Pranjal Raj E and C
Pranjal Raj E and C
  • 78
  • 282 558

Відео

এজনী দুবছৰীয়া কণমানিৰ জন্মদিন বিদ্যালয়ত|| তাৰ পাছত কি হ’ল|| Birthday celebration||
Переглядів 324Місяць тому
বিদ্যালয়ত জন্মদিনৰ উদ্‌যাপন৷ এজনী দুবছৰীয়া কণমানিৰ জন্মদিনটি ছাত্ৰ-ছাত্ৰীসকলৰ লগত ৪০ নং বনাই প্ৰাথমিক বিদ্যালয়ত উদযাপন কৰা হয়৷
নাৰদ আৰু বেদনিধিৰ এক সুন্দৰ দৃশ্য|| ৰুক্মিণী হৰণ||
Переглядів 273Місяць тому
শিশু দিৱস উপলক্ষে শংকৰদেৱ বালিকা মধ্য ইংৰাজী বিদ্যালয়ত অনুষ্ঠিত হোৱা ভাওনা
Krishna Nitya|| Satriya Nitya|| কৃষ্ণ নৃত্য
Переглядів 2522 місяці тому
#krishna #satriya A krishna nitya by Parashmoni Boruah|| Simuloguri Mouza Sankar Janmutsav
শ্ৰীমন্ত শঙ্কৰদেৱৰ ৫৭৬ সংখ্যক জন্মোৎসৱ|| এক ভাললগা পৰিৱেশ||
Переглядів 5483 місяці тому
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্মোৎসৱ অতি সুন্দৰভাৱে জগদুৱাৰ বিষ্ণুজ্যোতি কলামণ্ডলত ১৩ অক্টোবৰৰ পৰা অনুষ্ঠিত হৈছে৷ আয়োজক- শিমলুগুৰি মৌজা শ্ৰীমন্ত শংকৰদেৱ কৃষ্টি সংঘ #sankar #celebration
এখন আকৰ্ষণীয় পূজা|| এক ভয়ানক পৰিৱেশ||
Переглядів 3613 місяці тому
দুৰ্গাপুজাৰ সুন্দৰ পৰিৱেশ এক আকৰ্ষণীয় মণ্ডপ #beautiful #durgapuja
মোহিনীৰ ৰূপত শিৱৰ কি যে দশা||বামুনে এয়া কি কৰিলে|| ভাওনা||গজকেতু উপাখ্যান||
Переглядів 6444 місяці тому
শিশুসকলৰ দ্বাৰা গজকেতু উপাখ্যান৷ সুন্দৰ অভিনয়৷ মিলিজুলি মহিলা সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত
মোবাইলত কৰক এইটো কাম|| ২ চেকেণ্ডত কিতাপৰ সকলো ইংৰাজী অসমীয়া হৈ যাব||
Переглядів 2834 місяці тому
যিকোনো ইংৰাজী অতি ক্ষণিকতে অসমীয়া বা অন্যান্য ভাষালৈ ৰূপান্তৰিত কৰিব পাৰি৷ যাৰ বাবে ইংৰাজী পঢ়িবলৈ সুবিধা হ’ব৷english education, translation
ত্ৰিৰংগা চেল্ফি তুলি দিলোঁ||ত্ৰিৰংগা যাত্ৰা|| ৭৮ সংখ্যক স্বাধীনতা দিৱস||78 Independence day
Переглядів 4365 місяців тому
ত্ৰিৰংগা চেল্ফি৷ত্ৰিৰংগা যাত্ৰা৷ সুন্দৰ শোভাযাত্ৰা ৪০ নং বনাই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱকৰ দ্বাৰা৷
ভাওনা কৰ্মশালাৰ ভয়ানক দৃশ্য|| হতবাক সকলো||ৰাইজে কি কৰিলে?
Переглядів 8415 місяців тому
ভাওনা কৰ্মশালাৰ ভয়ানক দৃশ্য|| হতবাক সকলো||ৰাইজে কি কৰিলে?
কি সাংঘাটিক ধুনীয়া ঠাই||আশ্চৰ্যকৰ অভিজ্ঞতা||অসমৰ বৰাকভেলীৰ এনেকুৱা ঠাই আগতে কেতিয়াও দেখা নাই||
Переглядів 4315 місяців тому
কি সাংঘাটিক ধুনীয়া ঠাই||আশ্চৰ্যকৰ অভিজ্ঞতা||অসমৰ বৰাকভেলীৰ এনেকুৱা ঠাই আগতে কেতিয়াও দেখা নাই||
ৰাজপথৰ এক অদ্ভূত দৃশ্য||চকুত ক’লা কাপোৰ বান্ধি বুলেট চলাই এয়া কোন? সাংঘাটিক পৰিৱেশ
Переглядів 54 тис.6 місяців тому
ৰাজপথৰ এক অদ্ভূত দৃশ্য||চকুত ক’লা কাপোৰ বান্ধি বুলেট চলাই এয়া কোন? সাংঘাটিক পৰিৱেশ
আচৰিত যাদু||আগতে কেতিয়াও দেখা নাই|| Magic||Jadu||zadoo
Переглядів 1,1 тис.6 місяців тому
আচৰিত যাদু||আগতে কেতিয়াও দেখা নাই|| Magic||Jadu||zadoo
কিতাপ লৈ বিদ্যালয়লৈ আহিল অভিভাৱক|| কিয়?আজৱ পৰিৱেশ||ছাত্ৰ-ছাত্ৰীসকলে কি কৰিলে||
Переглядів 6816 місяців тому
কিতাপ লৈ বিদ্যালয়লৈ আহিল অভিভাৱক|| কিয়?আজৱ পৰিৱেশ||ছাত্ৰ-ছাত্ৰীসকলে কি কৰিলে||
জটুৱাৰ জঁট|| অসমীয়া খুহুতীয়া|| Jatuar jot assamese||funny|| poem class 7
Переглядів 1916 місяців тому
জটুৱাৰ জঁট|| অসমীয়া খুহুতীয়া|| Jatuar jot assamese||funny|| poem class 7
এয়া কি নাচিলে?ৰাভা দিৱসৰ পৰিৱেশ চাওক||কি কি কৰিলে ছাত্ৰ-ছাত্ৰীসকলে
Переглядів 7066 місяців тому
এয়া কি নাচিলে?ৰাভা দিৱসৰ পৰিৱেশ চাওক||কি কি কৰিলে ছাত্ৰ-ছাত্ৰীসকলে
ভাঙ্ ভাঙ্‌ ভাঙ্‌ ভাঙ্‌|| বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা||vang vang vang vang||Bishnuprashad Rabha
Переглядів 4286 місяців тому
ভাঙ্ ভাঙ্‌ ভাঙ্‌ ভাঙ্‌|| বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা||vang vang vang vang||Bishnuprashad Rabha
সৰু ছোৱালী আৰু পখী|| horu suali aru pakhi||পঞ্চম শ্ৰেণীৰ||কবি-ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ
Переглядів 5527 місяців тому
সৰু ছোৱালী আৰু পখী|| horu suali aru pakhi||পঞ্চম শ্ৰেণীৰ||কবি-ভৈৰৱ চন্দ্ৰ খাটনিয়াৰ
পৰিৱেশ দিৱস||ছাত্ৰ-ছাত্ৰীসকলে এইয়া কি কৰিলে? world environment day
Переглядів 1,3 тис.7 місяців тому
পৰিৱেশ দিৱস||ছাত্ৰ-ছাত্ৰীসকলে এইয়া কি কৰিলে? world environment day
এজন শিক্ষাগুৰুৰ বিদায়|| আচৰিত পৰিবেশ||ছাত্ৰ-ছাত্ৰী সকলে কি কৰিলে?
Переглядів 78 тис.7 місяців тому
এজন শিক্ষাগুৰুৰ বিদায়|| আচৰিত পৰিবেশ||ছাত্ৰ-ছাত্ৰী সকলে কি কৰিলে?
বুধিয়ক কাউৰী|| অসমীয়া সাধু|| Budhiyok Kauri|| Assamese story education
Переглядів 5998 місяців тому
বুধিয়ক কাউৰী|| অসমীয়া সাধু|| Budhiyok Kauri|| Assamese story education
Pasighat|| very beautiful place|| A journey to pasighat||Arunachal
Переглядів 1388 місяців тому
Pasighat|| very beautiful place|| A journey to pasighat||Arunachal
Mur barit fulile|| Jyotiprasad Agarwala||মোৰ বাৰীত ফুলিলে|| group dance||subasana dutta singer
Переглядів 97910 місяців тому
Mur barit fulile|| Jyotiprasad Agarwala||মোৰ বাৰীত ফুলিলে|| group dance||subasana dutta singer
FLN activity|| joyful learning for kids||education
Переглядів 187Рік тому
FLN activity|| joyful learning for kids||education
অ’ ককা হাতী||শিশুৰ অতি প্ৰিয় কবিতা||O koka Hati||
Переглядів 893Рік тому
অ’ ককা হাতী||শিশুৰ অতি প্ৰিয় কবিতা||O koka Hati||
Chandrayaan3||চন্দ্ৰযান৩||সাধাৰণ জ্ঞান ২০২৩|| অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ||শিৱশক্তি পইণ্ট কি||
Переглядів 523Рік тому
Chandrayaan3||চন্দ্ৰযান৩||সাধাৰণ জ্ঞান ২০২৩|| অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ||শিৱশক্তি পইণ্ট কি||
মোৰ দেশ মোৰ প্ৰাণ| Vande mataram||Indepence day celebration2023|Performed by Priyanshu and anshuman
Переглядів 369Рік тому
মোৰ দেশ মোৰ প্ৰাণ| Vande mataram||Indepence day celebration2023|Performed by Priyanshu and anshuman
গছ ভালপোৱা ককাৰ খং||ভবেন্দ্ৰনাথ শইকীয়াৰ কবিতা|| Gos valpua kokar khong|| most popular poem
Переглядів 32 тис.Рік тому
গছ ভালপোৱা ককাৰ খং||ভবেন্দ্ৰনাথ শইকীয়াৰ কবিতা|| Gos valpua kokar khong|| most popular poem

КОМЕНТАРІ

  • @KBSCreativeguide
    @KBSCreativeguide 6 днів тому

    🎉🎉🎉❤

  • @KBSCreativeguide
    @KBSCreativeguide 6 днів тому

    Nice video 🎉🎉❤❤

  • @KBSCreativeguide
    @KBSCreativeguide 6 днів тому

    New subscriber 🎉

  • @monishadutta8493
    @monishadutta8493 19 днів тому

    সুন্দৰ

  • @sukanyaborah5998
    @sukanyaborah5998 19 днів тому

    সুন্দৰ খেল 👍

  • @Akashbabu-0x
    @Akashbabu-0x 19 днів тому

    🙏🙏

  • @BabitaDutta-c3p
    @BabitaDutta-c3p 20 днів тому

    Bhut hundor khal khaisa dai❤❤❤

  • @Ajithazarika1976
    @Ajithazarika1976 20 днів тому

    সুন্দৰ পদক্ষেপ

  • @biju615
    @biju615 20 днів тому

    ❤❤

  • @GitanjaliDevi-Topic
    @GitanjaliDevi-Topic 21 день тому

    Val hoise. Kun thai t hoisil ?

  • @GareeboKaRaja
    @GareeboKaRaja 22 дні тому

    Teacher hokole he buji pai....kimaan je kosto kori ase din raati........kintu classwise teacher appoint nokorile aibur nathok hoi memory hoi jabo.........

  • @anamikakalita7988
    @anamikakalita7988 25 днів тому

    Eikhini sdudentotkoi besi teachers r compitation he hoise

  • @sanjitkumarswargiary8092
    @sanjitkumarswargiary8092 26 днів тому

    Tlm competition pati eku labh huwa nai.karon kobo gole ojotha khoros.

  • @pdchannel8869
    @pdchannel8869 26 днів тому

    ❤❤❤❤hundor video ❤❤

  • @divyanchidas148
    @divyanchidas148 28 днів тому

    Son paruwa tu bujai dbo sn ki bonaisile

    • @pranjalrajeandc5627
      @pranjalrajeandc5627 27 днів тому

      সোণপৰুৱাটো এনেকে বুজাব নোৱাৰি৷ ছাত্ৰ-ছাত্ৰীসকলক যোগৰ ধাৰণা দিবৰ বাবে এইটো প্ৰস্তুত কৰা হৈছে৷এইটো দেখিলেহে বুজি পাব৷

  • @prabinRajkhowa-n5b
    @prabinRajkhowa-n5b 28 днів тому

    Nice

  • @Sujalgamingcrazy
    @Sujalgamingcrazy 28 днів тому

    Mela dekhiale hobo n students bilak podhale hobo

  • @hiranyakhangia276
    @hiranyakhangia276 28 днів тому

    Ncc

  • @arunimadas2872
    @arunimadas2872 28 днів тому

    Bhal hoise 😊

  • @chitraranjanborah8163
    @chitraranjanborah8163 28 днів тому

    ভাল লাগিল

  • @Azarbari.LP.School
    @Azarbari.LP.School 28 днів тому

    Val lagise

  • @MoromiKotoky
    @MoromiKotoky 28 днів тому

    Very nice 👌

  • @KBSCreativeguide
    @KBSCreativeguide 28 днів тому

    ধুনীয়া হৈছে TLM বোৰ ❤❤

  • @BabitaDutta-c3p
    @BabitaDutta-c3p 28 днів тому

    Hsakoi Bhut dhunia lgisa❤❤❤❤

  • @sukanyaborah5998
    @sukanyaborah5998 28 днів тому

    সকলোৱে বৰ সুন্দৰ সুন্দৰ উপস্থাপন কৰিছে বহুত ধুনীয়া লাগিছে 👌🙏

  • @anupomgogoi2756
    @anupomgogoi2756 29 днів тому

    Very nice 🎉

  • @sangitarajkhowa
    @sangitarajkhowa 29 днів тому

    Nice❤

  • @নানাৰং
    @নানাৰং 29 днів тому

    সুন্দৰ।

  • @Ajithazarika1976
    @Ajithazarika1976 Місяць тому

    আৰাধ্যালৈ জন্ম দিনৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

  • @MoromiKotoky
    @MoromiKotoky Місяць тому

    Happy birthday ❤🎂

  • @sukanyaborah5998
    @sukanyaborah5998 Місяць тому

    বৰ ধুনীয়াকৈ বনোৱা হৈছে ধন্যবাদ আগলৈ আৰু বহুত আশা ৰাখিলোঁ 👍

  • @kabitabaruah2864
    @kabitabaruah2864 Місяць тому

    Private school নেকি নে চৰকাৰী ভাল লাগিল বহুতো আমাৰ জন্ম দিন দেউতা মা ৰৌমাৰী দলগাওঁ প্ৰাথমিক বিদ্যালয়তে পঢ়ি থাকোঁতে কৰিছিল গুৰু দেৱ সকলৰ লগতে লগৰীয়া হতৰো পৰা মৰম আৰ্শীবাদ লৈ আজি আমি এই মহান ব্যক্তিসকলৰ ভিতৰত যোৰহাট উভতি যাব বিচাৰি আছোঁ মোৰ এৰি অহা গাওঁ খনি আপোন মানুহ খিনি ওচৰলৈ আপোনালোকৰ সকলোৰে মঙ্গল কুশল কামনা কৰিলোঁ মই কবিতা বৰুৱা অসম সাহিত্য সভাৰ আজীৱন সদস্যা চিৰ চেনেহী মোৰ ভাষা জননী ধন্যবাদ জনাইছোঁ আপোনাক

  • @kabitabaruah2864
    @kabitabaruah2864 Місяць тому

    God bless my dear lovely beby Happy Birthday

  • @UsenMili
    @UsenMili Місяць тому

    ❤😂🎉😢😮😅😊❤❤❤❤❤❤😂😂❤❤😂😂🎉🎉🎉🎉🎉🎉

  • @PinkuBorah-f6s
    @PinkuBorah-f6s Місяць тому

    Nice

  • @Dimpidutta-l2h
    @Dimpidutta-l2h Місяць тому

    Hundor❤

  • @NomiDutta-xm6dk
    @NomiDutta-xm6dk Місяць тому

    Dhuniya ❤❤

  • @pinkupkassam8938
    @pinkupkassam8938 Місяць тому

    সূন্দৰ

  • @MoromiKotoky
    @MoromiKotoky Місяць тому

    Duniya ❤❤

  • @gojenphukan634
    @gojenphukan634 Місяць тому

    সুন্দৰ

  • @Ajithazarika1976
    @Ajithazarika1976 Місяць тому

    ভাল লাগিছে, ৰাসত নেকি ?

  • @biju615
    @biju615 Місяць тому

    ❤❤

  • @usproductionpresents7385
    @usproductionpresents7385 2 місяці тому

    এইটো গোসাঁই প্ৰৱেশৰ নৃত্য, কৃষ্ণ নৃত্য নহয় 🙏

  • @manashjyotysaikia4946
    @manashjyotysaikia4946 3 місяці тому

    Hundor anusthan 🙏

  • @ranumonihazarika3196
    @ranumonihazarika3196 3 місяці тому

    জয় গুৰু শংকৰ হৰি ভকতৰ। কৃষ্ণ কৃষ্ণ

  • @biju615
    @biju615 3 місяці тому

    Nice

  • @SantanuGohain-e7y
    @SantanuGohain-e7y 3 місяці тому

    🎉🎉🎉🎉🎉

  • @gojenphukan634
    @gojenphukan634 3 місяці тому

    এনে বতৰত পূজা চাই সাহস দিয়াৰ বাবে ধন্যবাদ।

  • @ranumonihazarika3196
    @ranumonihazarika3196 3 місяці тому

    হয় ছাৰ ইয়াত বহুতো ধুনীয়া হয়

  • @Kasturikanath
    @Kasturikanath 3 місяці тому

    অতি সুন্দৰ❤