bahut bhal lagil. eman din kiyo gaan goa nasila. tumar gaan suniboloi roi thaku. very nice song.montu bhal lagi gol. agoloi aru bhal gan suniboloi pam buli akha thakil.
I perceive euphorically blithe as seeing you after long day's interval and performing my well like song of Munmi Bora. Super, superior, superlative that is excellent.
Hi চয়নিকা, খুব ধুনীয়া লাগিল তোমাৰ কণ্ঠত এই গীত টি শুনি👌👌👌👌👌👌এনেকৈ গীত গাবলৈ হলে কি কি বস্তুৰ দৰকাৰ...কেনেকৈ গাব পাৰি জনাব নেকি? কাৰণ মইও গীত গাই খুব ভাল পাওঁ...কিন্তু নাজানো কেনেকৈ নিউ গায়!!!!!!
❤❤❤❤❤ এই নিজান ৰাতি। ধুনীয়া লাগিছে দে । ছয়গাঁওৰ পৰা এই নিজান ৰাতি অকলে ১১:০৫ বজাত শুনি আছো। লগতে শুভেচ্ছা আৰু অকমান মৰম যাছিলো।
Bahut bahut sundar munmi borar geet....tumr kanthat sumabhur hoi uthise👌👌👌
Xunnddorr 👌👌👌👌🌹🌹🌹🌹🌹
খুব সুন্দৰ পৰিৱেশন👌👌❤
চয়নিকা সুন্দৰ....শান্তা শৰ্মাৰ " ফাগুণৰে পলাস বনতে "গীতটি তোমাৰ কণ্ঠত শুনাৰ আশা থাকিল....বহুত মৰমেৰে....
সচাকে, বহুত ধুনীয়া গাইছে❤❤❤
চয়নিকা বা ; আপোনাৰ কণ্ঠত প্ৰতিটো গীতেই মোৰ অন্তৰত এক বুজাব নোৱাৰা তৰংগৰ জোৱাৰ আনে । গীতৰ শব্দ আৰু অৰ্থ অনুসৰি গায়ন-শৈলীৰ প্ৰকাশ-ভংগীমাৰ যি অভিব্যক্তি তাক ফুটাই তোলাত অতি সফল হৈছে । লুণা সোণোৱাল বাইদেউৰ পাছতেইে গায়িকা ( সফল গায়িকা হিচাপে ) আপোনাৰ স্থান । শুভকামনা জনালোঁ ।
Thank u so much..eman morom diya karone
বৰ ভাল লাগিল শুনি।সেইদিনা ৰঙিয়া চিনেমা হলত তোমাক লগ পাই বৰ ভাল লাগিল।ৰঘূপতি চাওঁতে।তোমাৰ গীতলৈ অপেক্ষাৰত।মই জানিগোগৰ বংশীধৰ শৰ্মাৰ জোৱাঁই।
🥀♥️💕💞💕♥️🥀dhuniya.tumi.Good.
সুন্দৰ পৰিবেশন চয়নিকা....❤❤❤
সুন্দৰ পৰিবেশন ।ভাল লাগিল ।
bahut bhal lagil. eman din kiyo gaan goa nasila. tumar gaan suniboloi roi thaku. very nice song.montu bhal lagi gol. agoloi aru bhal gan suniboloi pam buli akha thakil.
Keep the JOSH chayanika your voice is so sweet love from your Home Town Nalbari❤
Bahut dinar murat salo video tomar. Vl lagile
Your voice my fvrt..so lovely ❤
ভাল লাগিল গীতটি শুনি।
ভাল লাগিল....বহুত❤
Lovely❤❤❤❤
I perceive euphorically blithe as seeing you after long day's interval and performing my well like song of Munmi Bora. Super, superior, superlative that is excellent.
Chayanika is one of most talented singer
Hi cb verry nice 👍👍👍 keep it up thank u
বহুত ভাল লাগিছে ❤
Beautiful sing ❤
Good Performance, go forward...
Bahut dhuniya
❤
কিবা কমেন্ট কৰাৰ প্ৰয়োজন একোৱেই নাই। just "Suparb"
Great ❤
Munmi Bora r kontha t sunicilo. Tumar konthat aru val lagil. God bless you
Hi চয়নিকা, খুব ধুনীয়া লাগিল তোমাৰ কণ্ঠত এই গীত টি শুনি👌👌👌👌👌👌এনেকৈ গীত গাবলৈ হলে কি কি বস্তুৰ দৰকাৰ...কেনেকৈ গাব পাৰি জনাব নেকি? কাৰণ মইও গীত গাই খুব ভাল পাওঁ...কিন্তু নাজানো কেনেকৈ নিউ গায়!!!!!!
কি হল একো নকলা যে ....?
❤❤
কিমান বাৰ শুনিছোঁ, তথাপি হেঁপাহ পলোৱা নাই
Nice
Munmi barar gaan bur hadai gaba khub bhal lagil
Nice 👍👍 ba
Very nice
জয়ন্ত হাজৰিকা দেৱৰ 'আগলি বতাহে কপালে কলৰে পাত 'সুনিবলৈ বিৰাট ইচ্ছা আছে। তোমাৰ কণ্ঠত ভাল হব সুনিবলৈ।আশা কৰিলোঁ অতি সোনকালে সুনিবলৈ পাম।
Nissoi..sesta.korim
Best...from ..batamari model high school
গৌৰৱ
i one like to me i very mast beutifull caynika good like me good lukke me ❤😂😢😮😅
Agote ei gantu suna nai jodiyu bhal lagise dei .
Baa apunar transfer tu hl ne
Euphoria