- 637
- 423 672
NobulMoon
India
Приєднався 4 бер 2013
Mainly this is an Assamese VLOGGING channel where we talks and interacts with the peoples, but sometime we create UA-cam shorts . Please subscribe my channel and turn on the notification bell by clicking in "ALL" option, so that you can get the all notification as soon as i upload any video here in this channel. Please don't forget to comment and share my videos with your friends and family members.
For Correspondence: nobulmoon@gmail.com
For Correspondence: nobulmoon@gmail.com
INDIAN ARMY 💖এটি ভাল, উৎসাহজনক খবৰ
INDIAN ARMY 💖এটি ভাল, উৎসাহজনক খবৰ
#assam
#duliajan
#motivational
#motivationalvideo
#assam
#duliajan
#motivational
#motivationalvideo
Переглядів: 77
Відео
For KHEL MAHARAN 2.0, prepariations began
Переглядів 1412 години тому
For KHEL MAHARAN 2.0, prepariations began For player's name registration, kindly click the following link: dsywassam.com/khel #khelmaharan #khelmoharan #khelmoharon #khelmaharan2.0 #sports #assam #nobulmoon #khelmaharan
Why Clock is essential in Chess Tournament
Переглядів 7312 годин тому
Why Clock is essential in Chess Tournament #assam #duliajan #nobulmoon #chess
KHEL MAHARAN 2.0
Переглядів 24319 годин тому
KHEL MAHARAN 2.0 Age Criteria etc..... For player's name registration, kindly click the following link: dsywassam.com/khel #assam #tinsukia #khelmaharan #khelmoharan #khelmoharon #khelmaharan2.0 #sports
KHEL MAHARAN 2.0 ত নতুন সংযোজন
Переглядів 1,8 тис.День тому
KHEL MAHARAN 2.0 ত নতুন সংযোজন For player's name registration, kindly click the following link dsywassam.com/khel #khelmaharan #khelmoharon #khelmoharan #assam #dibrugarh
CBSE FAR EAST ZONE SWIMMING 🛑 TINSUKIA
Переглядів 9921 день тому
CBSE FAR EAST ZONE SWIMMING 🛑 TINSUKIA
PARTHA BIJOY DUTTA ART GALLERY and Dr. Swati Kiran
Переглядів 75Місяць тому
PARTHA BIJOY DUTTA ART GALLERY and Dr. Swati Kiran
MLA আৰুOIL INDIAৰ চি এম ডিয়ে মাৰিলে ঝাড়ু
Переглядів 1003 місяці тому
MLA আৰুOIL INDIAৰ চি এম ডিয়ে মাৰিলে ঝাড়ু
From Assam long jumper and runner ❤❤
Nice..... 👌i like both. But which place of Assam is not yet mentioned😀
@@nobulmoon Silchar.. Well can you recommend some tips to do running more faster I am 14 year girl, I am an athlete ❤️
Goalpara r manuh bilake kot jabo lagibo
প্ৰথম পৰ্যায়ত অসমৰ সকলো গাঁও পঞ্চায়ত এলেকাত খেলসমুহ অনুষ্ঠিত হ'ব।
ৰাহুললৈ অশেষ ধন্যবাদ---অভিনন্দন
ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। আপোনাৰ অভিনন্দন বাৰ্তা ৰাহুলে নিশ্চয় পাব। মন্তব্যটোৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰিছো 🙏
Date
From 13th November 2024.....
@@nobulmoon I have registered now, so when it will start maximum chances??
লৰাজনৰ কথা শুনি ভাল লাগিল।হয়ে বোকাত পদুম ফুল।ৰাহুলৰ মনৰ আশা পুৰন হওক।মনত প্ৰবল উৎসাহ একাগ্ৰতা থাকিলে নিশ্চয় সফল হব পাৰি।ভাল লাগিল।সুন্দৰ ভিডিঅ আমিও ৰাহুলৰ দৰে প্ৰতিভাবান লৰাজন ৰ বিষয়ে জানিব পাৰিলো।🙏🙏🙏🙏🙏
ল'ৰাজন আন দহজনৰ বাবে আৰ্দশস্বৰূপ। আপোনাৰ এই মতামতৰ বাবে কৃতজ্ঞতা স্বীকাৰ কৰিছো 🙏
Hi dada khel maharan ketiyare pora start hobo
13 Novemberৰ পৰা আৰম্ভ..... online registration কৰিলা নে !!
@@nobulmoon Dada Apunar video keita Bohut helpfull hoi p❤❤
WoW lovely.....glad to know this😀🙏
From Jorhat❤ footballer
Really feel glad to know this ....💖
Very nice
Thank you very much for your kind words...
Khel maharonot arm wrestling tu o dibo lage aru cricket o ❤❤❤
পিছলৈ দিব চাগে। ৰাজ্য চৰকাৰৰ ওপৰতে নিৰ্ভৰ কৰে এই কথাটো।
Karbianglong pora ❤❤
Much love from our end.....💖
Dada khel r dina ki ki documents loi jbo lagibo ???
বঢ়িয়া প্ৰশ্ন। এইটো মই জিলা ক্ৰীড়া বিষয়া কাৰ্যালয়ৰ বিষয়ববীয়া সকলক সুধি সোনকালেই জনাম দেই।
সুন্দৰ পদক্ষেপ🎉🎉🎉নগাওৰ চাপানলাৰ পৰা চাই আছো🙏🙏🙏
ইমান দূৰৈৰ পৰা ভিডিঅ'টো চোৱা বুলি জানিব পাৰি খুউব ভাল লাগিল, অশেষ ধন্যবাদ বাইদেউ🙏
Dada slow cycle hobo ne race aaru ranger cycle lole hobo nai
গিয়েৰ নথকা যিকোনো চাইকেলেই হ'ব।
@@nobulmoon race hobo??
Sir khel tu kot hobo
সমগ্ৰ অসমতে হব। সকলো জিলাৰ সকলো গাঁও পঞ্চায়ত সাঙুৰি ল'ব এই খেল মহাৰণে।
Kabadi nai neki
কাবাডী আছে......কি কি খেল আছে সেই সকলো সামৰি আন এটা ব্লগ বনাইছিলো, চাবছোন এবাৰ। ua-cam.com/video/6uxCiqNTy1Q/v-deo.html
Chess match t GP level t clock use nohoy mane tat eta move dibor babe jiman issa ximan xomoy lobo pora jabo neki?
বঢ়িয়া প্ৰশ্ন, পিছে ইয়াৰ উত্তৰটো হে মোৰ ওচৰত নাই। ৰাজ্য চৰকাৰৰ নিয়মাৱলীত সেই বিষয়ে একো উল্লেখ কৰা নাই, বৰ্তমান পৰ্যন্ত।
Very informative Video
Thanks a lot for your valuable feedback.....
Thank you
It's my pleasure.....
Kho kho nai niki
নাই, এইবাৰ চৰকাৰে নিদিলে।
ভাল লাগিল🎉🎉 2:08 🙏
মন্তব্যটোৰ বাবে অশেষ ধন্যবাদ 🙏
Barpeta district ot kot hobo khelatu baideu please kobo sun
প্ৰথম সকলো গাঁও পঞ্চায়ত এলেকাতে হ'ব। নিজৰ নিজৰ পঞ্চায়ত অফিছত খবৰ ল'লেই সকলো জানিব পাৰিব।
Golaghat manuh hole kole jabo lagibo
সকলো জিলাতেই খেল হব। প্ৰথমে পঞ্চায়ত পৰ্যায়ত যিহেতু খেলসমুহ হব, গতিকে আপোনাৰ এলেকাৰ গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিলেই সকলো জানিব পাৰিব।
Age upto? Xokolu game ot kimn mn age hbo lge
সুন্দৰ প্ৰশ্ন। এই প্ৰশ্নৰ উত্তৰ আন এটা ব্লগৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰিছো। চাবছোন এবাৰ....KHEL MAHARAN Age criteria etc. বুলি আছে।
Ma'am Age kiman pra kimanle lagib
Kuntu event !!!
Sir Football oor details koi olop 🙏
প্ৰশ্নটো নিদিষ্ট কে পালে উত্তৰ দিবলৈ সুবিধা হ'ব। কি জানিব বিচাৰিছা, কোৱা না.....উত্তৰ দিবলৈ চেষ্টা কৰিম।
সুন্দৰ, অতি সুন্দৰ। সুন্দৰ ,সহজ সৰল ভাষাত বাতৰি পৰিবেশন কৰিছে,বহুত ভাল লাগিল ছাৰ ❤
আপোনাৰ এই সুন্দৰ মতামতৰ বাবে অশেষ ধন্যবাদ । 🙏
ভাল খবৰ
মতামতৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏
সুন্দৰ ভিডিঅ শ্বেয়াৰ কৰিলে।গ্ৰেয়াৰ নথকা চাইকেল মজা।চুইমিং সকলোৰে তথ্য জনালে🙏🙏🙏
ধন্যবাদ বাইদেউ, আপোনাৰ মতামত পাই বৰ ভাল লাগিল 🙏
ভাল লাগিল।
আপোনাৰ মতামত পাই ভাল লাগিল। অশেষ ধন্যবাদ 🙏
Dada khobor bur amaku jonabo ❤
Heye video bonai disu......
Race okol above 17 h hbo ni 16 nhoi
Next videot hakalu jonam......
@@nobulmoon thanks
Sir moi regestion korute mur photo khon nahile . Nahilaoo hobo na
মই সুধি জনাম দেই, কথাটো....
Sir kho kho kioo nohoi
Govt. of Assam ৰ নিৰ্দেশ। বোধহয়, সমগ্ৰ অসমতে ইয়াৰ বাবে প্ৰতিযোগীৰ অভাৱ।
I play chess and I'll play!
That's Good.......👍 Please don't forget to register your name at the earliest.
What is your elo rating?
❤🎉mojah dada ...
অশেষ ধন্যবাদ। তোমাৰ মতামত পাই বৰ ভাল লাগিল 💖
Sir My registration photo is not showing
Oh !!! Why !! Do you complete the registration process!!
@@nobulmoon Yes
ভাল লাগিল 🙏🙏🎉
ধন্যবাদ বাইদেউ 🙏
Which place in Dibrugarh?
DSO OFFICE COMPLEX
Big like মোৰ প্ৰিয় গীতবোৰৰ ভিতৰত এই সুন্দৰ গীত সমুহ অতি সুন্দৰ পৰিবেশন🎉🎉❤❤❤
আপোনাৰো পুৰণি গীতৰ প্ৰতি থকা দুৰ্বলতাৰ কথা জানিব পাৰি ভাল লাগিল। মন্তব্যটোৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏
ভাল লাগিল🎉🙏🙏🙏
অশেষ ধন্যবাদ 🙏
❤
অতি সুন্দৰ ❤ যোৱাকালি ০২৷১০৷২০২৪ তাৰিখত আমিও মহান শিল্পী গৰাকীৰ ঘৰলৈ গলো বহুত ভাল লাগিল ।
মন্তব্যটোৰ লগতে ঘৰলৈ গৈ ভাল পোৱাৰ কথাটো জানিব পাৰি বৰ ভাল লাগিল।
Upcoming marathon video lage
পালে নিশ্চয় দিম দেই।
Nice 👌👌💐
Thank you so much for your valuable feedback 🙏
Dada nokte subcast ki hoi kobo paribo nki
মই এই বিষয়ে অৱগত নহয়। পাৰিলে অকণমান জনাবছোন। মোৰো জানি ভাল লাগিব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏
আপোনাৰ ভিডিঅৰ পৰা বহু তথ্য পাও।সুন্দৰ বাৰ্তালাপ।🙏🙏🙏🙏ভাল লাগিল🙏🙏
অশেষ ধন্যবাদ বাইদেউ। আপোনাৰ এই উৎসাহজনক মতামত পাই ঋণী হৈ ৰ'লো। আন্তৰিকতাৰে কৃতজ্ঞতা স্বীকাৰ কৰিছো 🙏
সুন্দৰ বাৰ্তা দিলে🙏🙏🎉🎉🎉২২তাৰিখে ওছৰতে হলে গলোৱে হয়🙏
ধন্যবাদ বাইদেউ 😀🙏 মন্তব্যটোৰ বাবে🙏
The man who sacrifice his career in veterinary science for magic.salute him
Absolutely correct sir.....
পাৰ্থবিজয় আৰ্ট গেলেৰীৰ বিষয়ে জানি দেখি ভাল লাগিল।🙏🙏🙏🙏🙏বহুত ভাল লাগিল ভিডিঅতো।বাইদেউ গৰাকীলৈ🙏🙏🙏🙏সচাঁকৈ বাইগৰাকীলৈ অশেষ ধনবাদ🙏🙏কবিতা সকলো প্ৰিয়।তেখেতৰ সকলোবোৰ সুন্দৰকৈ সংৰক্ষন কৰিছে।নিলীম মহন্তদেৱৰ ছবি সুন্দৰ।চাউলৰ ছবি সুন্দৰ🙏লাইব্ৰেৰী সুন্দৰ🎉
অশেষ ধন্যবাদ বাইদেউ। আপোনাৰ মতামত পাই ভাল লাগিল।
hi sir video tu kena ke uplod kore muku hikai diyok na
Sure.... UA-cam channel asey neki !!
umm ase video kenekake uplod kore video kori dibo muk
"How to upload a video on youutube" বুলি ইউটিউবত বিচাৰি চালেই পাবা। তেনেই সহজ।
ok thanks