ADRE প্ৰশ্নকাকত ফাদিলক লৈ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য।

Поділитися
Вставка
  • Опубліковано 19 вер 2024
  • 📌ভুল নোহোৱা পৰীক্ষাত ভুল উলিয়াবলৈ চেষ্টা কৰিছে একাংশ লোকে। পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ পিছত প্ৰশ্নকাকতৰ মূল্য নাই। ছেবাই পৰৱৰ্তী সময়ৰ পৰা প্ৰাৰ্থীক প্ৰশ্নকাকত লগত লৈ যাবলৈ দিব। সংবাদ মাধ্যম ৰাইজৰ পৰা আঁতৰি যোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে সমালোচনা কৰিলে শিক্ষকৰ ভূমিকাকো। হৈ যোৱা পৰীক্ষাৰ প্ৰশ্নকাকতৰ ফটো তুলিছে শিক্ষকে। কিন্তু পৰীক্ষাৰ OMR SHEET বাহিৰলৈ ওলোৱা নাই বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 912

  • @ParulMoranchetia-uo6mh
    @ParulMoranchetia-uo6mh 3 дні тому +280

    Right koise sir a ..নিলাজ সাংবাদিক কেইটাৰ আগতেই প্ৰ্ত্যক্ষভাৱে কোৱাৰ বাবে অশেষ ধন্যবাদ মহোদয়।

    • @JoyMunda-o7e
      @JoyMunda-o7e 3 дні тому +4

      Hoi da vll comment desa . thanks

    • @Spiderm_an123
      @Spiderm_an123 3 дні тому +2

      বেছি হৈছে সঁচাকৈ ।।। যি টি সুধি থাকে

    • @amardas1932
      @amardas1932 3 дні тому

      Mr poti tejor topal bjp sai lobi Mama ... bohut u0or mal apuni

    • @junpegu2824
      @junpegu2824 2 дні тому

      Ki right koise....student r duk Buji kobi

    • @Ruuupam
      @Ruuupam 2 дні тому +1

      Right 👍❤

  • @pronamikahazarikaborah1776
    @pronamikahazarikaborah1776 2 дні тому +6

    সুন্দৰ মন্তব্য আগবঢ়াইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 🙏🙏 ঠিক কৈছে কিন্তু মামাই👍 বিয়া হৈ যোৱাৰ পাছত পেন্দেলটোৰ কি ভেলু🤭

  • @ankurjyotitai
    @ankurjyotitai 3 дні тому +57

    আপোনাক ধন্যবাদ জনাইছো চাৰ। সকলোৱে পিছত লাগি থাকে, কেনেকে বদনাম কৰো।আপুনি ইমান মনে মনে কামবোৰ কৰি যাব বিচাৰে , তথাপিও এই কিছুমান মানুহে আপোনাৰ ওপৰতে চকু। এতিয়া পৰীক্ষাৰ কথালৈ আহো। পৰীক্ষাটো সুন্দৰকৈ পাতিলে, নে কি কয় ।
    যি জনে ভাইৰেল কৰিলে তেওক কবলৈ দিব তোৰ শাস্তি লঘু কৰি দিম তই খালি ৰাইজৰ আগত পৰীক্ষাৰ পিছত প্ৰশ্ন খন ভাইৰেল কৰিলো বুলি কবি। বছ , ৰজাৰ কথা আখৰে আখৰে পালন কৰি দিব সি।। আপুনি ডাঙৰ মানুহ বা টকা পইচাৰ অভাৱ হোৱা নাই বাবে বুজি নাপাব পাৰে এটা চাকৰিৰ মুল্য কিমান ।আৰু যদি বুজি পোৱা হলে ভেকো ভাওনা বোৰ কৰি নাথাকিলে হয়।

  • @manashjyotikalita1682
    @manashjyotikalita1682 3 дні тому +98

    ধন্যবাদ মূখ্যমন্ত্ৰী ডাঙৰীয়া।

  • @kripanshu-r4q
    @kripanshu-r4q 3 дні тому +37

    সঁচাকৈ কিছুমান আমাৰ সমাজ ত এচাম কু ৰুচিপূৰ্ণ মানু্হ আছে যিয়ে ৰিনন্ত্মক চিন্তাধাৰাৰ বাহিৰে একো চিন্তাই কৰিব নোৱাৰে।।।।।

  • @travellerajs9929
    @travellerajs9929 2 дні тому +2

    চিলিম চিগা নিৰ্লজ্য সাংবাদিক বিলাকৰ বাবেও বহুতো বেয়া বেয়া ঘটনা হয়। ইহঁতক কেৱল TRP লাগে। খুব বান্দৰামি কৰিব পাৰে ইহঁতে। ইহঁতৰ আগত এনেকৈ কোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ।

  • @gitashreetamuli3656
    @gitashreetamuli3656 2 дні тому +4

    ইয়াকে কয় জোকৰ মুখত চূণ দিয়া বুলি.... Our C.M. Sir is the great ❤

  • @puspanjaligohain5574
    @puspanjaligohain5574 3 дні тому +80

    ভাল কথা কৈছে। চৰকাৰে পৰীক্ষাটো ভালদৰে পাতিবলৈ বহু কষ্ট কৰিছে। ইমান সমালোচনা কৰাটো ভাল কথা নহয়।

    • @saurabhgogoi9410
      @saurabhgogoi9410 2 дні тому +3

      পালি নেকি তইও আগতীয়া প্ৰশ্নপেপাৰ?

    • @mainaborah6592
      @mainaborah6592 2 дні тому +2

      ​@@saurabhgogoi9410tur xage exam di lobo dom ni so fight kor

    • @Ishowfast846
      @Ishowfast846 2 дні тому

      Toi bjp k defend koribo kio ahili

    • @magnum9750
      @magnum9750 2 дні тому

      ​​@@saurabhgogoi9410 tohotor dore soku soroha bure sorkaror bhal kam dekhibo nuware.

    • @saurabhgogoi9410
      @saurabhgogoi9410 2 дні тому

      @@mainaborah6592 toi ako Kun majot mat matibole? Vukibo mon ase jodi tur maror lgt vuki thak.. aru mat matibo nahibi nhle gharat goi piti thoi aahim

  • @jayantadutta6503
    @jayantadutta6503 3 дні тому +78

    পৰীক্ষা শেষ হোৱাৰ পাছত পেপাৰ খন প্ৰাথী জনক দিয়াটো ভাল কথা।

    • @villageboys2k90
      @villageboys2k90 3 дні тому +2

      Logote marks to o dakhi dbo lge result Diya te 😢

  • @pulakbarman6463
    @pulakbarman6463 3 дні тому +70

    ভাল কাম কৰা বুলি কেতিয়াও প্ৰচলন নকৰে বিৰোধিতা কৰা সকলে বা একাংশ মিডিয়া ই। বিৰোধী নেতা কেইজনমানে টো জপিয়াই পৰে কেনেকৈ চৰকাৰৰ ভুল উলিয়াই আমি বাহ বাহ লওঁ।

    • @PawanDeka-iu5rg
      @PawanDeka-iu5rg 16 годин тому

      Toi question paper pali neki ha mokkel 1500 tokiya andhovokto

  • @Anamikasaikia2791
    @Anamikasaikia2791 2 дні тому +12

    বিৰোধী দলে কিবা এটা খোদ বিচাৰি হে থাকে চৰকাৰখনৰ বদনাম কৰিবলৈ🤣🤣🤣 যিমান যি কৰে কৰি থাকক । Mama থকালৈকে কোনোৱেই একো কৰিব নোৱাৰে 👍

  • @manabkonwar423
    @manabkonwar423 3 дні тому +150

    মুখ্য মন্ত্ৰী ডাঙৰীয়া কথাখিনি সচা

    • @Noor-iv2ey
      @Noor-iv2ey 3 дні тому +3

      Politics hoi 🤣 aitur

    • @______________Ss23
      @______________Ss23 3 дні тому +5

      ​@@Noor-iv2ey টোৰ কণী হয় এই টো

    • @K.G-z-I6b
      @K.G-z-I6b 3 дні тому +6

      গেদা কেইটাই খিলঞ্জীয়াৰ পক্ষত থকা CM ক ইনেও বেয়া পাই সেইটো সকলোৱে যানে ।

  • @manashprotimbaruah4581
    @manashprotimbaruah4581 3 дні тому +37

    চাৰ একো গাফিলতি হোৱা নাই... কাৰণ মই য়ে দিছোঁ পৰীক্ষা..... মানে এটা কথা বুজি নাপাওঁ.... এদিনৰ 3ঘণ্টা যেনিবা ইণ্টাৰনেট কৰ্তন হলেই তাতে কি সমস্যা আছে..... চাৰ আপুনি যেনেকৈ কৰিছে কৰি যাওক.... কোনে কি কৈ থাকে থাকিব দিয়ক..... খালি আমাৰ মন্ত্ৰী হঁতৰ উপৰত চকু ৰাখিব চাৰ.... কাৰণ নিউজ টো ওলাই বেলেগ মন্ত্ৰীৰ কিন্তু নিউজ য়ে টানি আনে আপোনাক 👍

  • @atulboiragi6105
    @atulboiragi6105 3 дні тому +30

    আমাৰ অসমত ভাল কামত সদায় এচামে প্রতিবন্ধকতা সৃষ্টি কৰিবলৈ উঠি পৰি লাগে। অসমৰ ৰাইজে সকলো ছাই আছে সঁচা কোন মিছা কোন |

  • @IBHAEASYENGLISHCONCEPT
    @IBHAEASYENGLISHCONCEPT 2 дні тому +4

    একেবাৰে সত্য৷ চেনেলবোৰে ল’ৰা-ছোৱালীৰ মানসিকতাৰ কথা একেবাৰে নাভাৱে কেৱল ভুৱা বাতৰিৰে জনসাধাৰণক বিভ্ৰান্ত কৰা আৰু প্ৰশাসনক বদনাম কৰাই সিবিলাকৰ উদ্দেশ্য৷

  • @dilipchandrabora6161
    @dilipchandrabora6161 2 дні тому +20

    খুব সুন্দৰ আৰু নিকা ভাবে ADRE পৰীক্ষা সম্পন্ন কৰাৰ বাবে আপোনালৈ অশেষ ধন্যাবাদ জনালোঁ

  • @NilimaDoley-m9u
    @NilimaDoley-m9u 2 дні тому +9

    ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয় , আপুনি উচিত কথা কৈছে।🙏

  • @শ্ৰীসঞ্জীৱ
    @শ্ৰীসঞ্জীৱ 3 дні тому +29

    Good News ❤❤❤

  • @jyotirmoykalita9184
    @jyotirmoykalita9184 2 дні тому +16

    দুখীয়া বুলি নহয় যোগ্যজনক দিব চাকৰি

  • @UmeshDeka-c3c
    @UmeshDeka-c3c 3 дні тому +23

    Mama God bless you , you are very hard work in assam I proud moi apunak chief minister hisape paisu apuni aguiai juwa ami apunar logot asu I am big fraind you , so God bless you

  • @pranjaldeepjaiswal5248
    @pranjaldeepjaiswal5248 3 дні тому +25

    কোনো পৰীক্ষাত বিসংগতি হোৱা নাই। ধুনীয়াকৈ পাতিছে। ধন্যবাদ অসম চৰকাৰ

  • @NirmolRay1996
    @NirmolRay1996 3 дні тому +7

    সচা কথা মামা।। ভাল কাম কৰিলেও বিৰোধীয়ে বিৰোধ কথা কব ই।।।সিহতে কেৱল এটা ই চিন্তা কৰি থাকে চৰকাৰক কিদৰে দোষ উলিয়াব পাৰি?অসমখন যদিও পৃথিৱীৰ ভিতৰতে ধনী অঞ্চল হয় তথাপিও কত কি দোষ আছে সেইবোৰহে বিচাৰি থাকিব।।

  • @hirakgoswami2592
    @hirakgoswami2592 3 дні тому +35

    Exam xex hoar pist paper olua Tu fadil nhy.... U r right sir😊

  • @dipikadas6721
    @dipikadas6721 День тому

    ধন্যবাদ জ্ঞাপন কৰিছো CM ছাৰ আপোনালৈ....🙏

  • @NilotpalRealme
    @NilotpalRealme 3 дні тому +16

    Right sir🙏 esam maanhu aase june Nize eko bhal koribo nuare aane kiba eta bhal korile Misa misi Bodnam koribo xurunga bisari thake

  • @sg24axom36
    @sg24axom36 3 дні тому +20

    Mama Zindabad...

  • @promodbora9606
    @promodbora9606 3 дні тому +7

    বহুত সুন্দৰ পৰীক্ষা হৈছে।

  • @TulikaboraKkp
    @TulikaboraKkp 2 дні тому +1

    ভূল কোনে কৰিলে ? হৈ যোৱা পৰীক্ষাৰ প্ৰশ্ন খনৰ যদি মূল্যই নাই তেন্তে প্ৰশ্ন খন পৰীক্ষাৰ্থী ঘৰলৈ নিবলৈ কিয় নিদিলে ?তাৰোপৰি মহিলাৰ ব্ৰা পেন্টি খুলি চেকিং কৰাটোও শুদ্ধ ?এইবোৰ যদি সংবাদ মাধ্যমে কৰিছে তেন্তে ভাইৰেল কৰা সকলক গেপ্তাৰ কৰিছে কিয় ?মূখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি কংগ্ৰেছ দ’লত আপুনি গুপ্তচৰ ৰাখিছে কিন্তু আপোনাৰ গুপ্তচৰ আপোনাৰ লগে লগেই ঘূৰি আছে ৷

  • @arupboruah4600
    @arupboruah4600 3 дні тому +7

    পৰীক্ষাক লৈ ৰাজনীতি কৰিব নালাগে। পৰীক্ষা ভালদৰে পাৰ হৈ গৈছে।

  • @dhirajkonwar169
    @dhirajkonwar169 3 дні тому +66

    Mama next level CM 🔥

  • @Samworld1995
    @Samworld1995 3 дні тому +9

    If student doesn't allow to carry the question booklet then how other can upload that question paper in social media ...is not fake news sir ? you have to accept it ..then you should allow to bring us the question paper to home ... don't try to hide the fault....I think it should be re examined because we did a lot hard work ... please take postive action

    • @ebribey6232
      @ebribey6232 2 дні тому

      Seriously u are right 🗿 but we are wrong in the second eye

    • @dreamcreation4569
      @dreamcreation4569 День тому

      Apka dimag sar par hai ya ghutno par 😅😅😅 jab question paper leak huya toh wo 2 baje k bad huya ...or exm 1:30 baje khatam ho gaya tha ...isme leak ki kya bat huya ??? Naa hall mai mobile entry tha nahi net chal raha tha 1:30 baje tak toh itna sawal kyu ??? Esa toh nehi ki exm hone se pehele paper leak huya ...choti si chiz ko ap jese log hi bada banate hai

  • @factsbeyondus
    @factsbeyondus 2 дні тому

    সুন্দৰ মন্তব্য মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ।

  • @Dhruba142official
    @Dhruba142official 3 дні тому +16

    Verry good kotha koise sir .

  • @prabahanmoral1983
    @prabahanmoral1983 День тому

    সাহসী আৰু দক্ষ মুখ্যমন্ত্ৰী 💐

  • @Biman_Jyoti
    @Biman_Jyoti 2 дні тому +7

    সৰ্বকালৰ শ্ৰেষ্ঠ মূখ্যমন্ত্ৰী আমাৰ মামা ❤❤❤

  • @MoidulIslamMollah
    @MoidulIslamMollah 2 дні тому +1

    মই ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনৈতিক পছন্দ নকৰোঁ ঠিকেই কিন্তু আজিৰ এই কথাখিনি ১০০ শতাংশ সমৰ্থন কৰিবলৈ বাধ্য হৈছোঁ। কাৰণ মই নিজে এই পৰীক্ষাত অৱতীৰ্ণ হৈছোঁ। মোৰ কেন্দ্ৰ আছিল NEP BUILDING, GAUHATI UNIVERSITY. এজন পৰীক্ষাৰ্থী হিচাপে বিন্দু মাত্ৰও অৰাজকতা, অনিয়ম, দুৰ্নীতি দেখা নাপালোঁ। পৰীক্ষাৰ হৈ যোৱাৰ পিছত প্ৰশ্নকাকত ভাইৰেল হোৱাটো কি ডাঙৰ কথা। এই সাধাৰণ কথা লৈ এচামে হুলস্থুল কৰাৰ কাৰণ মই বুজি নাপালোঁ।

  • @twikdayvlog2251
    @twikdayvlog2251 3 дні тому +16

    Cm sir re right kotha kole

  • @Bishwajit91
    @Bishwajit91 2 дні тому

    ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া ❤

  • @ratultaro6391
    @ratultaro6391 3 дні тому +27

    এচাম সাংবাদিক বৰ ফতুৱা বুলি মই গম পালোঁ আজি হে।।।।

  • @Elina0061
    @Elina0061 2 дні тому

    কিছু সংখ্যক লোক আছে এনেকুৱা যিয়ে জীৱনত একো কামতেই সফল হব নোৱাৰে, সেই তেনেকুৱা লোকে কেৱল আনৰ ভুল উলিৱাই social media ত negativity হে বিয়পাই থাকে কিন্তু সন্মুখত কোৱাৰ দম নাই।

  • @hemantadeka1370
    @hemantadeka1370 3 дні тому +39

    You are right Sir.

    • @generalknowledgesa227
      @generalknowledgesa227 3 дні тому +2

      Andhabhakt 2.0

    • @K.G-z-I6b
      @K.G-z-I6b 3 дні тому +3

      ​@@generalknowledgesa227 গেদা ধৰ্ষণকাৰি

    • @K.G-z-I6b
      @K.G-z-I6b 3 дні тому +1

      গেদা ধৰ্ষণকাৰি

    • @promilaroy9786
      @promilaroy9786 3 дні тому +1

      What is andha bakth CM is speaking right you people are mad

    • @magnum9750
      @magnum9750 2 дні тому

      ​@@generalknowledgesa227 Gedar Koti selka spotted.

  • @amoranjidung
    @amoranjidung 2 дні тому

    Iman dhunia speech, iman positive ❤

  • @mainaankita8790
    @mainaankita8790 3 дні тому +9

    Xosa kotha koise mamai ❤❤..hats off mama ji..

    • @mahebubvlogs8116
      @mahebubvlogs8116 3 дні тому

      Mama hosa kotha koise Jodi ami kio gom napao kiman paiso. Booklet carbon copy nidiye

  • @satyamnath4960
    @satyamnath4960 2 дні тому

    Thank you CM sir...Love you sir♥️🙏

  • @kamaldas2446
    @kamaldas2446 3 дні тому +17

    হৈ যোৱা পৰিক্ষাৰ প্ৰশ্ন কাকতৰ কি ভেলু আছে। হয় ঠিক কথা কৈছে ছাৰ

  • @namasteindia9976
    @namasteindia9976 3 дні тому +6

    Right Sir❤ People believe on you...sir
    Isliye ajkal Media ko koi seriously nehi leta

    • @junpegu2824
      @junpegu2824 2 дні тому

      Toi maksuda exam diya nai no kla

  • @prasantapriyanujvlogs7191
    @prasantapriyanujvlogs7191 3 дні тому +5

    ইমান সাৰুৱা মন্তব্য ....... এতিয়া হে অলপ মনটোক সান্ত্বনা দিব পৰিছোঁ।

    • @no1-khaibong
      @no1-khaibong 3 дні тому

      Hosake Uriya khar..

    • @prasantapriyanujvlogs7191
      @prasantapriyanujvlogs7191 3 дні тому

      @@no1-khaibong ফটোৱামি কৰিবলৈ নাহিব মহোদয় । পৰীক্ষা দি পাইছেনে আপুনি? মুখ্য মন্ত্ৰী মহোদয়ে দিয়া মন্তব্যটোৰ পৰা আমি বহুত সান্ত্বনা পাইছোঁ , আপুনি হইটো নাপাব পাৰে । অনুগ্ৰহ কৰিছোঁ সকলো কথাতে ফটোৱামী কৰিবলৈ নাহিব 🙏

  • @itsrepublica7287
    @itsrepublica7287 3 дні тому +2

    You're Absolutely Right Sir... Media is said to be a strong estate of our country but seeing it aggravating rubbish news upto such extend make us feel very vexatious...
    Seeing news nowadays is like having a stress pill for free!!

  • @dipanjalborah9665
    @dipanjalborah9665 3 дні тому +6

    Cm sir apunake boxut respect koru....tnq

  • @tilaksaikia7929
    @tilaksaikia7929 3 дні тому +7

    Salute sir 👍

  • @pulakeshmajumder7135
    @pulakeshmajumder7135 3 дні тому +6

    U r right absolutely

  • @madhabbora-pk1cr
    @madhabbora-pk1cr 3 дні тому +1

    আপোনালৈ বহু বহু ধন্যবাদ ।সঁচা কথা কৈছে ।

  • @dhrubajyotibaruah5155
    @dhrubajyotibaruah5155 3 дні тому +53

    যেনেকৈ railway exam t merit list cut of mark‌দিয়ে । adre পৰীক্ষাত cut of markগমে‌ পোৱা‌ নাযায়। এইটো questionৰ উওৰ দিবচোন মামা।

    • @JatinBhuyan
      @JatinBhuyan 3 дні тому +3

      Heitu tmi e goi hudhibo lgibo. Kunu nuhude eneka kotha.. Dom nai. 😅😂😂😂

    • @butuytking9705
      @butuytking9705 3 дні тому +1

      Aito beleg topic ...Olp topic to mon kor burbk

    • @himashreedevi1744
      @himashreedevi1744 2 дні тому +3

      Cut off to duror a kotha..
      Nije poa mark 2 o gm npao ami..
      Result t marksheet kio nidiye..
      Xokoloe bohut kosto kori porhi exam dise.
      Atleast nije poa Number khni to gom pbo lge nh

    • @Palash6
      @Palash6 2 дні тому

      Cut off die, personal mark nidie kune kiman paise

    • @JatinBhuyan
      @JatinBhuyan 2 дні тому

      @@Palash6 aibar seba e loise exam khini, toh dibo pare..

  • @dipankarkakati7961
    @dipankarkakati7961 День тому

    মুখ্যমন্ত্ৰী মহোদয়ে সঁচা কথা কৈছে।এই বোৰ কাৰণে কিছুমান সংবাদ মাধ্যম একেবাৰে অস্তিত্ব নাইকীয়া হ'ল।

  • @jayantahirahira-jn1ht
    @jayantahirahira-jn1ht 3 дні тому +8

    Mama zindabad.....

  • @cartelrambo915
    @cartelrambo915 2 дні тому +1

    Not just poor , middle class candidate and every candidate should deserve fair chance !
    Moreover we are fighting for only 50 percent seats because of General Category !!!

  • @leechong9802
    @leechong9802 3 дні тому +4

    Very well said !!!

  • @RitaMoniDevi-d7u
    @RitaMoniDevi-d7u День тому

    Hosa katha...val lagile apunar katha khini... apunar opart amr pura astha ase

  • @niranjansaikia6260
    @niranjansaikia6260 2 дні тому +3

    শুদ্ধ নিযুক্তি হব লাগে। কৃষ্ণ

  • @jyotimalahatiboruah392
    @jyotimalahatiboruah392 2 дні тому

    ধন্যবাদ মহোদয় 🙏🏻🙏🏻🙏🏻 ভাল লাগিল আপোনাৰ কথখিনি শুনি 🙏🏻

  • @mongalsinghsubba6395
    @mongalsinghsubba6395 3 дні тому +9

    Right say cm sir .

  • @pranabgoswami106
    @pranabgoswami106 2 дні тому

    Well interpritation. Media is misguiding people of Assam

  • @jaborbsty6663
    @jaborbsty6663 3 дні тому +3

    Akdom right kotha

  • @riturajsharma1191
    @riturajsharma1191 2 дні тому

    Well said Sir. Its honour to have as a CM of Assam.

  • @prasantasonowal8887
    @prasantasonowal8887 3 дні тому +3

    Mamar kothakhini hosai bahut val lagil . Moi nije candidate . Mur exam experience r pora koisu bahut hundor vabe exam hoise kunu doubt nai ❤😊

  • @prayakhikonwar35
    @prayakhikonwar35 3 дні тому +1

    Thank you sir anekoi is positive speech diya babe ajikali mediya bure rotute dhow tu uliyai

  • @abarman751
    @abarman751 3 дні тому +13

    media buror fali dise Mamai 😂😂😂😂😂😂

  • @bhargabdutta4920
    @bhargabdutta4920 3 дні тому +2

    Yes, we had appeared the exam, assam govt seriously conduct the exam , Kudos to Himanta biswa sir, he is really a 💎 gem.

  • @DebabratDamo
    @DebabratDamo 3 дні тому +5

    এই বিলাক কুকুৰৰ গু খোৱা সংবাদ মাধ্যম।👎 Asolote sob dukh sorkaror nhoi asolote ihotehe 👎

  • @kanakdas7213
    @kanakdas7213 2 дні тому

    ভুল স্বীকাৰ কৰা যেনহে প্ৰকৃত ভদ্ৰলোক।

  • @chitralekhabora6023
    @chitralekhabora6023 3 дні тому +3

    You are right sir

  • @tbhjustforfun
    @tbhjustforfun 2 дні тому

    Bohut biya korise aapuni, we want Justice, never vote him again

  • @nayandeepdas4925
    @nayandeepdas4925 3 дні тому +4

    Right sir👍

  • @Romon_32
    @Romon_32 2 дні тому

    হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কয় যে অসমৰ দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে চাকৰি পাব । থিক আছে পাব যেনিবা তেতিয়া Reporter জনে কিয় প্ৰশ্ন নকৰে যে আমাৰ অসমত অকল ST,ST(H),OBC/MOBC সকল হে দুখীয়া নি । বাকী আমি যি সকল General দুখীয়া ঘৰত জন্ম লৈছো আমি কি মানুহ নহই নি । আমাৰ দুখিয়া General সকলৰ বাবে যিটো EWS quta আছে কিয় বন্ধ কৰিব লাগে । Media কেটা দালাল আছে।

  • @ANJANA1324
    @ANJANA1324 3 дні тому +22

    ADRE exam নতুন কৈ পাতিব লাগে। কোনে কোনে সমৰ্থন কৰে লাইক কৰা কমেন্টত।

    • @bbormb
      @bbormb 3 дні тому +5

      বনৰী তোৰ বাপেৰে পইচা দিয়ে যদি পাতিব লাগে।এটা exam পাতোঁতে কিমান পইচা লাগে জাননে?

    • @rishirajsaikia4420
      @rishirajsaikia4420 3 дні тому

      Apunar ai xobdo bure koi apuni xosa orthot kiman xikhito 🥲​@@bbormb

    • @trinayanjyotiborah2241
      @trinayanjyotiborah2241 3 дні тому +1

      চেৰা বলিয়া নেকি এইগৰাকী

    • @DhiramKuli
      @DhiramKuli 3 дні тому

      Okol tumi nije porika dibage. Homoi aru poisa enei ahe nki.

    • @bhaskarjyotichandi658
      @bhaskarjyotichandi658 3 дні тому

      Geli se sage tumaar😂

  • @devajitkalita1003
    @devajitkalita1003 2 дні тому

    একমত মূখ্যমন্ত্ৰী ডাঙৰীয়া❤❤

  • @milanjyotimahanta
    @milanjyotimahanta 3 дні тому +3

    Right Mama..

  • @Nayansaikia
    @Nayansaikia 2 дні тому

    ইমান যদি শুদ্ধ ভাবে পৰীক্ষা পাতিছে, তেতিয়া পৰীক্ষাৰ ৰিজাল্টৰ দিনা সকলোৰে নম্বৰ সমূহ ঘোষণা কৰি দিব । আৰু যিমান যি হলেও আপোনাৰ এনেও একো ঘণ্টা ক্ষতি নহয়, ৰাইজৰে ক্ষতি হব

  • @kidslife5364
    @kidslife5364 3 дні тому +3

    Thike koise CM sir❤

  • @DipanwitaBorah-gu8bi
    @DipanwitaBorah-gu8bi 2 дні тому

    ভাল কৈছে দাদা। বেয়াটো উলিয়াবলৈ বহুত চেষ্টা কৰি থাকে, কিন্তু ভালটো ৰ প্ৰচাৰ কম। আপুনি ইমান ভাল ভাল কৰি আছে যে সেয়ে এচামৰ শষ্য হোৱা নাই। আপোনাৰ ভুলটো কেনেকৈ উলিয়াব পাৰি তাকে দিনে- ৰাতিয়ে কাম বন নকৰি চিন্তা কৰি থাকে চাগে। আপুনি ভাল ভাল কাম কৰি আগুৱাই যাওঁক দাদা 🙏🙏🙏🙏

  • @sunnydoley554
    @sunnydoley554 3 дні тому +3

    Right sir 👍👍👍🙏🙏🙏

  • @ChemSciClassesBabulNeog
    @ChemSciClassesBabulNeog 2 дні тому

    Excellent reply, presentation Sir. May the eligible youths get placement.

  • @tasya7508
    @tasya7508 3 дні тому +4

    Remove reservation then conduct the same exam

    • @bhaskarrabha4447
      @bhaskarrabha4447 3 дні тому

      No..

    • @Ben10Vid
      @Ben10Vid 3 дні тому

      Remove urself

    • @MadhujyaDas460
      @MadhujyaDas460 2 дні тому

      Remove casteism

    • @devidgoyari
      @devidgoyari 12 годин тому

      And also remove state language 😅
      😂Make everything international
      Only English to English no other language

  • @rajeevdas5472
    @rajeevdas5472 19 годин тому +1

    Ami Tu ADRE diye paisu 3rd grade last year..... Last year mur logor kiman economically weak family r lorai sakori paise aru sob talented..Eibur sob rumor hoi... BJP ye tu atleast sakori dise lakh lakh manuhok... Congress ye ki daal korile since 1947!

  • @rajivthakuria2397
    @rajivthakuria2397 3 дні тому +4

    Good speak

  • @pranjitsaikia1121
    @pranjitsaikia1121 3 дні тому +2

    Sob legally hoise ... Aru bhal koi hoi goise pura exam ... Thank you CM sir

  • @krishangisarma999
    @krishangisarma999 3 дні тому +6

    দুখীয়া দৰিদ্ৰ শব্দ টোত এই গোটেই খিনি লুকাই আছে। ইমান মূৰ্খ কোনো নাই।

    • @basantasaikia7263
      @basantasaikia7263 2 дні тому +1

      Takeitu, okol j dukhiya candidate bure kio pabo Sakori ? Middle-class bure kio napabo ? Okol ki dukhiya candidate burei suka neki ?

  • @akshaykhatadeka5805
    @akshaykhatadeka5805 2 дні тому

    মামা থিকে কৈছে ধন্যবাদ মামা আপোনাৰ ওপৰত ১০০% বিশ্বাস আছে।

  • @JobaDeka
    @JobaDeka 3 дні тому +9

    Right kotha

  • @utpaldas1847
    @utpaldas1847 2 дні тому

    Axom is blessed to have a CM like you 😊

  • @chiranjibdutta565
    @chiranjibdutta565 3 дні тому +3

    jubak jubotir khyoti nohoi...june ji kore kori thakibo diyok..apuni apunar kaam kori jaok ..xaitue sir question paper candidate'k loi jabo diyok after completion exam..eku luv nai mediak loi matha maribo,tahator kamei xaibilk...bhal tu bhal beya tu beya buli kuwar xot xahoh konu nai eihotr..akol besa kina ..dhet nijoke bikri korise kaitaman poisar luvat...apuni khali smart mtr.problm tu solve korak...smart mtr thanda hol etiya..ki ba hol...apuniye mng.korile neki akow mediak..sob alu aru kasu pitika je..eku dhoribo nuwari😅

  • @dilipkrbora2383
    @dilipkrbora2383 2 дні тому

    Right statement C m . Sir.

  • @youtubersworldwide3713
    @youtubersworldwide3713 3 дні тому +4

    Thik thik

  • @jitenpegu4847
    @jitenpegu4847 2 дні тому

    Best CM in the World 🌍❤❤❤❤❤❤

  • @IHMIHM-ff2ry
    @IHMIHM-ff2ry 3 дні тому +3

    Mama aibar adre post kom so kindly pass kora candidate ok post selection koror option to kori dibo nohole ata candidate a 4-5 ta post ot select hoi jai aru join matro atat kore aru baki post vacant thaki jai.

  • @bhaitimili2788
    @bhaitimili2788 2 дні тому

    Internet কাটি দিয়াৰ পিছত ,,, কোনো পয়দে , পেপাৰ ভাইৰেল হব নোৱাৰে ❤❤❤❤❤❤❤❤

  • @kishoridas6447
    @kishoridas6447 3 дні тому +8

    পৰীক্ষা শেষ হোৱাৰ পিছত প্ৰশ্ন খনৰ মূল্য যদি নাই তেন্তে প্ৰশ্ল কাকত খন পৰীক্ষাৰ্থীক কিয় আনিব নিদিলে? আনিব নিদিয়া প্ৰশ্ন কাকত খন পৰীক্ষাৰ পিছত viral কৰা কাৰ্য্য যুক্তিসঙ্গত নহয় যেন পাও। দুখীয়া কিয় ধনীৰ লৰা ছোৱালী সকলেও মেধাৰ ভিত্তিত চাকৰি লাভ কৰক। চৰকাৰক ধন্যবাদ।

    • @HillariousPanda16
      @HillariousPanda16 3 дні тому +1

      29 tarikhr porikha r Q paper khn loi anibo dibo de sinta nokoribi.....exam diso ....paper leak nai huwa gom pali kotha hekh ....prepare for the next eman ki matha maribo logiya ase

    • @mahebubvlogs8116
      @mahebubvlogs8116 3 дні тому

      ​@@HillariousPanda16. Amak booklet carbon copy lage .result tymt ami je gom pab paro kiman paiso

    • @magnum9750
      @magnum9750 2 дні тому

      Oi goru question bookletor eta number thake, jar mote OMR sheet milibo lagibo aru roll no mote he check hobo. Olp man common sense nai neki tohotor? Q paper khonor mulyor kotha iyat fadil huwar contextot koise

  • @ChandanBarman-wf1xq
    @ChandanBarman-wf1xq 2 дні тому

    সঙবাদ মাধ্যম আৰূ সাপ একে

  • @PrasantaBorah-v9t
    @PrasantaBorah-v9t 3 дні тому +6

    Jene tene exam ata hoise. Ki badnam opposition a uliai ase, whole education deptt galisil opposition r dinat

  • @HoriRobiDas-r5s
    @HoriRobiDas-r5s 3 дні тому +2

    মই শ্ৰী হৰি প্ৰসাদ ৰবি দাস দেৰগাঁও নিবাসী মোৰ ADRE Grade 3 পৰীক্ষা আছিল গোলাঘাট জাতীয় বিদ্যালয় , মোৰ এটা ভুল কৰিলে আমাৰ পৰীক্ষা ৰোমৰ থকা ছাৰ মোৰ OMR বহি booklet নুম্বৰটো, ছাৰ নিজেই filaf কৰি এটা ভুল কৰি দিলে এতিয়া কিহব নাজানো
    মই ছাৰক খুদিছিলো যে ছাৰ booklet নুম্বৰটো ভৰাব লাগিব নেকি ছাৰ কলে যে হয়, এইটো অনেকে ভৰাব লাগিব আৰু দেখাওঁ তে ভুল হৈ গ'ল booklet number টো

    • @user-xl3ns8ci3w
      @user-xl3ns8ci3w 2 дні тому +1

      Apuni booklet no Tu bohuabo najane jodi sakori nupua Tu yei bhal diok