বিজেপিৰ বিৰুদ্ধে দেশজুৰি আম আদমী পাৰ্টিৰ প্রতিবাদ....

Поділитися
Вставка
  • Опубліковано 29 вер 2024
  • বিজেপিৰ বিৰুদ্ধে দেশজুৰি আম আদমী পাৰ্টিৰ প্রতিবাদ। EDৰ পিছত CBIয়ে দিল্লীৰ মুখ্যমন্ত্রী অৰবিন্দ কেজৰিৱালক গ্রেপ্তাৰ কৰা কাৰ্যৰ বিৰুদ্ধে এই প্রতিবাদ। বিজেপিয়ে ED আৰু CBIক ৰাজনৈতিকভাৱে ব্যৱহাৰ কৰাৰ অভিযোগ তুলি বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰিলে আম আদমী পাৰ্টিৰ নেতা-কৰ্মীসকলে। দেশৰ অন্য প্রান্তৰৰ লগতে গুৱাহাটীতো বিজেপিৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত প্রতিবাদ সাব্যস্ত কৰিলে আম আদমী পাৰ্টিৰ নেতা-কৰ্মীসকলে।
    #pratidintime #assam #aap

КОМЕНТАРІ •