মই মোৰ জন্ম স্থানৰ সেৱাৰ বাবে আহিছোঁ দুৰ্নীতি সহ্য নকৰোঁ,চিকিৎসালয় বিদ্যালয়সমূহত sudden visit চলিব
Вставка
- Опубліковано 29 вер 2024
- মই মোৰ জন্ম স্থানৰ সেৱাৰ বাবে আহিছোঁ
দুৰ্নীতি সহ্য নকৰোঁ,চিকিৎসালয় বিদ্যালয়সমূহত sudden visit চলিব
নৱ নিযুক্ত জিলা আয়ুক্ত লাচিত দাসৰ Lakhimpur Today ত Exclusive সাক্ষাৎকাৰ
ভাল লাগিল তেখেতৰ কথাগিতা সুনি
সকলোৱে যদি এনেকৈ ভাৱিব পাৰিলে হয় ৷আমি আৰু আগবাঢ়ি যাব পাৰিলো হয় ৷তেখেতৰ কথাখিনি শুনি বুজিব পাৰিলোঁ তেখেত এজন ভাল আদৰ্শৱান ব্যক্তি ৷
অসমীয়া এজন সু সন্তান ।
সকলো জিলাৰ ডি চি এছ ডি চি চক্ৰ বিষয়া সকল দাস ডাঙৰীয়া দৰে হ'ব লাগে
ডি চি এছ ডি চি চক্ৰ বিষয়া সকলে জনসাধাৰণৰ মাজৰ এজন বুলি ভাবিব লাগিব নিজকে ভগৱান ৰ অৱতাৰ বুলি ভাবিব নালাগে
Bhal lagil. Khotha khini
আপোনাৰ মন্তব্য শুনি বহুত ভাল লাগিছে ৷আপোনাৰ প্ৰতিটো কামত লক্ষীমপুৰ বাসীয়ে সহযোগ কৰিম ৷
সুন্দৰ কথা বোৰে অন্ত চুই গৈছে । আমাৰ গৌৰৱ । আমিও লক্ষিমপুৰৰে।
এখেতৰ দৰে উপায়ুক্তৰ হব লাগে । এখেতৰ ভবিষ্যত উজ্জ্বল কামনাৰ কৰিলো ।
Bahut. Val lagil sir Lakhimpur bikhoye val sinta kora ajon biykti palo but mondol offist soku dibo
sir ghunasuti higher secondary school t teacher kmi ase aibar visit kribo lage
Hundor manuh ... better than Anand Mishra ... PR stunt namare atleast ... ❤
মহানুভৱতা বহুত ভাল লাগিল
Bhal lagil kathakhini suni sir
Lakhimpur ahaar babe cbhinandan janalu
bhut val kotha koise
🙏🙏সুন্দৰ
ami bohut hukhi
ভাল চিন্তা
Mojja 🥳
Bhal lagil
Thanks sir .
Very good sir
Good 👍👍👍
Politics hol
O nice sir
Good dada
Good sir
🙏🙏🙏