জোনমণি ৰাভাৰ মৃত্যুক লৈ দুই IPS বিষয়াৰ ফেচবুক আপডেটে কঁপাইছে গৃহ বিভাগ

Поділитися
Вставка
  • Опубліковано 18 жов 2024

КОМЕНТАРІ • 161

  • @প্ৰশান্তবৰুৱা

    অসম পুলিচৰ ভিতৰচ'ৰাত এই যে বেমেজালিবোৰ আজিৰ নহয়। বহু পুৰণি বেমাৰ।

  • @পলাশদত্ত-দ৭থ

    আৰম্ভণীৰ পৰাই আৰক্ষীৰ ভিতৰচ'ৰা বেয়া। কিছুমানহে ভাল। বেছিভাগ বিষয়া বেয়া

  • @আদিত্যৰাজবংশী

    দোষী আৰক্ষীক চাকৰিৰ পৰা বিদায় দিয়াৰ লগতে সম্পত্তি বাজেয়াপ্ত কৰিব পৰা আইন বনায় দিয়ক।

  • @bijithazarika7363
    @bijithazarika7363 Рік тому +17

    শুদ্ধ কথা কৈছে দুয়ো গৰাকী প্ৰাক্তন বিষয়ায়ে তেওঁ লোকক অসমৰ ৰাইজে নিশ্ছয় সন্মান জনাবই ।

  • @samirandoley155
    @samirandoley155 Рік тому +25

    আৰক্ষীৰ Transfer বোৰ সঘনে কৰাৰ ব্যৱস্থা লাগে। আৰু এজন বিষয়াক এবছৰতকৈ বেছি এঠাইত ৰাখিব নালাগে।

  • @pratibhasaikia9359
    @pratibhasaikia9359 Рік тому +27

    আৰক্ষীৰ বুলি নহয় ACS ৰ পৰা IAS লৈ দুৰ্নীতিপৰায়ণ অফিচাৰ আছে। সমাজ ঠিক নোহোৱালৈ এইবোৰ থাকিবই। মানুহ জন্ম হোৱাৰ পৰা এই টকা খোৱা স্বভাৱ আছে। বিষয়া হৈ কি ঠিক লাগিব। অত্যন্ত কঠোৰ আইন লাগিব। যেনে ১০ টকা এটাও খোৱা দেখিলে চাকৰিৰ পৰাই বিদায় দিয়ক।

  • @bikashnath175
    @bikashnath175 Рік тому +26

    ইয়াৰ বাবে পুলিচ আইন কিছু সলনি কৰাৰ প্ৰয়োজন আছে।

  • @তাপসডেকা
    @তাপসডেকা Рік тому +31

    DGP আৰু CM ছাৰ ঠিকে আছে। কিন্তু লীনা হেনা আভা ৰাভাৰ দৰে বিষয়াবোৰৰ বাবে এইটো হ'ব পালে

  • @manjuborah3500
    @manjuborah3500 Рік тому +19

    Leena Dolleyr uporot bihit bebostha loboloi onurudh jonalu

  • @shankarbiswas91
    @shankarbiswas91 Рік тому +16

    Right kotha. CBI probe ketiya hobo cm sirk xudhibo lage

  • @trishankurmi8787
    @trishankurmi8787 Рік тому +9

    Junmoni Rabhar justice hobo lage. jenekoi holeo Justice lage Mama

  • @পল্লৱশৰ্মা
    @পল্লৱশৰ্মা Рік тому +47

    ৰাকেশ পালৰ দিনত চাকৰি পোৱা অফিচাৰৰ দুৰ্নীতিৰ অন্ত নাই

    • @RosardRoird
      @RosardRoird Рік тому +2

      তাৰ মানে বীজ কংগ্ৰেছৰ,,।
      বিফলতা বিজেপিৰ।।

    • @gauravroy7897
      @gauravroy7897 Рік тому +6

      ​@@RosardRoird yes. Karon deshot Swadhin huwar pora besi time Congress raj asil aru congressor dinote Rakesh Palor nijukti solisil

    • @gauravroy7897
      @gauravroy7897 Рік тому +1

      ​@@RosardRoird xotyatu maniboloi laz koribo nalage. Aji jiman nokol xunor bepari dhorise kon aibur? Sob miya. Kenekoi Lakhimapur dokhol kori gol!!!

    • @mintugogoi1533
      @mintugogoi1533 Рік тому +2

      Pise congress or dinor biyagum biyagum neta mantri bilakei dekhun etya bjp govt solai ase.doltu h change hoise manuh bilak tu ekei ase.

    • @gauravroy7897
      @gauravroy7897 Рік тому +3

      ​@@mintugogoi1533 ideologyr difference ase.Congress sarkar thakile miyai lai pai.BJP sarkar thakile ussed hoi.

  • @pahibaruah8844
    @pahibaruah8844 Рік тому +10

    অসম পুলিচত চাকৰি কৰা বুলি ক'লে মানুহে আগতে ছোৱালীবোৰক বিয়াই দিব টান পাইছিল। ৰাইজৰ মনোভাৱ সলনি কৰিবলৈ আৰক্ষীৰ চৰিত্ৰ সলনি কৰিব লাগিব। সকলো বেয়া নহয় কিন্তু কিছুমান বেয়া আছে।

  • @gaganborah8907
    @gaganborah8907 Рік тому +15

    Ohh aijonor maje maje voltage barhi jai dekhun 🤗🤗

  • @anuradhaboruahlahon
    @anuradhaboruahlahon Рік тому +9

    পৃথিৱী খনত এতিয়াও বহু ভাল মানুহ আছে। এজন মৰিলে দহ জন উলাব ।

  • @gauravroy7897
    @gauravroy7897 Рік тому +36

    Right. Police ba Civil officer kisuman daagi daagi criminalor lgt jorito ase.

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому

      Aji Kerela sarkare Royal secrat survice(Rss)k nikhiddha karile. Aitu arambha hey. Bhrastasari janata party r master mind ses maney Bebhisari, Bepari party ses.

    • @gauravroy7897
      @gauravroy7897 Рік тому +6

      ​@@mukulbaruah1833 Keralar maakoru dom nai kori dekhabo de courtot khuli lom 😂😂😂

    • @jiarulali2484
      @jiarulali2484 Рік тому

      @@mukulbaruah1833 o

    • @mammoniborgohain2997
      @mammoniborgohain2997 Рік тому +1

      @@mukulbaruah1833 pl

    • @gauravroy7897
      @gauravroy7897 Рік тому +1

      ​@@mammoniborgohain2997 pl ki aru?

  • @heenabaruah8416
    @heenabaruah8416 Рік тому +6

    Leena dolek xunkale grafter koribo lage
    #JUSTICEFORJUNMONIRABHA#😭😭😭
    Jai aai axom 🙏🙏🙏

  • @jesminsultana2693
    @jesminsultana2693 Рік тому +9

    Jonmoni Ravar Dosik dhori bo lage. Nika bichar chai

  • @monindrarabha7805
    @monindrarabha7805 Рік тому +2

    Right.. tq.. pranjal da

  • @bijoyutpal7429
    @bijoyutpal7429 Рік тому +9

    মেইন কালপীত লীনা দলে।তাইক ৰেপকৰি মাৰিব লাগে

  • @LB_MIX
    @LB_MIX Рік тому +3

    DGP G P Singh debe lakhimpur aru nogaon. Distric kor s p ko jera koribo Lage.

  • @dwipendraduttabhuyan2648
    @dwipendraduttabhuyan2648 Рік тому +11

    News reader need homework

  • @bikramteron5142
    @bikramteron5142 Рік тому +7

    Eyate buja jai j Leena dole oporadhi

  • @NarenBora-ng1od
    @NarenBora-ng1od Рік тому

    Thanks for the commentment of both. Retired I p s officer

  • @sahilali8104
    @sahilali8104 Рік тому +6

    All police r not same....eteao bht vl mnu asai....

  • @ashimsonowal5230
    @ashimsonowal5230 Рік тому +1

    Right Ane hobo lage

  • @Nirumoni4336
    @Nirumoni4336 Рік тому +4

    দীৰ্ঘ দিন ধৰি লক্ষীমপুৰত SP লীনা দলে টকাৰ লোবত নকল টকা নকল সুনৰ মাফিয়া চক্ৰৰক এৰেষ্ট নকৰি SP লীনা দলে সমৰ্থন জনাই ছিল।তাৰকাৰনে চৰকাৰে SP লীনা দলেক ৰাষ্ট্ৰীয় পুৰস্কাৰ দিব হে

  • @gitanjaligoswami7908
    @gitanjaligoswami7908 Рік тому +4

    অসম পুলিশ বিভাগৰ ভিতৰচৰা ইমান দূনীৃতী। সঁচাকৈ এইতো বৰ দুখৰ বিষয়। 😡😡😡

  • @binunewar5519
    @binunewar5519 Рік тому +1

    Very Good baideo .apunak solut koriso

  • @mrinalrabha1754
    @mrinalrabha1754 Рік тому +7

    Very good Step!

  • @monudekari2919
    @monudekari2919 Рік тому +13

    Dadagiri of local police officers which is out of control seems to be highlighted in Junmoni Rabha's case and it hampering the neutral investigation.

  • @dhoniboro4033
    @dhoniboro4033 Рік тому +4

    leena dolyk arrest kariba lage

  • @randipbhuyan9357
    @randipbhuyan9357 Рік тому +3

    এজন অসমীয়া হিচাপে আজি অসম আৰক্ষীৰ একাংশ বিষয়া কৰ্মচাৰীৰ কৰ্ম কাণ্ড দেখি লজ্জিত হৈছোঁ ।
    উপ পৰিদৰ্শক জুন মনি ৰাভাৰ মৃত্যু পিছত এটা ডাঙৰ প্ৰশ্ন সৃষ্টি হৈ - যি অসম আৰক্ষীৰ মাজত নিজৰ বিভাগৰ এগৰাকী বিষয়াৰ জীৱনৰ নিৰাপত্তা নাই জীৱন সুৰক্ষিত নহয় সেই অসম আৰক্ষীয়ে অসমৰ সৰ্ব সাধাৰণ ৰাইজক কি সুৰক্ষা দিব ?
    অসম আৰক্ষীৰ একাংশ বিষয়া কৰ্মচাৰীৰ সকলে আৰক্ষীৰ পোছাক পৰিধান কৰি কৰ্মত যোগদান কৰাৰ পিছত সাংবিধানিক শপত বাক্য পাহৰি যায় ? আজি অসম আৰক্ষীৰ একাংশ বিষয়া কৰ্মচাৰীয়ে কিয় মানৱ সমাজ বিৰোধী , আইন বিৰোধী অপকৰ্মত লিপ্ত হৈছে ? অসম আৰক্ষী মুখ্য কাৰ্য্যালয়ৰ সন্মানীয় উচ্চ পদস্থ বিষয়া সকলৰ তেওঁলোকৰ ওপৰত নিয়ন্ত্ৰণ নাই নিকি ?
    আমি যদি কিবা অভিযোগ লৈ অথবা আৰক্ষীৰ সহায় বিচাৰি আৰক্ষী থানলৈ যাওঁ স্থানীয় আৰক্ষী কোনো সহায় নকৰে সঁহাৰি নজনাই অভিযোগ পত্ৰ গ্ৰহণ নকৰে অপৰাধত ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয় ।

  • @tus453
    @tus453 Рік тому +1

    Right

  • @পল্লৱশৰ্মা
    @পল্লৱশৰ্মা Рік тому +26

    মূখ্য কাৰণ কংগ্ৰেছী সংবিধানৰ দোষ। সংবিধান সংশোধন কৰক।

    • @sukhiijibon_official_
      @sukhiijibon_official_ Рік тому +2

      নাচিব নাজানে চোতাল বেকা🤣

    • @sukhiijibon_official_
      @sukhiijibon_official_ Рік тому

      @Subham Dey 🤣

    • @gauravroy7897
      @gauravroy7897 Рік тому +4

      100% ❤❤

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому

      Uressian bidekhi ata u nuhuakoi Bharatr bahir kora habo. Tahot sinibloi ekebare ujoo. Tikoni aru Gebji khulilei tahotr 9 ta paap ripur rosi ulai pariba. Khngvidhanr kotha kua tur bonglha dhngkha hoi jabo. Toi u basi bejabi, kasmirtkoi beaa paristhiti habo.

    • @পল্লৱশৰ্মা
      @পল্লৱশৰ্মা Рік тому +4

      @@mukulbaruah1833 ঐ মিয়াৰ ভেজালত জন্ম পোৱা তোক হাতত পালে কাটিম কেলা

  • @sulochanaverghese1164
    @sulochanaverghese1164 Рік тому +1

    Very true.

  • @mulminbegum6925
    @mulminbegum6925 Рік тому +2

    ✔Right

  • @DharmeswarBoruah-e6d
    @DharmeswarBoruah-e6d Рік тому +4

    Kariba lagiba.Nahale DGP ijjat kat thakiba.Gatike DGP mahudayak anurudh hai ki akham khanar karane eta ushit niyay hoba lage.eai pithibit taka paisa hakalu thaki jaba matra eta bhal gunhe manuhe loi jaba pariba haiye hol haitya.

  • @harekrishnadas7429
    @harekrishnadas7429 Рік тому

    Very good step 🚶‍♂️

  • @beautygogoi8013
    @beautygogoi8013 Рік тому +2

    DGPkei patta nidiya ASP k kio action luwa nai heituhe buji pua s nai asamor janohadhane .Sir uchit hasti huwatutu bisarisu 🙏🙏

  • @_itz_lucky_338
    @_itz_lucky_338 Рік тому

    Mul kalprit Leena Doley
    But New to New ha hoi thikivu jonmoni case 2

  • @krishnamalakar7454
    @krishnamalakar7454 Рік тому +1

    D G P ক বদলি কৰিব লাগে তাৰ কাম নাই

  • @PunimaSaikia-mm4jh
    @PunimaSaikia-mm4jh Рік тому

    অসমত যদি এনেকোবা হয় মন্ত্ৰী কিয় লাগে

  • @amitmukharjee6907
    @amitmukharjee6907 Рік тому

    We need justice.stop injustice to poor people by police

  • @gaganborah8907
    @gaganborah8907 Рік тому +12

    Valkoi alusona kora he

  • @sonicsolitude0
    @sonicsolitude0 Рік тому

    2 min মানলৈকে ঠিকেই আছিল, হঠাৎ voltage বাঢ়ি গল.. উচপ খাই গলো🤗🤗

  • @MegaDevajit
    @MegaDevajit Рік тому

    Sp leena doley নিজৰ স্বামীৰ হত্যাকাৰী লোকক মাৰিবলৈ ভয় কৰিবনে

  • @dependent706
    @dependent706 Рік тому

    Good

  • @lachitgogoi5082
    @lachitgogoi5082 Рік тому +3

    Why are u shouting so much ? Quite irritating.

  • @jantihira9356
    @jantihira9356 Рік тому

    Setting and management অভাৱ পুলিচ বিভাগত কাৰন মই যি মোৰ ল'ৰা ছোৱালীক তেনেকুৱাই শিক্ষা দিম। গতিকে বুজি লওক... মই কি ক'ব বিচাৰিছো গছ ডালৰ গুৰিতেই ঘুনে ধৰা ডাল পাত ক'ত ভাল হ'ব।
    গুৰিটো ভাল হোৱা হয় গুণ থাকিলে হয়।
    গতিকে ভাল সাৰ পানী দৰকাৰ।

  • @utpalkalita2717
    @utpalkalita2717 Рік тому +13

    দেশ খায় দিছে এই বিষয়াবোৰে

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому

      Mahmmad bin tooglokr hatat sarkar paril jetia aru jey ki nahoba.

    • @gauravroy7897
      @gauravroy7897 Рік тому +4

      ​@@mukulbaruah1833 sutmroni miya😅😅

    • @gauravroy7897
      @gauravroy7897 Рік тому +4

      ​@@mukulbaruah1833 Muhammad miyar follower toi 😅

    • @utpalkalita2717
      @utpalkalita2717 Рік тому

      @@mukulbaruah1833 তোৰ বাপেৰে বেগমক বিয়া কৰাই তোক জন্ম দিছিল

  • @borahnibir
    @borahnibir Рік тому +1

    Lack of proper training..... Assam police.... Incompetent authority

  • @BimalBhuyan-d7l
    @BimalBhuyan-d7l Рік тому

    সন্মানীয় মুখ্যমন্ত্ৰী আপোনাৰ এনকাউনটাৰ স্ংস্কৃতি প্ৰথম দূৰ্নীতি কৰা পুলিচ ওপৰত হওক নহ'লে তাৰপাছত ধৰ্ষণ কাৰি, জালনোট, সৰবৰাহ কাৰি নকলসোণ বেপাৰী মাকে পুলিচৰ ওপৰত এতিয়া কেছ দিয়া হৈছে এই কেছ সমাধান বিচাৰি ৰাইজ ৰাজপথ আন্দোলন কৰা দেখা গৈছে ভুলটো আনফালে নকল বেপাৰী আত্ম সমৰ্পণ

  • @pranabdas7121
    @pranabdas7121 Рік тому

    ৰাৱণৰ লংকাত চোৰক পুৰস্কাৰ দিয়া হয়,,মানবেন্দ্ৰ শৰ্মাৰ কথা এবাৰ ভাবকচোন

  • @dharmeswarsarmah6298
    @dharmeswarsarmah6298 Рік тому

    লীনা দলে‌ৰ লগতে যিসকল‌আৰক্ষী বিষয়াৰ নাম জোনমনি হত্যাৰ লগত জৰিত নাম ওলাইছে তেওঁ লোকক চাকৰিৰ দ্বায়িত্বৰ পৰা আঁতৰাই ৰাখি ঘটনাৰ তদন্ত কৰিবলৈ ৰাইজৰ হাতত গতাই দিয়া।24 ঘণ্টাৰ ভিতৰত সকলো কথা তেওঁ লোকৰ মুখৰ পৰা ওলাই পৰিব।পুলিচে চোৰ কৰিলে ডকাইত কৰিলে শাস্তি হোৱা দেখা নাযায়। উদাহৰণ হিচাপে ।ব্ৰদী নাৰায়ন‌ বাৰুতী‌ বোলা পুলিচৰ কমীজনে‌ সোন চোৰ কৰিছিল।শাস্তি কি হ'ল। কেইমাহমানৰ পাছত আকৌ আগৰ ঠাইতে নিযুক্তি হ'ল।বাৰুতী‌য়ে চোৰ কৰা সোনৰ‌ ভাগ ওপৰ মহলাৰ আৰক্ষীয়েও‌ পায়। গতিকে উপযুক্ত শাস্তিৰ সম্মুখীন হ'লে ওপৰ মহলৰ‌ নাম ওলাই পৰে বুলিয়ে লঘূ শাস্তি দি পুনৰ চাকৰিত নিযুক্তি দিয়ে।আচলতে অসম পুলিচ চোৰ দগাবাজ আৰু লম্পত‌ এচামৰ গেংলৈ‌ ৰূপান্তৰিত হৈছে। কিছুদিন আগতে‌ দেবজিতৰ দেউৰীৰ ফোন কল‌ আৰু সৌ সিদিনা দিনা দলে আৰু মুখ্য মন্ত্ৰীৰ ভাতৃৰ‌ ফটোখনে উদঙাইছে‌ আৰক্ষী‌ বাহিনী ভিতৰত ভাগত চলি থকা লজ্জাজনক পৰিবেশটো।ইয়াৰ পাচতো‌ অসম আৰক্ষীৰ মাজত এনেধৰনৰ কৰ্মকাণ্ড বোৰ যে‌ চলি নাথাকিব তাৰ কি ভিত্তি আছে।লাজ পাইছো এনেকুৱা কৰ্মকাণ্ডৰ বাবে 8:15

  • @amsariali4015
    @amsariali4015 Рік тому

    CM have involved this case 1000/ Confidence IPS mane ki nobody can say I know CM have not know that things

  • @jayantdeka9306
    @jayantdeka9306 Рік тому

    মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল থাকিল হৈ যদি কোনো বাচি যাব নোৱাৰিলে হৈ।

    • @gauravroy7897
      @gauravroy7897 Рік тому +1

      Umm dekhisilu.ekhonu xotror dokhol mukto koribo nuwarile

    • @utpalkalita2717
      @utpalkalita2717 Рік тому +2

      তেতিয়া আকৌ তোৰ দৰে গৰুখোৱাবোৰৰ সকাহ হয় ন

  • @deepensonowal7527
    @deepensonowal7527 Рік тому +2

    O bogoban

  • @mujahidahmed6970
    @mujahidahmed6970 Рік тому

    অসমর কু শাসন নিন্দনীয় এই মুহুর্তে CM পদত্যাগ করিব লাগে

  • @deepensonowal7527
    @deepensonowal7527 Рік тому +1

    Kongkay.

  • @jogensaikia7255
    @jogensaikia7255 Рік тому

    সদ্য অৱসৰ প্ৰাপ্ত, ভাস্কৰ জ্যোতি মহন্তৰ এতিয়া লৈকে কোনো মন্তব্য নাই কিয়?

  • @monjunee1959
    @monjunee1959 Рік тому

    Leena Doley houk ba Nagaor SP e houk.😀

  • @kuladharkakati3215
    @kuladharkakati3215 Рік тому

    Beleg ekjone news to kole Val lagibo

  • @LucasKandulna-t6s
    @LucasKandulna-t6s Рік тому

    Mostly we used to hear other states corruption but now it's in our own state.its due to some lose of control with regard formalities.

  • @fwrbwfwrbwbasumatary3330
    @fwrbwfwrbwbasumatary3330 Рік тому

    Aag jolne wala Assam bohud ho gya-

  • @RomenDas-iv1fh
    @RomenDas-iv1fh Рік тому

    Cm sakari diyak loi besto 😊

    • @gauravroy7897
      @gauravroy7897 Рік тому +1

      Naamtu sai gom pai toi aagkota muslim 😅

    • @awalkazi1588
      @awalkazi1588 Рік тому

      ​@@gauravroy7897 dhet bokasuda.... Tor agto Kati lobi.... Gobor khowa..

  • @jayantamsharma2016
    @jayantamsharma2016 Рік тому +14

    BJP is going to lose all the holding MP seats of the state in 2024 general election if the Jonmoni Rabha case is not resolved before the election and the perpetrators of the crime are not punished. Common people of the state are already unhappy with the Central and the State Govt due to LPG cylinder price, APDCL Prepaid meter, hike in Municipality Property tax apart from hike in prices of essential commodities including medicines.

    • @peteryanthan1472
      @peteryanthan1472 Рік тому

      Eta siphai officer ke justice tipo naparo, bublic keta kihopo

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому +1

      @subhamdey9091 Rendir putek Axomia vasar bikalpa bisara tur body futaa habo. Tahot Bangali ses hoi jabi kintu Axom t State vasa Bangali ketia u kariba nuara. Kaliloi BJP sarkare Silcharar pora Bangali vasa officerpora uthai diok soon, toi rendai lagat lagat BJP r biruddhe coment karibi. Tahot Vasar jehadi.

    • @arjunbarman7044
      @arjunbarman7044 Рік тому

      Good write dada...

    • @gauravroy7897
      @gauravroy7897 Рік тому

      Dhui toi agoteo vote diya nasili ja.Beiman congressi

    • @pillamarak8751
      @pillamarak8751 Рік тому

      We won't justice junmone Rabha murde case

  • @kaustovsaikia1390
    @kaustovsaikia1390 Рік тому +4

    Toi eman sioriso kele......

  • @MDVV07
    @MDVV07 Рік тому

    Jenekoi dadagiri barhisey tenekoi barhi thakiley anti police organisation, group tenekua hey bonabo lagibo neki bhobisotoloi?

  • @prabirkrroy7665
    @prabirkrroy7665 Рік тому

    Theatre t Rajkhowar fachi natok khonor kotha monot pori chhe .

  • @RajenBhagwar
    @RajenBhagwar Рік тому

    Hoi

  • @purabibarman276
    @purabibarman276 Рік тому +1

    Annoying🤐

  • @utpal.official
    @utpal.official Рік тому +7

    Hemanta mama km ni b j p sorkar km ni 👎👎👎👎👎👎

    • @bikashnath175
      @bikashnath175 Рік тому +16

      ঐ গৰু বাতৰিটো শুনি ল আগত 😂

    • @mukulbaruah1833
      @mukulbaruah1833 Рік тому

      @@bikashnath175 ki hol Junmoni Rabha Hindu nasil niki ? Junmoni Hotyakri dristtanta mulak sasti dibloi abar u jey coment pua nai. Leena Doler lagat ata tahotr mamar bhayekr Photo virel hoise dekha paisa ney. Leenak atok karile Bahoot Dangr dangr Bagh, Bhaluk, Siaal jaal t pariba. Khei babe tu Griha montry r daittat thokajon a abul tabul boki asey. Nyaik saritra abhab thoka manuhrpora nyai puatu akhambhab.

    • @bikashnath175
      @bikashnath175 Рік тому +11

      ​@@mukulbaruah1833 তই কোন?মিয়াৰ দালালহে। যিমান নকল সোণৰ বেপাৰী ধৰিল সেইবোৰৰ বিৰুদ্ধে এটাও মাত নাই তোৰ কিয়?

    • @bikashnath175
      @bikashnath175 Рік тому +12

      ​@@mukulbaruah1833 তোৰ নিচিনা মিয়াপ্ৰেমী থকালৈ অসমত হাল্লা হৈ থাকিব।

    • @Just_villagethings
      @Just_villagethings Рік тому

      @@bikashnath175 জোনমণিক লৈয়ো পলিটিক্স কৰিলি । তঁহতৰ বেয়া লগা নাই এজনী ছোৱালীক হত্যা কৰিলে । নিজে টো একো কব নোৱাৰ বেলেগে কলেও তহতৰ পুৰে । তহঁতৰ নিজৰ ছোৱালী এজনী মাৰক কোনোবাই তেতিয়া বুজিবি কেনেকুৱা লাগে

  • @Indian23537
    @Indian23537 Рік тому

    Bad diya bor chiyonri thakibo nalage...Kunu kom nohoi...mrito gorakiu kom nasil.

  • @bitubitu5759
    @bitubitu5759 Рік тому

    Rojar hukum naamaana jode dondo paabo, Indian court motaabic, joi hein

  • @PhuleswarGogoi-ov1wl
    @PhuleswarGogoi-ov1wl Рік тому

    Aru kopabo lagibo

  • @joydwimary1386
    @joydwimary1386 Рік тому +7

    BJP sorkar go back

    • @তাপসডেকা
      @তাপসডেকা Рік тому +13

      কংগ্ৰেছ চৰকাৰ Go back 😂😂

    • @Just_villagethings
      @Just_villagethings Рік тому +2

      @@তাপসডেকা linar kotikhuwa bjp

    • @gauravroy7897
      @gauravroy7897 Рік тому +5

      ​@@Just_villagethings Maror boos seleka congressi 😂😂😂

    • @gauravroy7897
      @gauravroy7897 Рік тому +5

      ​@@Just_villagethings koti maarim tok kela 😅😅😅

    • @gauravroy7897
      @gauravroy7897 Рік тому +5

      ​@@Just_villagethings Leenar udahoron j d asa maaroksuda Congress ki val? Leenak sakori tor Congressye disil toka khai Rakesh pal 😂😂😂

  • @kamaleshbordoloi2582
    @kamaleshbordoloi2582 Рік тому

    Khihot Jail t gole moi news channel tur anchor jonok 1KG horlicks dim .

  • @KanakDas-g8u
    @KanakDas-g8u Рік тому

    Ki hbo

  • @dollykrishsandeep
    @dollykrishsandeep Рік тому

    Bolo taardaal goi main switch t laagi thoka naai to?

  • @prasantadas1054
    @prasantadas1054 Рік тому +3

    Mamai kiba eta khunkale step lale bhal asil....nahole 2024 election t 😭😭😭😭

  • @amalbori
    @amalbori Рік тому

    Lena doley aru available ravak gaptar krok anti hunkala hihiot mili Marisa si junmonik

  • @jayantajitgogoi4495
    @jayantajitgogoi4495 Рік тому

    Ki todonto hobo dekhilehe lekhim

  • @JOHN_T123
    @JOHN_T123 Рік тому

    Tewlluke bhal kothai koise

  • @fwrbwfwrbwbasumatary3330
    @fwrbwfwrbwbasumatary3330 Рік тому

    Ma ma bhi kala dhan kamane wala ek CM

  • @bikashgogoi6218
    @bikashgogoi6218 Рік тому +1

    Midupawan case Tu ko hol.... Aru doctor joni ki hol aru..... Hai mota aru hahuakok kati meghalayat kati peluah rendy jonir ki hol aku khbr nai puah jjjjjjj ...sab koni guti

  • @gokulnath3591
    @gokulnath3591 Рік тому

    undisciplined in assam police. godar police officer chur police. harami police khihotok fasi nuhuwa loike mather hoi thakibo giho bivag responsibility... khunor assam borbad kora khahokh kot pale... 2024 public jobab dibo khaju thakoko....

  • @VASTUGYANASSAMESE
    @VASTUGYANASSAMESE Рік тому

    Elections aahi aase bjpr karane dangar pratutar

  • @Just_villagethings
    @Just_villagethings Рік тому

    পুলিচৰ মাজতেই নহয় মন্ত্ৰী,বিধায়ক সকলো একে পানীৰ মাছ CID,CBI ৰ কোনো ভৰসা নাই ,এইবোৰ মাথো নাটক কৰিবলৈ হে আছে । ঘটনাৰ মূল অভিযুক্তৰ এতিয়ালৈকে কোনো কাষ চপা নাই । আৰু কিহৰ তদন্ত কৰিবলৈ বাকী থাকিল । ৰাইজে নিজেই তদন্ত কৰি চাওক, বেলেগে তদন্ত কৰিবলৈ কোনো নাই।

    • @gauravroy7897
      @gauravroy7897 Рік тому +7

      Eta kam kor tente Pappu ba Pakistanor konoba Todontokari dolok maat 😅

    • @srigunajitsharma8282
      @srigunajitsharma8282 Рік тому

      Tohat hoisa Pakistan premi xo kot bishyah koribe india niyam kanun

  • @prasantadihingia359
    @prasantadihingia359 Рік тому

    Bjp hatao AAP ko Lawo

  • @rinasaikiadas4911
    @rinasaikiadas4911 Рік тому

    Right