হাউলীৰ ৰাস মহোৎসৱত লোকাচাৰ প্ৰতিযোগিতা -- বিচাৰকৰ প্ৰশ্নসমূহ

Поділитися
Вставка
  • Опубліковано 12 лис 2022
  • সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ দলটোৱে হাউলীৰ ৰাস মহোৎসৱত লোকাচাৰ প্ৰতিযোগিতা যোগদান কৰে
    সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ দল
    লোকাচাৰ প্ৰতিযোগিতা
    হাউলীৰ ৯৫ সংখ্যক ৰাস মহোৎসৱ
    দৰা--ডাক্তৰ পৰাগ বৰ্মন (ডক্টৰ নমিতা দাস গুৰুং))
    কইনা -- ডাক্তৰ ৰাণী বৰ্মন ( ডাক্তৰ ৰাণী দেউৰী )
    দৰাৰ মাক-- ফুনু পাঠক মেধি , পত্ৰিকা সম্পাদক,সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দৰাক দেউতাক -- কল্যাণী দাস , অৱসৰপ্ৰাপ্ত শিক্ষক তথা সদস্যা,সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দৰা ধৰা বন্ধু -- ডক্টৰ কৰবী মহন্ত, সহকাৰী অধ্যাপক তথা সদস্যা ,সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দৰাৰ আইতাক --ক্ষীৰদা প্ৰভা দাস,উপ সভাপতি,সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দৰাৰ বৌৱেক -- গীতুমণি শৰ্মা , সম্পাদক,সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দৰাৰ মামীয়েক -- চিত্ৰলেখা দাস, সদস্যা ,সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দৰাৰ পেহীয়েক -- পিংকুৰাণী তালুকদাৰ, সদস্যা,সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দৰাৰ ভণী -- নিকুমণি ডেকা
    দৰাৰ খূড়া -- পদুমী দাস, সদস্যা, সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দৰাৰ মোমায়েকৰ ল'ৰা -- হিমানী তালুকদাৰ, সদস্যা , সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দৰাৰ খূড়াকৰ ল'ৰা --কৃষ্টি নাথ, শিক্ষয়িত্ৰী তথা সদস্যা , সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    কইনাৰ বৌৱেক --কল্পনা চৌধুৰী
    কইনাৰ ভণীয়েক -- দৰ্শনা দাস
    আয়তীসকল --( বিয়াগীত পৰিৱেশন কৰা)
    ৰুণু ডেকা - সদস্যা , সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দীপালী দাস ,জ্যোষ্ঠ স্বাস্থ্য কৰ্মী তথা সদস্যা, সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    দীপা দাস , সদস্যা, সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    ভাৰতী দেৱী, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সদস্যা, সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    মিনতি কলিতা, সদস্যা, সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    পুলমা তালুকদাৰ
    দীপালী তালুকদাৰ
    প্ৰণিতা দাস, সদস্যা , সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি
    পৰিচালক -- ডক্টৰ অমিয়া মহন্ত, প্ৰতিষ্ঠাপক সভাপতি,সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি তথা অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, বি এইচ বি মহাবিদ্যালয়
    উপদেষ্টা -- শ্ৰীৰীণা ৰাণী ডেকা , সভাপতি,সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতি তথা অৱসৰপ্ৰাপ্ত অধ্যক্ষ,বি এইচ বি মহাবিদ্যালয় , সৰুপেটা
    ভি ডি ও --- সমলয় আৰ এন কাশ্যপ
    বিশেষ কৃতজ্ঞতা -- বিজয় দাস, কংকনা দাস ,পুলমা দাস আৰু পপী চৌধুৰী
    সৰুপেটা শাখা লেখিকা সমাৰোহ সমিতিৰ দলটোৱে হাউলীৰ ৰাস মহোৎসৱত সাত বাৰ অংশগ্ৰহণ কৰে।
    ২০০৮ চনত প্ৰথম পুৰস্কাৰ
    ২০০৯ চনত প্ৰথম পুৰস্কাৰ
    ২০১০ চনত প্ৰথম পুৰস্কাৰ
    ২০১২ চনত প্ৰথম পুৰস্কাৰ
    ২০১৮ চনত দ্বিতীয় পুৰস্কাৰ
    ২০১৯ চনত প্ৰথম পুৰস্কাৰ
    ২০২২চনত তৃতীয় পুৰস্কাৰ
    লাভ কৰিবলৈ সক্ষম হয়

КОМЕНТАРІ • 4

  • @3dedition332
    @3dedition332 Рік тому +1

    bor bhal lagise dei baidew

  • @champadaschoudhury2896
    @champadaschoudhury2896 Рік тому +1

    Sunder

  • @chinmaypathak705
    @chinmaypathak705 7 місяців тому +1

    Pura Dora -Koina jene loga hoise 🌼😊

  • @susmitabarman9657
    @susmitabarman9657 10 місяців тому +1

    মেম আপোনাক দৰাৰ সাজত সঁচা দৰা দৰা লগা হৈছে ভাল লাগিল