- 28
- 100 064
Meghalee Hazarika
Приєднався 12 лип 2017
Відео
নিযুত মইনা আঁচনিৰ শুভাৰম্ভ।। সৰ্বোদয় মহাবিদ্যালয়, যোৰহাট।।
Переглядів 74Місяць тому
নিযুত মইনা আঁচনিৰ শুভাৰম্ভ।। সৰ্বোদয় মহাবিদ্যালয়, যোৰহাট।।
মিছিং সমাজৰ পৰম্পৰা। প:ৰাগ উৎসৱ। কল বাৰী, যোৰহাট। অসম।
Переглядів 672 місяці тому
মিছিং সমাজৰ পৰম্পৰা। প:ৰাগ উৎসৱ। কল বাৰী, যোৰহাট। অসম।
শ্ৰী শ্ৰী মায়ামৰা খুটীয়াপতা সত্ৰৰ বৰকীৰ্তন আৰু ভাওনা ২০২৪।। মেলেংগীয়াল যোৰহাট
Переглядів 2047 місяців тому
শ্ৰী শ্ৰী মায়ামৰা খুটীয়াপতা সত্ৰৰ বৰকীৰ্তন আৰু ভাওনা ২০২৪।। মেলেংগীয়াল যোৰহাট
ভাৰতীয় দৰ্শন, আস্তিক আৰু নাস্তিক ৰ ধাৰণা।।
Переглядів 23110 місяців тому
ভাৰতীয় দৰ্শন, আস্তিক আৰু নাস্তিক ৰ ধাৰণা।।
Immanuel Kant।। 3rd semester and 1st semester, Dibrugarh University।।Critical theory of knowledge
Переглядів 158Рік тому
Immanuel Kant।। 3rd semester and 1st de4semester, Dibrugarh University।। Critical theory of knowledge।। বিচাৰবাদ।।
চিৰ চেনেহী মোৰ ভাষা জননী।। বৰভেটি সমন্বিত শাখা সাহিত্য সভা।।
Переглядів 67Рік тому
চিৰ চেনেহী মোৰ ভাষা জননী।। বৰভেটি সমন্বিত শাখা সাহিত্য সভা।।
এশ এবিধ শাক কিয় খাব লাগে, গৰু বিহু দিনা।। শাক ৰ নাম।।
Переглядів 152Рік тому
এশ এবিধ শাক কিয় খাব লাগে, গৰু বিহু দিনা।। শাক ৰ নাম।।
হালধীয়া সাংবাদিকতা।। yellow Journalism।।Applied Ethics 6th ,4th semester।।DU
Переглядів 106Рік тому
হালধীয়া সাংবাদিকতা।। yellow Journalism।।Applied Ethics 6th ,4th semester।।DU
আন্তজাৰ্তিক নাৰী দিৱস ৮মাৰ্চInternational Women's day 2023।Digit All
Переглядів 610Рік тому
আন্তজাৰ্তিক নাৰী দিৱস ৮মাৰ্চInternational Women's day 2023।Digit All
Applied ethics|| practical ethics।। ব্যবহাৰিক নীতি শাস্ত্ৰ।। CBCS।। 6th semester
Переглядів 199Рік тому
Applied ethics|| practical ethics।। ব্যবহাৰিক নীতি শাস্ত্ৰ।। CBCS।। 6th semester
FOLK DANCE।। SARBODAYA COLLEGE।। FRESHERS 2022
Переглядів 1502 роки тому
FOLK DANCE।। SARBODAYA COLLEGE।। FRESHERS 2022
Philosophy।। western philosophy।। অস্তিত্ব বাদ।।
Переглядів 1602 роки тому
Philosophy।। western philosophy।। অস্তিত্ব বাদ।।
Logic।। তৰ্ক বিজ্ঞান।।HS Ist year।।Philosophy 1st semester।।Dibrugrah University
Переглядів 952 роки тому
Logic।। তৰ্ক বিজ্ঞান।।HS Ist year।।Philosophy 1st semester।।Dibrugrah University
Azadi Ka Amrit Mahotsav || 75th independence day celebrating at sarbodaya college
Переглядів 1152 роки тому
Azadi Ka Amrit Mahotsav || 75th independence day celebrating at sarbodaya college
Mountaineering Camp at NIM,2022 From 64 assam girls Bn NCC, SARBODAYA COLLEGE,JORHAT.
Переглядів 1262 роки тому
Mountaineering Camp at NIM,2022 From 64 assam girls Bn NCC, SARBODAYA COLLEGE,JORHAT.
Ganga Arti at Varanasi ghat || Uttar Pradesh|| India
Переглядів 852 роки тому
Ganga Arti at Varanasi ghat || Uttar Pradesh|| India
NCC | RCTC| Gwalior 2021|| NER DIR|| rock climbing traing Camp || Gwalior
Переглядів 1,2 тис.2 роки тому
NCC | RCTC| Gwalior 2021|| NER DIR|| rock climbing traing Camp || Gwalior
||PROTHOM SAWONITE|| ASSAMESE MODERN|| MEGHALEE G HAZARIKA||
Переглядів 2,1 тис.3 роки тому
||PROTHOM SAWONITE|| ASSAMESE MODERN|| MEGHALEE G HAZARIKA||
BORGEET | JAYATI PARAMANANDA | SHRI SHRI MADHAVDEV | ASSAMESE DEVOTIONAL SONG | MEGHALEE G HAZARIKA
Переглядів 93 тис.4 роки тому
BORGEET | JAYATI PARAMANANDA | SHRI SHRI MADHAVDEV | ASSAMESE DEVOTIONAL SONG | MEGHALEE G HAZARIKA
বহুত তথ্য প্ৰকাশ হৈছে।ভাল লাগিল। আগলৈ আৰু পাম বুলি আশা কৰিলো।
❤❤
Informative post
Maam❤
সুন্দৰ কণ্ঠেৰে গোৱা বৰগীতটি উপভোগ কৰি ভিল লাগিল ।
এই বৰগীতটি বহুতে শুনি পোৱাই নাই। আগতে আকাশবাণী ডিব্ৰুগড় চেণ্টাৰত পুৱাৰ ভক্তিগীতি অনুষ্ঠানত প্ৰায়েই শুনিবলৈ পাইছিলো। আপোনাৰ সুন্দৰ কণ্ঠত শুনি আপ্লুত হলো। ধন্যবাদ।
গুৰুজনাৰ অপূৰ্ব্ব সৃষ্টিত সুন্দৰ কন্ঠ, কৃষ্ণ ৰাম 🙏
Good song
ইমান সুন্দৰ আৰু সুমধুৰ শুনিও ভাল লাগিল যে কবলৈ গলে মই ভাষাই বিচাৰি নাপালোঁ আপোনালোকক জনাবলৈ আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা ও জনালো আৰু আগন্তুক দিনবোৰতথন জয় হওক আপোনাৰ
আপোনাৰ এই ভক্তি মূলক গীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয় আপুনি গাই যাওক আৰু শুনিও ভাল লাগে ভগৱানে আপোনালোক কুশলে ৰাখক আৰু সংগ দি সুখ দিয়ক আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা ও জনালো লগতে আগন্তুক নির্বাচনত ভাগো লওক শুদ্ধ চিত্তে নিজৰ টো দিয়ক ৰাইজৰ সঁহাৰি লৈ ভৱিষ্যত প্রজন্মৰ হৈউজলাৱৰ বাবে,
🙏
মহাপুৰুষজনাৰ অপূর্ব সৃষ্টি খুবেই সুন্দৰ ৰূপেউপসহাপন কৰা হৈছে আৰু এই সকলোবোৰ নিৰী,খনকৰি সুন্দৰ হৈছে আৰু ভালো লাগে দিয়ক,, আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু শুনিও আনন্দ পালো ভবিষ্যত এনেধৰণৰ ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনাক সংগ দি সুখ দি বাধিত কৰক ইমানেই,,
সুন্দৰ আৰু সুমধুৰ গীত শুনিবলৈ পাই মই অতিকৈ আনন্দ পালো,,,
মহাপুৰুষ শংকৰদেৱৰ অপূর্ব সৃষ্টি বৰ সুন্দৰ ৰূপেউপসথাপন্ কৰা হৈছে,, শুনি খুবেই ভাল পালোঁ,,, আপুনি গাই যাওক ইমান ভাল লাগিল, সুন্দৰ সকলো ঠিকেই আছে,, শুনিলে শুনি থাকিবলৈ মন যায়, আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ হৈছে ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ, ভগৱানে আপোনাক সংগ দি সুখ দিয়ক আৰু পৰিৱেশন সকলো ঠিকেই পালো, ইমানেই ভাল পালোঁ যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ,,, সুন্দৰ অতি গুৰুত্বপূর্ণ ভূমিকা লৈ গোৱা বাবেই নেকি শুনিবলৈ অতিকৈ ভাল লাগিল,,,,,,,
হয়, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত হোৱা বাবেই এই গীতটো শুনিবলৈ সুন্দৰ হৈছে, আচলতে গুৰু দুজনাইযি সৃষ্টি কৰিগল ই গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি ছে, সেয়ে শুনিবলৈ সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিল, সেয়ে আপুনি গাই যাওক, শুভেচ্ছা জনালো আৰু আগন্তুক দিনবোৰত সকলো বিপদ আপদৰ পৰা ৰক্ষা কৰিব ভগৱানে আপোনাক সংগ দি সুখ দিয়ক আৰু সঙদি্ বাধিত কৰক ইমানেই ভাল পালোঁ যে কবলৈ ভাষা ই বিচাৰি নাপালোঁ,,,,,
নমস্কাৰ,,,,, আপোনাৰ এই গীতটো শুনি খুব ভাল পাও অতিকৈ সুন্দৰ আৰু শুনিও ভাল লাগে গতিকে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ আৰু সুমধুৰ শুনি থাকিলেও আমনি নালাগে দিয়ক চোন ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনাব বুলি আশা কৰিলোঁ ভগৱানে মংগল কৰক আপোনাক সংগ দি বাধিত কৰক ইমানেই,,,,,,, ভাল লাগিল সেয়ে কবলৈ ভাষা নাই,,,,,,,,
Sundar
নমস্কাৰ গ্ৰহণ কৰিব পুৱা তে এই নতুন কৈগোৱা গীত পৰিৱেশন তথা শঙ্কৰদেৱৰ হৈ গোৱা ভক্তি মূলক বৰগীত টি শুনিবলৈ পাই মনতে ভগৱান ৰ সৈতে জড়িত হৈ থকা বুলি অনুভৱ হয় যে ইমান সুন্দৰ হৈছে আৰু শুনিও ভাল লাগিছে সেয়ে আপুনি গাই যাওক চোন ভগৱানে মংগল কৰক আপোনাক সংগ দি বাধিত কৰক
সুন্দৰ পৰিকল্পনা তথা সকলো আয়োজনকলৈ কৰা বাবে বহু বহু ধন্যবাদ থাকিল,
মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত হৈছিল এই গীতটো, আপোনাৰ এই গীতটো বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে, সেয়ে আপুনি গাই যাওক চোন আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে আৰু উপস্থাপন চাওভাল লাগিল ভৱিষ্যতে ও এনে ভক্তি মূলক বৰগীত শুনিবলৈ পালে মনতে খুব সুখ পালো হেতেন সেয়ে আপুনি গাই যাওক চোন, ইয়াকে জনালো, ধন্যবাদ জ্ঞাপন কৰি ছো,
সুন্দৰ পৰিকল্পনা আৰু পৰিৱেশন চাইও ভাল লাগিল সেয়ে আপুনি গাই যাওক চোন অতি সুন্দৰ ভৱিষ্যতে ও এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ পালে মনতে বহু সুখ পালোহেঁতেন
নমস্কাৰ গ্ৰহণ কৰিব পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ অনুভৱ কৰো আপোনাৰ এই গীতটো শুনি মই আপোনাক ধন্যবাদ জ্ঞাপন কৰি ছো, আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে সেয়ে আপুনি গাই যাওক চোন,,,,
পুৱা তে এনে ভক্তি মূলক গীত বা বৰগীত শুনিবলৈ পালে মনতে ভগৱান ৰ সৈতে জড়িত হৈ পৰা যেন লাগে, সেয়ে আপুনি গাই গাই যাওক চোন
জয় পৰমাননদ্ সকলো ঠিকেই আগবঢ়াব ঃওমঃনমঃ
পাইছো
ইমান সুন্দৰ পৰিৱেশ তথা পৰিৱেশন ও সকলো ঠিকেই ইয়াত দেখিবলৈ পোৱাত মই খুব ভাল
গুৰু জনাৰ হৈ পৰিৱেশন কৰা বহু কথাই ইয়াত পৰকাষ পাইছে আৰু আপোনাৰ গীতৰ সুৰ অতিকৈ সুন্দৰ হৈছে,, সেয়ে আপুনি গাই যাওক চোন সচাকৈ ইমান সুন্দৰ হৈছে,,,,
🙏🙏
মহাপুৰুষ দুজনাৰ হৈ পৰিৱেশন কৰা বহু তেই সুন্দৰ হৈছে,
সচা,গুৰু দুজনাৰ হৈ পৰিৱেশন কৰা বহু তেই সুন্দৰ হৈছে,
নমস্কাৰ গ্ৰহণ কৰিব পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ অনুভৱ কৰো, আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে ইমান ভাল লাগিল সেয়ে একে সুৰতে কআপোনি গাই যাওক চোন,
হয়, সুন্দৰ হৈছে আৰু পুৱা তে এনে ভক্তি মূলক গীত শুনিবলৈ পালে মনতে খুব সুখ অনুভৱ কৰো ইমানেই,
Hundor mon bhall lagile
অপূর্ব পৰিৱেশন, সুন্দৰ অতি সুন্দৰ হৈছে আৰু পুৱা এই গীতটো শুনি মই খুব ভাল পাও ইমান ভাল লাগিল, আৰু ভালো লাগিল, আপুনি গাই যাওক চোন আপোনাৰ গীত ৰ সুৰ অতিকৈ সুন্দৰ হৈছে হৈছে,,,,,
সুন্দৰ অতি সুন্দৰ আৰু ভালো লাগিল গীত টো শুনি,,
নমস্কাৰ গ্ৰহণ কৰিব, আপোনাৰ এই গীতটো শুনি মই খুব সুখ পালো, আপোনাৰ গীত ৰসুৰ অতিকৈ সুন্দৰ হৈছে, সেয়ে আপুনি গাই যাওক চোন, আপোনালৈ শুভেচ্ছা জনালো,,,,,,
অতি সুন্দৰ
🇨🇮🇨🇮
So nice
Nice Mam❤❤
❤বহুত ভাল লাগিল
I also want to know please tell
Can you please tell me the address of 64girls Battalion NCC Jorhat
Are u GCI
Yes
হয় মহাপুৰুষ জনাৰ অপূৰ্ব সৃষ্টি , বহুত সুন্দৰ, নমস্কাৰ জনালোঁ
সুন্দৰ হৈছে
Joy Sri Krishna
ধন্যবাদ 🙏🙏
Nice
বৰ ভাল লাগিল 🙏
ধন্যবাদ 🙏🙏
'promo sm' 🍀
অতি সুন্দৰ।
🙏🙏
Good information