চজিনা পাত এইদৰে ৰান্ধিলে কাঁহিত ভাত এটাওঁ নাথাকে ১০০% গেৰাণ্টি || Unique Drumstick Curry

Поділитися
Вставка
  • Опубліковано 26 жов 2024

КОМЕНТАРІ • 61

  • @gambit339
    @gambit339 Місяць тому

    Val lagile..bahut pariskar dhanawad thakil

  • @Purniofficial
    @Purniofficial 2 місяці тому +1

    খুব সুন্দৰ ৰেছিপি ❤❤❤

  • @rupahazarika1681
    @rupahazarika1681 2 місяці тому

    সুন্দৰ

  • @deepapandit4445
    @deepapandit4445 2 місяці тому +1

    বৰ সুন্দৰ।
    মই কাচকলৰ বৰৰ তৰকাৰীও ৰান্ধিলোঁ দেই। সঁচাকৈয়ে টেষ্টি হৈছিল।

  • @manjuborthakur8604
    @manjuborthakur8604 Місяць тому

    বনাম এদিন।জনাম আপোনাক।

  • @kabitadevi5173
    @kabitadevi5173 2 місяці тому

    গাখীৰতকৈ ১৭ গুন বেছি কেলছিয়াম আছে বোলে এই ছজিনা পাতত... বৰ উপকাৰী খাদ্য... আপোনাৰ ৰেচিপিটো বৰ ভাল লাগিল ...বনাব লাগিব ... আপোনালৈ মৰম আৰু ধন্যবাদ যাচিলো... 💞💞

  • @LovelyFlowerBouquet-om2vq
    @LovelyFlowerBouquet-om2vq 2 місяці тому

    তোমাৰ হাতত কিযে যাদুৰ শক্তি দিলে ভগৱানে , সছাকৈ মাছৰ দৰে লাগিছে , চাই ভাল লাগিল ভিডিঅ'তো 👌👌👌

  • @parfulljdas716
    @parfulljdas716 2 місяці тому

    Very very good 🎉🎉🎉 ghograpar nalbari 👍

  • @assamgamingraon8897
    @assamgamingraon8897 2 місяці тому

    ইমান ভাল লাগিছে, খাই ভাল লাগিব ।

  • @NikunjaDevi-v7s
    @NikunjaDevi-v7s 2 місяці тому

    Yummy❤

  • @ranusaikia703
    @ranusaikia703 2 місяці тому +3

    দেখাত সুন্দৰ। বনাই খালেহে জানিম খাবলৈ কিমান সুন্দৰ।

  • @lakheswriboro2628
    @lakheswriboro2628 2 місяці тому

    Bohut moja......

  • @kalpanamahanta1812
    @kalpanamahanta1812 2 місяці тому

    Nice viideo

  • @sikhapriya1694
    @sikhapriya1694 2 місяці тому

    আমাৰ ঘৰতে সজিনা গছ আছে । দাইলৰ লগত খাই বুলি জানো এনেকৈ বনাই খাই বুলি আপোনাৰ video চাই গম পালো।এদিন নিশ্চয় খাম।❤

  • @mukeshdeka1381
    @mukeshdeka1381 Місяць тому

  • @ikondas8254
    @ikondas8254 2 місяці тому

    মেকুৰী জনি লগতে লাগী আচে
    নতুন আইদীয়া এতা পালো আপোনাক বহুত বহুত ধন্যবাদ বাইদেউ ❤🙏🏼

  • @RitiGohain
    @RitiGohain 2 місяці тому +1

    Bor dhnia recepe dile. Val lagil❤

  • @binapanisonowal8543
    @binapanisonowal8543 2 місяці тому

    Lov lagise

  • @pallabidas4488
    @pallabidas4488 2 місяці тому

    Very beautiful❤❤❤

  • @Anami512
    @Anami512 2 місяці тому

    আপোনাৰ প্ৰত্যেকটো ৰেছিপিয়ে চাও আৰু বনাও ভাল লাগে বহূত❤

  • @Nabanitasaikia604
    @Nabanitasaikia604 2 місяці тому +1

    আপোনাৰ প্ৰায় বোৰ ৰেছিপি video চাইছো কিন্তু আজি প্ৰথম comment কৰিছোঁ ভাল লাগিল❤

  • @arunigogoi6041
    @arunigogoi6041 2 місяці тому +2

    Eman dhunia hoise. Val lagil

  • @chetia847
    @chetia847 2 місяці тому

    ভাল লাগিল ।

  • @Tralukya99
    @Tralukya99 2 місяці тому

    Dhuniya....🎉❤😊

  • @dikshadeka8445
    @dikshadeka8445 2 місяці тому +1

    Ghevar mithai recipe tu bonai dekhuwaba sun baideu

  • @kalpanamahanta1812
    @kalpanamahanta1812 2 місяці тому +1

    Pokori bonai khaisu kintu curry tu he bonua nai bhal lagil sai ❤

  • @sanjitkumarswargiary8092
    @sanjitkumarswargiary8092 2 місяці тому

    বৰ খোৱাদ হলেও চজিনাৰ আঞ্জাখন কিন্ত চজিনাৰ নিচিনা খোৱাদ নহল।

  • @Grbora94953
    @Grbora94953 2 місяці тому +1

    ডাইৰেক্ট ভাপ নিদিয়াকৈ পকৰী বনাই ললে বেয়া হ'ব নেকি?

  • @JunakiDas-zy8ol
    @JunakiDas-zy8ol 2 місяці тому

    Dhuniyahosebaidojonakidas

  • @GouriGogoi-yy5ib
    @GouriGogoi-yy5ib 2 місяці тому

    Tumar v d o. Salu. Val. Lagil

  • @kankanboruah6003
    @kankanboruah6003 2 місяці тому

    Sajina নে sojina,,,লিখিত ভাষাত sojina হে হব নেকি

  • @anjumonisaikia302
    @anjumonisaikia302 2 місяці тому

    Assamese t sojina he neki sajina nohoi