মই সদায় মা ঘৰতে থাকিম নেকি?মই মোৰ furniture বোৰ লৈ আহিলো নেকি?আপোনালোকৰ বহুপ্ৰশ্নৰ উত্তৰ আজি দিলো🙏

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 1 тис.

  • @Chumpee_official
    @Chumpee_official 3 місяці тому +39

    1st comment please pined kri dibo love from Dibrugarh

    • @neelakshisubramanian2951
      @neelakshisubramanian2951 3 місяці тому +1

      Ignore all the negative people . Move on nobody is for anybody. Rest leave it to God.

    • @T.S-j8p
      @T.S-j8p Місяць тому +1

      Ba dukh nokoribo.
      Bht beya lagile.

    • @monikabey5018
      @monikabey5018 19 днів тому

  • @Junak-Axam
    @Junak-Axam 3 місяці тому +46

    তুমি সদায় নিজকে ৰঙীন কৰি ৰাখা উপাসনা। Dr Swati Kiran বাইদেউৱে যিদৰে তেওঁৰ মৃত স্বামীৰ অবিহনে নিজকে ৰঙীন কৰি স্বামীৰ আধৰুৱা কামবোৰ কৰি গৈছে তুমিও নিজৰ লগতে পৰী মাইনাৰ যত্ন লোৱা। আনৰ কথালৈ গুৰুত্ব নিদিবা। তোমাৰ লগত সদায় ভাল হওঁক।

  • @kalpanakataky9092
    @kalpanakataky9092 3 місяці тому +20

    ইমান দুখ লৈ নিজক কষ্ট দি আপুনি মানুহে সুধিব নলগীয়া কথা সুধিলে উত্তৰ দিয়া উচিত নহয়।নিজেই যি ভাল দেখে বিবেকে যি কয় সেই মতে কৰক। পৰীক ভালকৈ ডাঙৰ কৰক ।ভালে থাকক দুই ও।দেউতা এ ভাল পাইছে নে।luv from nagaon

  • @PriyakhiPhukon-ol4no
    @PriyakhiPhukon-ol4no 3 місяці тому +17

    তুমি উদয় কথা কলে মই বৰ আবেগিক হৈ পৰো ।মুৰ চকুপানি উলাই যাই।মোৰ বা লগতো এনেকুৱা হৈছে মই কাৰো দুখ চাইথাকিব নোৱাৰোঁ।মোৰ বাই কেতিয়াবা আবেগিক হৈ বহুত কান্দে আমি সাহশ দিও। আৰু তুমাকো সাহশ দিছোঁ তুমি সাহশ কৰা ।

  • @bontiborchetia3584
    @bontiborchetia3584 3 місяці тому +13

    প্ৰেম মৃত্যুতকৈও শক্তিশালী।উদয়ক মৃত্যুৱে লৈ গ'ল,কিন্ত তোমাৰ লগত তেওৰ অগাধ প্ৰেম থৈ গ'ল।তুমি নিজৰ লগতে পৰীক আগবঢ়াই নিবই লাগিব।প্ৰেমেৰে গতিশীল হোৱা হতাশাৰে স্থবিৰ নহবা।তোমাক যাতে আৰু সাহস দিয়ক তাকে ভগৱানক খাটিছো।

  • @RashmiKonwar
    @RashmiKonwar 3 місяці тому +54

    জন্মৰ সূত্ৰে পোৱা মা দেউতা ককাই ভাইৰ দৰে কোনো হব নোৱাৰে ,অপ্ৰিয় সঁচা । ভালে থাকা ,মানুহৰ প্ৰশ্নবোৰ শুনি আচৰিত হলো । মাৰি পেলাব পাৰে এই মানুহ বোৰে ।এগৰাকী মহিলাই আন এগৰাকীক বিধবা শব্দৰে কথা শুনাব পাৰে ।
    তোমাৰ মতে জী থাকা ❤️❤️❤️

    • @upashanabora1402
      @upashanabora1402  3 місяці тому +5

      Hosa o maa..hokoluye nhoi kisumne j knkoi asu nubuje.kintu comment dibo pare bidhoba buli koi.

    • @dimpihaloi9297
      @dimpihaloi9297 3 місяці тому +1

      Moi tumk feel kribo parisu ba.. Bht kom suali he vl hohuror ghr akhn pai.. Njr ghr khnr dore kuno hb nuare

    • @angelikaboruah5269
      @angelikaboruah5269 3 місяці тому +1

      Hsai nijr jonmo ghr khnr nsina kunu hb nuware..kble wrd nathake kisumn ktha.kisumn mnuh emn sarthopor knk hb pare bujible tan.

    • @ranjanasaikia2831
      @ranjanasaikia2831 3 місяці тому +1

      Aji bohut dukh lagil . video sai.parik video t besi nedekhaba.bewa manuhor najar lagib.. bohut maram pari loi

    • @rununath6279
      @rununath6279 3 місяці тому

      Tumi anor babe nohoy porir babe jiyai thakibo lagibo

  • @LazaMoni
    @LazaMoni 3 місяці тому +15

    বা তোমাৰ এজনী ছোৱালী আছে তাইৰ অধিকাৰ খিনি তুমি এৰি নিদিবা। দাউতাকৰ সম্পত্তি পৰিৰ অধিকাৰ আছে । নিজৰ লৰা টোক চিনি নাপালে তোমাক আৰু পৰিক চিনি পাব নে আৰু। ভগবান আছে। পৰিয়ে দেউতাকৰ অধিকাৰ জিয়াই ৰাখিব।😊

  • @susmitadeka6049
    @susmitadeka6049 3 місяці тому +19

    আনৰ কথাত গুৰুত্ব নিদি পৰিক লৈ আগুৱাই যাওঁক।।জীৱনটো বহুত কঠিন।।আনৰ কথা বোৰ বেছিকৈ ভাবি থাকিলে আপুনি এনেকুৱা কে ঘুনীয়া হব যে কেতিয়াও খোজ পাতিব নোৱাৰিব।।আপুনি lucky বুলি ভাবক নিজক যে আপুনি ইমান supportive এখন ঘৰত জন্ম হৈছে❤সদায় ভালে থাকক সকলো।।আপোনাৰ reels এটা পাই আপোনাক চোৱা আৰম্ভ কৰিছো আৰু সদায় চাই যাম।।
    আৰু personal কথা share কিছু কিছু ক্ষেত্ৰত কৰিব লাগে।।তেতিয়া মানুহৰ আপোনাৰ ওপৰত থকা ভুল ধাৰণা বোৰ আঁতৰ হব।❤শেষত বহুত মৰম❤পৰি ভাল এগৰাকী মানুহ হওঁক❤

    • @prarthanadeka7563
      @prarthanadeka7563 3 місяці тому

      Eman beya k keneke xudhibo pare....bidhoba r babe ai niom kewal amar ai homaj khane bonaise.bhigowane nai bonua naiba husband jone koi jua nai.aouni anekua thek mentality r manuhor kotha gurutto nidibo.apunar porir logot jibon tu xukhor hobo..... lots of blessings

    • @susmitadeka6049
      @susmitadeka6049 3 місяці тому

      ​@@prarthanadeka7563তাকেই😢আজিকালি মানুহতকৈ ডাঙৰ শত্ৰু একোএ নাই অ 😢

  • @KaSiYali
    @KaSiYali 3 місяці тому +22

    পৃথিৱীত এইটোৱেই সত্য উপাসনা যে মানুহ সদায় নিজেহে নিজৰ লগত থাকে শেষলৈ।ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছোঁ।পাৰিবা তুমি পাৰিব যে লাগিবই।বাকীবোৰ সকলো দুদিনৰ আলহী,আহিব,যাব।।তুমি নিজৰ জীৱনটো নিজৰ ধৰনেৰে সজোৱা।।তেতিয়াই তোমাক বেয়াপোৱা মানুহখিনিৰ বাবে এটা ডাঙৰ উত্তৰ হ'ব।পৰীয়েও তোমাক দেখি এদিন ক'ব মোৰ মা আটাইতকৈ শক্তিশালী মানুহগৰাকী।❤

    • @RikumoniGogoiRikumoniGogoi
      @RikumoniGogoiRikumoniGogoi 3 місяці тому

      পৃথিৱীত এইটোৱেই সত্য উপাসনা বেটী ,তোমাৰ নিজৰ ফালৰ পৰিয়ালে হে তোমাৰ লগত থাকিব শেষলৈকে ,ব্যক্তিগত অভিজ্ঞতাৰ পৰা কৈছো ,সেইবোৰ কথাত কাণ নাপাতিবা, পৰী দেহাজনীক ডাঙৰ মানুহ বনোৱা, তাইৰ ওপৰত ভগৱানৰ আশীৰ্বাদ আছে ,ভিডিঅ বনাবা পৰীদেহা ই ডাঙৰ হৈ চাব কিমান ভাল পাব তাই ৰ নিজৰ মেমৰি বোৰ, তোমালোক ওপৰত সদায়েই আশীৰ্বাদ আছে ,নিজৰ জীৱনতো নিজৰ মতে গড়ৰ দিয়া ❤❤

  • @PriyankaDeka-pu3kv
    @PriyankaDeka-pu3kv 3 місяці тому +48

    Kotha khini xuni bhut beya lagise baa husbandr nicina kunuwe hb nuware aru nijar janma diwa maa deota bakibilak nijor sarthat thake nakandiba baa porir lgt happy thaka tumi

  • @priyampoppyvlogs2497
    @priyampoppyvlogs2497 3 місяці тому +6

    তোমাৰ দৰে মুৰো একে জীৱন উপাসনা। দুখ নকৰিবা এতিয়া মই মোৰ swalik লৈ Happy আছো মোৰো husbandr ঘৰৰ মানুহে বেমাৰ timot এটকা এটা দি help কৰা নাই জানা। এতিয়া আমাৰ swaliye msc পাছ কৰিলে এতিয়া এনেকৈ মই happy আছো।

  • @santanakhanikar4749
    @santanakhanikar4749 3 місяці тому +65

    কেতিয়াও দুৰ্বল নহবা। তোমাৰ ঘৰখন লগত আছে আৰু একো নালাগে। তোমাৰ নিচিনা আমাৰ ভন্টি লগতো হৈছে। আমি তাইকো মা ঘৰলৈ লৈ আহিলো। সদায় ৰঙা ফোট লবা , ৰঙীন কাপোৰ পিন্ধিবা। তোমাৰ নম্বৰ পালে কেতিয়াবা কথা পাতিম।

    • @upashanabora1402
      @upashanabora1402  3 місяці тому

      বহুত বহুত ধন্যবাদ ❣️

  • @Ranu-r9z
    @Ranu-r9z 3 місяці тому +16

    এই মানুহ বিলাকে শান্তিত থাকিব নিদিয়ে উপাসনা ৷গতিকে তুমি তোমাৰ মতে থাকা ৷

  • @Pihu-k5p
    @Pihu-k5p 3 місяці тому +11

    বা সময় কেতিয়াও সকলোৰে একেই নাযায়। ভাল দিন আহিলে বেয়া দিনটো অহা ও নিশ্চিত। ওপৰত এজন বহি আছে যিয়ে সকলোকে চাই আছে বা নাভাবিবা যে ভগৱান নাই ভগৱান আছে । মানুহৰ লগত অইনাই কৰিলে এদিন ভগৱানে উত্তৰ দিব। পৃথিৱীত ভাল মানুহ বোৰ গুচি যায় । দুখ নকৰিবা। বহুত মৰম তোমাৰলৈ আৰু পৰী লৈ তোমালোক সকলো ভালে থাকা ❤তোমাৰ এটোপাল চকুপানীৰ হিচাপ ভগৱানে লব। মোৰ মৰমৰ উপাসনা বা নিজৰ বা ভাবোঁ তোমাক । মই তোমাৰ মৰমৰ ভন্টি দিয়া ❤লগ নাপালেও তোমাৰ মুখ খন দেখি গম পাওঁ ভিতৰত লুকাই থকা বেদনা বোৰ। মই আছোঁ বা সদাই থাকিম ❤আমি নিজৰ মানুহ বা । তেজ মঙহৰ সম্পৰ্ক হলে হে যে আপোন হব পাৰি তেনে নহয়। তোমাৰ পৰিয়াল টো মোৰ নিজৰ যেন লাগে যেন পুৰণা জনমত কিবা সম্পৰ্ক হে আছিল । তুমি, তোমাৰ মা, মি , বাবু দা , আৰাধনা বা , এইকেইজন মানুহ মোৰ নিজৰ যেন লাগে। মোৰ ঘৰ তেজপুৰত বা যেতিয়া তেজপুৰ আহিবা তেতিয়া মোৰ লগত যোগাযোগ কৰিবা আৰু আমাৰ ঘৰত আহিবা ❤ মোৰ strong বা জনী তোমাৰ পা আমি সাহস পাওঁ বা 🥺♥️🌻🤍🫶Love you so much. ভন্টি ফালৰ পৰা বহুত মৰম🎀❤️

  • @madhabboruah2096
    @madhabboruah2096 День тому

    তুমি সদায সুখত থাকা

  • @sayanikabora4132
    @sayanikabora4132 3 місяці тому +24

    নাৰীয়ে নাৰীৰ শত্ৰু তুমি সদায় ৰঙীণ,হৈ থাকিবা চব ৰঙৰ কাপোৰ পিন্ধিবা সদায় ৰঙীণ হৈ থাকিবা পৰি লগত মানুহৰ কথা নুশুনিবা আৰু মানুহৰ কথা ভাবি কাম নকৰিবা তোমাৰ নিজৰ মতে জীয়াই থাকিবা। আৰু সদায় সাহসী হৈ থাকিবা।❤❤❤

  • @namitabarman7518
    @namitabarman7518 3 місяці тому +2

    Tumro val hobo,pori dangr hok xonkle,tumi bohute dhuniya hoi baa,xohurkr ghrt basivg mnhue bya kore,bsivg sowalir logt,,,xihotro bya din ahibo ,saba

  • @mukutsaikia4359
    @mukutsaikia4359 3 місяці тому +3

    বেলেগৰ কথাত গুৰুত্ব নিদি সদায় আগবাঢ়ি যোৱা।ভগৱানে তোমাক আৰু পৰি গোসাঁনিজনিক কুশলে ৰাখক ।

  • @AshimChutia-w5x
    @AshimChutia-w5x 22 дні тому +2

    ৰঙা ফুত গাভৰু ছোৱালী এও লয় এই বোৰ ভূল ধাৰণা তুমি নিজৰ মতে থাকা মাজনি।❤❤❤❤❤

  • @ParashmoniBhuyan-k3t
    @ParashmoniBhuyan-k3t 3 місяці тому +18

    মানুহৰ কথালৈ গুৰুত্ব নিদিবা ।পৰীক লৈ আগবঢ়ি যোৱা । তোমালোকৰ মাৰ ঘৰখন বহুত ভাল লাগে ।

  • @mayamahanta5908
    @mayamahanta5908 10 днів тому

    তোমাৰ কথাবোৰ শুনি বহুত দুখ লাগিল,মাৰ ঘৰৰলৈ গুচি আহি ভাল কৰিলা।মৰম লগা পৰীক ভাল মানহ কৰিব পাৰিবা,তোমাৰ ঘৰৰ সকলোৱে মৰমত ৰাখিছে।

  • @sangitasaikia3992
    @sangitasaikia3992 3 місяці тому +6

    উপাসনা,, তোমাৰ যৎকিঞচতো ইচ্ছা নথকা,, তোমাৰ মনটো আৰু বেছি দুখৰ গভীৰতালৈ লৈ যোৱা বিষয় বোৰ প্ৰকাশ কৰাৰ প্ৰয়োজন বোধ নকৰি বা,, মই কৈছো (কায়িক ভাৱে লগ নোপোৱা)তোমাৰ বা সংগীতা🤝🤝🤝🤝

  • @soyedm.rahman7580
    @soyedm.rahman7580 3 дні тому

    Apunr ktha bur xuni bohut bya lagil baa 😢😢😢apuni strong houk Allah a apunk ru pari k vl a rakhok tar duwa thakil ❤❤❤

  • @BikashHazarika-p4x
    @BikashHazarika-p4x 3 місяці тому +5

    বা আপোনালৈ হোজাই কাকীৰ পৰা মৰম যাচিলোঁ । পৰী মা লৈ বহুত মৰম যাজিলোঁ❤।সদায় ভালে থাকক বা

  • @rupamgogoi7307
    @rupamgogoi7307 25 днів тому +1

    যি পুত্ৰই মৃত্যুৰ পাছতো নিজ মাক দেউতাকৰ মৰম নাপালে যেতিয়া তেওঁৰ পত্নী হিচাপে আপুনি সেইখন ঘৰত বোৱাৰী সন্মান পোৱাটো একেবাৰে অসম্ভব। নিজ পুত্ৰই যেতিয়া পৰ হল বোৱাৰী নাতি..... । ভিডিও তোৰ শেষত বুজি পালো যে মহিলাই মহিলাৰ প্ৰধান শত্ৰু।

  • @Sagorikacreations
    @Sagorikacreations 3 місяці тому +6

    ঘৰত থকাৰ নিচিনা শান্তি কত ও নাই,,
    বাকী ৰঙা ৰঙৰ ফুট আৰু কাপোৰ যোৰৰ দৰে উজ্বলি থাকক আপুনি ❤

  • @Nizara586
    @Nizara586 20 днів тому

    বৰ দুখ লাগিল তোমাৰ মনৰ কথাবোৰ জানি । তোমাৰ মতে নিজৰ জীৱনটো সজাই লোৱা আৰু কলীজাক মাকৰ লগতে দেউতাকৰো মৰম দি ভাল মানুহ হিচাপে সমাজত দাঙি ধৰা । ভগৱানে তোমাক সহায় কৰিব।❤

  • @rimboruah198
    @rimboruah198 3 місяці тому +4

    Tumar dore muru akei...18 dinotei mur suwali k teo eri thoi gol,mur husband r deadbody o ghy r pora deuta i he anibole xohai korisil.. Atiya moi maa deutar logot asu.husband r ghoror karur logot mur eku relation nai .tumi strong huwa.xei xomoyot mur hatot eku a nasil..kintu bhogobane muk xohai korisil..same tumar xoite..nijor ghor khonole ahi tumi bohut bhal korila..moi o atiya ronga fut lou..ronga kapur pindhu..

  • @JeenaKonwar
    @JeenaKonwar 28 днів тому

    Tumi jenekoi val pua hodai tenekoia thakiba...ronegeen kapurei pindhiba...val thaka... bohut dukh lagil...bhogobane pori aru tumak kukhole rakhok...ketiaba tumak log pam...bohut morom aru ❤❤❤

  • @popidekaboruah5620
    @popidekaboruah5620 3 місяці тому +20

    ভগৱান আছে চিন্তা নকৰিবা মানুহৰ মৰিহালি বনাবলৈ নিদিলে তুমি ভৱিষ্যতে মাটি এদুখৰ কিনি ঘৰ বনাবা তাৰ পৰা অলপ মাটি আনি তাত তুমি মনৰ হেপাহে বনাই লৰা ছোৱালী জনি আছে তোমাৰ তাই দেউতাকৰ চিন হিচাপে

  • @bulbulisarmah1530
    @bulbulisarmah1530 3 місяці тому +1

    ❤ আচলতে দুখ নোপোৱা মানুহে কিছুমান প্ৰশ্ন কৰি ৰং চায তুমি সেইবোৰ প্ৰশ্নৰ উত্তৰ দি নিজক কষ্ট নিদিবা কাৰন মোৰ মানুহ জন নাই আজি ১৩ বছৰ হ'ল ময মানুহ চিনি পাব বাকি নাই ❤

  • @ChumiPhukan
    @ChumiPhukan 3 місяці тому +5

    কি কম তোমাক ভাষা নাই। তুমি আৰু পৰী সুখী থাকা ❤ তোমাৰ ভিদিও গোটে বিলাক চাইছো ৰো সদায় চকুপানী টোকো। পৰীৰ অন্নপশনত উদয় দাৰ দেউতাক দেখি এবাৰ মোৰ মনত আহিছিল তেওঁৰ মনত ফুৰ্তি নাই। উদয় দাৰ চিন এটা দি থৈ গৈছে অলপ হলেও পৰীৰ কাৰণে তেওঁ ১০জনৰ আগত অলপ হাঁহি মুখৰ উজ্বলতা থাকিলেও ভাল লাগে।যি কি নহওঁক তুমি আৰু পৰী সুখী থাকা পৰী ভাল মানুহ হওঁক ❤❤❤

  • @pubalidevi-z9z
    @pubalidevi-z9z Місяць тому

    Bhut dukh lgi gol ba... Manuhor ktha bd diyok... Manuhe ji mn jai takei kb... Apuni nijor mote aguwai jaok... Pori r care lb.. Lgete apunr o care lbo... God bless you🙏🙏🙏

  • @porideka6957
    @porideka6957 3 місяці тому +4

    Baa moi ata kotha kobo bisaru.manuh jonor tunar.sobore val dore rkhbo mon jai.heibabe vabu tumi morihali to poka kori diya.tumar odhikar ase buli moi vabu.hohai nupua eku nai.tumi koratu bisaru ba.baki poriloi bht bht mrm❤

  • @mousumiphukan4716
    @mousumiphukan4716 3 місяці тому

    Tumi nijor mote thakiba.... Kuneu tumk help nokore bea homoiyot... Vlkoi thakiba... Happy thaka...

  • @ub594
    @ub594 3 місяці тому +5

    Bhonti...hodai nijor mony bisora km to kori juya ..tymi porir babe sob kori juya ...iyt homaj ba manuhe tumk nukhuyai ..❤Sai nath always bless you dear pori n upasana ❤

  • @chayanikadas9634
    @chayanikadas9634 10 днів тому

    Vale thaka..emn morom kra bhaity ase.god bless you

  • @shyamolidutta1709
    @shyamolidutta1709 3 місяці тому +6

    তোমাৰ video চাই দুখ লাগি গ'ল মানুহৰ কথা গুৰুত্ব নিদি পৰীক লৈ আগুৱাই যোৱা।

  • @MoyouriBorthakur
    @MoyouriBorthakur Місяць тому

    Tumak Uday ye jene thoka ke bisarisil tumi tenekoiye thakiba. Aru Pori k loi xahoxere aguwai juwa❤

  • @MonikhaBorgohain
    @MonikhaBorgohain 3 місяці тому +5

    Tumi hodai ৰঙীন হৈ থাকা, আমাৰ মৰম সদাই আছে তোমাৰ লগত

  • @bhagyashreebhagyashree8481
    @bhagyashreebhagyashree8481 3 місяці тому +2

    পৰীলৈ আৰু আপোনালৈ বহুত বহুত মৰম আৰু আৰ্শীবাদ থাকিল ❤️❤️💘

  • @rashmita4on942
    @rashmita4on942 3 місяці тому +4

    বিধবা বুলিছে তুমি দুখ নকৰিবা
    এই অসভ্য বোৰ কেতিয়াও সলনি নহয়।
    সদায় নিজক ভালে ৰাখা ❤❤

  • @bonditasonowal2309
    @bonditasonowal2309 17 днів тому

    Belegor kothat kaan nidiba...aag barhi juwa ...pori ase tumar logt. Ai prithibit nijor aapun manuhor baade baki kakrur pora aku aakha nokorai val..jibon tu nijor mote aag barhi juwa ..tumi pariba. God bless you!

  • @borabora9241
    @borabora9241 3 місяці тому +3

    Maa Ghort thaka vale thaka lukor kotha মন nidiba পৰীক bohut morom dilu🎉🎉🎉 আগুৱাই যোৱা

  • @dipjyotibaruahgogoi5134
    @dipjyotibaruahgogoi5134 3 місяці тому +1

    আপোনাৰ কথা বোৰ শুনি বৰ দুখ লাগিল। চকু পানী ওলাই গ'ল। আপুনি আনৰ কথা বোৰ নুশুনিব।পৰি লগত ভালদৰে থাকিব।তাৰে ভগবান ওচৰত প্ৰাথানা কৰিছোঁ

  • @loneesbordoloi8943
    @loneesbordoloi8943 3 місяці тому +5

    বগা haz jur Pindi নিজকে দুৰ্বল নকৰিবা মই ও tumr নিচিনাই হৈ ভগৱান tumr hohai houk , mrom dilu pori aru tumaloi 💕❤❤

  • @padmadutta3158
    @padmadutta3158 3 місяці тому

    মাজনী তোমাৰ video আজি প্ৰথম চাইছোঁ..তোমাৰ কথা খিনি খুব ভাল লাগিল...জীৱন সংগ্ৰাম থাকিবই..সাহসেৰে আগুৱাই যোৱা..ভগৱান সাহায় হওক....❤❤❤❤

  • @priyankaboruah1576
    @priyankaboruah1576 3 місяці тому +4

    ভগৱান আছে বা। সকলোৱে এই পৃথিৱীতেই ভুগিব লাগিব

  • @monmoyuriburagohain4457
    @monmoyuriburagohain4457 29 днів тому

    Tumi aguwai jua ba. Anedore bipodot kunu log nidie.haikrone hodai strong hoi thaka nejor karne aru kolija pori karone...

  • @mitalinath6601
    @mitalinath6601 3 місяці тому +39

    তুমি বৰ বেছি দুখ কৰি নাথাকিবা, হয় আপোনজনক চিৰ দিনৰ বাবে হেৰুৱা দুখটো হাজাৰ কলেও পাহৰিব নোৱাৰে, কিন্তু তুমি এটা কথাই ভাবি লোৱা যে পৃথিৱীত এনে বহু নাৰী আছে এনে বহু সন্তান আছে যিয়ে স্বামী বা পিতৃক হেৰুৱাই দিশহাৰা হৈ পৰে কিন্তু ভগৱানে তোমাক তেনে কৰা নাই তোমাৰ ঘৰখন আছে পৰি আছে আৰু তোমাৰ চাকৰিটো আছে যাৰ দ্বাৰা তুমি অন্তত পৰীক কাৰো ওচৰত হাত নপতাকে ডাঙৰ কৰিব পাৰিবা,আৰু এটা কথা কও তোমাৰ ব্যক্তিগত জীৱনৰ প্ৰতিটো কথা ইমান খোলাকৈ নকলেও হয় কাৰণ তুমি ভবাৰ দৰে সকলো মানুহে এইবিলাক প্ৰশ্ন তোমাক ভাল পাই নুসুধিব পাৰে কিছুমান মানুহৰ কাৰ জীৱনত কি নহব লগা ঘটনা হল জনাতো বৰ আগ্ৰহ,আৰু এটা কথা আমাৰ সমাজত বৰ্তমান সময়তো অকালতে গিৰিয়েক জন ধুকালে আত্মীয় কুটুম্ব বা গাঁৱৰ মানুহ বিলাকে কিবা প্ৰকাৰে ঘৈনীয়েক জনীক দুখিব বিচাৰে, পাৰিলে directly নোৱাৰিলেও তলে তলে সেইটো কৰে, কিন্তু ঘৈণীয়েক জনীৰ বা সন্তান থাকিলে সিহঁতৰ ভবিষ্যত টোক লৈ চিন্তা কৰা মানুহ নাই, বহুত বেছি মৰম থাকিল পৰী আৰু তোমালৈ❤

    • @upashanabora1402
      @upashanabora1402  3 місяці тому +3

      বহুত বহুত ধন্যবাদ ❤️

    • @dhanashreedakua3024
      @dhanashreedakua3024 3 місяці тому

      Apuni akdm real kotha tu koise

    • @PratikshaPhukan-dl4ko
      @PratikshaPhukan-dl4ko 3 місяці тому +1

      সঁচাকৈ বা অলপো চিন্তা নকৰিব আপোনাৰ লগত আপোনাৰ ঘৰ খন আছে পৰি বেটি আছে।।।। মানুহ কিছুমান আছে আমাৰ সমাজত হাঁহি মাতি থকা দেখিলে দুখ দিবলে বিচৰা কিনো কব।।। এইবোৰ কথা গুৰুত্ব নিদিব আগবঢ়ি যাওঁক পৰি বেটিলৈ বহুত বহুত মৰম ❤❤

  • @kangkangoswami1283
    @kangkangoswami1283 Місяць тому

    সাহসেৰে আগন্তুক দিনবোৰ মাইনাক লৈ আগবাঢ়ি যোৱা।।অতীতক পাহৰি ভবিষ্যতৰ দিশে আগুৱাই যোৱা।।শুভকামনা থাকিল।।

  • @rupjyotidihingia1204
    @rupjyotidihingia1204 3 місяці тому +20

    স্বাতী কিৰণ বাইদেউ অসমৰ হয় তেওঁ তেখেতৰ স্বামীৰ মৰম ভালপোৱাবোৰ লৈয়ে জীৱন জীয়াই আছে উপভোগ কৰিছে। তেওঁ শিৰৰ সেন্দুৰ আৰু ৰঙা কাপোৰেৰে মনটোক ধুনীয়া কৰি ৰাখিছে। এইটো তোমাৰ জীৱন তুমি কেনেদৰে নিজৰ ছোৱালীৰ হতে সুখী হোৱা তাত কোনেও মাত মতাৰ অধিকাৰ নাই আৰু এইবোৰ লৈ কোনো ভ্ৰক্ষেপ নকৰিবা। জীৱন সুন্দৰ। ভাল কৈ থাকা। শুভেচ্ছা জনালোঁ।

    • @chanakyagogoi2500
      @chanakyagogoi2500 3 місяці тому +1

      Hosa kotha koise manuhjon morily ki hol hridoit tu hodai jeai ase

  • @abhimusical4255
    @abhimusical4255 24 дні тому +1

    হলা গছত বাগি কুঠাৰ মৰা বহুত সহজ। বুজাই হে বুজিব, দুখ বোৰ অনুভৱ কৰিব পাৰিব। আপুনি হাৰ নামানিব,আগুৱই যাওক।

  • @NibeditaBora-tf6bm
    @NibeditaBora-tf6bm 3 місяці тому +3

    তুমি আনৰ কথাত গুৰুত্ব নিদিবা। পৰি আৰু তোমাৰ ঘৰৰ লোক সকল তোমাৰ লগত আছে। গতিকে তুমি সাহসী হৈ আগবাঢ়ি যোৱা।

  • @ChitranshuKaWorld
    @ChitranshuKaWorld Місяць тому

    স্বামী নিচিনা কোনো হব নোৱাৰে। তথাপিও তোমাৰ মা দেউতা আছে লগত তোমাক সাহস দিবলৈ। সুখী হোৱা আৰু হাঁহি থাকিবা পৰীৰ বাবে।

  • @simisvlog3830
    @simisvlog3830 3 місяці тому +13

    "Bidhoba" ei word tu amar ajir jugot kunu educated person e nokoi....apunak jiye koise teor maintaillity kenekua hobo pare baru...ajikali husband nathakilro ronga fut bahutoke logua moi dekhisu aru mur bhal lage dekhi olop tu amar xomaj khan r new generation tu change hoise xeikarone....belegor katha t mon beya nokoriba baa....just ignore them...pori k loi aguai jua....god bless you and your family ..love from guwahati

    • @rajashreebarman5927
      @rajashreebarman5927 3 місяці тому +1

      Mur deuta nai kintu maa e red bindi logai. Ami e encourage koru valke thakiboloi. Maa 64 yrs. Tumi Tu xoru suwali. Marital status e sob nhoi prithibi t.

  • @kobitasaikia-tm6jy
    @kobitasaikia-tm6jy 3 місяці тому +1

    kopalor likhon kune khondabo. kopalor mote he hb sob kam. blgr ktha nuhuniba. nijor mote sola. jibon2 nijor blgr nhoi. aguai jua. konmni jniloi bht bht mrm❤

  • @jyotimechchetiachetia1776
    @jyotimechchetiachetia1776 3 місяці тому +3

    ঠিক কথা কৈছা। তুমি সদাই ৰঙিন হৈ থাকিবা

  • @jolitakalita5807
    @jolitakalita5807 5 днів тому +1

    Apunr kotha xunilei baa sokur pani olai jai o baa...xodai vale thaka o baa tmi...

  • @Aapunprithibi
    @Aapunprithibi 3 місяці тому +4

    মই তোমাক আগৰ ভিডিঅ'ত কৈছোঁৱেই যে ৰুপু মোৰ ভাইটিৰ লগৰ তাহাতি একেলগে খেলি ধূলি পঢ়ি ডাঙৰ হৈছিল, তোমাক এটাই কও সাহসী হৈ আগবাঢ়ি যোৱা, তোমাৰ লগত তোমাৰ ঘৰখন আছে তাতকৈ ডাঙৰ শক্তি একো নাই,বাবু ইমান ভাল লৰা তোমাক সি আজীৱন সূৰক্ষা দিব মোৰ মনটোৱে কৈছে, কেতিয়াবা লগ কৰিম দিয়া,পৰী মোৰ ভতিজা হয় আমি একে বংশৰে হয় কিন্তু সময়ৰ সুতত এতিয়া কোনো সম্পৰ্কৰ টান নাই।পৰী মানু ভাল মানুহ হব আৰু তোমাৰ মনৰ সকলো দুখ নাইকীয়া কৰিব 😘।

    • @upashanabora1402
      @upashanabora1402  3 місяці тому +1

      Nishyoi log pam..🥰

    • @Aapunprithibi
      @Aapunprithibi 3 місяці тому

      @@upashanabora1402 ভন্তি ভাবি কৈছোঁ, তুমি সকলো মানুহকে তোমাৰ নিজৰ মনক কষ্ট দি কান্দি কান্দি সকলো প্ৰশ্নৰ উত্তৰ দিয়াৰ কোনো দৰকাৰ নাই, বিশেষকৈ আনৰ মুখৰ হাহি দেখিব নোৱাৰা বোৰক।

  • @nehasultana7461
    @nehasultana7461 3 місяці тому

    Xodai anekoi aguwai juwa baa.....blg r khotha xuni nijoke kosto nidiba ...❤❤

  • @sunuborah3304
    @sunuborah3304 3 місяці тому +3

    Nojor ma deata haman kunu njoy love from Lakhimpur

  • @bhadrajitkakoti187
    @bhadrajitkakoti187 27 днів тому

    Baa tmi dukh kri nathhakiba pori babe tmi bhut strong hb lagibo,porile bhut mrm thakile

  • @purnamborah1542
    @purnamborah1542 3 місяці тому +7

    কিছু ক্ষেত্ৰত ময়ো জানো মানুহ জন থকা লৈকে মানুহ গৰাকীৰ মূল্য থাকে। মানুহ জন নোহোৱা হৈ গ'লে মানুহ গৰাকীক জগৰীয়া কৰে। মানুহ গৰাকীক শান্তিৰে থাকিবলে নিদিয়ে। কিছুমান মানুহে মানুহ জন জীয়াই থাকোঁতে ও শান্তি নিদিয়ে।তোমাৰ ভিডিঅ' প্ৰথম যেতিয়া চাইছিলো তেতিয়া ই দেখি গম পাইছিলো। এনেধৰণৰ কিবা কথা হ'ব। তোমাৰ কষ্ট দুখ বোৰ বুজি পাও।

    • @alexmukut2820
      @alexmukut2820 3 місяці тому

      সেইটো কথা ময়ো অনুমান কৰিছিলো৷

  • @nirugogoi3594
    @nirugogoi3594 Місяць тому +1

    আইজনী থাকা তুমি মা ঘৰতে থাকা কৰো কথা নুহুুনিবাা আজি কালি মানুহ বোৰৰ কথা শুনিলে পাগল হব লাগিব ভয় নকৰিবা ভগৱান আছে আগবাহি যোৱা

  • @madhusmitaborah7322
    @madhusmitaborah7322 3 місяці тому +8

    মানুহবোৰে কি ধৰণৰ cmnt কৰে বাৰু, তেওঁলোকৰ লগত যদি তোমাৰ নিচিনাকৈ অৱস্থা হয়, tetia এনেকৈ কলে হেতেন নে, গতিকে কোনোবাই kua কথাত গুৰুত্ব নিদিবা

  • @karishmadas3766
    @karishmadas3766 2 місяці тому

    Nijor apun manuh jn nhole sb misa....jar lgt hoise teo he buje ..vle thoka ba tumi ..porik bhut cute lge❤

  • @mitaliboruah7809
    @mitaliboruah7809 3 місяці тому +4

    তুমি কলিজা জনীক ভাল মানুহ কৰা,মানুহে কি ভাবে কি কব এইবোৰ দৰকাৰ নাই ,নিজে ভালে থাকা বাবু তোমাৰ বাবে সাহস হৈ থাকক সদায়ে

  • @priyankabora5267
    @priyankabora5267 3 місяці тому +1

    ইমান মৰম লগা পৰিয়াল আছে তোমাৰ। কিয়নো অকলশৰীয়া বুলি কৈছা। মনৰ মাজত উদয়ক জীয়াই ৰাখা আৰু পৰিৰ লগত সুখেৰে জীৱনটো উপভোগ কৰা।

  • @BontiBoruahBonti
    @BontiBoruahBonti 3 місяці тому +2

    আনৰ কথা লৈ কাণ নিদিবা পৰী মানুক লৈ জীৱনত আগুৱাই যোৱা। তোমাৰ ভিডিঅলৈ বাত সদায় বাত চাই থাকো। তোমাৰ লগত তোমাৰ ঘৰৰ মানুহ সকলো আছে। প্ৰথম কমেন্ট তিনিচুকীয়াৰ / মাৰ্ঘেৰিটাৰ পৰা।

  • @junalihazarika8297
    @junalihazarika8297 25 днів тому

    Kotha khini huni bahut dukh palu ....mur ghr tate ghrt gole log pam ..pori k abar log pabo mon ase ❤❤god bless you pori❤❤

  • @diksha8756
    @diksha8756 3 місяці тому +3

    Vle thaka ba ❤....

  • @KrishnapurDhakuakhana
    @KrishnapurDhakuakhana 3 місяці тому

    Tumar kothabur suni beya lagil.god bless you.

  • @SangitaboruahSangitaboruah-j9l
    @SangitaboruahSangitaboruah-j9l 3 місяці тому +6

    মানুহবোৰে কি ভাবি কমেন্ট কৰে নাজানো এইবিলাক মানুহৰ মানসিকতা বৰ ঠেক । আচলতে তেওঁ লোকৰ নিজৰ লগত বা আপোন মানুহৰ লগত হলে হে বুজি পাব। নিজৰ মানুহজন নোহোৱা মানুহগৰাকীয়েহে বুজি পায় জীৱলটো কিমান কষ্ট কৰ। তুমি সদায় ৰঙীন হৈ থাকিবা আৰু হাহি ধেমালি য়ে আগুৱাই যোৱা আৰু পৰীক ভাল মানুহ হিচাপে গঢ়ি তোলা। পৰী আৰু তোমালৈ বহুত বহুত মৰম থাকিল❤❤। শিৱসাগৰ পৰা চাই আছো।

  • @rumabhuyan7307
    @rumabhuyan7307 20 днів тому

    Upashana moi tumak kotha eta kou xodai nijor motei kam kori juwa pori mainaloi bohut bohut morom disu dhoirjyo dhora bhogowan ase kam kori juwa xokolu thik hoi jabo

  • @DipikaDhrubaborah
    @DipikaDhrubaborah 3 місяці тому +7

    Comment bilk kori kisuman ktha hudhib pari buli apunaloke kisuman ktha hudhi nidibsn🙏abar vabi sabsn mnuhjnir mukhr agt haikhni hudhib pari jnu ba hudha2 apunar daito hoi ne.manuhr dukh bilk komab lage parile Tak anekoi sosorai lgte loi furab nalage.parile hahoh diak mnuhjnik ru porik anekoi kisuman ktha janiboloi nibisarib ji ktha apuni moi najanileu solib parim ba anelokr video bur sab parim🙏🙏

  • @mousumisaikia4759
    @mousumisaikia4759 3 місяці тому +1

    তুমি শক্তিশালী হৈ আগবাঢ়ি যোৱা.....বগা কাপোৰ পিন্ধিলে উদয়ে দুখহে পাব.... পৰীক সুন্দৰ ভাৱে গঢ়ি তোলা....নিজেও সুন্দৰ মন এটা লৈ ধুনীয়াকৈ থাকি আগবাঢ়ি যোৱা....কথা কোৱা মানুহৰ অভাৱ নাই..... একেবাৰেই প্ৰাধান্য নিদিবা, উত্তৰো নিদিবা..... ভালে থাকা দুয়োজনী ❤❤❤❤

  • @monisharma2131
    @monisharma2131 3 місяці тому +3

    বৰ ভাল কৰিলা, মানুহ জন নাথাকিলে একো নাই। তোমাৰ লগত যিহেতু মাৰ ঘৰৰ সকলো আছে।বাবুলৈ অনুৰোধ বাক এৰি নিদিবা

  • @PriyamoniPatir
    @PriyamoniPatir 29 днів тому

    Tumar katha bur hunile monot bohut dukh lage 😢aguwai juwa❤

  • @nirathengal1872
    @nirathengal1872 3 місяці тому +2

    আশীৰ্বাদ কৰিছোঁ পৰি দেহা আৰু তোমাক সদায় ভালকৈ থাকিবা আৰু তুমি সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ গৈ তোমাৰ মনতো অশান্তিৰ সৃষ্টি কৰি নলবা কাৰণ তোমাৰ লগত ঘৰৰ সকলোৱে আছে আৰু পৰি দেহা জনী আছে ❣️ নহয় তুমি সাহসেৰে যুঁজ দিব লাগিব ..…🙏 ভগৱানে তোমাক আৰু পৰি দেহা সু-স্বাস্থ্যৰ কামনা কৰিলোঁ ❣️❣️🙏🙏

  • @Momiknowar
    @Momiknowar 29 днів тому

    Blg kotha bad dewa ba . Tumi tumr pori karone hokolu koribo lagebo .❤tumi a tai hokolu ❤❤❤ love you pori ❤ hodai vale thaka tumi ❤

  • @sangitasaikia3992
    @sangitasaikia3992 3 місяці тому +2

    জীৱন বৰ অনুপম উপাসনা 🫂🫂🫂

  • @aditisaikia4132
    @aditisaikia4132 28 днів тому

    Aji prothom saisu video,tumar kotha akuei najanu kintu video tu Sai thoka gutei homoi kon soku paniei utlai thakil, ji ki nohowk tumar logote okonmani joniu ভৱিষ্যত hundor howk আৰু hukhere bhori পৰক,vale thaka hodai❤❤❤

  • @sumansdairy1902
    @sumansdairy1902 Місяць тому

    God bless you. Jar lgt hoise heahe bujibo dei. Blge kothabyr beake lboi

  • @nitumonikalita4973
    @nitumonikalita4973 26 днів тому

    Tumi kandi nathakiba ba tmr lgt atia hokolu asa buli vbi lua aru tmr moromr pori asai 🥰😘tumaloi aru poriloi bohut bohut morom ❤

  • @MadhurimaDreamvlogs
    @MadhurimaDreamvlogs 3 місяці тому +1

    Uhhf bohut kosto paisu o.aru strong huwa aruu vale thaka.hosake manuhjon gusi gole husband r poriyale dekhib nuwara hoi.thakute dekhib nuware dhukale aru dekhib nuwara hoi jai o .

  • @tribenihazarika-o2i
    @tribenihazarika-o2i 2 дні тому

    Ba tumar video sai bht vl lage ❤ from Lakhimpur

  • @dalimisarania4606
    @dalimisarania4606 Місяць тому

    Vale thaka porik loi jiwantu aguai jowa❤

  • @BobitaSoren-w1o
    @BobitaSoren-w1o 9 днів тому

    Always be strong baa ❤❤❤

  • @anjaleedutta9507
    @anjaleedutta9507 3 місяці тому

    Parijonikloi xahaxere agbarhi jowa axirwad koriso .Tomar Ma deutar ghorkhon tomar logot ase 👍👍

  • @KobitaChutiaHatiboruah
    @KobitaChutiaHatiboruah 10 днів тому

    তুমি সাহস আৰু ধৈর্য্য ৰে পৰীক ডাঙৰ কৰা। ঈশ্বৰে তুমাক সহায় কৰিব।

  • @sikhagogoi66
    @sikhagogoi66 11 днів тому

    tumi agui jua ba ❤

  • @bikoshitadutta4778
    @bikoshitadutta4778 3 місяці тому

    Nijor mote kori jua... Bohut morom tumaloi aru poriloi.. 😘

  • @HimashriKalita-si5dn
    @HimashriKalita-si5dn 18 годин тому

    U r strong ledy

  • @dharitrisaikia3454
    @dharitrisaikia3454 16 днів тому

    Hukhi hua porir logt... ❤️❤️

  • @BikashHazarikaBikashHaza-oi9ee
    @BikashHazarikaBikashHaza-oi9ee 3 місяці тому +1

    তুমি এইবিলাক vedio নবনাবা,পৰিক ভাল মানুহ কৰা ভাল শিক্ষা দিয়া আৰু নিজে সাহসী হৈ পৰিকো সাহস দিয়া তোমাৰ ঘৰৰ মানুহ খিনি আছে আৰু তাতকৈ বেছি তোমাৰ ভাইটী পৰীৰ দেতা- মামা আছেই তোমালোকক প্ৰতি টো খোজত লগ দিবলে ❤। মাত্ৰ হাঁহি থাকা জীৱন টো আগবঢ়াই নিয়া যোৱা জন গ'ল তেওঁক মনত পেলাই নিজক কষ্ট নিদিবা, মনত বাৰু পৰিবই তথাপি,, হাঁহি ফুৰ্তি কৰি থাকা আৰু সেই জ্বলি পুৰি মৰা মানুহ খিনিক দেখাই দিয়া যে তোমালোক বিন্দাছ আছা❤❤।পৰিলৈ মৰম🥰😘😘।।

  • @punyahappybrithdaytuyouviv9064
    @punyahappybrithdaytuyouviv9064 3 місяці тому

    Pori manu aru tuma loi bohut morom ❤❤❤❤❤

  • @PujaBoro-i1r
    @PujaBoro-i1r 2 місяці тому +1

    Love from dibrugarh ❤Tumak log pwar akha thakil

  • @AnuragSL-y7x
    @AnuragSL-y7x 3 місяці тому

    Manuh a manuhor bodnam nuliai kune uliabo ...tumi aibur kotha nuhuniba ..nijor mote thaka...❤❤

  • @bikashpator2339
    @bikashpator2339 23 дні тому

    Dhuniya lagise tomak ❤❤❤