ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ সম্পৰ্কত প্ৰাৰম্ভিক তদন্ত কৰি কি পালে আৰক্ষী আযুক্ত দিগন্ত বৰাই?

Поділитися
Вставка
  • Опубліковано 15 жов 2024
  • ৰমেন বৰুৱাৰ নিৰুদ্দেশৰ সম্পৰ্কত প্ৰাৰম্ভিক তদন্ত কৰি কি পালে আৰক্ষী আযুক্ত দিগন্ত বৰাই? কোন আত্মীয়ই আঘাত কৰিছিল ৰমেন বৰুৱাক? নাম নোলোৱাকৈ কি ক'লে আৰক্ষী আযুক্তগৰাকীয়ে
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 18

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 2 місяці тому +7

    এই জনী জিয়েক জিয়াই থকাতো নিবিচাৰোঁ।

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 2 місяці тому +2

    অসমৰ আধুনিক চহৰ গুৱাহাটীৰ আধুনিক জীবনধাৰাত এইবিলাক অতি কমন ঘটনা হবলৈ গৈ আছে। এটা দুখৰ বৃদ্ধ বয়সৰ জীবন সকলোৰে বাবে সমাগত।।

    • @rajivgogoiwarrens6290
      @rajivgogoiwarrens6290 2 місяці тому

      আমি সকলোৱেই মানসিক ভাবে সাজু থকা উচিত।

  • @podunyaborah
    @podunyaborah 2 місяці тому +8

    সকলো মদৰ কাৰণে হৈছে।,

  • @Bidyadhar29
    @Bidyadhar29 2 місяці тому +1

    Best video❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

  • @Mridul_Hazarika.
    @Mridul_Hazarika. 2 місяці тому +5

    উদন্দ মানসিকতা ছোৱালী জনীৰ।

  • @arotiborah2733
    @arotiborah2733 2 місяці тому

    🙏

  • @hanseali1924
    @hanseali1924 2 місяці тому +1

    এই এংকৰ বা অতনুভূয়াৰ কথাবোৰ নধৰাএ ভাল এইজনে এনেও কথাবোৰ লগাকৈ ভেছি গভিৰ কৈ কয়।

  • @ashokahazarika5269
    @ashokahazarika5269 2 місяці тому

    এনেকুৱাসন্তান আছে ইমান জনা পিতৃ চিনি নাপালে চি৷

  • @bituponborh521
    @bituponborh521 2 місяці тому +4

    ai suwali jonik dhori anibo lage

  • @RajenBorah-o1v
    @RajenBorah-o1v 2 місяці тому +1

    ফকটীয়া সাংবাদিক ফকটীয়া আলোচনা ,,,

  • @marketznews2516
    @marketznews2516 2 місяці тому

    Kulongar jiyek hobo jodi tenekua hoise as per police statement...kulongar jiyek

  • @ranjitgogoi7431
    @ranjitgogoi7431 2 місяці тому +1

    Suwali jonik dhorib lage

  • @SabirAli-g3p7r
    @SabirAli-g3p7r 2 місяці тому

    suwali joni arrest korok

  • @papulhazarikapapulhazarika4024
    @papulhazarikapapulhazarika4024 2 місяці тому

    Suaalijoni gundar sowvab ase

  • @chamlingacademy989
    @chamlingacademy989 2 місяці тому

    tur mathat maal nai