- 234
- 486 926
CHENG AXOM
India
Приєднався 3 бер 2014
এটা পাকঘৰৰ সবিশেষ আৰু ইয়াৰ গুপোত বৈশিষ্ট্য .Pakghor juihal জুইশাল
#vlog
#highlights
#reels
#highlights
#reels
Переглядів: 145
Відео
ঘৰৰ প্ৰতিটো অংশৰ নাম । Ghoror Ongkho nam, House Cheng axom
Переглядів 37214 днів тому
@Houseofhighlights
পুৰণি ফকৰা যোজনা কেইটামান । Fokora jujona Assamese. axomiya
Переглядів 16 тис.14 днів тому
পুৰণি ফকৰা যোজনা কেইটামান । Fokora jujona Assamese. axomiya
৮০০ বছৰ পুৰণি লাওপানীৰ গোপন কিছু ৰহস্য । 800 year old Laopani in Bokota , বকতাৰ লাও কিয় ব্যতিক্ৰম
Переглядів 12 тис.14 днів тому
৮০০ বছৰ পুৰণি লাওপানীৰ গোপন কিছু ৰহস্য । 800 year old Laopani in Bokota , বকতাৰ লাও কিয় ব্যতিক্ৰম
বকতাত থকা তাই আহোমসকলৰ ডৌনছিঙ মখা কি হয় । আটাইতকৈ আপুৰুগীয়া মাটি শিল্প ।। Densing Mokha Tai Ahom
Переглядів 1,2 тис.Місяць тому
বকতাত থকা তাই আহোমসকলৰ ডৌনছিঙ মখা কি হয় । আটাইতকৈ আপুৰুগীয়া মাটি শিল্প ।। Densing Mokha Tai Ahom
কাৰ্বি আংলং জিলা জন্মৰ ইতিহাস।। ডিফু ।। karbi anglong History
Переглядів 1,5 тис.3 місяці тому
তথ্য পূৰ্ণ ভিডিঅ'
ভৈয়ামৰ নগা গাঁওখন, History of Naga Village, sivasagar
Переглядів 1,9 тис.5 місяців тому
ভৈয়ামৰ নগা গাঁওখন, History of Naga Village, sivasagar
ওমফা কেতিয়া হ'ব আৰু ওমফা শব্দ অৰ্থ কি Umpha ketiyar pora Arombha hoisil.
Переглядів 4525 місяців тому
ওমফা কেতিয়া হ'ব আৰু ওমফা শব্দ অৰ্থ কি Umpha ketiyar pora Arombha hoisil.
প্ৰাৰম্ভ , Prambha , Village Bamboo Craft factory, Bokota Sivasagar
Переглядів 3885 місяців тому
প্ৰাৰম্ভ , Prambha , Village Bamboo Craft factory, Bokota Sivasagar
১০০ বিধ লোকবাদ্য সংগ্ৰাহক ওজা অজিত গগৈৰ লগত কথোপকথন।। Uja Ajit Gogoi Lokabadya Folk instrumental,
Переглядів 2595 місяців тому
১০০ বিধ লোকবাদ্য সংগ্ৰাহক ওজা অজিত গগৈৰ লগত কথোপকথন।। Uja Ajit Gogoi Luka Hanskriti লোক সংস্কৃতি লোকবাদ্য Folk instrument #assam #folkinstruments #folkculture #sonari #hapekhati #assamesemusic
বিহুৰ দিনা অসম আৰক্ষী সকলে কি কৰিছে assam police
Переглядів 1227 місяців тому
বিহুৰ দিনা অসম আৰক্ষী সকলে কি কৰিছে assam police
এই ভিডিঅ' টো কেৱল সেইসকলৰ কাৰণে।।February 24, 2024(4)
Переглядів 1709 місяців тому
এই ভিডিঅ' টো কেৱল সেইসকলৰ কাৰণে।।February 24, 2024(4)
এখন বড়ো বিয়া । আপুনি ও চাগে দেখা নাই
Переглядів 1519 місяців тому
এখন বড়ো বিয়া । আপুনি ও চাগে দেখা নাই
Lai lung পফীচু পূজা পালন অসমৰ একমাত্ৰ গাওঁ খন ।। লাই লুঙ খাম সৃষ্টিৰ লগত জড়িত ধৰ্মীয় পৰম্পৰাটো
Переглядів 6039 місяців тому
Lai lung পফীচু পূজা পালন অসমৰ একমাত্ৰ গাওঁ খন ।। লাই লুঙ খাম সৃষ্টিৰ লগত জড়িত ধৰ্মীয় পৰম্পৰাটো
Poi Leng 10 Lakh tokiya Roth jolale kio ।। তাত এনেকোৱা দেখিম বুলি ভবা নাছিলো ।।
Переглядів 6289 місяців тому
Poi Leng 10 Lakh tokiya Roth jolale kio ।। তাত এনেকোৱা দেখিম বুলি ভবা নাছিলো ।।
মে ডাম মে ফী me dam me fi 1001 goraki mohila, rao jin si
Переглядів 2989 місяців тому
মে ডাম মে ফী me dam me fi 1001 goraki mohila, rao jin si
Rongpur Mela// ৰংপুৰ মেলা Peacock Dance// Tai Dance // Lai lung kham
Переглядів 19510 місяців тому
Rongpur Mela// ৰংপুৰ মেলা Peacock Dance// Tai Dance // Lai lung kham
ভোগালী বিহুত বকতা ইমানবোৰ মানুহ লগ হয় কিয়, Bhugali Rosi tona sotokhuwa, Bokotat magh bihu
Переглядів 93910 місяців тому
ভোগালী বিহুত বকতা ইমানবোৰ মানুহ লগ হয় কিয়, Bhugali Rosi tona sotokhuwa, Bokotat magh bihu
Moran Rati Bihu ৰাতি বিহু কি ? কেনেকৈ পাতে ? মৰাণ জীয়ৰীৰ লগত প্ৰেম কেনেকৈ হ'ল
Переглядів 46910 місяців тому
Moran Rati Bihu ৰাতি বিহু কি ? কেনেকৈ পাতে ? মৰাণ জীয়ৰীৰ লগত প্ৰেম কেনেকৈ হ'ল
Trekking part 2, চক্ৰশিলা অভয়াৰণ্যলৈ যাত্ৰা, ভয়ানক দুৰ্ঘটনা Accident
Переглядів 18010 місяців тому
Trekking part 2, চক্ৰশিলা অভয়াৰণ্যলৈ যাত্ৰা, ভয়ানক দুৰ্ঘটনা Accident
চক্ৰহিলা অভয়াৰণ্য ।। সোণালী বান্দৰৰ ৰাজ্য
Переглядів 14411 місяців тому
চক্ৰহিলা অভয়াৰণ্য ।। সোণালী বান্দৰৰ ৰাজ্য
বিহু Bihu 5 মিনিটৰ ।। অসম সাংস্কৃতিক মহাসংগ্ৰাম সোণাৰি
Переглядів 17811 місяців тому
বিহু Bihu 5 মিনিটৰ ।। অসম সাংস্কৃতিক মহাসংগ্ৰাম সোণাৰি
Fashion show 2023 Bokota Parijat Axom Dibox, Traditional Fashion show
Переглядів 61511 місяців тому
Fashion show 2023 Bokota Parijat Axom Dibox, Traditional Fashion show
মন্ত্ৰী যোগেন মহনৰ গীত পৰিবেশন . । কি কি গান পৰিবেশন কৰিছিল।। আৰু কি কলে আমোদজনক
Переглядів 137Рік тому
মন্ত্ৰী যোগেন মহনৰ গীত পৰিবেশন . । কি কি গান পৰিবেশন কৰিছিল।। আৰু কি কলে আমোদজনক
কি পালো হঠাতে।। Amazing Gift ata palu, এটা আগতে নোপোৱা উপহাৰ পালো
Переглядів 136Рік тому
কি পালো হঠাতে।। Amazing Gift ata palu, এটা আগতে নোপোৱা উপহাৰ পালো
Lai lung kham, Tai Ajom Dance চলাপথাৰ, Solapothar, Assam Hangskrit8k mohasongram
Переглядів 702Рік тому
Lai lung kham, Tai Ajom Dance চলাপথাৰ, Solapothar, Assam Hangskrit8k mohasongram
A Beautiful Traditional Fashion Show. North East Many tribes Costume...
Переглядів 88Рік тому
A Beautiful Traditional Fashion Show. North East Many tribes Costume...
কাবাডী kabaddi Bokota parijat Khel moharon
Переглядів 333Рік тому
কাবাডী kabaddi Bokota parijat Khel moharon
Sob sankardev Assam t ahi Ahom jaati tuk dhongsho kori dile Ahom jaati tuk Brahman bonai dile sankardev a ahi ghanta sankardev buli kolu
Muslims are not like to take Sandur
Mur maikiu Sindur noloy, moy etiyao jiyai asu.
Very nice speech for tai ahom cast.
আহোমৰ ধৰ্ম"নাই বুলি কোৱাটো অমূলক। চাও নগেন হাজৰিকা দেবৰ বিভিন্ন ধৰ্মৰ বুৰঞ্জী নামৰ সৰু গ্ৰন্থখন পঢ়ি চাওক।মই যিঠাইত আছো সেই ঠাইত কোনেও আহোম"ধৰ্মৰ"প্ৰতি ধ্যান"ধাৰণা নাই বাবে মোৰ সংগ নাই কিয়া হৈছে বাবে ৰৈ আছো।সংগ পালে আহোম ধৰ্মত দীক্ষিত হম।
Heero umi modern holu
ভূল কথা কৈছে
Aykhon.hindusthan.vartborkh.hoy.seyto.janib.lage.
Religion is of course man made Nature and Humanity is supreme 🙌🙌🙌 U r important In Assam every kind of people has their own language and culture but similar to each other but Assamese this word and culture unites everyone .....sindoor is symbol and a promise of marriage....not a concept which should b called dangerous......its a good thing to have the sindoor this guy is a seperatist Assamese is a bundle of sticks where each stick represents the different assamese people
Sandur lua kothatu olai nokoriba ear bislason ase.
Missa. Kotha
বাস্তৱ কথা কৈছে ছাৰ জনে , সেন্দুৰ ৰ একো মূল্য নাই , খ্ৰীষ্টান , মুছলিম , ভাগৱত আদিতো সেন্দুৰ ব্যৱহাৰ কৰা নাই ।
We have our ahom culture we don't have religion.
কোনো উঃপূঃৰ থলগিৰী সকল হিন্দু নহয় ।
VDO to val Lagil Aru Janab
ৰাভা অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিবোৰ প্ৰকৃততে হিন্দু নহয়
হে মোৰ ৰাভা ভাতৃসকল, নিজৰ সংস্কৃতিৰ ৰক্ষণাবেক্ষণ আৰু অনুসন্ধান কৰাৰ প্ৰতিজন ৰাভাৰে মৌলিক কৰ্তব্য আছে। আমাৰ ৰাভা জাতিৰ ৮ টা ভাগ আছে - 1.মায়তৰি ৰাভা 2.ৰংদানি ৰাভা 3.পাতি ৰাভা 4.কোচ ৰাভা 5.হানা ৰাভা 6.টোটোলা ৰাভা 7. মদাহী ৰাভা 8. দাহৰি ৰাভা ৰাভা সকল শাৰীৰিক গঠন আৰু Genetic ভাৱে মংগোলীয় গোষ্ঠীৰ মানুহ, আমাৰ মুখ্য উৎসৱ হ'ল বায়খো আৰু এই উৎসৱ কৃষিভিত্তিক হিচাপে পালন কৰা হয়। আমাৰ নিজৰ স্বকীয়ভাৱে ইতিহাস, সংস্কৃতি আৰু জীৱন শৈলী আছে আৰু এইবোৰ পুংখানুপুংখ ভাৱে চাব গলে বহু শতিকা পিছুৱাই যাব লাগিব। আজিৰ ৰাভা জীৱন শৈলী বা সংস্কৃতি এইটো অৱস্থাত নাছিল। ৰাভা সমাজ বা সংস্কৃতিয়ে বছৰে বছৰে পৰিবৰ্তন হৈ আহি আহি আজিৰ এইটো অৱস্থা পাইছে কিন্ত আধুনিকতাৰ নামত নিজৰ সংস্কৃতি পাহৰিলে নহব। আমাৰ উৎপত্তি স্থল চাব গলে তিব্বত -চীন অৰ্থাৎ ইয়াংছিকিয়াং নদীৰ উপত্যকাৰ পৰা বিভিন্ন কাৰণত বিভিন্ন ঠাইলৈ প্ৰব্ৰজন হবলৈ ধৰে তেনে পৰিপেক্ষিতত বৰ্তমানৰ অসম,বাংলাদেশ, নেপাল, ভূটান, পশ্চিম বংগ, অৰুণাচল ইত্যাদি ঠাই লৈ প্ৰব্ৰজন হয়। কিন্ত এটা কথা অতিকৈ মন কৰিব লগা কথাটো হল যে ধৰ্ম, আমি হিন্দু ও নহয় খ্ৰীষ্টিয়ান ও নহয়। যি বিলাক জনগোষ্ঠীয় মানুহ তিব্বত- চীন অঞ্চলৰ পৰা প্ৰব্ৰজন হৈ অসম তথা উত্তৰ পূৰ্বাঞ্চল বা বাংলাদেশত বাস কৰি আছে যেনে - ৰাভা, গাৰো, বড়ো, কাৰ্বি, মিচিং, তিৱা, নগা, কুকি, আপাতানি, মাৰ ইত্যাদি, তেওঁলোকৰ আদিতে হিন্দু, খ্ৰীষ্টিয়ান, বৈষ্ণৱ বা মুছলিম ধৰ্মৰ মানুহ নাছিল। হিন্দু সম্প্ৰদায় মানুহৰ ওচৰত বাস কৰি থকা জনগোষ্ঠী মানুহৰ ওপৰত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিল আৰু খ্ৰীষ্টিয়ান সম্প্ৰদায় মানুহৰ ওচৰত বাস কৰি থকা জনগোষ্ঠী মানুহৰ ওপৰত খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰভাৱ পৰিল অৰ্থাৎ আচাৰ আচৰণ বা নিয়ম নীতি আদান- প্ৰদান হল। কিছুমান জনগোষ্ঠীয় লোকক টকা সম্পত্তিৰ লোভ দেখুৱাই বা ভয় ভাবুকিৰে হিন্দু+ খ্ৰীষ্টিয়ান ধৰ্ম লৈ ৰূপান্তৰিত কৰা হৈছিল আৰু অন্য কিছুমানে স্ব:ইচ্ছাই হিন্দু বা খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰিছিল। যাৰ ফলত আমাৰ নিজৰ নিজৰ সংস্কৃতিবোৰ পাহৰিব ধৰিলো। এতিয়া আমি কোনো জনগোষ্ঠীয় লোকক তোমাৰ কি ধৰ্ম বুলি সুধিলে হিন্দু কব নাইবা খ্ৰীষ্টিয়ান কব, আমাৰ পূৰ্বপুৰুষৰ আদি ধৰ্ম আছিল সাংসাৰিক ধৰ্ম। উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীয় ভাষাবোৰ মূলতে তিব্বত- বৰ্মীয় ভাষা।অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ জনজাতিবোৰ এটা গছৰ ঠাল ঠেঙলী হে আমি। তিব্বত চীন অঞ্চলৰ পৰা অহা জনগোষ্ঠীয় মানুহৰ যে মূল ধৰ্মৰ পৰা বেলেগ এটা ধৰ্মলৈ ৰূপান্তৰিত হোৱা কাৰ্য্য বা প্ৰক্ৰিয়াটো ১/২ বছৰতে হোৱা নাই বহু বছৰ অৰ্থাৎ যুগে যুগে পৰিৱৰ্তন হৈ হৈ ধৰ্ম ৰূপান্তৰিত হৈ হৈ আজিৰ এই অৱস্থাত পাইছে। এতিয়া আমি ৰাভা সকলে নিজৰ বায়খো উৎসৱ পালন কৰাৰ সলনি বেংগলীসকলৰ দুৰ্গাপূজা হে ধুম ধাম পালন কৰো। আহোম সকল আহিছিল ১২২৮ খৃষ্টাব্দত কিন্ত আমি তেওঁলোকতকৈ বহু বছৰ আগত অহা। আহোম সকলে যেনেকৈ ৰজা (ৰাজত্ব কালত)স্বৰ্গদেউ জয়ধ্বজ সিংহৰ নেতৃত্বত নিজৰ ভাষা সংস্কৃতিক পাহৰি হিন্দু ধৰ্ম গ্ৰহণ আৰু অসমীয়া সংস্কৃতিক হাড়ে হিমজুৱে আদৰি লৈছিল। ঠিক তেনেদৰে আমাৰো এই অৱস্থা হৈছে, আমাৰ পূৰ্বপুৰুষে জানি নাজানি বা বাধ্যত পৰি ভুল কৰিছিল কিন্ত এতিয়া আমি নিজৰ সংস্কৃতিৰ কথা জনা হলো অনুসন্ধান কৰিব পৰা হলো, এতিয়া আমি নিজক সংশোধন কৰিব নোৱাৰো নে? আমাৰ নিজৰ সংস্কৃতি ৰক্ষা কৰা, সন্মান কৰা প্ৰতিজন ৰাভাৰে গুৰু দায়িত্ব। হে মোৰ ৰাভা ভাতৃসকল মোৰ এটাই অনুৰোধ সচেতন হওঁক আমাৰ ৰাভা সংস্কৃতিক ৰক্ষা কৰক আৰু বিশ্বত দেখুৱাই দিয়ক। ইতিহাস সাক্ষী আছে, ইতিহাস অনুসন্ধান কৰক নহলে আমাৰ নিজৰ পৰিচয় নোহোৱা হব। নতুন প্ৰজন্মক আঙুলিয়াই দিয়ক সঠিক দিশত আগুৱাবলৈ। এই বিলাক কথা যদি মোয় কব যাও তেতিয়াহলে মোয়ে বেয়া হম, মানুহে মোক কব তুমি বিৰাট জানে, ক'ত শিকিছে তুমি ইমান আৰু বহুত কিবা কিবি কিন্ত ডাঙৰ কথাটো হল কোনেও এইবোৰত গুৰুত্ব আৰু বিশ্লেষণ নকৰে। আমি আচলতে নিজৰ সংস্কৃতি আৰু জীৱন শৈলী দিনক দিনে দূৰলৈ ঠেলি দি আছো আৰু আনৰ সংস্কৃতি বা নীতি নিয়ম বোৰ ওচৰ চপাই আছো আৰু আদৰি লৈ আছো। মই জানো এজন ব্যক্তিয়ে নিজৰ ইচ্ছা অনুসৰি যিকোনো ধৰ্ম গ্ৰহণ কৰিব পাৰে এইটো আমাৰ সংবিধানৰ মতে মৌলিক অধিকাৰ হিচাপে স্বীকৃত কিন্ত যদি আমি নিজৰ সংস্কৃতি এৰি বেলেগ সংস্কৃতিত যাও তেতিয়া হলে আমাৰ নিজৰ সংস্কৃতি কোনে ৰক্ষা কৰিব বা বচাই ৰাখিব। এনেকুৱা প্ৰক্ৰিয়া চলি থাকিলে আমাৰ নিজৰ স্বকীয় সংস্কৃতিৰ পৰিচয় বিলুপ্ত হব আৰু আমাৰ পৃথিৱীত নিজৰ সংস্কৃতিৰ অস্তিত্ব নোহোৱা হব।

Ai jhon kor pra ahil Vogobanok namane
Sendurk aapamn nakariba...
এইজনা কথা মানি লব নোৱাৰি।আহোমৰ নিজা ধৰ্ম সংস্কতি আছে।
ধৰ্ম আৰু সংস্কৃতি পৃথক ধাৰণা হয়
Let her say completely, but the boy is overlapping the conversation which can't be understand.
Very nice
এই পাগল সকলবোৰে গোটেই মানৱ জাতিৰ অনিষ্ট কাৰি কিট পতঙ্গ।
বেত গছৰ আৰু বৰল
Moi ahomor puwali.. nice video brother
thank you bro
❤🎉😊👍
Tai ahomr original treditional ghr sang ghr hoi niki ?
hoi
"পাকঘৰ", বৰ সুন্দৰ লাগিল ❤
বকতালৈ যাম লাওপানী খাম। 😁
বকতালৈ যাম সাঁজ পানী খাম
Ahom namtu axomot utpotti. Thailand, Myanmar, yunan adit Ahom buli kunu jati nai . Bahirot tai buli ha jati ase . Ahom dhormo , ahom vakha word tu vul hoise. Ahomor vakha axomiya, ahomor dhormo etia vaishnav, xongkori adi bivinno ponthat ase . Asian Tai hokol besivag Buddhist aru kisuman Animism. Tai hokolor eta vag axomot ahi Ahom nam pale . 95% ahom hindu dhormo hol kintu 5% mohung chengboon ji hokol purohit asile hai hokol hindu nohol karon hindu hole tai purohit sreni tu kam naikia hobo . Tarupori Me dam me phi , choklong adit tai purohit nohole patibo nuare . Honkhyat jimanei nohouk teuluke porompora tu dhori rakhise babe ha aji me dam me phi aru choklong adi koribo parise .
No more need of Hinduism for our Ahom community . Let's go our community to our origin .
Nice video. Appriciate it.
সেন্দুৰ ব্যৱহাৰ নকৰিবলৈ আহ্বান জনোৱা বিয়কতি জন ও দেখিছোঁ এজন বেলেগ হিন্দু।
Nice video
লাওপানী বাগানীয়া ভাই সকলেহে কয় | উজনিৰ ফালে সাঁজ বুলিহে কয়
নহয় । আপোনাৰ ভুল হৈছে বা একেবাৰে এইবিষয়ত অজ্ঞ
Absolutely 👏
Kaso
ৰিঙাই ৰাম হৰি চকু মুদা শ্ৰী হৰি, ধনু ধৰা বায়ন পুখুৰী পৰীয়া গায়ন, লৰক ফৰক গাওঁবুঢ়া তাৰে হ'ল খোৱা বোবা ।
New subscriber 🎉 very nice video sharing 🎉vl lagil 🎉 please friendship 🎉🎉🎉
Thank you for Subscribing.. Nice to meet you
১ম টো বেত আাৰু ২য় টো বৰল৷আইতাগৰাকীক প্ৰণাম জনালোঁ৷
বেত পথে বলল দিতীয়
আচলতে এই সকলো বিলাক ফকৰা যোজনা নহয় সাথৰ বুলিহে কয়।
ভাল লাগিল
বেত ( প্ৰথম) আৰু বৰল। সাঁথৰ শুনি ভাল লাগিল❤।
পৃথমটো কুঁহিয়াৰ দ্বিতীয়টো বৰল ।
Dhanoabad
No lau pani it is call as Haj..
Laopani is the TAI word. and Lapani also Tai Dring
আইতা লৈ ধন্যবাদ দৰব এশ এটা দিব পাৰি পাবলৈ কষ্ট কৰিব লাগিব তেতিয়াহে ইয়াৰ তেম্পাৰ ছাব
Tai vakhat ki koi name bur
tar ata video bonam khub hunkai
Bohut dinor murot
facebook page solaisu . aru olop kamot busy asilu
ধন্যবাদ