Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
কোনেও একো নাপায় । মুখেৰে ভৌ ভৌ কৰি থাকিলে একো নহয় । ভোটাৰৰ ঘৰে ঘৰে গৈ সকলোৰে মন জয়কৰাৰ ৱবস্থা কৰিব লাগিব ।
এওলোকৰ নিৰ্বাচনৰ বাহিৰে আন কথা চিন্তা কৰিব পৰা যোগ্যতা নাইনে অৰ্হতা নাই?
Cam nai
বিৰোধী দলবোৰে বেলেগে বেলেগে নিৰ্বাচন খেলক। আজিৰ পটভূমিত কোনো কালে বিৰোধী দলবোৰে ঐক্যবদ্ধ হৈ নিৰ্বাচন খেলিব নোৱাৰে। বিৰোধী দলবোৰে অখিল গগৈ দেৱে যি ফৰ্মূলা উলিয়ায়, তাত বিনা প্ৰতিবাদে সন্তুষ্ট থাকিলে বিৰোধী ঐক্যবদ্ধ হববুলি ক'ব পাৰি। তাৰ বাদে বৰ্তমান কোনো বাট দেখা নাই। মুকলি সমালোচনাই বিৰোধী দল বোৰৰ প্ৰতি ৰাইজ বাৰুকৈয়ে বিতুষ্ট হৈ পৰিছে।আৰু বিজেপিৰ প্ৰতি ক্ৰমান্বয়ে আকৃষ্ট হৈ গৈ আছে।
সেই ।।। লুৰিনৰ দলৰ 5 টা সমষ্টিত ও ভাল ভেটি নাই ইনেই 40/50 গাই আছে