Brahmaputra Devotional
Brahmaputra Devotional
  • 203
  • 1 450 452
ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || @BrahmaputraDevotional
【【【【【Brahmaputra Devotional】】】】】
Brahmaputra Devotional presents,
মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ
ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা
ভাগৱত পাঠ
শ্ৰীশ্ৰীমদ্ভাগৱত কথা
অবিৰত মহাভাগৱত পাঠ
ভাগৱত পাঠ আৰু ব্যাখ্যা
শ্রীশ্রীমদ্ভাগৱত কথা
Bhagawat Path
Shri Shri Madbhagawat Katha
Bhagawat Path
Bhagawat Path with Discussion
Assamese Bhagawat Path Discussion
বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, নমস্কাৰ ৷ সেৱা গ্ৰহণ কৰিব ৷ তলত দিয়া Link সমূহত ক্লিক কৰি বাকীবোৰ ভিডিঅ' চাব পাৰিব ৷ লগতে আমাৰ নতুন নতুন Updateবোৰ আগতীয়াকৈ পাবলৈ আমাৰ চেনেললৈ যদি নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো চাব্সক্ৰাইব কৰি থব ৷ আপোনালোকৰ এটা মূল্যবান Like, Comment আৰু Shareয়ে আমাক প্ৰেৰণা যোগাই আৰু এখোজ আগবঢ়াত সহায় কৰে ৷ ধন্যবাদ...
Check the full playlist here :-
1. নাম-প্ৰসংগ আৰু ‌কীৰ্তন :- ua-cam.com/play/PLsNkZuAz2E2HJqiLhGAu0gKfFgTbwFZWt.html
2. ভাগৱত পাঠ আৰু অমৃত ব্যাখ্যা - শ্ৰীশ্ৰী মদ্ভাগৱত কথা :- ua-cam.com/play/PLsNkZuAz2E2EohFmwVpol8OaFXj7zxY2B.html
3. নামঘোষা ৰসামৃত :- ua-cam.com/play/PLsNkZuAz2E2ESA1gQnstl9CYTgj8zcw4b.html
4. ভাওনা :- ua-cam.com/play/PLsNkZuAz2E2FaRlRcKJ-06jmUa37mBgec.html
5.ভক্তিযোগ - শ্ৰীশ্ৰী মদ্ভাগৱত কথা :- ua-cam.com/play/PLsNkZuAz2E2F14JJzRHTFChA9OI-Fv9hy.html
6. ব্যাখ্যামুলক ভাগৱত পাঠ - শ্ৰীশ্ৰী মদ্ভাগৱত কথা :- ua-cam.com/play/PLsNkZuAz2E2EkKKIDk-1n9SWPbzksmeLc.html
7. উদ্ধৱ - শ্ৰীকৃষ্ণ সংবাদ :- ua-cam.com/play/PLsNkZuAz2E2Eg-iSYCLn6IVES_5jJzgri.html
8. নিমি নৱষিদ্ধ সংবাদ :- ua-cam.com/play/PLsNkZuAz2E2FQTUuw6erxzmtGO5yD02q8.html
9. ঘোষা পাঠ :- ua-cam.com/play/PLsNkZuAz2E2G2TbTINfnUkqHrHKOP_80s.html
10. ভাগৱত পাঠৰ সুমধুৰ সুৰ :- ua-cam.com/play/PLsNkZuAz2E2FVysZiRl-BObqudlsBBc5r.html
11. অবিৰত মহাভাগৱত পাঠ :- ua-cam.com/play/PLsNkZuAz2E2EEFkx3Giq9MD2rC3VNd_QF.html
12:- অজামিল উপাখ্যান :- ua-cam.com/play/PLsNkZuAz2E2GGpce8yFP1-9dFRBWyoEx4.html
13. অখণ্ড ভাগৱত পাঠ - শ্ৰীশ্ৰী মদ্ভাগৱত কথা :- ua-cam.com/play/PLsNkZuAz2E2HZLkf7WiyGw4Twed-4IjVu.html
14. নাৰদ আৰু ব্যাসমুনিৰ অমৃত কথা - শ্ৰীশ্ৰী মদ্ভাগৱত কথা :- ua-cam.com/play/PLsNkZuAz2E2Etk1YQKnkuo3oiIugFGOyd.html
15. দাসীপুত্ৰ নাৰদৰ উপৰিজন্মৰ অমৃত কথা - শ্ৰীশ্ৰী মদ্ভাগৱত কথা :- ua-cam.com/play/PLsNkZuAz2E2FQD6bnyWFVwmOuyS2uHm2Y.html
16. ভাগৱত ধৰ্ম কথন - শ্ৰীশ্ৰী মদ্ভাগৱত কথা :- ua-cam.com/play/PLsNkZuAz2E2E-zLNoS1NosABdwV_JVusN.html
17. লীলা অৱতাৰ কথন - শ্ৰীশ্ৰী মদ্ভাগৱত কথা :- ua-cam.com/play/PLsNkZuAz2E2GDPvp9opBLBRDIyLtUqOIs.html
18. ভাগৱত পাঠ শুনো আহক :- ua-cam.com/play/PLsNkZuAz2E2FfsSoDcyUPmLG-uYZK5_DB.html
19. ভাগৱত পাঠৰ অমৃত ব্যাখ্যা - শ্ৰীশ্ৰী মদ্ভাগৱত কথা :- ua-cam.com/play/PLsNkZuAz2E2FxdpGcubIc9g1N1UgIJPIB.html
20. অসমীয়া ভক্তিমূলক গীত :- ua-cam.com/play/PLsNkZuAz2E2HM1AXlr4BwP_O5GSp0KcXH.html
SUBSCRIBE Our Channel :- www.youtube.com/@BrahmaputraDevotional
SUBSCRIBE Our Featured Channel :- www.youtube.com/@KaustovMusical
Join this channel to get access to perks:
ua-cam.com/channels/c4psxcZly7Ys5lPm3E1GNA.htmljoin
---------------
--: DISCLAIMER :--
Copyright Disclaimer under section 107 of the copyright act 1976, allowance is made for "fair use" for purposes such as criticism, comment, news reporting, teaching, scholarship and research. Fair use is a use permitted by copyright statute that might otherwise be infringing. Non profit, educational or personal use tips the balance in favor of fair use. All content used is copyright to this channel, use or commercial display or editing of the content without proper authorization is not allowed.
Related :-
#ভাগৱত_পাঠ
#শ্ৰীশ্ৰীমদ্ভাগৱত_কথা
#ভাগৱত_পাঠ_আৰু_ব্যাখ্যা
#শ্রীশ্রীমদ্ভাগৱত_কথা
#Bhagawat_Path
#Bhagabat_Path
#Shri_Shri_Madbhagawat_Katha
#Brahmaputra_Devotional
#BrahmaputraDevotional
Thank You...
Переглядів: 161

Відео

কপিল মুনিৰ আখ্যান || Last Part || ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 8 тис.2 місяці тому
【【【【【Brahmaputra Devotional】】】】】 Brahmaputra Devotional presents, মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা ভাগৱত পাঠ শ্ৰীশ্ৰীমদ্ভাগৱত কথা অবিৰত মহাভাগৱত পাঠ ভাগৱত পাঠ আৰু ব্যাখ্যা শ্রীশ্রীমদ্ভাগৱত কথা Bhagawat Path Shri Shri Madbhagawat Katha Bhagawat Path Bhagawat Path with Discussion Assamese Bhagawat Path Discussion বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, ...
কপিল মুনিৰ আখ্যান || Part -8 || ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 8763 місяці тому
【【【【【Brahmaputra Devotional】】】】】 Brahmaputra Devotional presents, মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা ভাগৱত পাঠ শ্ৰীশ্ৰীমদ্ভাগৱত কথা অবিৰত মহাভাগৱত পাঠ ভাগৱত পাঠ আৰু ব্যাখ্যা শ্রীশ্রীমদ্ভাগৱত কথা Bhagawat Path Shri Shri Madbhagawat Katha Bhagawat Path Bhagawat Path with Discussion Assamese Bhagawat Path Discussion বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, ...
কপিল মুনিৰ আখ্যান || Part -7 || ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 7043 місяці тому
【【【【【Brahmaputra Devotional】】】】】 Brahmaputra Devotional presents, মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা ভাগৱত পাঠ শ্ৰীশ্ৰীমদ্ভাগৱত কথা অবিৰত মহাভাগৱত পাঠ ভাগৱত পাঠ আৰু ব্যাখ্যা শ্রীশ্রীমদ্ভাগৱত কথা Bhagawat Path Shri Shri Madbhagawat Katha Bhagawat Path Bhagawat Path with Discussion Assamese Bhagawat Path Discussion বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, ...
কপিল মুনিৰ আখ্যান || Part -6 || ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 6453 місяці тому
【【【【【Brahmaputra Devotional】】】】】 Brahmaputra Devotional presents, মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা ভাগৱত পাঠ শ্ৰীশ্ৰীমদ্ভাগৱত কথা অবিৰত মহাভাগৱত পাঠ ভাগৱত পাঠ আৰু ব্যাখ্যা শ্রীশ্রীমদ্ভাগৱত কথা Bhagawat Path Shri Shri Madbhagawat Katha Bhagawat Path Bhagawat Path with Discussion Assamese Bhagawat Path Discussion বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, ...
কপিল মুনিৰ আখ্যান || Part -5 || ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || Brahmaputra Devotional
Переглядів 1,2 тис.4 місяці тому
【【【【【Brahmaputra Devotional】】】】】 Brahmaputra Devotional presents, মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা ভাগৱত পাঠ শ্ৰীশ্ৰীমদ্ভাগৱত কথা অবিৰত মহাভাগৱত পাঠ ভাগৱত পাঠ আৰু ব্যাখ্যা শ্রীশ্রীমদ্ভাগৱত কথা Bhagawat Path Shri Shri Madbhagawat Katha Bhagawat Path Bhagawat Path with Discussion Assamese Bhagawat Path Discussion বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, ...
কপিল মুনিৰ আখ্যান || Part -4 || ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 6684 місяці тому
【【【【【Brahmaputra Devotional】】】】】 Brahmaputra Devotional presents, মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা ভাগৱত পাঠ শ্ৰীশ্ৰীমদ্ভাগৱত কথা অবিৰত মহাভাগৱত পাঠ ভাগৱত পাঠ আৰু ব্যাখ্যা শ্রীশ্রীমদ্ভাগৱত কথা Bhagawat Path Shri Shri Madbhagawat Katha Bhagawat Path Bhagawat Path with Discussion Assamese Bhagawat Path Discussion বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, ...
কপিল মুনিৰ আখ্যান || Part -3 || ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 5764 місяці тому
【【【【【Brahmaputra Devotional】】】】】 Brahmaputra Devotional presents, মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা ভাগৱত পাঠ শ্ৰীশ্ৰীমদ্ভাগৱত কথা অবিৰত মহাভাগৱত পাঠ ভাগৱত পাঠ আৰু ব্যাখ্যা শ্রীশ্রীমদ্ভাগৱত কথা Bhagawat Path Shri Shri Madbhagawat Katha Bhagawat Path Bhagawat Path with Discussion Assamese Bhagawat Path Discussion বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, ...
কপিল মুনিৰ আখ্যান || Part -2 || ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 5774 місяці тому
【【【【【Brahmaputra Devotional】】】】】 Brahmaputra Devotional presents, মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা ভাগৱত পাঠ শ্ৰীশ্ৰীমদ্ভাগৱত কথা অবিৰত মহাভাগৱত পাঠ ভাগৱত পাঠ আৰু ব্যাখ্যা শ্রীশ্রীমদ্ভাগৱত কথা Bhagawat Path Shri Shri Madbhagawat Katha Bhagawat Path Bhagawat Path with Discussion Assamese Bhagawat Path Discussion বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, ...
কপিল মুনিৰ আখ্যান || Part -1 || ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 3,2 тис.4 місяці тому
【【【【【Brahmaputra Devotional】】】】】 Brahmaputra Devotional presents, মহান ভাগৱতৰ আধ্যাত্মিক বিশ্লেষণ ভাগৱত পাঠৰ সুমধুৰ সুৰ আৰু অমৃত ব্যাখ্যা ভাগৱত পাঠ শ্ৰীশ্ৰীমদ্ভাগৱত কথা অবিৰত মহাভাগৱত পাঠ ভাগৱত পাঠ আৰু ব্যাখ্যা শ্রীশ্রীমদ্ভাগৱত কথা Bhagawat Path Shri Shri Madbhagawat Katha Bhagawat Path Bhagawat Path with Discussion Assamese Bhagawat Path Discussion বি:দ্ৰ: :- কৃষ্ণ ৷ শ্ৰদ্ধাৰ বাপ-বান্দ্ধৱসকল, ...
Bhagawat Path || ভাগৱত পাঠ আৰু ব্যাখ্যা || শ্ৰীকৃষ্ণৰ উদ্ধৱক উপদেশ প্ৰদান || @BrahmaputraDevotional
Переглядів 4,3 тис.5 місяців тому
Bhagawat Path || ভাগৱত পাঠ আৰু ব্যাখ্যা || শ্ৰীকৃষ্ণৰ উদ্ধৱক উপদেশ প্ৰদান || @BrahmaputraDevotional
Bhagawat Path || ভাগৱত পাঠ আৰু ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 1136 місяців тому
Bhagawat Path || ভাগৱত পাঠ আৰু ব্যাখ্যা || @BrahmaputraDevotional
Bhagawat Path || ভাগৱত পাঠ আৰু ব্যাখ্যা || @BrahmaputraDevotional
Переглядів 4756 місяців тому
Bhagawat Path || ভাগৱত পাঠ আৰু ব্যাখ্যা || @BrahmaputraDevotional
Bhagawat Path 30 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 3758 місяців тому
Bhagawat Path 30 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 29 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 2848 місяців тому
Bhagawat Path 29 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 28 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 1788 місяців тому
Bhagawat Path 28 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 27 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 1799 місяців тому
Bhagawat Path 27 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 26 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 2669 місяців тому
Bhagawat Path 26 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 25 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 29810 місяців тому
Bhagawat Path 25 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 24 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 11610 місяців тому
Bhagawat Path 24 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 23 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 17010 місяців тому
Bhagawat Path 23 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 22 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 19311 місяців тому
Bhagawat Path 22 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 21 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 17911 місяців тому
Bhagawat Path 21 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 20 | মহান ভাগৱতৰ সুমধুৰ সুৰ ও আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 193Рік тому
Bhagawat Path 20 | মহান ভাগৱতৰ সুমধুৰ সুৰ ও আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 19 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ @BrahmaputraDevotional
Переглядів 181Рік тому
Bhagawat Path 19 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ @BrahmaputraDevotional
Bhagawat Path 18 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 283Рік тому
Bhagawat Path 18 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 17 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 478Рік тому
Bhagawat Path 17 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 16 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 362Рік тому
Bhagawat Path 16 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 15 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 313Рік тому
Bhagawat Path 15 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Bhagawat Path 14 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional
Переглядів 285Рік тому
Bhagawat Path 14 | মহান ভাগৱতৰ সুমধুৰ সুৰ আৰু আধ্যাত্মিক তত্বগধূৰ বিশ্লেষণ | @BrahmaputraDevotional

КОМЕНТАРІ

  • @harendradutta1915
    @harendradutta1915 2 дні тому

    দ্বাপৰ যোগতো ঈশ্বৰেও পেট্ৰলৰ জ্ঞান জনাই নাছিল! নহলে ঘোঁৰা কেইটাক ৰথ চলাই ঘূৰেনে? কলিৰ মানুহ টেঙৰ !গাৰী-মটৰ এৰোপ্লেন আৰু কত কি!

  • @padmeswarborah-yy1zr
    @padmeswarborah-yy1zr 9 днів тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ বান্ধ প্ৰভু সকলৰ ওপৰত মোৰ এটি প্ৰাৰ্থনা, প্ৰেৰণ কৰিলো গ্ৰহন কৰিলো।। শুভ সন্ধ্যা।। ৰাম ৰাম কৃষ্ণ কৃষ্ণ।।

  • @KripaBaidya
    @KripaBaidya 11 днів тому

    Krishna hori ram ram ram

  • @AnantaBordoloi-u5s
    @AnantaBordoloi-u5s 16 днів тому

    Nice dhunya you are the best

  • @subantiburagohain9151
    @subantiburagohain9151 17 днів тому

    কৃষ্ণ কৃষ্ণ 🙏 🙏 কৃষ্ণ কৃষ্ণ ৰাতিপুৱা ৩ বজাত আপোনাৰ ভাগৱত ভাগ শুনি লো প্ৰভূ জনা আমাকো‌ যেন ভগৱানে আপোনাৰ জ্ঞান কণ অকণমান দিব বুলি আশা কৰিলো হে ভগৱান কৃপাকৰা যেন আমাকো কৃষ্ণ 🙏 কৃষ্ণ কৃষ্ণ 🙏

  • @DimbeswarKochari
    @DimbeswarKochari 20 днів тому

    কৃষ্ণ 🙏

  • @promudhazarika3399
    @promudhazarika3399 22 дні тому

    Krishna.krishna.krishna.

  • @DimbeswarKochari
    @DimbeswarKochari 22 дні тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 প্ৰভু❤

  • @mainanath257
    @mainanath257 25 днів тому

    Krishna,krishna,bap

  • @PurabiChutia-k3k
    @PurabiChutia-k3k 29 днів тому

    কৃষ্ণ

  • @Gobinchandrabora-y8k
    @Gobinchandrabora-y8k Місяць тому

    কৃষ্ণ কৃষ্ণ বাইদেউ ভক্তি ভৰা সেৱা জনালোঁ।

  • @mayuriduttapori94
    @mayuriduttapori94 Місяць тому

    Krishna

  • @Rajdev-p1y
    @Rajdev-p1y Місяць тому

    হৰে কৃষ্ণ হৰে ৰাম হৰে ৰাধে কৃষ্ণ ৰাধে ৰাধে

  • @sanjibbordoloi6975
    @sanjibbordoloi6975 Місяць тому

    Om namah shivay baba

  • @DhaniramNath-l9x
    @DhaniramNath-l9x Місяць тому

    Keisha, Keisha, Hari, ram, ,sundar, hose, gusani

  • @KishorkumarDas-ht7yq
    @KishorkumarDas-ht7yq Місяць тому

    Krishna namaste 🙏 ♥️ ❤️

  • @DipaMoniMoran-w9f
    @DipaMoniMoran-w9f Місяць тому

    🙏🙏🙏

  • @DipaMoniMoran-w9f
    @DipaMoniMoran-w9f Місяць тому

    🙏🙏🙏

  • @JuriDas-y8f
    @JuriDas-y8f Місяць тому

    har krishna ❤

  • @DipaMoniMoran-w9f
    @DipaMoniMoran-w9f Місяць тому

    🙏🙏🙏

  • @MamoniBorah-j3x
    @MamoniBorah-j3x Місяць тому

    কৃষ্ণ প্ৰভু নাৰায়ণ। হৰি কৃষ্ণ এই অৰ্ধমক কৃপা কৰিবা।

  • @MontuHazarika-f6r
    @MontuHazarika-f6r 2 місяці тому

    Ki gaisa Zubeen dada tumi khunile khuniyei thakibo mon jai

  • @kakuborah8460
    @kakuborah8460 2 місяці тому

    ❤🙏🙏🙏

  • @MridulaSarma-eq9hm
    @MridulaSarma-eq9hm 2 місяці тому

    om namah bhagawate basudebai 🙏🙏

  • @devajitdas
    @devajitdas 2 місяці тому

    Hare Krishna joy Zubeen da ❤

  • @ujjalgogoi9061
    @ujjalgogoi9061 2 місяці тому

    Krishna Krishna hewa grhan kriba

  • @pikugogoi3982
    @pikugogoi3982 2 місяці тому

  • @chinimaibora7626
    @chinimaibora7626 2 місяці тому

    কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @gautombora9502
    @gautombora9502 2 місяці тому

    কৃষ্ণ 🙏 কৃষ্ণ 🙏

  • @MamoniBorah-j3x
    @MamoniBorah-j3x 2 місяці тому

    বাপ জন ক'ৰবাত 12বছৰ ক'ৰবাত 14 বছৰ বুলি পাওঁ।

  • @bhadrakantadas6101
    @bhadrakantadas6101 2 місяці тому

    চিৰসেউজ কন্ঠ অনিমা চৌধুৰী বাইদেউ ৰ। God bless you.

  • @Hemkantha
    @Hemkantha 2 місяці тому

    Krishna 🙏🙏🙏

  • @ppkvlogs7008
    @ppkvlogs7008 2 місяці тому

    কি কৰিলো কি কৰিলো ভকতি নকৰি৷ অন্তকে পাইলেক আসি ৰক্ষা কৰা হৰি৷৷১৷৷ || পদ ||: নকৰিলো শিৰে মাধৱক নমস্কাৰ৷ ইটো মাথা গোট মোৰ ভৈল মহাভাৰ৷৷ কৰ্ণ দুই আছে নুশুনিলো হৰি কথা৷ দুগোটা গৰ্ত্তৰ ভাৰ বহিলোহো বৃথা৷৷১৷৷ জিহ্বা মোৰ আছন্তে নলৈলো ৰামনাম৷ দাদুৰীৰ জিহ্বা যেন ভৈল কোন কাম৷৷ নেদেখিলো নয়নে প্ৰভুৰ যেন ৰূপ৷ সম্যকে জানিলো দুয়ো আখি অন্ধকূপ৷৷২৷৷ যেন চিত্ৰ বিচিত্ৰ মৈৰাৰ ভাসে পাখি৷ হৰিৰূপ নেদেখিলো পাইলো তেহ্ন আখি৷৷ হৰিপদ তুলসীৰ নলৈলোহো ঘ্ৰাণ৷ জীৱন্তে মৰিলো নাসা ভাঠিৰ সমান৷৷৩৷৷ পিন্ধিলোহো বাহুত অনেক অলঙ্কাৰ৷ প্ৰভুৰ পূজাক নকৰিলো একবাৰ৷৷ কৃষ্ণকৃত্য নকৰিলো ভৈলোহো বৰ্ব্বৰ৷ ইটো হস্ত বাহু মৃতক শৱৰ৷৷৪৷৷ পাৱ দুই আছন্তে নগৈলো ক্ষেত্ৰস্থান৷ মোৰ পাৱ ভৈল বৃক্ষ শিফাৰ সমান৷৷ হা হা দয়াময় মোৰ কি কৰিলা গতি৷ এভো তুৱা নাম লৈতে হৌক মোৰ মতি৷৷৫৷৷ কৰ্ম্মদোষে যিবা জন্ম হোৱৈ সংসাৰত৷ তাতো নছাড়োক চিত্ত তুৱা চৰণত৷৷ সদায়ে ঘোষোক ৰামনাম মোৰ মুখে৷ সংসাৰ সাগৰ তেৱে তৰো মহাসুখে৷৷৬৷৷ সকল জগত তযু মায়ায়ে মোহিত৷ তোমাৰ চৰণে প্ৰভু কেৱে নেদে চিত্ত৷৷ পুত্ৰ দাৰা নিহলে বান্ধিলো দুয়ো ভৰি৷ মৰন্তে আছন্ত তবু নোবোলোহো হৰি৷৷৭৷৷ দুৰ্ল্লভ মনুষ্য জন্ম ভাৰতত পাইলো৷ তোমাক নেসেৱি বৃথা জনম গোৱাইলো৷৷ নিচিন্তিলো একবাৰ তোমাৰ চৰণ৷ তৰু বন জীৱে যেন আমাৰ জীৱন৷৷৮৷৷ বিষয়ত ভোল হুয়া কৰিলোহো ভোগ৷ তাৰ ফলে শৃগাল শ্বানৰ ভৈলো যোগ৷৷ ভৱ তৰিবাৰ যোগ্য লভিলো শৰীৰ৷ বিষয় বাতাসে পায়া কৰিলে অস্থিৰ৷৷৯৷৷ কৰে টলবল দেহা কেনে হুইবো পাৰ৷ এভো দাস বুলি মোক কৰিয়ো উদ্ধাৰ৷৷ সুকবি শেখৰ তুৱা দাসৰো যে দাস৷ কাতৰ কৰোহো দিয়ো চৰণত বাস৷৷১০৷৷

  • @HiraDas-h4r
    @HiraDas-h4r 2 місяці тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @DimpalBarman-l9j
    @DimpalBarman-l9j 2 місяці тому

    ❤❤❤❤❤❤

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 місяці тому

    এই বোৰ পগেম টি ভি ত দিব লাগে

  • @bhadrakantadas6101
    @bhadrakantadas6101 3 місяці тому

    I like better. Go ahead. God bless you.

  • @mayuribaruah1562
    @mayuribaruah1562 3 місяці тому

    গোটেই ভাগৱত ভাগ শুনাৰ ইচ্ছা আছে। আশাকৰোঁ প্ৰভুৰ কৃপাত শুনিবলৈ পায়। কৃষ্ণ কৃষ্ণ

    • @BrahmaputraDevotional
      @BrahmaputraDevotional 3 місяці тому

      অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @ppkvlogs7008
    @ppkvlogs7008 3 місяці тому

    গোপীসৱৰ কৃষ্ণ চেষ্টা।। ।।পদ।। এহিমতে কৃষ্ণক চিন্তন্তে গোপীগণ। ভৈল আতি পৰম নিৰ্ম্মল তনু মন।। বিপৰীত ভাৱনা মিলিল মহোদয়। একো নুসুমৰৈ মনে দেখৈ কৃষ্ণময়।।১৩৩৫।। ভৈল আতি হৰিষতে ৰোমাঞ্চ শৰীৰ। আৱিচ্ছেদে স্ৰৱৈ ধাৰে নয়নৰ নীৰ।। আনন্দতে মগ্ন হুয়া সমস্তে গোপীনী। কৰিবে লাগিলা কৃষ্ণ চেষ্টাক আপুনি।। কতোকৃষ্ণ হুই কতো কতো দৈত্যবেশ। কৰিবে লাগিলা কৃষ্ণ চেষ্টাক অশেষ।। পুতনাৰ বেসে কতোজনী দেই স্তন। কেহে শিশুকৃষ্ণ হুয়া শোষয় জীৱন।।১৩৩৭।। কতো গোপীথাকৈ যেন শকট আকাৰে। কৃষ্ণ হুয়া উভতাৱৈ চৰণ প্ৰহাৰে।। যশোদাৰ বেশে কতো সাৱটে বুকুত। ডৰিল বুলিয়া থু থুৱাৱয় শিৰত।।১৩৩৮।। কতো গোপী বসৈ কৃষ্ণ শিশশুৰূপ ধৰি। তৃণাৱৰ্ত্ত হুয়া কতো গোপী নেই হৰি।। তাকো গল চিপি যেন মাৰিয়া লীলাত। অসুৰে সহিতে থাকে পৰিয়া শিলাত।।১৩৩৯।। কৃষ্ণ হুয়া কতো গোপী ফুৰৈ আণ্ঠুকাঢ়ি। কঙ্কালত ঘাঘৰ ঘুঘুৰা কৰৈ শাৰী। বৃষৰ শুনিয়া নাদ ভয়ত উলটি যশোদা মাৱক যেন ধৰয় সাৱটি।।১৩৪০।। কতো কতো হোৱৈ ৰাম কৃষ্ণ দুই ভাই। কতো বৎস হোৱৈ তাকে ফুৰন্ত চৰাই।। বৎসাসুৰ হুয়া কতো তৈতে ফুৰৈ চড়ি। কপিত্থক লাগি তাক মাৰৈ হাতে ধৰি।।১৩৪১।। হুয়া কতো দামুৰি ধেনুৰ দুগ্ধ খাই। হাতত কণ্ডিয়া কৃষণ হুয়া দোহৈ গাই।। কতো গোপী বকে যেন চুম্পি থাকৈ ভিৰি। হুয়া কৃষ্ণ কতো জনী মাৰৈ তাক ছিড়ি।।১৩৪২।। কতো গোপী কৃষ্ণ হুয়া বংশী বাৱৈ তুলি। বেঢ়িয়া প্ৰশংসে কতো ধন্য ধন্য বুলি।। বংশীৰ নিসানে গাই ডাকে নাম ধৰি। কতো কতো গোপী আসৈ হাম্বাৰাৱ কৰি।।১৩৪৩। কেহোজনী বাহু থৈয়া গোপিকাৰ গলে। কৃষ্ণময় হুয়া কতো আনন্দতে চলে।। জান গোপীগণ মঞি কৃষ্ণ য়দুপতি। দেখ দেখ ইটো মোৰ কেন লীলা গতি।।১৩৪৪।। নকৰিয়ো ভয় বুলি কতো গোপী মাতে। মঞি কৃষ্ণ আছো কি কৰিব বৃষ্টি বাতে।। গাৱৰ আঞ্চল তুলি থাকৈ এক কৰে। ধৰিলো মন্দৰ হেৰা চাপ নিৰন্তৰে।।১৩৪৫।। কেহো বোলৈ কালী দমো মঞি যদুনাথে। ভৰি দিয়া উঠে কতো গোপিকাৰ মাথে।। সত্বৰে অন্তৰ ঐৰ সৰ্প দুৰাচাৰ। দুষ্টক দণ্ডিৱে লাগি মোৰ অৱতাৰ।।১৩৪৬।। কেহোজনী বোলৈ আৱে শুন গোপীচয়। বনজুই বেঢ়িবেক মিলিল প্ৰলয়।। চক্ষু মুদি থাক সৱে সাধিবো কল্যাণ। মঞি কৃষ্ণে এতিক্ষণে নিবো নি থান।।১৩৪৭।। শিশুকৃষ্ণ হুয়া কতো ভুজন্ত লৱণু। যশোদাই খেদয় লৱড় দেই পুনু।। পলাইবে নপাৰি যেন থাকৈ ডৰে ৰই। কাম্পৈ তনু কান্দৈ দুই হাতে চক্ষু মুই।।১৩৪৮।। কেহো বোলৈ দেখ দেখ দধিৰ বিলাই। ভাণ্ড ভঙ্গা কৃষ্ণক ধৰিলো খেদি পাই।। আউৰ য়েন নখাস লৱণু চুৰি কৰি। উড়ুখলে বান্ধৈ কতো গোপিকাক ধৰি।।১৩৪৯।। মাজে টানি উড়ক কতো গোপনাৰী। কৃষ্ণ অৰ্জ্জুনক পেহ্লাৱৈ উভাৰি।। কতো বস্ত্ৰ থৈয়া তীৰে জলে গৈয়া পৰে। কৃষ্ণ হুয়া বস্ত্ৰ লৈয়া কদম্বত চৰে।।১৩৫০।। বনজুই বেঢ়ে কতো ত্ৰাসে ৰিঙ্গ দিয়ৈ। ভয় নাই বুলি কৃষ্ণ বুয়া বহ্নি পিয়ৈ।। নন্দক লৈ যায় বৰুণৰ দূতে ধৰি। কতো কৃষ্ণ হুয়া কতো জান্তৈ হাত ভৰি।

  • @ppkvlogs7008
    @ppkvlogs7008 3 місяці тому

    বৰদোৱা নামে গ্রাম শস্যে মৎস্যে অনুপাম ব্রহ্মপুত্র বহে যাৰ কাছে। ভৈলা সেহি গ্রামেশ্বৰ যাৰ নাম ৰাজধৰ যাৰ যশৰাশি এভো আছে।। তানে পুত্র সূৰ্যবৰ মহা বড়া বংশধৰ কায়স্থ কুলৰ সন্ত শিষ্ট। যাৰ যশ এভো জ্বলৈ জয়ন্ত মাধৱ দলৈ দুয়ো ভাই যাহাৰ কনিষ্ঠ।। তানে পুত্র অনুপাম প্রসিদ্ধ কুসুম নাম। ভৌমিক মধ্যত নাহি তুল।। দানী মানী গুণৱন্ত মহাজনে বখানন্ত বংশৰ মধ্যত পদ্মফুল।। তাহানে সন্ততি আতি জ্ঞানশূন্য শিশুমতি কেশৱৰ কিঙ্কৰ শঙ্কৰ। কথা একাদশ স্কন্ধ বিৰচিলা পদবন্ধ শুনা সভাসদ নিৰন্তৰ।। নচাই শাস্ত্ৰ পৰিচ্ছেদ হঠাতে নকৰা খেদ কৰযোৰে বোলো তুতিবাক। পূৰ্ব্বাপৰে শাস্ত্র চাই যেৱে দেখা কথা নাই তেৱে নিন্দা বুলিবা আহ্মাক।। যিটো জনে অজিজ্ঞাসি হঠাতে নিন্দয় আসি তাকো মোৰ অঞ্জলি সম্পুষ্ট। কহো মঞি সাঞ্চে সাঞ্চে তাতো মহালাভ আছে। নিন্দি মাত্র হৌক মহা তুষ্ট।l বিনাশে স্বধৰ্ম্মৰ্চয় মোৰ পাপ কৰে ক্ষয় দেখা সিটো কেনে উপকাৰী। তাকো নেখেমিবে যেৱে মোত পৰে আছে তেৱে আউৰ কোন মহা অহঙ্কাৰী।। ই কথা থাকোক আৱে পৰলোক লাগৈ যাইবে। জানি লৱা পথৰ সমল।। জন্মক নকৰা বৃথা শুনা ইটো কৃষ্ণকথা। কৈত পড়ৈ জীৱন চঞ্চল।। দিনে হোৱে আয়ুপাত চেতন নাহিকে গাত অলপ পানীৰ যেন মাছ। নিতে শুখাই পড়ে জল তাতে কৰৈ কৌতুহল কালবাঘ লাগি আছে পাছ।। কেতিক্ষণে গিলে ধৰি ক্ষণেকতে যাইবা মৰি কৃষ্ণবিনে গতি নাহি আৰ। কৃষ্ণেসে ৰক্ষাৰ হেতু ৰামনামে বান্ধি সেতু সংসাৰ সাগৰ হোৱে পাৰ।। পৰম মঙ্গল ৰাম কৃষ্ণ বিষ্ণু হৰি নাম যাৰ থাকে বাক্যত সততে। তাৰ মহাপাপ ৰাশি নাম অগনিত পুড়ি। ভস্ম হুয়া যাই ক্ষণেকতে৷৷ কোটি শত তীর্থস্নান কোটি যজ্ঞ কোটি দান। নামৰ ৰেণুকো নোহে সম। শাস্ত্ৰৰ জানিবা মজ্জা নামেসে পুণ্যৰ ৰাজা পাতেকৰ কালান্তক যম।। আনো যত দেৱচয় জানা সৱে মায়াময় আন কৰ্ম্ম ধৰ্ম্ম সৱে ধান্ধা। কৃষ্ণেসে দেৱৰো ৰাজা জানিয়া কৃষ্ণক ভজা। কৃষ্ণৰ নামক গলে বান্ধা। গীতা ভাগৱত শাস্ত্র কৱৈ এহি তত্ত্ব মাত্র মুখ্য ধৰ্ম্ম হৰিগুণ নাম। সুদৃঢ় বিশ্বাস কৰি হৃদয়ে কৃষ্ণক ধৰি নিৰন্তৰে বোলা ৰাম ৰাম।।

  • @ppkvlogs7008
    @ppkvlogs7008 3 місяці тому

    দুৰাচাৰ মন মোৰ ৰাম হৰি বোল৷৷ ৰাম হৰি বোল মন ৰাম হৰি বোল৷৷৩১৷৷ || পদ ||: কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি৷ শুনা সাৱধানে তাক স্থিৰ কৰি মতি৷৷ বিষ্ণুভকতৰ সঙ্গ লৈবা প্ৰথমতে৷ গুৰু মানি শুশ্ৰূষা কৰিবা ভালমতে ৷৷৩৭৫৷৷ লৈয়া উপদেশ মাধৱক আৰাধিবা৷ যতেক সুকৃতি মানে কৃষ্ণতে অৰ্পিব৷৷ কৃষ্ণকথা শ্ৰৱণত শুদ্ধ হৈব মন৷ সৰ্ব্বদায়ে কৰিবেক কৃষ্ণৰ কীৰ্ত্তন৷৷৩৭৬৷৷ কৃষ্ণৰ চৰণ চিন্তিবেক হৃদয়ত৷ আছন্ত ঈশ্বৰ হৰি সমস্তে ভূতত৷ হেনজানি প্ৰাণীক কৰিবা সতকাৰ৷ তেৱেসে কৃষ্ণক ৰতি হৈবেক তোমাৰ৷৷৩৭৭৷৷ হৰিৰ সেৱাত কিছু নাহিকে প্ৰয়াস৷ আপুনি লৈবন্ত হৰি হৃদয়ত বাস৷৷ আপুনি জীৱৰ সাক্ষী কৃষ্ণ কৃপাময়৷ তাঙ্ক এৰি সামান্যক সেৱে দুৰাশয়৷৷৩৭৮৷৷ ধন জন প্ৰাণ পুত্ৰ যত পৰিবাৰ৷ সমস্তে অবস্তু অণুমাত্ৰো নুহি সাৰ৷৷ হেন অনুমানি মাধৱত কৰা ৰতি৷ ইহ পৰলোকে হৰি চৰণেসে গতি৷৷৩৭৯৷৷ নলাগে ভক্তিত দেৱ দ্বিজ ঋষি হুইবে৷ নলাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে৷ তপ জপ যজ্ঞ দান সৱে বিড়ম্বন৷ কেৱল ভক্তিত তুষ্ট হোন্ত নাৰায়ণ৷৷৩৮০৷৷ যক্ষ ৰক্ষ স্ত্ৰী শূদ্ৰ যত ব্ৰজবাসী৷ পক্ষী মৃগো বিষ্ণু ভৈল কৃষ্ণক উপাসি৷৷ জানি দৈত্যশিশুসৱ হুয়ো একমতি৷ হৰিত কৰিয়ো সৱে একান্ত ভকতি৷৷৩৮১৷৷ এহিমাত্ৰ মহাপুৰুষাৰ্থ পুৰুষৰ৷ শ্ৰৱণ কীৰ্ত্তন কৰিবেক নিৰন্তৰ৷৷ সমস্ত ভূততে দেখিবেক নাৰায়ণ৷ আতপৰে আন ধৰ্ম্ম সৱে বিড়ম্বন৷৷৩৮২৷৷ হেন শুনি নিৰন্তৰে দৈত্যশিশুগণ৷ প্ৰহ্লাদৰ উপদেশে ভেদিলেক মন৷৷ গুৰুৰ শিক্ষাত আউৰ কেহো নেদে মতি৷ ভাগৱত ধৰ্ম্মত সৱাৰো ভৈল ৰতি৷৷৩৮৩৷৷ শুনে কৃষ্ণকথাক মনত চিন্তে হৰি৷ ৰামনাম গাৱে বাৱে বেঢ়িয়া চাপৰি৷৷ দেখি ক্রোধে ষণ্ডামৰ্কে দণ্ডি কৰে আনি৷ তথাপি আটাস পাৰি বোলে ৰামবাণী৷৷৩৮৪৷৷ অদ্ভুত দেখিয়া দুয়ো গুৰু গৈলা ডৰি৷ দিলেক লৱৰ প্ৰহ্লাদৰ হাতে ধৰি৷৷ ৰাজাত বিনাৱেতযু পুত্ৰ ভৈল নষ্ট৷ আনো সৱ শিশুক কৰিলে সৱে ভ্ৰষ্ট৷৷৩৮৫৷৷ নপঢ়য় শাস্ত্ৰ আৰ প্ৰভু এক ছাত্ৰ৷ মৰণকো নগণয় ৰাম বোলে মাত্ৰ৷৷ আমাক দণ্ডিবা পাছে দিলো আসি জান৷ বোলা হৰি হৰি হৌক পাপৰ নিৰ্য্যাণ৷৷৩৮৬৷৷

    • @BrahmaputraDevotional
      @BrahmaputraDevotional 3 місяці тому

      কি বুলি ধন্যবাদ জ্ঞাপন কৰিম আপোনাক। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটিৰ দৰ্শক হোৱাৰ বাবে। আগলৈও গঠনমূলক পৰামৰ্শ আগবঢ়ায় যাব বুলি আশা কৰিলোঁ 🙏

  • @dr.sukumalkakati6018
    @dr.sukumalkakati6018 3 місяці тому

    কৃষ্ণ কষ্ণ ।🙏🙏

  • @probingogoi9774
    @probingogoi9774 3 місяці тому

    কৃষ্ণ কৃষ্ণ হৰি গোৱিন্দ ...

  • @MamoniBorah-j3x
    @MamoniBorah-j3x 3 місяці тому

    কৃষ্ণ ৰাম প্ৰভু।

  • @hirakbabu598
    @hirakbabu598 3 місяці тому

    Phonnumdar.of bhalaram das.s

  • @MamoniBorah-j3x
    @MamoniBorah-j3x 3 місяці тому

    কৃষ্ণ কৃষ্ণ প্ৰভু

  • @MamoniBorah-j3x
    @MamoniBorah-j3x 3 місяці тому

    কৃষ্ণ ৰাম বাপ বৰ দুখ লাগি যায়।😢

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 3 місяці тому

    ❤pronam probhu❤

  • @MamoniBorah-j3x
    @MamoniBorah-j3x 3 місяці тому

    হৰি কৃষ্ণ বাপ জন ।

  • @Anil-b1b
    @Anil-b1b 3 місяці тому

    Krishna ❤ ram