দূৰে দূৰে -DURE DURE | SANJIB BORA | KAJOL SHARMA | DIPANKAR PROTIM | মনৰ মানুহ -BORDOISILA THEATRE

Поділитися
Вставка
  • Опубліковано 3 жов 2024
  • #BordoisilaTheater #LatestAssameseSong
    "দূৰে দূৰে " is a deeply emotional song from the 2023-24 season of Bordoisila Theatre. Its poignant lyrics and soul-stirring melody have resonated with audiences, making it one of the standout performances of the season.
    Composition by-Jayanta Kakati
    Vocal by- Sanjib Bora
    Music arrangement, Mixed & Master by -Shekhar Jyoti Goswami
    Lyrics- Bijit
    Drama - মনৰ মানুহ (Manar Manuh - Bordoisila Theatre 2023-24)
    Video Editing & Animation - Click Next Technology
    দূৰে দূৰে থাকিলেও
    মনৰে মাজতে থাকা
    দূৰে দূৰে থাকিলেও
    মনৰে মাজতে থাকা
    পাহৰিব খুজিলেও
    পাহৰিব নোৱাৰা
    ময়ে নহয় জানো
    তোমাৰ মনৰ মানুহ৷
    দূৰে দূৰে থাকিলেও
    মনৰে মাজতে থাকা
    পাহৰিব খুজিলেও
    পাহৰিব নোৱাৰা
    প্ৰতিটো উমাল
    উশাহে তোমাৰ
    নতুন আৱেগ উপচাই
    আদৰ-সাদৰ তোমাৰেই নামত
    নতুন আৱেগ উমলায়৷
    মাথোঁ এবাৰ মাথোঁ
    মই হ’ব খোজোঁ
    তোমাৰ মনৰ মানুহ
    মাথোঁ এবাৰ মাথোঁ
    মই হ’ব খোজোঁ
    তোমাৰ মনৰ মানুহ
    দূৰে দূৰে থাকিলেও
    মনৰে মাজতে থাকা
    পাহৰিব খুজিলেও
    পাহৰিব নোৱাৰা
    তোমাৰ এষাৰ
    মাততে জানা
    জোনাক নামে বুকুৰে
    অলেখ সপোন আৰু অযুত আশা
    তোমাৰ কাষত ৰৱলে
    মাথোঁ এবাৰ মাথোঁ
    মই হ’ব খোজোঁ
    তোমাৰ মনৰ মানুহ
    মাথোঁ এবাৰ মাথোঁ
    মই হ’ব খোজোঁ
    তোমাৰ মনৰ মানুহ
    দূৰে দূৰে থাকিলেও
    মনৰ মাজত থাকা
    পাহৰিব খুজিলেও
    পাহৰিব নোৱাৰা
    মই নহয় জানো
    তোমাৰ মনৰ মানুহ
    About Bordoisila Theatre:
    Since our inception in 1997, we have been dedicated to bringing the vibrant culture, traditions, and stories of Assam to life on stage. Our performances are not just plays; they are a celebration of our heritage, a reflection of our society, and a tribute to the indomitable spirit of Assamese artistry. Over the years, we have traveled far and wide, touching the hearts of thousands and leaving an indelible mark with our unique blend of drama, music, and dance. Join us as we continue our journey, and be a part of our mission to keep the essence of Assamese theatre alive and thriving.
    WARNING: Unauthorized copying or distribution of this material will lead to prompt legal measures against the individual involved.
    Social Media Handles -
    Follow us on Facebook - www.facebook.c...
    Follow us on Instagram - www.instagram....
    Subscribe - / @bordoisilatheatre

КОМЕНТАРІ • 40