Bokul | Assamese Film | বকুল | অসমীয়া চিনেমা | ৰীমা বৰা
Вставка
- Опубліковано 4 лис 2024
- Thirty-year-old Raktim comes back to his town to attend his sister's wedding and is struck by the changes that the place has gone through during his absence of five years. He also realizes that his old music teacher is missing, and sets off on a search to find him. In this search he comes across three characters - an old lonely fisherman who spends his last days in the memory of his only son, a young rickshaw-puller who is bravely fighting off communal prejudice to take care of his family, and a single mother who runs her shop independently. Coincidentally, each of these characters are named Bokul - and Raktim shares their personal journeys in the narrative, that leads him to the final truth.
Directed by: Reema Borah
Producer : Sandeep Patil
Cast
Ankita Borah ... Kuntala
Anupam Borah ... Salesmen
Nirab Das ... Bokul (Fisherman)
Udayan Duarah ... Raktim
Dwijen Mahanta ... Romoni
Urmila Mahanta ... Lady Bokul
Bhaswati Patowary ... Lady Bokul's Daughter
Kaushik Sharma ... Bokul (Rickshawpuller)
Rassmin Bora ... line producer
Reema Borah ... executive producer
Saurav Dey ... creative producer
Cinematography by
Sandeep Patil
Film Editing by
Rantu Chetia
Jasir Imtiaz Siddiqui
Second Unit Director or Assistant Director
Jinku Baruah ... trainee assistant director
Satyabrot Bharali ... trainee assistant director
Utpal Bhattacharya ... Chief assistant director
Rassmin Bora ... assistant director
Shrutismriti Changkakoti ... Chief assistant director
Dani Hemangi Kashyap ... trainee assistant director
Sound Department
Bibek Basumatary ... Production Sound Mixing - Sync Sound
Boby John ... re-recording mixer / sound designer / sound editor
Premsanker S. ... sound editor
Seby Varghese ... assistant dialogue editor
Camera and Electrical Department
Sudhan Athavale ... Additional cinematography
Siddharth Mitragotri ... Additional cinematography
Post-production superviser
Rantu Chetia
Thanks
Al Ameel ... thanks
Manish Mundra ... special thanks
Len Prasad ... thanks
#assamesefilm #independentfilm
#mami
❤❤🌼
এই গান টো মোৰ মনত ব্যাকুল ভাব এনে সুন্দৰ ❤
বৰ ধুনীয়া। এইখন আৰু মোৰ শেষ গান দুয়োখন চিনেমাৰ মাজত অলপ মিল আছে। কিন্তু দুয়োখন সুকীয়া।।ধুনীয়া।
বকুল 2015 চনত বনোৱা
❤
আচৰিত😮
এখন সুন্দৰ চিনেমা চালো।এই চিনেমাখনৰ লগত জঢ়িত সকললোলৈকে অভিনন্দন।জনালো।
সুন্দৰ নিৰ্মাণ ৷ চিনেমাখন চাবলৈ পোৱাৰ বাবে আন্তৰিক ধন্যবাদ জনালোঁ ৷
বহুতৰ মুখে মুখে শুনি আহিছিলো এই ছবিখনৰ কথা। আজি চোৱাৰ সৌভাগ্য হ'ল। মন চুই গ'ল।
চিনেমা যেন লগা নাই দেখোন, বাস্তৱ যেন লাগিছে,
এখন ভাল চিনেমা চালোঁ। নিখুঁত অভিনয়। মন ভৰি গ'ল ।
বহুত ভাল লগা এখন ছবি। সকলোৱে এবাৰ চাব। মনটো ভাল লাগি যাব।
Bohut bhal
❤️❤️❤️
commercial movie ৰ দৌৰত আমাৰ দৰে মানুহৰ প্রিয় ছবিবোৰ যেন হেৰাই যায় । প্ৰায়বোৰ এনে ধৰ্মী অসমীয়া চিনেমা সুলভ ভাৱে এনেকৈ পোৱাৰ ব্যৱস্থা কৰিলে আমাৰ দৰে অসমীয়া দৰ্শকৰ সুবিধা হব । ধন্যবাদ
ভাল বোলছবি এখন চালোঁ…বৰ্তমানৰ সমাজব্যৱস্থাৰ বহু ছবি চিত্ৰায়িত হৈছে।সমাজবাদী(কমিউনিষ্ট) নেতাৰ ভুল-ত্ৰুটিবোৰ দেখাই দি সমাজবাদৰ প্ৰাসংগিকতা প্ৰকাশ কৰাতো অতি সুন্দৰ প্ৰচেষ্টা।ধন্যবাদ।🙏
Nice
সুন্দৰ
Cinema khon bohut bhal lagil
Glad to be a part of this wonderful film❤🙏
ছবিখন চাই কিবা এটা ভাল লাগিছে, দুবাৰ চালোঁ।
কি সাংঘাতিক অভিনয় আটাইৰে...!অসমীয়া চিনেমাই মোহ লগাই থাকক এনেকৈ..!
সুন্দৰ ছবি বৰ ভাল লাগিল চাই।
বহুত ভাল লাগিল.... আপ্লুত হ’লো৷
Val lgi gol kiba eta.....protitu চৰিত্ৰ emn dhuniya ke ফুটি উঠিছে🥰
বৰ ভাল পালো চিনেমাখন চাই। কিছুমান দৃশ্যৰ আৱেদন ইমান শক্তিশালী যে মই বাৰে বাৰে চাইছোঁ।
বৰ্তমান বজাৰত অন্য ৰুচিৰ চিনেমাৰ পয়োভৰ বেছি হৈ আছে। কিন্তু এটা সৃষ্টি কেতিয়াও শেষ হৈ নাযায়, প্ৰজন্মৰ পাছত প্ৰজন্মই এই সৃষ্টিৰ শলাগ ল'ব, সেয়া মোৰ দৃঢ় বিশ্বাস।
আপোনালোকলৈ বহুতো শুভকামনা পঠিয়ালোঁ। 🌻🌻🌻
জীবন্ত ৰূপ পাই উঠিছে প্ৰতিটো চৰিত্ৰ । যেন মই জীয়াই আছো তাত । বহুত সুন্দৰ হৈছে । 🥺❤
আমি support কৰিব লাগে🙏
Ultimate!
খুব ভাল লাগিল চিনেমাখন ৷ আৰু আগলৈ চোৱাৰ হেপাহ থাকিল ৷
Very nice 👌
বৰ ভাল লগা
সুন্দৰ এখন চিনেমা চালো বহুদিনৰ পিছত
Wonderful. It's like poetry. Hats off. So many shades of life maintain a soul searching of so many things sometimes in words sometimes in silence.
Wow... what a piece of work. Bohut dinor pora huni asilu movie khonor kotha huni asilu aji sabole pai bohut val lgise aru logote 4-5 bosor agor Biswanath Chariali khon dekhi nostalgic hoi goisu. Hosake bohut bohut besi val lagil 😍😊
Bhal lagil sai♥️...full raw movie, mur enekua type movie e bhal lage.
জনা বুজা হোৱাৰ পৰা বৰ্তমানলৈকে মোই জীৱনত দেখি অহা বহুতো দৃশ্য উপস্হাপন হৈছে । ইমান সুন্দৰ আৰু সাবলীল চেনেমা এতিয়ালৈ দুবাৰ চাইছো আৰু চাম ....😍 কথাবোৰ ইমান সুন্দৰকৈ উপস্হাপন কৰিচা...!
আগবাঢ়ি যোৱা তোমালোক💝💞
প্ৰিয় চিনেমা 💚💚
সঁছাকৈয়ে বৰ সুন্দৰ হৈছে
মন ভৰি গ’ল৷ ইমান সুন্দৰ উপস্থাপন!
কেনে সুন্দৰ উপস্থাপন 🌸🌸
আগলৈও এনে সৃষ্টি বিচাৰিম ❤️
বকুল... কি ধুনীয়া...🌼
Bohu kotha hikilu bujilu mon sui gol
Lots off love to the whole family ❤️❤️
💌
Best
চৰিত্ৰসমূহৰ মাধ্যমেৰে বাস্তৱৰ সাবলীল উপস্থাপন। এনে ধৰণৰ ছবিয়ে অসমীয়া ছবিজগতখনক নতুন গতি প্ৰদান কৰিব বুলি আশা কৰিব পাৰি।
Art film মোৰ প্ৰিয় । বাৰে বাৰে চাওঁ কথাছবিখন । নিজেও চাওঁ আৰু ভাল চিনেমাক আদৰ দিয়া মানুহকো share কৰিছোঁ । অভিনয়ৰ পৰা আদি কৰি সকলোবোৰ Amezing . Abstract বোৰ খুব ভাল লাগে। I'm a painter. Love from Jorhat.
What a work... speechless. Reema ma'am and your team congratulations for this awesome creation 👏🙏
বহুত ভাল লাগিল 🙏🙏🙏🙏❤️❤️❤️
Wow amazing such a beautiful realistic story
এখন ভাল চিনেমা উপভোগ কৰিলো
What a chain of stories..how wonderful acting... salute to the entire crew 🙏
Dhuniya❤❤
Outstanding movie ❤️❤️❤️
A masterpiece.
beautiful film.
Amazing 😍
Xosake vl lagil mon sui gol
Thank you for this. One of my all time favourite Assamese film it is 🤍. Have seen it long back in moviesaints and now feels so good to see it here. I feel this is something everyone should experience !
Such a great movie 💙 congratulations REEMA BORAH MA'AM 💫❤️
সৰ্বযুগৰ শ্ৰেষ্ঠ ছবিৰ ভিতৰত থাকিব বকুল।
We need this type of Assamese movie 💐💐💐
❤️❤️❤️❤️
❤️❤️❤️
Beautiful 😊❤️
❤️
Such a beautiful work 💚
The Fragrance ❤️
Each and every still , every frame of this movie has different stories to tell.....what a filmography ❤️
one of my fav movie....
Waiting
Such an wonderful piece of work. Couldn't stop tears rolling down from my eyes. Lots of love to the whole team.
Respect Reema Borah 💚
Deepest respect to the director and the whole team!
The countdown starts...
ভাইটি ছবি খন দিবলৈ চেষ্টা কৰিব ছোন
Nice movie.. Great acting...
Wonderful creativity of Reema Borah and her team. A great addition to the Assamese Film Industry. Best wishes always.
Great work sum ba nd whole team💖💖💖
💚
Probably one of the best films ever☺
Congratulations REEMA and team for the wonderful creation (y)
Forever favourite ❤️❤️❤️
Great work ❤️
বিৰাট ভাল লাগিল
Sob val.lagise kin2....camera man tu kun asil nu ....imn u valke nai kra
সন্মান সহকাৰে আৰু কমিউনিটি গাইডলাইন মানিয়ে মন্তব্য কৰিছো, 'কি বাজে ফিল্ম৷ আকৌ বোলে কিবা মহোৎসৱতো যোগদান কৰিছিল৷ লিংক থাকিলে সবেই মহোৎসৱত যাব পাৰে, পুৰষ্কাৰো বুটলিব পাৰে৷ এনেকুৱা চিনেমাই অসমীয়া চলচ্চিত্ৰৰ প্ৰতি দৰ্শকৰ মোহ নাইকীয়া কৰি পেলাইছে৷' বহুত কষ্টত চিনেমাখন চালো৷
Kosto t aako kio saale? Nasale hol hoi !! Nohoi janu
Kgf chapter 3 আহি আছে ককাইদেউ।
@@TheUdayan69 নোচোৱাকৈ মন্তব্য দিয়া বেয়া৷ সেইকাৰণে চালো৷
Art বুজি নোপোৱা মানুহে Art film নোচোৱাই ভাল। এই কথাছবি খন Artistic mind এটা থাকিলেহে ছবিখনৰ abstract খিনি বুজি পাব পাৰি। চিত্ৰশিল্পী হিচাপে মোৰ অনুভৱ এইয়া।
সম্পূৰ্ণ কৈ চাই ২০২৪ চনৰ ২৪ ছেপ্টেম্বৰত থিয় হৈ কৈ আছোঁ। আজিও অসমত এনেকুৱা বহুত তথাকথিত কমিউনিষ্ট ঘূৰি ফুৰিছে।
একেবাৰে চিৰ সত্য কমিউনিষ্ট নেতাৰ কথা আৰু কাৰ্য্য ক্ষেত্ৰত তথা মানসিকতাৰ আকাশ পাতাল পাৰ্থক্য । অপ্ৰিয় হ'ব পাৰে কিন্তু এয়াই বাস্তৱ সত্য। আজিৰ কমিউনিষ্ট নেতাৰ হে অজস্ৰ সম্পত্তি। বিষ্ণু ৰাভাৰ আদৰ্শত কমিউনিষ্ট হৈ দেখাওক তেতিয়া মানিম।
সমালোচনা কৰাতকৈ হৃদয়ংগম কৰি বিচাৰ কৰক অসমৰ জনতাই কিয় কমিউনিষ্ট ক আজি উপেক্ষা কৰিলে। অসমত কোনো কালতেই আৰু এই চিন্তাধাৰাই গা কৰি উঠিব নোৱাৰে। নতুন প্ৰজন্মই যথেষ্ট বিশ্লেষণ কৰি আগবাঢ়িছে।
শেষত এনেকুৱা নিৰ্মোহ বাস্তৱ নিহিত অসমীয়া সমাজ খনৰ ভিত্তিত ভৱিষ্যতে আৰু আশা কৰিলোঁ।
❤️❤️
❤