অসমৰ জাতীয়তাবাদ ফেচবুকতে সীমাবদ্ধ নেকি? মৃণাল তালুকদাৰৰ সৈতে ‘বিশ্লেষণ’

Поділитися
Вставка
  • Опубліковано 11 вер 2024

КОМЕНТАРІ • 14

  • @Putulbhuyan
    @Putulbhuyan 20 днів тому

    সুন্দৰ প্ৰসংগৰ বিশ্লেষণ সঁচাকৈ ভয়াবহ অসমীয়া ভৱিষ্যতে। এবাৰ কৈ থও এতিয়াই জয় আই অসম

  • @palashkalita7291
    @palashkalita7291 21 день тому +2

    মৃণাল তালুকদাৰ , শ্ৰেষ্ঠ নিবন্ধকাৰ

  • @quantomine6076
    @quantomine6076 20 днів тому

    জাতিটো লাহে লাহে সংকুচিত হ'ব আৰু অসমীয়া মানুহৰ হাতত থকা অধিকাৰবোৰ নোহোৱা হ'ব। তেনে এটা পৰিস্থিতিত কোনোধৰণৰ ৰাজনৈতিক ৰক্ষাকৱচ নোহোৱাকৈ মেৰুদণ্ডত জোৰ থকা মানুহখিনিৰ পৰাই আৰু ৫০-১০০ বছৰৰ ভিতৰত এক ৰাজনৈতিক প্ৰদূষণ মুক্ত সুস্থ জাতীয়তাবাদে গজালি মেলিব।

  • @Jhhiiipppp
    @Jhhiiipppp 21 день тому +2

    ময়ূয় বৰা , আপোনাক বিনা পয়ছাত মাটি দিলোঁ।কি কৰিব।

  • @shashwatbortamuly9853
    @shashwatbortamuly9853 20 днів тому

    পেনেল দেখি মোৰ মনলৈ এটাই প্ৰশ্ন আহিল:- জাতি, মাটি আৰু ভেটিৰ কথা কিন্তু অসমৰ প্ৰবজন আৰু চৰকাৰৰ খিলঞ্জীয়া বিৰোধী নীতিবোৰৰ বাবে সৰ্বাধিক ক্ষতি হোৱা জনজাতীয় মানুহসকলৰ কোনো মানুহ মতা নাই। না জীৱন নৰহ দা , না সোণেশ্বৰ নৰহ দা , না উপেন্দ্ৰ নাথ হাকচাম ছাৰ।কিয়?

  • @banikantagogoi4139
    @banikantagogoi4139 21 день тому +1

    Mourda good feelings man

  • @rahulboruahupsccandidate7822
    @rahulboruahupsccandidate7822 20 днів тому

    Hoi

  • @Jhhiiipppp
    @Jhhiiipppp 21 день тому +1

    ❤আপোনাৰ অনুস্থানত পলিতেক মূখ পাত্ৰবোৰক নামাতিব । যিটো বিষয়ত লৈ অনুস্থান পতা হয় তাৰ বিষয়ে দিবেদ হ'ব লাগে। smart meter দিবেটোৱে আপোনাকহে nonsense সজালে। বেয়া নাপাব।

  • @Jhhiiipppp
    @Jhhiiipppp 21 день тому

    আমি কি কৰিম, আমাৰ মাটিত? তাৰ বিষয়ে দিবেদ হ'ব লাগে।

  • @NipenDas-hw7pn
    @NipenDas-hw7pn 21 день тому

    Nogaw ot ki hol aru ki kobo...

  • @souravmalakar5389
    @souravmalakar5389 21 день тому

    মিছন বসুন্ধৰাৰ আছল সত্যতো পোহৰলৈ আনক ,ই এটা ডাঙৰ স্কেম

  • @assa516
    @assa516 21 день тому

    ই এটা মহা বদমাছ সাংবাদিক

    • @babusaikia7886
      @babusaikia7886 20 днів тому

      অন্ধ ভক্ত নেকি😂

  • @arupmazumdar9973
    @arupmazumdar9973 21 день тому

    Minal Da natok Apuni Bahut Kare ,,, Alap Gaout Thaka Educatet Manuh Loi Dibet Aramvo Karok ...Asom Khanar val cinta Kare Jodi ...