- 103
- 15 300
DIYA VLOG
Приєднався 10 січ 2014
i m a simple &fre frank gal...please subscribe my channel
তলাতল ঘৰৰ মনোমোহা দৃশ্য | শিৱসাগৰ | sivasagar |ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো সকলোকে ....
তলাতল ঘৰৰ মনোমোহা দৃশ্য | শিৱসাগৰ | sivasagar |ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জনালো সকলোকে ....
Переглядів: 2
Відео
বিয়াৰ পানী তোলা পৰ্ব তাৰেই অলপ মান clips আপোনালোকৰ আগত উপস্থাপন কৰিলো | শিৱসাগৰ |sivasagar |
Переглядів 6День тому
বিয়াৰ পানী তোলা পৰ্ব তাৰেই অলপ মান clips আপোনালোকৰ আগত উপস্থাপন কৰিলো | শিৱসাগৰ |sivasagar |
আজি ঘৰত ধান মাৰিলোঁ | মেচিনত ধান কেনেকৈ মাৰে | agriculture |
Переглядів 11414 днів тому
আজি ঘৰত ধান মাৰিলোঁ | মেচিনত ধান কেনেকৈ মাৰে | agriculture |
নতুন যুৱ প্ৰজন্মৰ বিষয়ে এঞ্জেলা চাংমাই কি কলে |শিৱসাগৰ | গোৱাল গাঁৱ | দিখৌ মুখ | Angela sangmai
Переглядів 1,4 тис.14 днів тому
নতুন যুৱ প্ৰজন্মৰ বিষয়ে এঞ্জেলা চাংমাই কি কলে |শিৱসাগৰ | গোৱাল গাঁৱ | দিখৌ মু | Angela sangmai
১০৬০০ মহিলাৰ দিহানাম পৰিৱেশন | dihanam | sivasagar | অসম বুক অফ ৰেকৰ্ড |
Переглядів 1,5 тис.14 днів тому
১০৬০০ মহিলাৰ দিহানাম পৰিৱেশন | dihanam | sivasagar | অসম বুক অফ ৰেকৰ্ড |
ধোবা ধুবুনী | পৰাজয় সীতাৰ পাতাল গমন | চাচনি | মধুসুদন ভাওনা দল | জোলাগাঁও | vauna
Переглядів 2314 днів тому
ধোবা ধুবুনী | পৰাজয় সীতাৰ পাতাল গমন | চাচনি | মধুসুদন ভাওনা দল | জোলাগাঁও | vauna
সূত্ৰধাৰ | ৰাম পৰাজয় সীতাৰ পাতাল গমন | চাচনি | মধুসুদন ভাওনা দল | জোলাগাঁও | vauna
Переглядів 94421 день тому
সূত্ৰধাৰ | ৰাম পৰাজয় সীতাৰ পাতাল গমন | চাচনি | মধুসুদন ভাওনা দল | জোলাগাঁও | vauna
ভাওনা একক সংলাপ প্ৰতিযোগিতা | ভাওনা | bhaona | vauna competition |
Переглядів 2828 днів тому
ভাওনা একক সংলাপ প্ৰতিযোগিতা | ভাওনা | bhaona | vauna competition |
মেচিনত ধান কেনেকৈ মাৰা হয় | ধান মাৰা মেচিন | sivasagar |শিৱসাগৰ | machine | agriculture |
Переглядів 1228 днів тому
মেচিনত ধান কেনেকৈ মাৰা হয় | ধান মাৰা মেচিন | sivasagar |শিৱসাগৰ | machine | agriculture |
ডাঙৰী কেনেকৈ বান্ধে | খেতি পথাৰ | agriculture | ধান খেতি |
Переглядів 56Місяць тому
ডাঙৰী কেনেকৈ বান্ধে | খেতি পথাৰ | agriculture | ধান খেতি |
মোৰ বিয়াৰ কিছু মূহুৰ্ত | my wedding some moments | marriage | বিয়া ফটো | গুৱাহাটী | Guwahati |
Переглядів 6Місяць тому
মোৰ বিয়াৰ কিছু মূহুৰ্ত | my wedding some moments | marriage | বিয়া ফটো | গুৱাহাটী | Guwahati |
নাগাৰা নাম | গুৱাহাটী | nagara nam | guwahati |
Переглядів 662Місяць тому
নাগাৰা নাম | গুৱাহাটী | nagara nam | guwahati |
শংখচূড় |শ্ৰীকৃষ্ণ ৰাসলীলা| jaysagar rakhlila | বৃন্দাবনত শংখচূড়ে কি কৰিলে
Переглядів 5Місяць тому
শংখচূড় |শ্ৰীকৃষ্ণ ৰাসলীলা| jaysagar rakhlila | বৃন্দাবনত শংখচূড়ে কি কৰিলে
শ্ৰী কৃষ্ণ ৰাসলীলা | জয়সাগৰ ৰাসলীলা | jaysagar rakhlila |বৃন্দাবনত গোপীৰ নৃত্য | rakhlila |
Переглядів 93Місяць тому
শ্ৰী কৃষ্ণ ৰাসলীলা | জয়সাগৰ ৰাসলীলা | jaysagar rakhlila |বৃন্দাবনত গোপীৰ নৃত্য | rakhlila |
মহাৰাস | maharakh | জয়সাগৰ ৰাস | শ্ৰীকৃষ্ণ ৰাসলীলা | rakhlila | srikrishna
Переглядів 21Місяць тому
মহাৰাস | maharakh | জয়সাগৰ ৰাস | শ্ৰীকৃষ্ণ ৰাসলীলা | rakhlila | srikrishna
শ্ৰী কৃষ্ণৰ ৰাসলীলা | জয়সাগৰ | SRI KRISHNAR RAKHLILA | গোপী নৃত্য | জয়সাগৰ ৰাস | daisy |
Переглядів 238Місяць тому
শ্ৰী কৃষ্ণৰ ৰাসলীলা | জয়সাগৰ | SRI KRISHNAR RAKHLILA | গোপী নৃত্য | জয়সাগৰ ৰাস | daisy |
বৰপেটা সত্ৰ....ভাল লাগিল so share কৰিলো....
Переглядів 1Рік тому
বৰপেটা সত্ৰ....ভাল লাগিল so share কৰিলো....
#Basista mandir #guwahati #please subscribe my channel #
Переглядів 2Рік тому
#Basista mandir #guwahati #please subscribe my channel #
Basistha Mandir at গুৱাহাটী.....অলপ furi আহিলো.....21/02/2023
Переглядів 1Рік тому
Basistha Mandir at গুৱাহাটী.....অলপ furi আহিলো.....21/02/2023
শিৱ ৰাত্ৰি today at শিৱসাগৰ.....আজিৰ পৰা আৰম্ভ হৈ গল...বাবা ভোলানাথ কি জয় হ.....
Переглядів 4Рік тому
শিৱ ৰাত্ৰি today at শিৱসাগৰ.....আজিৰ পৰা আৰম্ভ হৈ গল...বাবা ভোলানাথ কি জয় হ.....
Bhal hoise
দুবিধ বুদ্ধিয়ক মানুহ আছে। এবিধ হ'ল ইন্দ্ৰিয় আসক্তিৰ বাবে সকলো জাগ্ৰতিক কাম কাজ চলাই। আনবিধ অন্তদূষ্টিসম্মন্ন লোক যি আত্মা উপলব্ধিৰ বাবে চেষ্টা কৰাৰ বিষয়ে সজাগ। আত্মানুসন্ধানী বা চিন্তা শীল মানুহ যি সময়ত আধ্যাত্মিক চিন্তাৰ ক্ষেত্ৰত কম্মৰত হৈ থাকে। সেই খন সময়ত পাৰ্থিৱ চিন্তাত ব্যস্ত লোক সকলৰ বাবে নিশা। আত্মোপলব্ধি বিষয়ত জ্ঞান হীন বাবেই পাৰ্থিৱ সুখৰ অন্বেষণত ব্যস্ত মানুহ তেনে নিশাৰ সময়ত শুই থাকে। তেনে বস্তুবাদী লোক সকল ৰ বাবে ৰাতি কিন্তু আত্মানুসন্ধানি সজাগ হৈ থাকে। আধ্যাত্মিক উপলব্ধিৰ পৰা এক অপৰিহাৰ্য্য আনন্দ লাভ কৰে। বৈষয়িকব্যস্ত মানুহ আত্মোপলব্ধি বিষয়ত শুই থাকে কেৱল ইন্দ্ৰিয় জনিত সুখৰ সপোন দেখি। শুই থাকে সুখৰ সপোন দুখৰ হয়। আত্মানুসন্ধানী অন্তদূষ্টিসম্মন্ন লোকে সদায় সুখ দুখ সম দূষ্টি ভঙ্গিৰে চাই। উদাসীন। কোনো ধৰণৰ জাগ্ৰতিক প্ৰতি ক্ৰিয়া ৰ দ্বাৰা বিৰচিত নহয়। আত্মোপলব্ধি প্ৰচেষ্টাত ব্যস্ততা থাকে।। প্ৰদীপ গগৈ গুৱাহাটী।
পৰিবৰ্তন শীল দেহ টোৰ কোনো স্থায়ী নহয়। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে ও সত্য। জীৱ কোষ বিলাকৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলতে প্ৰতি মুহূৰ্ত্ততেই দেহটো পৰিবৰ্তন হৈ আছে। এই দৰেই দেহটোৰ বূদ্ধি আৰু বুঢ়া কাল হোৱাতো সম্ভৱ হৈছে। কিন্তু দেহ টোৰ আৰু মন টো ৰ নানান ভাৱে পৰিবৰ্তন হৈ থকাৰ স্বত্তেও তাত থকা আত্মা টো কিন্তু পৰিবৰ্তন নোহোৱাকৈ সদায় একে দৰেই থাকে পাৰ্থিৱ বস্তু আৰু অপাথিৱ আত্মাৰ ভিতৰত সেইয়েই পাৰ্থক্য । স্বভাৱতে দেহৰ একেৰাহে পৰিবৰ্তন হৈ আছে। নিত্য আত্ম টো কোনো পৰিবৰ্তন নোহোৱাকৈ সদায় একে দৰেই থাকে। যি বিলাক মানুহে সাকাৰ ভগৱানৰ অস্তিত্ব স্বীকাৰ কৰে আৰু যিসকলে নিৰাকাৰ অব্যক্ত বুলি মানে সেই উভয় বিধ তত্ত্বদশীয়েই নিত্য আত্মা আৰু অ নিত্য জড় পদাৰ্থৰ মাজত থকা উক্ত পাৰ্থক্য টো মানি লৈছে। এই কথাত স্থায়ী সৎ আৰু অস্থায়ী অসৎ পদ দুফাকিত চেতন আত্মা আৰু জড় পাৰ্থিৱ পদাৰ্থ বুজায়ছে। সকলো তত্ত্বদশীয়েই সেই দুটা পাৰ্থক্য কথা কেই কৈছে। পিছলৈ।
Hi moi new friends holu dai muku back koriba dai ❤🎉❤
কৰি dlu dei
41 Kori friends holu dai ❤🎉❤
Hi moi new friends holu dai ❤🎉❤tume u friends hoba buli akha korilu ❤🎉❤
Ww
🤣🤣🤣🤣
haha