🚨 দিল্লীত কেজৰিৱালক কিয় হৰুৱালে কংগ্ৰেছে ? Atanu Bhuyan|| Satya

Поділитися
Вставка
  • Опубліковано 9 лют 2025
  • 👉 কংগ্ৰেছৰ প্ৰধান শত্ৰু এতিয়া বিজেপি নহয়, আপ হে !
    👉 দিল্লীত আপৰ ভোট ভাঙিলে কংগ্ৰেছে

КОМЕНТАРІ • 47

  • @NirmolNath-q7z
    @NirmolNath-q7z 22 години тому +18

    এয়া জনসাধাৰণৰ মতামত যিমান ৰাজনৈতিক দল একত্ৰিত ন'হক কিয় ভোট দিয়া নিজৰ সিদ্ধান্ত।

  • @bhupendas8637
    @bhupendas8637 22 години тому +5

    অজিত, অখিল , লুৰিনক, আউট কৰি দিয়ক তেতিয়াই দল ভাল হব।

  • @SabitaSaikia-rn6fn
    @SabitaSaikia-rn6fn 19 годин тому +2

    বাস্তবক অস্বীকাৰ কৰিব নোৱাৰি,যি দলৰে নহওঁক লাগে।কাৰোবাক কোনোবা দলৰ বুলি অভিহিত কৰিলে কঁওতাজন যে বিৰোধী জানিবলৈ বাকী নাথাকে,কোনো দলে ৰাইজে বিচৰা ধৰণে কাম কৰা নাই,গতিকে এইবোৰ গাই লাভ নাই।

  • @PrasantaSarma-t1c
    @PrasantaSarma-t1c 19 годин тому +5

    2026 t BJP

  • @KrishnakantaDas-j4s
    @KrishnakantaDas-j4s 18 годин тому +2

    ভুপেনক আউট কৰক

  • @Nirmalkumarray2000
    @Nirmalkumarray2000 21 годину тому +3

    কংগ্ৰেছ হল নাও ডুবিলেও টিংৰ পৰা ননমা দল।।।আগৰ দৰে কংগ্ৰেছ নাই।।এতিয়া কংগ্ৰেছৰ মুখবোৰ লাওপাত কছুপাত।মুখবোৰ কিন্ত বহু চলে কিন্ত কামত ফোপোলা স্বৰূপ।গতিকে অসমত ইয়াকে প্ৰমাণ কৰে যে অসমত 2026ত পুনৰ বিজেপি চৰকাৰে হব।।।যদিহে অসমত কংগ্ৰেছৰ নেতৃত্ব সলনি নহয়,অসমত কেতিয়াও কংগ্ৰেছ নাহে।।সেইটো কংগ্ৰেছীয়ে বেয়া পাব পাৰে,কিন্ত কথাটো ভাবি চালেই ওলাই যাব।।কাৰণ বৰ্তমানৰ অসমৰ মূখ্যমন্ত্ৰীক হৰুৱাটো 99% অসম্ভৱ,বৰ্তমানৰ কংগ্ৰেছক লৈ।।।।

  • @bhupendas8637
    @bhupendas8637 21 годину тому +3

    অজিত, লুৰিন আগতে পঞ্চায়তত জিকক, শুৱলা ভাষণ কাম নহব।

  • @DebitpalDas
    @DebitpalDas 18 годин тому +4

    Assam Congress 0 0 0

  • @Eve-d2e
    @Eve-d2e 4 години тому

    অসমৰ ৰাজনীতিকে সাধাৰণ জীৱন-যাপন কৰাৰ কথা ক'লে হাঁহি উঠে।

  • @dr.jainuddinislam3275
    @dr.jainuddinislam3275 19 годин тому +1

    কেজৰিৱাল হাৰিল হাৱা মহল বনাই, তেনেকুৱা আৰু বহুতো মূখ্যমন্ত্ৰী ভাৰতত আৰু বহু আছে, তেওঁলোকৰ কি হ'ব।

  • @amritkalita8473
    @amritkalita8473 19 годин тому +1

    ঠিক একেদৰে হাৰিয়ানা আৰু গোৱাৰো এটা বিশ্লেষণ কৰিলে ভাল হয় নেকি

  • @bipulsarania-ki4yb
    @bipulsarania-ki4yb 6 годин тому

    অজিত লুৰিন অখিল ভোপেন ই কেইতা থকা লৈকে বিজেপিক একোই কৰিব নোৱাৰে

  • @jadobsaikia8393
    @jadobsaikia8393 33 хвилини тому

    আপুনি কংগ্ৰেছক ভাল পাই নেকি

  • @pranpratimbordoloi397
    @pranpratimbordoloi397 20 годин тому +1

    গণতন্ত্ৰত পূৰ্ণ সংখ্যাগৰিষ্ঠতা থাকা দলৰ চৰকাৰ থকাৰ বাদেও শক্তিশালী বিৰোধী দল থাকিলে শাসন ব্যৱস্থা শক্তিশালী হয় ৷ কংগ্ৰেছ (ই) দলে দিল্লীত চিপৰাং মাৰি গণতন্ত্ৰক দূৰ্বল কৰিলে ৷ দেশত কোনোবা নহয় কোনোবা দলক ৰাইজে নিৰ্বাচিত কৰাটোৱেই নিয়ম ৷ জৰুৰী নহয় যে এবাৰ জিকোৱা দলটোক আনবাৰো জিকাব ৷ কিন্ত আচল কথা হ’ল পূৰ্ণ সংখ্যাগৰিষ্ঠতা থাকা দলৰ চৰকাৰ আৰু শক্তিশালী বিৰোধী ৷ ৰাইজৰ দল, জাতীয় পৰিষদ আৰু আপ - এই তিনিদল আচলতে একত্ৰিত হ’লে তেওঁলোক অসমত ভাল ফলাফল দেখুৱাব পাৰিলেহেঁতেন ৷ ভাৰতীয় ৰাইজে দীৰ্ঘদিনৰ বাবে কংগ্ৰেছক শাসক আৰু বিৰোধী -উভয় ৰূপত দেখিলে ৷ কিন্ত আপ দলক অন্ততঃ পৰীক্ষামূলক ভাৱে হ’লেও চাব লাগে ৷ ইতিমধ্যে দিল্লীত চালেই নহয় বুলি নক’ব ৷ কাৰণ অসমৰ মূখ্যমন্ত্ৰীয়ে এটা ৰাষ্ট্ৰীয় চেনেলক দিয়া সাক্ষাৎকাৰত কৈছিল যে “অৰবিন্দ কেজৰিৱাল এখন মিউনিচিপেলিটিৰ মূখ্যমন্ত্ৰী আৰু মই এখন ৰাজ্যৰ মূখ্যমন্ত্ৰী“----৷ গতিকে বৃহৎ পৰিসৰত পৰীক্ষা কৰি নিশ্চয় চাব লাগে ৷ ---এই সময়ত চাবলৈ গ’লে আমাৰ ৰাজ্য আৰু দেশখনতেই শক্তিশালী বিৰোধী নাই ৷ এয়া গণতন্ত্ৰৰ বাবে ভাল নহয় ৷ যি কি নহওক কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ বাবেই দিল্লীৰ বিজেপি চৰকাৰে সহজেই বিভিন্ন ভাল ভাল আঁচনি লৈ জনকল্যাণৰ কাম কৰিব বুলি আশাবাদী ৷

  • @AbdulMotaleb-q7n
    @AbdulMotaleb-q7n 5 годин тому

    কেজৰিৱালৰ নিচিনা মূখা পিন্ধা নেতা বোৰক এনেকুৱা শিক্ষাই দিব লাগে।

  • @DhanmoniSaikia-d9o
    @DhanmoniSaikia-d9o 22 години тому +4

    Bhopen r Kam nai

  • @kulendrabora58
    @kulendrabora58 Годину тому

    কোনোবাই কাৰোবাক জিকাব বা হৰুৱাব পাৰে নেকি ?

  • @imdadulhaque3647
    @imdadulhaque3647 16 годин тому

    অধ্যয় নহয়, অধ্যায়!

  • @mostofamdkhairulislam5870
    @mostofamdkhairulislam5870 18 годин тому +3

    100% right kotha, Arvind Kejriwal aru Congress r ohongkaror babe odhopoton, aru Congress party Mane 000000000000000000000000000000000000000000 vote

  • @anilbora2237
    @anilbora2237 6 годин тому

    Parvesh Verma, Kapil Mishra, Vijendra Gupta,Monoj Tiwari, Bansuri Swaraj, Nupur Sharma, Smriti Irani, Sirsa (Sikh) আদি বহুত মজবুত candidates CM face ত আছিল। মোৰ কেবাটাও যুক্তি (in writing)Parvesh Verma ৰ favour ত আছিল। 👍

  • @hemantamahanta5578
    @hemantamahanta5578 21 годину тому

    বিধানসভা নিৰ্বাচনত বিৰোধী দল একত্ৰিত. হলেহে জয়লাভ. কৰাত সক্ষম বুলে বহুজনে ভাবে ।

  • @dr.jainuddinislam3275
    @dr.jainuddinislam3275 19 годин тому

    অতনু দা। একেবাৰে সঁচা কথা কৈছা আপুনি

  • @GautamBaruah-o6i
    @GautamBaruah-o6i 21 годину тому

    apunar news Sai kiba bhal nologa hol kio baru Kiba medicine asr neki apunar news Sai bhal puwa

  • @DigantaKalita-x8z
    @DigantaKalita-x8z 22 години тому

    Apuni.bjp

  • @abbubakkarsiddiqe5755
    @abbubakkarsiddiqe5755 11 годин тому

    কুতুনু ভিনাৰেৰে খবৰ ভাল নে

  • @cucumbe4
    @cucumbe4 19 годин тому

    Dellir.lagat Assam nimila aru atanu bhyan b j p ajent

  • @pradipsharma6588
    @pradipsharma6588 21 годину тому

    Congress e BJP k rudhiba noware congress dubanta nawo

  • @SayadmuradHussain-ke9jj
    @SayadmuradHussain-ke9jj 19 годин тому

    eman dare keo juwa kali result delhi resulat ulllai

  • @ManasJyotiSarma-f5m
    @ManasJyotiSarma-f5m 18 годин тому

    Agor studio and t shirt ot bhal lagisil atia kiba besi acting type lagise

  • @Chaudhudhury
    @Chaudhudhury 10 годин тому

    কংগ্ৰেছে হৰুৱা নাই EVM য়ে হৰুৱাইছে।

    • @JayantaGogoi-r8w
      @JayantaGogoi-r8w 9 годин тому

      আহি গ'ল ভোকিবলৈ Jarman sarfaraz pappy. 😭😭

  • @JayramBordoloi-tk5qn
    @JayramBordoloi-tk5qn 21 годину тому

    I Conggresse kanot dhori aathukahi Raijor usarat khopot khai koleu Raije I Conggressak Vote Nidia kionu I Onggresse bojarot bohut tenga aam Bikri korile Raije kheibur napahore .kionu abar khape khale kesuloiku bhoi .

  • @jblover8658
    @jblover8658 20 годин тому

    Asomotu Himanta Biswa Sarmar condition Delhir Kezriwal or darei huatu aami bisaru. Himantar ahangkar ati besi hoise. Sab nijor matei karibo bisare. Janatak kono gurutta nidiye. Nijor patni aru pariyal or naamot CM hoi gani shesh karibo nuara sampatti gahrise. Aami Himantak sampattir pahar banabo loi CM pota nasilu. Tadupari jati mati bhetit kotha koi bahiragata ana Adomiyak he suraksha dise. Bahiragatar dapdapanit aami Asomiya thakibo nuara hoisu. Enedare BJPe akhamaniya aparadh karise. Aami joli asu. Eman thagibo napai. Congress baru Miyar dal. BJP dekhun ana Asomiyar dal he hol. Aami Asomor prakrita khilangia manuhkhinir karane kono dal nahabo neki? Aami kak vote dim? Jay Aai Asom.

  • @sabedaliahmed7233
    @sabedaliahmed7233 8 годин тому

    BJP ৰ দালাল সাংবাদিকৰ মূখত এইবাৰ নিৰপেক্ষ কথা কি আচৰিত ,?

  • @hnjurneyrie3987
    @hnjurneyrie3987 22 години тому +2

    Rahul Gandhi jatia loi soki khnr pora uthi nidie tatia loi congress e made made hindur pora katiau vote napai,baki secularism buror ktha najanu

    • @satyamevajayate1274
      @satyamevajayate1274 22 години тому

      Kihor sokit bohi ase Rahul Gandhi?? MP pod 2 eri dibo lge nki?

    • @R.R.G-w8c
      @R.R.G-w8c 19 годин тому

      ​@@satyamevajayate1274 মূখʼ কংগ্ৰেছৰ সভাপতিৰ চিতৰ পৰা পাপপূৱে উঠিব লাগিব

    • @R.R.G-w8c
      @R.R.G-w8c 19 годин тому

      ​@@satyamevajayate1274মূখ কংগ্ৰেছৰ সভাপতি চিতৰ পৰা ।

    • @satyamevajayate1274
      @satyamevajayate1274 19 годин тому

      @@R.R.G-w8c হেৰ কংগ্ৰেছৰ সভাপতি Mallikarjun khaege

    • @R.R.G-w8c
      @R.R.G-w8c 19 годин тому

      @@satyamevajayate1274 খʼগে নামত হে লিদত কোন আছে, যেনেকৈ মনমোহনক চলাইছিল ছোনিয়াই ।