Time8 Assamese
Time8 Assamese
  • 3 606
  • 4 624 544
আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস।
আজি আন্তঃৰাষ্ট্ৰীয় ব্যাঘ্ৰ দিৱস। কাজিৰঙাৰ বুঢ়াপাহাৰ বনাঞ্চল আৰু বন্যপ্ৰাণী স্বেচ্ছাসেৱী অনুষ্ঠান ‘আৰণ্যক’ৰ উদ্যোগত উদ্‌যাপন গ্ল’বেল টাইগাৰ ডে’।
Переглядів: 9

Відео

দলঙৰ অভাৱত দুর্ভোগ ভুগিছে কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ বেনিবাৰী গাঁৱৰ ৰাইজে।
Переглядів 162 години тому
দলঙৰ অভাৱত দুর্ভোগ ভুগিছে কোকৰাঝাৰ জিলাৰ ছালাকাটিৰ বেনিবাৰী গাঁৱৰ ৰাইজে। প্ৰতিবছৰে নিজৰ গাঁঠিৰ ধন ভাঙি বাঁহৰ দলং নিৰ্মাণ কৰে ৰাইজে।
আজি পৱিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। আজিৰ এই দিনটোত আপুনি কি কি কাম কৰিলে লাভ কৰিব সু-ফল।
Переглядів 1085 годин тому
আজি পৱিত্ৰ শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। আজিৰ এই দিনটোত আপুনি কি কি কাম কৰিলে লাভ কৰিব সু-ফল। কেনেদৰে উপাসনা কৰিলে পাব মহাদেৱৰ কৃপাদৃষ্টি। জানিলওক আমাৰ এই প্ৰতিবেদনৰ জৰিয়তে।
পৱিত্ৰ মক্কাত অসমৰ হজ যাত্ৰীয়ে কান্দি কন্দি কৰিলে দোৱা।
Переглядів 5020 годин тому
পৱিত্ৰ মক্কাত অসমৰ হজ যাত্ৰীয়ে কান্দি কন্দি কৰিলে দোৱা। অসমৰ সকলো সমস্যাৰ সমাধানৰ বাবে আল্লাহৰ ওচৰত কৰিলে দোৱা। চাঁওক এই দৃশ্য়।
এজন মুছলমান ব্যক্তিৰ কোঠাত এয়া কি?
Переглядів 9521 годину тому
এজন মুছলমান ব্যক্তিৰ কোঠাত এয়া কি? এজন মুছলমান লোকে কৰিছে শিৱ আৰাধনা! কিন্তু কিয়?
ফ্লেটৰ ভিতৰত অসমীয়া যুৱতীৰ সৈতে প্ৰেমিকে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা!
Переглядів 24921 годину тому
সন্দেহ নে প্ৰতাৰণা? দিল্লীত ফ্লেটৰ ভিতৰত অসমীয়া যুৱতীৰ সৈতে প্ৰেমিকে সংঘটিত কৰিলে ভয়ংকৰ ঘটনা!
জুবিনৰ স্বাস্থ্য সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য।
Переглядів 1421 годину тому
'সম্পূৰ্ণ সুস্থ জুবিন। আধাঘন্টা সময় হাঁহি-মাতি কথা পাতিলো। তেওঁ কঠোৰ পৰিশ্ৰম কৰাৰ বাবে এনে হৈছে; লগতে ৰমেন বৰুৱা নিৰুদ্দেশৰ পিছৰে পৰা জুবিনৰ মনটো বেয়া'। নেমকেয়াৰ হাস্পতালত উপস্থিত হৈ জুবিনৰ স্বাস্থ্য সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ মন্তব্য।
বৰ্তমান বিপদমুক্ত জুবিন গাৰ্গ ।
Переглядів 2622 години тому
বৰ্তমান বিপদমুক্ত জুবিন গাৰ্গ । নেমকেয়াৰ হাস্পতালৰ MD ডাঃ হিতেশ বৰুৱাই জুবিন গাৰ্গৰ স্বাস্থ্য সন্দৰ্ভত কি ক'লে ?
হিন্দু কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ
Переглядів 6923 години тому
হাজোত জঘন্য ঘটনা ! হিন্দু কিশোৰীৰ সৈতে ভয়ংকৰ কাণ্ড কৰাৰ অভিযোগ মুছলমান যুৱক ইব্ৰাহিম আলীৰ বিৰুদ্ধে।
পুৱাই ঘৰখনলৈ আহিল বেয়া খবৰটো।
Переглядів 84823 години тому
পুৱাই ঘৰখনলৈ আহিল বেয়া খবৰটো। এটা দুৰ্ঘটনাতেই শেষ হ'ল সকলো। ওৰে নিশা পথৰ দাঁতিত বাইকখনৰ সৈতে জোৱানজনৰ...
পেৰিছ অলিম্পিকত অভিষেক ঘটিল ভাৰতৰ একমাত্ৰ মুছলমান যুৱতীৰ।
Переглядів 712 години тому
পেৰিছ অলিম্পিকত অভিষেক ঘটিল ভাৰতৰ একমাত্ৰ মুছলমান যুৱতীৰ। ৪ গৰাকী ভাৰতীয় কন্যাৰ মাজত একমাত্ৰ মুছলমান কন্যা নিখাত জৰীন...
অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা মুস্তাক আনফৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ।
Переглядів 632 години тому
অসম ৰাজ্যিক জমিয়ত উলেমাৰ সভাপতি মৌলানা মুস্তাক আনফৰৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ।অসমৰ গৰাখনীয়া, উচ্ছেদিতক পুনৰ সংস্থাপনৰ লগতে মুছলমান লোকৰ বিবাহ পঞ্জীয়ন, বহু বিবাহ, বাল্য বিবাহ আদি ৰোধ কৰা সন্দৰ্ভতো মুখ্যমন্ত্ৰীৰ লগত আলোচনা মৌলানা মুস্তাক আনফৰৰ।
কেনেদৰে পাৰ হ'ব আপোনাৰ আগন্তুক সপ্তাহটো?
Переглядів 2712 години тому
কেনেদৰে পাৰ হ'ব আপোনাৰ আগন্তুক সপ্তাহটো? চাই লওঁক আজিৰ পৰা সাত দিনলৈ জ্যোতিষ আচাৰ্য কিৰো ইয়ঙে আগবঢ়োৱা ৰাশিফল।
মহানগৰীৰ এটা ব্যতিক্ৰমী নামঘৰ ।
Переглядів 502 години тому
মহানগৰীৰ এটা ব্যতিক্ৰমী নামঘৰ । নামঘৰটোত নাম-কীৰ্তন কৰাৰ লগতে বিনামূলীয়াকৈ থাকিব পাৰিব বিপদত পৰা লোকসকলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত পুনৰ নিৰ্মাণ কৰা হয় এই বিশেষ নামঘৰটো।
কি হৈছে মেঘালয়ত? চাওক শেহতীয়া খবৰ
Переглядів 384 години тому
মেঘালয়ত অসমৰ বাহন প্ৰৱেশত বাধা আৰোপ প্ৰতিবাদকাৰীৰ। প্ৰতিবাদকাৰীক উদ্দেশ্যি অসমৰ গাড়ী চালকে ব্যক্ত কৰিছে প্ৰতিক্ৰিয়া। শেহতীয়া পৰিৱেশ সন্দৰ্ভত সাংবাদিক গৰীমা শৰ্মাৰ প্ৰতিবেদন।
'ল'ৰাটোৰ কিতাপ-পত্ৰ সকলো ফালি শেষ কৰিলে, খাবলৈও একো এটা নাই'।
Переглядів 3624 години тому
'ল'ৰাটোৰ কিতাপ-পত্ৰ সকলো ফালি শেষ কৰিলে, খাবলৈও একো এটা নাই'।
📌'আমি খাৰু পিন্ধি বহি থকা নাই' ।
Переглядів 2614 години тому
📌'আমি খাৰু পিন্ধি বহি থকা নাই' ।
মেঘালয়ত পৰ্যটকক স্থানীয় টেক্সি ব্যৱহাৰৰ দাবীক লৈ অসমৰ টেক্সিচালকৰ প্ৰতিক্ৰিয়া
Переглядів 1524 години тому
মেঘালয়ত পৰ্যটকক স্থানীয় টেক্সি ব্যৱহাৰৰ দাবীক লৈ অসমৰ টেক্সিচালকৰ প্ৰতিক্ৰিয়া
মেঘালয়ত অসমৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা প্ৰতিবাদকাৰীক ইংৰাজীতে আহ্বান জনালে
Переглядів 3254 години тому
মেঘালয়ত অসমৰ বাহন প্ৰৱেশত বাধা আৰোপ কৰা প্ৰতিবাদকাৰীক ইংৰাজীতে আহ্বান জনালে
বজালীস্থি নিজা কৃষি ভূমিত খেতিত ব্যস্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।
Переглядів 444 години тому
বজালীস্থি নিজা কৃষি ভূমিত খেতিত ব্যস্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস।
বিশ্ব ঐতিহ্যক্ষেত্ৰ হ'ল চৰাইদেউ।
Переглядів 564 години тому
বিশ্ব ঐতিহ্যক্ষেত্ৰ হ'ল চৰাইদেউ।
কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত কাৰ্গিল বিজয় দিৱস উপলক্ষে বিশেষ আয়োজন।
Переглядів 1344 години тому
কেপ্টেইন জিন্টু গগৈৰ সমাধিক্ষেত্ৰত কাৰ্গিল বিজয় দিৱস উপলক্ষে বিশেষ আয়োজন।
চাঞ্চল্যকৰ ! প্ৰথমে পত্নীক ভিতৰত ৰাখি দুৱাৰ বন্ধ কৰিলে বাহিৰৰ পৰা...
Переглядів 1,3 тис.4 години тому
চাঞ্চল্যকৰ ! প্ৰথমে পত্নীক ভিতৰত ৰাখি দুৱাৰ বন্ধ কৰিলে বাহিৰৰ পৰা...
বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ।
Переглядів 1157 годин тому
বিশিষ্ট শিল্পী ৰমেন বৰুৱাৰ নিৰুদ্দেশক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া ।
শীঘ্ৰেই দূৰ হ'ব NRCৰ Biometricৰ সমস্যা ।
Переглядів 157 годин тому
শীঘ্ৰেই দূৰ হ'ব NRCৰ Biometricৰ সমস্যা ।
আজি ঐতিহাসিক দিনৰ সাক্ষী হ'ব অসমবাসী।
Переглядів 717 годин тому
আজি ঐতিহাসিক দিনৰ সাক্ষী হ'ব অসমবাসী।
কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ।
Переглядів 197 годин тому
কলিয়াবৰত জাপানীজ এনকেফেলাইটিছৰ সংহাৰ।
৭২ ঘন্টা উকলি যোৱাৰ পিছতো সন্ধান নাই ৰমেন বৰুৱাৰ।
Переглядів 4727 годин тому
৭২ ঘন্টা উকলি যোৱাৰ পিছতো সন্ধান নাই ৰমেন বৰুৱাৰ।
বাঘৰ ভয়ত আকৌ আৱৰ্ত ভৱনৰ পৰাই উভতিল বন মন্ত্ৰী। ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিৱেশ।
Переглядів 217 годин тому
বাঘৰ ভয়ত আকৌ আৱৰ্ত ভৱনৰ পৰাই উভতিল বন মন্ত্ৰী। ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিৱেশ।
সুকলমে ঘৰলৈ উভতি আহিল বাংলাদেশত পঢ়িবলৈ যোৱা দৰঙৰ ছাত্ৰ।
Переглядів 217 годин тому
সুকলমে ঘৰলৈ উভতি আহিল বাংলাদেশত পঢ়িবলৈ যোৱা দৰঙৰ ছাত্ৰ।

КОМЕНТАРІ

  • @AjayMundu-ui4kd
    @AjayMundu-ui4kd 7 годин тому

    Bokajan KARBI ANGLONG Assam

  • @rituparnabhardwaj760
    @rituparnabhardwaj760 День тому

    ভৰণ, পোষণ আৰু চু সমপৰিমানে তিনিওবিধ দিব পাৰিলেহে সংসাৰ চলিব...! বাতৰি সমাজত আৰু বেলেগ আছে ভাল প্ৰয়োজনীয়...! সংসাৰত সুখি হলে কোনো মাইকীক ইমান চকু দিয়াৰ দৰকাৰ নাই যদি চকু দি থাকিব লাগে তেতিয়া হলে কোনো কাৰো কাৰণে উপযুক্ত নহয় যত বিশ্বাস কৰিব পৰা কথা নাথাকে তাত প্ৰেম, ভাল লগা কত থাকিব জবৰদস্তি কাকো ধৰি ৰাখিব নোৱাৰি আৰু কোনো লাভো নাই...!! কান্দিলেই কোনো নিৰ্দোষী হৈ নযায় এই ৫ মিনিটৰ ভিডিঅটো চাই আমি কব নোৱাৰো যে তেওঁলোকৰ সংসাৰত কি ঘটিছিলে...!!

  • @WardenPrity
    @WardenPrity День тому

    Faltu

  • @travellingfoodparty3702
    @travellingfoodparty3702 День тому

    Mama❤

  • @maheswarboro4589
    @maheswarboro4589 2 дні тому

    Tourist khokolok meghalay jaam buli kole kunu nenile tu hol, asom khon par hoi cheraoungji tu jabo nuware.

  • @pobitradoley7327
    @pobitradoley7327 2 дні тому

    Eijonir news nidibo jihetu tai beleg religion lorar lgt biya hoise faltu suwali

  • @deepamahanta132
    @deepamahanta132 2 дні тому

    😂😂😂

  • @rabindas3388
    @rabindas3388 2 дні тому

    Belbung😅

  • @NijoraSarania-pj3bj
    @NijoraSarania-pj3bj 2 дні тому

    Tai ghuri ahileo rakhibo nalage jodi anor logot polaise

  • @bhupanboro4213
    @bhupanboro4213 3 дні тому

    God bless you sister ❤❤

  • @user-oe4ml9xr3s
    @user-oe4ml9xr3s 3 дні тому

    😂😂😂 এ মজা 😂

  • @parikhitcherenga1311
    @parikhitcherenga1311 3 дні тому

    😂😂😂

  • @shimpyborah3861
    @shimpyborah3861 3 дні тому

    HSA de bya lage....HSA k ako

  • @maheswarboro4589
    @maheswarboro4589 3 дні тому

    Kuli joog bojisa.

  • @rafikulali4396
    @rafikulali4396 3 дні тому

    এটা জাতিক লৈ বেয়া বেয়া কমেনট দিয়া সকলে ভালকৈ চোৱা

  • @jugalsaharia
    @jugalsaharia 3 дні тому

    এ মজা😊

  • @nabajyotigoswami5174
    @nabajyotigoswami5174 3 дні тому

    আৰু অন্য বাতৰি নাই

  • @pranabnath2195
    @pranabnath2195 3 дні тому

    হাৱা খাব গৈচে বৈউ 😂😂😂

  • @joyontabora7172
    @joyontabora7172 3 дні тому

    Aiburk jolokia dibo lage

  • @deepboro13deepboro13
    @deepboro13deepboro13 3 дні тому

    batororr mohima aru maiki manhor mohima ketywo dharibo nwra......aji pormn hll

  • @abhemnyury8118
    @abhemnyury8118 4 дні тому

    Sowali jonir real photo khon dekhuwate kiba hoy nki.....

  • @assamlovers6531
    @assamlovers6531 4 дні тому

    😂😂😂😂mall khai xoi thak bro

  • @user-ot9oe7uy4m
    @user-ot9oe7uy4m 4 дні тому

    Toi ajon Pagoli hoy kela sudur honi kela

  • @biplabray6304
    @biplabray6304 4 дні тому

    Kuttar jiyek

  • @simadeka9014
    @simadeka9014 4 дні тому

    Dekhatei lage olop critical aase

  • @user-wr4mz6km1g
    @user-wr4mz6km1g 4 дні тому

    Ajoni modahhiya missa kotha koise

  • @asrafulaktarkhan4389
    @asrafulaktarkhan4389 4 дні тому

    ধেৎ মদাহী জনী

  • @user-mh3ql6wz7l
    @user-mh3ql6wz7l 4 дні тому

    কিয় কাজিয়া কৰা মাজনী।

  • @Viralmaza123
    @Viralmaza123 4 дні тому

    😂😂😂😂😂 kutu kutu

  • @MoonTalukdar-lv4nx
    @MoonTalukdar-lv4nx 4 дні тому

    starting aru ase

  • @rekhabrahma25ghy
    @rekhabrahma25ghy 5 днів тому

    Oti hunkale bhal hoi jauk teur chakujuri .

  • @shyamgogoi6442
    @shyamgogoi6442 5 днів тому

    Next cm sukur ali

  • @imranAssam
    @imranAssam 5 днів тому

    মালটো কথ আহিছে অ😂

  • @debosarma2728
    @debosarma2728 5 днів тому

    2:09

  • @bijubhagat3312
    @bijubhagat3312 5 днів тому

    😂😂😂😂😂😂😂

  • @zone6197
    @zone6197 6 днів тому

    এইবিলাক কথাও নিউজত ঠাই পায় নে?? আচৰিত দেই!!

  • @RanjitPhukan-ct5yf
    @RanjitPhukan-ct5yf 6 днів тому

    Pagolmotakondabondhskor balag anilo

  • @CGogoi-qp4dg
    @CGogoi-qp4dg 6 днів тому

    Bro juatu jabo dia fota bah jura logabo nuari tumi relax hua juatuk loi nakandiba

  • @joyontabora7172
    @joyontabora7172 6 днів тому

    Pokiti lolire

  • @kapildevdasofficial5167
    @kapildevdasofficial5167 6 днів тому

    Deha jan hkolu jabo sapri sob...🤣

  • @nikumaninath4268
    @nikumaninath4268 6 днів тому

    Iman morom kora manuhak enekua korib napai deii ....jibonat ketyau hukhi hb nuare eijoni ...😡😡

  • @kattarhindubbbbbbbbbbbbbb
    @kattarhindubbbbbbbbbbbbbb 6 днів тому

    Si si thu kela😂😂😂

  • @MridusmitaDeuri
    @MridusmitaDeuri 6 днів тому

    Lench loguar Karone hoise

  • @localboysbongaigaon3908
    @localboysbongaigaon3908 6 днів тому

    Papi nari vl din najabo bondhu sinta nkoriba

  • @madhabbora1816
    @madhabbora1816 7 днів тому

    Tuk Vl puwa porinoti pale no

  • @SamiranSaikia-bn5wh
    @SamiranSaikia-bn5wh 7 днів тому

    Aku nohoi narik honman koribo lage bhari malis korar aakhirbad aibur

  • @amrit2017
    @amrit2017 7 днів тому

    Kela biya nohoar agote petat belegr poali loi ahise

  • @MoinaphukanMoina
    @MoinaphukanMoina 7 днів тому

    Vogbaan nain do aankh diya hain ,phir lence loganein ki kiya jororot

  • @banikantamoran3567
    @banikantamoran3567 7 днів тому

    Excellent, this is a very sex greedy woman 🤔

  • @CreativeGaurav671
    @CreativeGaurav671 7 днів тому

    দেহা kintoo khatarnak