Learning Hours with Rishikanya
Learning Hours with Rishikanya
  • 196
  • 18 136

Відео

Voice Change part 12 | Past Continuous Tenseৰ বাক্যক Passive Voiceলৈ নিয়াৰ নিয়মসমূহ
Переглядів 16Місяць тому
Voice Change part 12 | Past Continuous Tenseৰ বাক্যক Passive Voiceলৈ নিয়াৰ নিয়মসমূহ
'Come here', 'Go there' এনেধৰণৰ বাক্যক passive ৰূপলৈ কেনেকৈ নিয়া হয়।
Переглядів 30Місяць тому
'Come here', 'Go there' এনেধৰণৰ বাক্যক passive ৰূপলৈ কেনেকৈ নিয়া হয়।
মেট্ৰিকৰ প্ৰশ্নকাকতত অহা translation, তৃতীয় অংশ। 'মই কাচিৎহে চাহ খাওঁ'
Переглядів 51Місяць тому
মেট্ৰিকৰ প্ৰশ্নকাকতত অহা translation, তৃতীয় অংশ। 'মই কাচিৎহে চাহ খাওঁ'
It may rain tonight. It might rain tonight.🤔🤔আপোনাৰ প্ৰশ্ন,আমাৰ উত্তৰ
Переглядів 382 місяці тому
It may rain tonight. It might rain tonight.🤔🤔আপোনাৰ প্ৰশ্ন,আমাৰ উত্তৰ
মেট্ৰিকৰ প্ৰশ্নকাকতত অহা translation,part 2
Переглядів 172 місяці тому
মেট্ৰিকৰ প্ৰশ্নকাকতত অহা translation,part 2
Known by❌Known to✅ Voice Changeৰ বিষয়ে জানিবলগীয়া এটা সৰু অথচ প্ৰয়োজনীয় কথা।
Переглядів 312 місяці тому
Known by❌Known to✅ Voice Changeৰ বিষয়ে জানিবলগীয়া এটা সৰু অথচ প্ৰয়োজনীয় কথা।
Voice Change part 11 || Simple Past Tenseৰ বাক্যক Passive/Active কৰাৰ নিয়মসমূহ
Переглядів 352 місяці тому
Voice Change part 11 || Simple Past Tenseৰ বাক্যক Passive/Active কৰাৰ নিয়মসমূহ
Voice Change part10 Past Indefinite Tenseৰ বাক্যক Active/Passive কৰাৰ নিয়মসমূহ
Переглядів 113 місяці тому
Voice Change part10 Past Indefinite Tenseৰ বাক্যক Active/Passive কৰাৰ নিয়মসমূহ
Voice Change part 9 পূৰ্বৰ আলোচনাসমূহত আমি Voice Change ৰ বিষয়ে কি কি আলোচনা কৰিছিলোঁ?
Переглядів 423 місяці тому
Voice Change part 9 পূৰ্বৰ আলোচনাসমূহত আমি Voice Change ৰ বিষয়ে কি কি আলোচনা কৰিছিলোঁ?
মেট্ৰিকৰ প্ৰশ্নকাকতত অহা translation,part2
Переглядів 264 місяці тому
মেট্ৰিকৰ প্ৰশ্নকাকতত অহা translation,part2
Recall,Remind আৰু Remember পাৰ্থক্য আৰু ব্যৱহাৰ।
Переглядів 334 місяці тому
Recall,Remind আৰু Remember পাৰ্থক্য আৰু ব্যৱহাৰ।
মেট্ৰিকৰ প্ৰশ্নকাকতত অহা translation🤔Neither Nor ??
Переглядів 144 місяці тому
মেট্ৰিকৰ প্ৰশ্নকাকতত অহা translation🤔Neither Nor ??
গুৱাহাটীৰ জলবায়ু শ্বিলঙৰ জলবায়ুতকৈ গৰম। than নে than that of ????
Переглядів 104 місяці тому
গুৱাহাটীৰ জলবায়ু শ্বিলঙৰ জলবায়ুতকৈ গৰম। than নে than that of ????
সুধাকণ্ঠ এনেদৰেই বৈ থাকিব প্ৰজন্মৰপৰা প্ৰজন্মলৈ..
Переглядів 94 місяці тому
সুধাকণ্ঠ এনেদৰেই বৈ থাকিব প্ৰজন্মৰপৰা প্ৰজন্মলৈ..
Than আৰু Than that of 🤔পাৰ্থক্য আৰু ব্যৱহাৰ।
Переглядів 264 місяці тому
Than আৰু Than that of 🤔পাৰ্থক্য আৰু ব্যৱহাৰ।
Contemplation আৰু Manipulation 🤔পাৰ্থক্য আৰু ব্যৱহাৰ।
Переглядів 614 місяці тому
Contemplation আৰু Manipulation 🤔পাৰ্থক্য আৰু ব্যৱহাৰ।
Sympathy আৰু Empathy !!🤔 পাৰ্থক্য আৰু ব্যৱহাৰ।
Переглядів 355 місяців тому
Sympathy আৰু Empathy !!🤔 পাৰ্থক্য আৰু ব্যৱহাৰ।
always/often/seldom/regularly/usually/frequently/now and then !! পাৰ্থক্য আৰু ব্যৱহাৰ
Переглядів 115 місяців тому
always/often/seldom/regularly/usually/frequently/now and then !! পাৰ্থক্য আৰু ব্যৱহাৰ
illusion আৰু allusion ||| পাৰ্থক্য আৰু ব্যৱহাৰ।
Переглядів 325 місяців тому
illusion আৰু allusion ||| পাৰ্থক্য আৰু ব্যৱহাৰ।
Tell/Say/Ask/Speak/Talk ||| পাৰ্থক্য আৰু ব্যৱহাৰ
Переглядів 915 місяців тому
Tell/Say/Ask/Speak/Talk ||| পাৰ্থক্য আৰু ব্যৱহাৰ
Between Among আৰু In-between || পাৰ্থক্য আৰু ব্যৱহাৰ
Переглядів 956 місяців тому
Between Among আৰু In-between || পাৰ্থক্য আৰু ব্যৱহাৰ
Fear,Afraid,Fright,Frightened,Scare !পাৰ্থক্য আৰু ব্যৱহাৰ।
Переглядів 1016 місяців тому
Fear,Afraid,Fright,Frightened,Scare !পাৰ্থক্য আৰু ব্যৱহাৰ।
Have আৰু Has Auxiliary Verb ৰ ব্যৱহাৰ
Переглядів 266 місяців тому
Have আৰু Has Auxiliary Verb ৰ ব্যৱহাৰ
Voice Change part 8 | Present Perfect Continuous Tenseৰ বাক্যক Passiveৰ পৰাActive কৰাৰ নিয়মসমূহ
Переглядів 177 місяців тому
Voice Change part 8 | Present Perfect Continuous Tenseৰ বাক্যক Passiveৰ পৰাActive কৰাৰ নিয়মসমূহ
Voice Change part 7 ||Present Perfect Continuous Tenseৰ বাক্যক Activeৰ পৰা passiveকৰাৰ নিয়মসমূহ
Переглядів 67 місяців тому
Voice Change part 7 ||Present Perfect Continuous Tenseৰ বাক্যক Activeৰ পৰা passiveকৰাৰ নিয়মসমূহ
Voice Change part 6 || Present Perfect Tenseৰ বাক্যক Passiveৰ পৰা Activeকৰাৰ নিয়মসমূহ
Переглядів 167 місяців тому
Voice Change part 6 || Present Perfect Tenseৰ বাক্যক Passiveৰ পৰা Activeকৰাৰ নিয়মসমূহ
Voice Change part 5 | Present Perfect Tenseৰ বাক্যক Activeৰ পৰা passive কৰাৰ নিয়মসমূহ
Переглядів 107 місяців тому
Voice Change part 5 | Present Perfect Tenseৰ বাক্যক Activeৰ পৰা passive কৰাৰ নিয়মসমূহ
Voice Change part3| Present Continuous Tenseৰ বাক্যক Activeৰ পৰা Passive কৰাৰ নিয়মসমূহ
Переглядів 117 місяців тому
Voice Change part3| Present Continuous Tenseৰ বাক্যক Activeৰ পৰা Passive কৰাৰ নিয়মসমূহ
Voice Change part 4 Present Continuous Tenseৰ বাক্যক Passiveৰ পৰা Active Voiceলৈ নিয়াৰ নিয়মসমূহ
Переглядів 127 місяців тому
Voice Change part 4 Present Continuous Tenseৰ বাক্যক Passiveৰ পৰা Active Voiceলৈ নিয়াৰ নিয়মসমূহ

КОМЕНТАРІ

  • @RanjumonBorah
    @RanjumonBorah Місяць тому

    Very nice

  • @boloramrabha8546
    @boloramrabha8546 2 місяці тому

    বাইদেউ আপোনাৰ ভেদিও ৰ পৰা উপকৃত হৈছো। English grammar ৰ গোটেই ভেদিও দিব চোন। আপুনি ভালেই থাককক

    • @rishikanyanath2574
      @rishikanyanath2574 2 місяці тому

      অশেষ ধন্যবাদ জনাইছোঁ। মই সকলোখিনি দি যাম

  • @md.najmuiislam163
    @md.najmuiislam163 2 місяці тому

    Excellent. Keep it up

  • @Biswajit-rc7dj
    @Biswajit-rc7dj 2 місяці тому

    Thank you mam😊

  • @parismitabordoloi754
    @parismitabordoloi754 5 місяців тому

    উপকৃত হ'লো ।

  • @JayantaDutta-j2v
    @JayantaDutta-j2v 5 місяців тому

    , Moja

  • @DrDilipChDas
    @DrDilipChDas 6 місяців тому

    সুন্দৰ উপস্থাপন কৰিছে।

  • @DrDilipChDas
    @DrDilipChDas 6 місяців тому

    ছাত্ৰ ছাত্ৰীৰ বাবে উপযোগী হ'ব। ধন্যবাদ আপোনাক।

  • @DrDilipChDas
    @DrDilipChDas 6 місяців тому

    Nice discussions, very impressive speech

  • @parismitabordoloi754
    @parismitabordoloi754 8 місяців тому

    জানি ভাল লাগিল ।

  • @soundaryashikhar4843
    @soundaryashikhar4843 8 місяців тому

    Who play football? Is this right!

    • @rishikanyanath2574
      @rishikanyanath2574 8 місяців тому

      It depends on tense. For example, *Who do/does play football? (Present indefinite) *Who did play football?(past indefinite) *Who shall/will play football? (Future indefinite)

    • @rishikanyanath2574
      @rishikanyanath2574 8 місяців тому

      'Who play football?' isn't correct, it needs an auxiliary verb to ask a question like this.

  • @soundaryashikhar4843
    @soundaryashikhar4843 8 місяців тому

    Thank you ma'am.

  • @soundaryashikhar4843
    @soundaryashikhar4843 8 місяців тому

    Thank you ma'am. Present perfect tense and past perfect tense are almost clear.

  • @soundaryashikhar4843
    @soundaryashikhar4843 8 місяців тому

    Thank you ma'am, Your teaching technique is very easy and good. Please keep continuing. I want to learn good English from you only. I will be attending regularly.

    • @rishikanyanath2574
      @rishikanyanath2574 8 місяців тому

      Thank you so much for your encouraging words 🙏 please stay connected

  • @soundaryashikhar4843
    @soundaryashikhar4843 8 місяців тому

    Who plays football?

  • @soundaryashikhar4843
    @soundaryashikhar4843 9 місяців тому

    Excellent

  • @parismitabordoloi754
    @parismitabordoloi754 10 місяців тому

    বৰ ভাল লাগিল তোমাৰ ল'ৰাৰ কথা জানি ।

  • @Deenichannel373
    @Deenichannel373 10 місяців тому

    Nice ma'am

  • @parismitabordoloi754
    @parismitabordoloi754 10 місяців тому

    Very nice❤

  • @sushilkumarpatgiri7252
    @sushilkumarpatgiri7252 11 місяців тому

    সুন্দৰ

    • @rishikanyanath2574
      @rishikanyanath2574 11 місяців тому

      অশেষ ধন্যবাদ জনাইছোঁ

  • @parismitabordoloi754
    @parismitabordoloi754 11 місяців тому

    বৰ ভাল লাগে তোমাৰ শিক্ষণ পদ্ধতি ❤

  • @parismitabordoloi754
    @parismitabordoloi754 11 місяців тому

    তুমি বৰ সুন্দৰকৈ বুজোৱা 🙏

  • @HimonMJ
    @HimonMJ Рік тому

    Mng blck

  • @ChemSciClassesBabulNeog
    @ChemSciClassesBabulNeog Рік тому

    Please make a playlist comprising all the grammar videos.

  • @ChemSciClassesBabulNeog
    @ChemSciClassesBabulNeog Рік тому

    Students are demanding your English Grammar Video. Please make one playlist of all the Grammar Videos.

  • @LukumoniChutia-cd7ti
    @LukumoniChutia-cd7ti Рік тому

    অবুজনক বুজুৱা ঢ়েৰুৱা ঠাৰি শিজোৱা Proverb to ইংৰাজীত কৰি দিব মই পৰা নাই ৷

  • @ChemSciClassesBabulNeog
    @ChemSciClassesBabulNeog Рік тому

    If possible ... Please start a Quiz Series for students, competitive examinations.

  • @rj-wb1bq
    @rj-wb1bq Рік тому

    তেওঁৰ ছাইৰ ঘৰ কবিতাটো আছে নেকি আপোনাৰ ওচৰত

    • @rishikanyanath2574
      @rishikanyanath2574 Рік тому

      মই বিচাৰি চাম, যদি পাওঁ মই নিশ্চয় দিম

    • @rj-wb1bq
      @rj-wb1bq Рік тому

      @@rishikanyanath2574 thank you

  • @JoyapratibhaGogoi
    @JoyapratibhaGogoi Рік тому

    আজিহে চাইছোঁ।সেইদিনাই share কৰিলোঁ যদিও চোৱাৰ সুযোগেই পোৱা নাছিলোঁ।দেউতাক হেৰুৱালোঁ২৬তাৰিখে।

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    ভাল লাগিল। বহু ত জানিব লগীয়া বিষয়।

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    ভাল লাগিল। মই চেয়াৰ কৰি দিম।

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    ভাল লাগিল ভিডিঅ টো চাই।

  • @labanyaborah1594
    @labanyaborah1594 Рік тому

    Val lagile ..mur bohut kotha janibo loga ase ..

    • @rishikanyanath2574
      @rishikanyanath2574 Рік тому

      অশেষ ধন্যবাদ। মই নিয়মীয়াকৈ ভিদিও দিওঁ, চাই থাকিব। কিবা সুধিবলৈ থাকিলেও সুধিব পাৰিব

  • @gyandeepdas2430
    @gyandeepdas2430 Рік тому

    Thank you miss😊

  • @JoyapratibhaGogoi
    @JoyapratibhaGogoi Рік тому

    কথাবোৰ ভাবিবলগীয়া।মানুহৰ সংগ বিচাৰি মই ওলাই যাওঁ।কথা পাতোঁ,হাঁহো।ঘৰলে আহি মোৰ কুকুৰকেইটাৰ লগত কথা পাতোঁ,ওমলোঁ। মই বাতৰিৰ নামত exclusive news(?)নাচাওঁ।

    • @rishikanyanath2574
      @rishikanyanath2574 Рік тому

      হয় বাইদেউ, ভাবিলে ভয় লাগি যায়। কি এখিনি সময়ত আমি আছোঁ💛 ভালে থাকক বাইদেউ।

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    ভাল লাগিল ভিডিঅ টো চাই।

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    তোমাৰ ভিডিঅ বোৰ চাই থাকোতে নিজকে বিদ্যালয়ত পঢ়ি থকা যেন লাগে। আগলৈও চাই থাকিম আৰু চেয়াৰ কৰি থাকিম।

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    অশেষ ধন্যবাদ তোমালৈ। তোমাৰ এই ভাল পদক্ষেপ ৰবাবে❤❤

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    তুমি মোক চিনি না পাবা তোমাৰ মাক সুবিধা।

    • @rishikanyanath2574
      @rishikanyanath2574 Рік тому

      হয় জেঠাই, মায়ে কৈছে আপোনাৰ কথা। আপোনাক অশেষ ধন্যবাদ। উৎসাহ দি যাব সদায়।

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    ভতিজা হতলৈ

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    বৰ ভাল লাগিল ভিডিঅ টো। মই চেয়াৰ কৰি দিছো মোৰ ভতিজা হতে।

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    ঠিক কথা কৈছা। মোৰও সেই একে দশা হৈছে। মই এতিয়া গুৱাহাটী ত চিকিৎসা লৈয়ে আছো। ডাক্তৰে মোকো টি ভি বাতৰি বোৰ চাবলৈ মানা কৰিছে।

    • @rishikanyanath2574
      @rishikanyanath2574 Рік тому

      হয় বাইদেউ, মই বহুত ভাবি ভাবি এই কথাবোৰ বুজি পাবলৈ লৈছোঁ। এইবোৰে বহু মানুহৰ মানসিক অৱস্থাত প্ৰভাৱ পেলাইছে।

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    তুমি বৰ ভালকৈ বুজাব পাৰিছে এনেকৈ ভিডিঅ বোৰ দি থাকিবা। বহুটো ছাত্র ছাত্রী উপকৃত হব।

    • @rishikanyanath2574
      @rishikanyanath2574 Рік тому

      অশেষ ধন্যবাদ বাইদেউ💛💛

  • @ritamoniborah2233
    @ritamoniborah2233 Рік тому

    বহুতে ভিডিঅ চাই উপকৃত হব। ধন্যবাদ তোমালৈ

    • @rishikanyanath2574
      @rishikanyanath2574 Рік тому

      অশেষ ধন্যবাদ। উৎসাহিত হ'লো। আগলৈও চাই থাকিব

  • @shortscutebabylittletechie

    Nic

  • @shortscutebabylittletechie

    Nic

  • @MrigakshiNath
    @MrigakshiNath Рік тому

    ❤❤❤

  • @shortscutebabylittletechie

    ❤❤❤❤

  • @ajantasaikianath3212
    @ajantasaikianath3212 Рік тому

    Hundor

  • @bornalinath5874
    @bornalinath5874 2 роки тому

    Miss korisu 🥰🥰

    • @rishikanyanath2574
      @rishikanyanath2574 2 роки тому

      we miss you and Arush too Maatu ba💛💛 come soon....