই হাৰী হাৰি জিকা আমুদ বেলেগ । এই দলত থাকিলে জীৱনত সাংসদ বিধায়ক হোৱাৰ সপোন নেদেখাই ভাল ভাই ।
জানি বুজি ভূল কৰাজন লুৰিন
লোৰিন দা ❤❤❤
Congress r bukusat uthi ki buki thaka he ki jatio ta badr khatha k he
Indi Alinece ata club..... Ha ha ha
Laag naiii Lurin tomr ....
Aijon joyi hoi o ekku namei nai dekhu
Lurin , homoi bohut aca tur . Moi ATA konaara koicu .
Atiya him pala.... election r agot not bor kotha koisila dekhun.....Timing ketiyu jikibo nuwara....CAA andulon kori..... Conge r bukusat uthi timing jatiyatabadir kotha caliber mukhot subha napai..... lecture baj.....
Har namanibo
সোণোৱালে কা,,সমৰ্থন কৰি অসমৰ অসমীয়াক যিটো মজা দিলে,, মই কেতিয়াও পাহৰিব নোৱাৰো,,,
Good
জুইয়ে পোৰা সোণ হ'বলৈ চেষ্টা কৰি যাওক,,,,হৰা জিকা সাধাৰণ কথা।।
লুৰীনজোতি ককাই জিন্দাবাদ জিন্দাবাদ লুৰীনজোতি ককাই অসমৰ গৌৰৱ হয় লুৰীনজোতি ককাই জিন্দাবাদ জিন্দাবাদ
খুব সুন্দৰ মন্তব্য ।পৰাজিত ক শিক্ষা হিচাপে লৈ আগবাঢ়ি গৈ থাকক কাৰণ সঠিক পথৰ যাত্ৰাত অলপ পলম হব পাৰে কিন্তু নিকা স্বচ্ছ আৰু দুৰ্নীতি মুক্ত হবএয়াই আশা বিশ্বাস কামনা ।
❤Lurin jyoti
Ajp hoi o harile, Congress hoi o harile but parthoky aytu a ajp hoi harisel jodio ejjat asile ,aybar ejjat bula ako a norale .pm,mla huwar agote alop rayjor kam kori nijor good certificate khon bonai lole bhal hb.
আপোনার লাজ নাই
Good
কংগ্ৰেছৰ নেজত ধৰাটো জাতীয়তাবাদ নে?
একো নাই সময়ত সকলো ঠিক হৈছে যাব জাতীয়তাবাদৰ সপক্ষে কব ই লাগিব তোমাৰ নৈ সমথন সদায়েই থাকিব ।
ডাঙর লেকঢার মারি লাভ নাই
ছাগে,বাঘে,সাপে,বেঙ একলগে কিনো হ'ব?
No doubt U are efficient for MP. But people of Assam want U in state politics .
অসমীয়া।জাতিক।বিকা।খলনায়ক। সৰ্বানন্দ। সোনোৱালেই
Lurin go ahead
সমানে সমানে কৰিবা কাজ হাৰিলে জিকিলে নাই লাজ।
Lurinjyoti is starting a good innings .He will get success.
Ai sudurvai tur 2019/20 r lecture bur mont ase ne
Lurinjyoti gogoi nirvasan t hora buli njoy iyatkoyu dangor koi hora bht lug aase Etiar pora aakow nirvasonr babe muje di jabo nischoy hoti hoboi hobo
Lurin jyoti Gogoi jujaru soinik
Lurin da oxomr mukyomontri hb lage😅😊
Bushra hai jab ,kamat nahib
Lurinjoti gogoi dak raije thogile