তুমি হ’লা ধনী ঘৰৰ ড়াঙৰ জীয়াৰী মই হ’লো গাৱলীয়া দুখীয়া ল’ৰা।

Поділитися
Вставка
  • Опубліковано 1 лис 2024

КОМЕНТАРІ • 9

  • @MunuKalita-es6ow
    @MunuKalita-es6ow Рік тому

    Cuty

  • @dasdipjyoti510
    @dasdipjyoti510 2 роки тому +1

    ❤️❤️❤️

  • @zubeenoldbihu1867
    @zubeenoldbihu1867 2 роки тому +2

    আপুনি গীত নিদিব দে এইবোৰ গীত চবৰ তাতে আছে পুৰণি কিছুমান গীত নাইকিয়া হৈ গৈছে হেবোৰ দিয়া

    • @puronigeetorhomahar-qk9po6dl4f
      @puronigeetorhomahar-qk9po6dl4f  2 роки тому

      ক’ৰ বলীয়া হয় হে আপুনি?নিজৰ কাম কৰি যাৱকচোন,আনৰ কামত কিয় চকু দিয়ে বা মন্তব্য দিয়ে,UA-cam ত এনেকোৱা কোনতো গান আছে যে যিটো গান অন্য বেলেগতো নাই?আনক সমালোচনা কৰাতকৈ নিজে কি কৰিব পাৰি এইটো মন দিয়ক।

    • @puronigeetorhomahar-qk9po6dl4f
      @puronigeetorhomahar-qk9po6dl4f  2 роки тому

      পাগলামি কৰি নিজকে পাগলৰ পৰিচয় দি আছে কিয়।আৰু এইটো গান নাই UA-cam ot.

    • @zubeenoldbihu1867
      @zubeenoldbihu1867 2 роки тому

      @@puronigeetorhomahar-qk9po6dl4f তোমালোকে নিজে বাদ দিয়ক চোন yt থকা গীত দিবলে তেতিয়া হে বেলেগে দেখি কিবা সিকিব, নতুন কিবা এটা দিবলে চেষ্টা কৰা তেতিয়া viws u আহিব আৰু বিচৰা গীত এটা পাই আনন্দ হব হে কাৰণে হেৰাই যোৱা বিহু গীত বোৰ বিচৰাua-cam.com/video/6bjtcIDqmBE/v-deo.html

    • @puronigeetorhomahar-qk9po6dl4f
      @puronigeetorhomahar-qk9po6dl4f  2 роки тому

      @@zubeenoldbihu1867 বেটা,মই দৰ্শকৰ লালায়িত নহয়,এইটো মোৰ মাত্ৰ এটা চখ,কেতিয়াবা মন গ’লে দুই এটা গীত দিওঁ।

    • @puronigeetorhomahar-qk9po6dl4f
      @puronigeetorhomahar-qk9po6dl4f  2 роки тому

      @@zubeenoldbihu1867 আনে কি কৰিছে বাদ দিয়ক,নিজে কি কৰিছে এয়া মন কৰক,নতুবা নিজে কৰিব লগা কামবোৰে শেষ হৈ যাব

  • @rajumoni7866
    @rajumoni7866 2 роки тому +1

    সুন্দৰ গীত