Bini Vlogs
Bini Vlogs
  • 401
  • 5 811 799
26 বছৰে সাচি ৰখা বস্ত 😍মাকৰ বস্তবোৰ সন্তানে পালে কিমান ভাল লাগে🧿🥰 হাতে বনোৱা উপহাৰ❤️
26 বছৰে সাচি ৰখা বস্ত 😍মাকৰ বস্তবোৰ সন্তানে পালে কিমান ভাল লাগে🧿🥰 হাতে বনোৱা উপহাৰ❤️
Переглядів: 17 582

Відео

দুয়োখন ঘৰ আজি একেলগে♥️🧿 ঘৰৰ কথা বোৰ ক'বলৈ ভাল নাপায় 🙏
Переглядів 13 тис.День тому
দুয়োখন ঘৰ আজি একেলগে♥️🧿 ঘৰৰ কথা বোৰ ক'বলৈ ভাল নাপায় 🙏
কলিজাৰ প্ৰথম দিৱালী 😍 কলিজাই মাক ডাঙৰ উপহাৰ দিলে আমি খুব সুখী🧿❤️❤️
Переглядів 13 тис.21 день тому
কলিজাৰ প্ৰথম দিৱালী 😍 কলিজাই মাক ডাঙৰ উপহাৰ দিলে আমি খুব সুখী🧿❤️❤️
কলিজাৰ আপোন ঘৰ খনত প্ৰথম খোজ🧿🥰
Переглядів 39 тис.Місяць тому
কলিজাৰ আপোন ঘৰ খনত প্ৰথম খোজ🧿🥰
কেচুৱা লগত নিজেও কেচুৱা হ’ব লগা হয় কেতিয়াবা😅 কিমান কি কি যে কৰিলো🥰🧿
Переглядів 10 тис.Місяць тому
কেচুৱা লগত নিজেও কেচুৱা হ’ব লগা হয় কেতিয়াবা😅 কিমান কি কি যে কৰিলো🥰🧿
পীমু কলিজাৰ জন্মৰ weight কিমান আছিল বহুতেই সুধিছিল আৰু কিমান week ত জন্ম হৈছিল😊 সকলো জানিব
Переглядів 7 тис.Місяць тому
পীমু কলিজাৰ জন্মৰ weight কিমান আছিল বহুতেই সুধিছিল আৰু কিমান week ত জন্ম হৈছিল😊 সকলো জানিব
এইবাৰ পূজাৰ বিশেষ সময়খিনি🧿🥰 এবছৰৰ পিছত নতুন ৰূপ 😍
Переглядів 14 тис.Місяць тому
এইবাৰ পূজাৰ বিশেষ সময়খিনি🧿🥰 এবছৰৰ পিছত নতুন ৰূপ 😍
কলিজাৰ কাপোৰবোৰ ক’ৰ পৰা কিনিলো😍 মাৰ অৱস্হাটোত বৰ দুখ লাগিল
Переглядів 14 тис.Місяць тому
কলিজাৰ কাপোৰবোৰ ক’ৰ পৰা কিনিলো😍 মাৰ অৱস্হাটোত বৰ দু লাগিল
দাদাৰ বিয়া নেকি😍 কিমান যে সপোন সকলোৰে আৰু কলিজাই এইখিনি সুখ পোৱা বাবে মই বৰ সুখী🥰🧿
Переглядів 13 тис.Місяць тому
দাদাৰ বিয়া নেকি😍 কিমান যে সপোন সকলোৰে আৰু কলিজাই এইখিনি সু পোৱা বাবে মই বৰ সুখী🥰🧿
সময়বোৰ বৰ খৰকৈ গৈছে অ’❤️ লাহে লাহে তাই ডাঙৰ হৈছে 🧿🥰 মাক কৈ কৈ ভাগৰিছো
Переглядів 18 тис.2 місяці тому
সময়বোৰ বৰ খৰকৈ গৈছে অ’❤️ লাহে লাহে তাই ডাঙৰ হৈছে 🧿🥰 মাক কৈ কৈ ভাগৰিছো
vaccine 2nd dose কোনোমতে সম্পূ্ৰ্ণ হ’ল/কলিজাৰ বাবে কিমান কি ককাক আইতাকৰ🧿🥰
Переглядів 13 тис.2 місяці тому
vaccine 2nd dose কোনোমতে সম্পূ্ৰ্ণ হ’ল/কলিজাৰ বাবে কিমান কি ককাক আইতাকৰ🧿🥰
মাকৰ লগত কিমান যে কথা পাতিব পৰা হল কলিজাই 🧿🥰আমাক কেতিয়া নিব মানুহ জনে সকলো কলে
Переглядів 21 тис.2 місяці тому
মাকৰ লগত কিমান যে কথা পাতিব পৰা হল কলিজাই 🧿🥰আমাক কেতিয়া নিব মানুহ জনে সকলো কলে
মানুহজনে বেয়া পায় 🥲 কিমান কস্ট কৰাৰ পিছত মোৰ ডাঙৰ সপোন পূৰণ হ’ল🥰🧿 পীমু কলিজাৰ নতুন ৰূপ😍
Переглядів 25 тис.2 місяці тому
মানুহজনে বেয়া পায় 🥲 কিমান কস্ট কৰাৰ পিছত মোৰ ডাঙৰ সপোন পূৰণ হ’ল🥰🧿 পীমু কলিজাৰ নতুন ৰূপ😍
আমাৰ পীমু কলিজা ২ মহীয়া হ’ল 🧿🥰 Vaccine এ এনেকুৱা কৰিব বুলি একেবাৰেই ভবা নাছিলো🥲
Переглядів 13 тис.3 місяці тому
আমাৰ পীমু কলিজা ২ মহীয়া হ’ল 🧿🥰 Vaccine এ এনেকুৱা কৰিব বুলি একেবাৰেই ভবা নাছিলো🥲
Finally পীমু কলিজা আজি আপোনালোকৰ আগলৈ আহিল 🧿🥰 মৰম আশিৰ্বাদ বিছাৰিছো আপোনালোকৰ পৰা❤️❤️
Переглядів 16 тис.3 місяці тому
Finally পীমু কলিজা আজি আপোনালোকৰ আগলৈ আহিল 🧿🥰 মৰম আশিৰ্বাদ বিছাৰিছো আপোনালোকৰ পৰা❤️❤️
Pregnancy Journey A to Z 😍 মই ক’ত Treatment কৰিছিলো / পীমু কলিজাক চাবলৈ বিছাৰে নে আপোনালোকে 🥰
Переглядів 8 тис.3 місяці тому
Pregnancy Journey A to Z 😍 মই ক’ত Treatment কৰিছিলো / পীমু কলিজাক চাবলৈ বিছাৰে নে আপোনালোকে 🥰
মোৰ আন এখন ঘৰৰ মানুহবোৰ😍 কলিজা পীমুৰ বাবেই সকলোবোৰ নতুন মানুহে ঘৰ ভৰি পৰিল🧿❤️
Переглядів 13 тис.3 місяці тому
মোৰ আন এখন ঘৰৰ মানুহবোৰ😍 কলিজা পীমুৰ বাবেই সকলোবোৰ নতুন মানুহে ঘৰ ভৰি পৰিল🧿❤️
জীৱনৰ এটা বিশেষ দিন বিশেষ সময় সাচি ৰাখিলো🧿🥰 ইমান দুৰৰ পৰা আহি ও এনেকুৱা মৰম দিব আহিল❤️🙏🏻
Переглядів 17 тис.4 місяці тому
জীৱনৰ এটা বিশেষ দিন বিশেষ সময় সাচি ৰাখিলো🧿🥰 ইমান দুৰৰ পৰা আহি ও এনেকুৱা মৰম দিব আহিল❤️🙏🏻
লাহে লাহে সময়বোৰ পাৰ হ’বলৈ ধৰিছে😍সকলোৰে আশিৰ্বাদত আমাৰ কলিজা পীমু ডাঙৰ হৈছে 🧿🥰
Переглядів 21 тис.4 місяці тому
লাহে লাহে সময়বোৰ পাৰ হ’বলৈ ধৰিছে😍সকলোৰে আশিৰ্বাদত আমাৰ কলিজা পীমু ডাঙৰ হৈছে 🧿🥰
আমাৰ কলিজাৰ নাম কি ৰাখিলো 🧿🥰 Delivery পিছত মায়ে কি কি যত্ন লৈছে😊 আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ😍
Переглядів 23 тис.4 місяці тому
আমাৰ কলিজাৰ নাম কি ৰাখিলো 🧿🥰 Delivery পিছত মায়ে কি কি যত্ন লৈছে😊 আপোনালোকৰ প্ৰশ্নবোৰৰ উত্তৰবোৰ😍
কলিজালৈ সকলোৰে মৰমবোৰ সদাই এনেকৈ থাকক❤️ দেউতাকৰ প্ৰথম জন্মদিন কলিজাৰ সৈতে🧿😍
Переглядів 30 тис.4 місяці тому
কলিজালৈ সকলোৰে মৰমবোৰ সদাই এনেকৈ থাকক❤️ দেউতাকৰ প্ৰথম জন্মদিন কলিজাৰ সৈতে🧿😍
কলিজাক থৈ প্ৰথমবাৰ আমি যাব লগা হ'ল 🥺 মাক দেউতাক হলে এনেকুৱাই হয় বুলি আজি হে বুজিলো♥️♥️♥️
Переглядів 21 тис.4 місяці тому
কলিজাক থৈ প্ৰথমবাৰ আমি যাব লগা হ'ল 🥺 মাক দেউতাক হলে এনেকুৱাই হয় বুলি আজি হে বুজিলো♥️♥️♥️
আইতা ককা মামাৰ ঘৰলৈ তোমাক স্বাগতম কলিজা 😘🧿♥️
Переглядів 64 тис.5 місяців тому
আইতা ককা মামাৰ ঘৰলৈ তোমাক স্বাগতম কলিজা 😘🧿♥️
৯ মহীয়া যাত্ৰাৰ সফল পৰিসমাপ্তি🥰🧿 সকলোৰে মৰম আশীৰ্বাদেৰে সম্পূৰ্ণ ভিডিঅ’ আপোনালোকৰ মাজলৈ🙏🏻❤️
Переглядів 40 тис.5 місяців тому
৯ মহীয়া যাত্ৰাৰ সফল পৰিসমাপ্তি🥰🧿 সকলোৰে মৰম আশীৰ্বাদেৰে সম্পূৰ্ণ ভিডিঅ’ আপোনালোকৰ মাজলৈ🙏🏻❤️
Pregnancy সময়ত এনেকুৱা কিছুমান মানুহৰ পৰাও যে মৰম আশিৰ্বাদ পাম ভৱা নাছিলো🧿🥰
Переглядів 7 тис.5 місяців тому
Pregnancy সময়ত এনেকুৱা কিছুমান মানুহৰ পৰাও যে মৰম আশিৰ্বাদ পাম ভৱা নাছিলো🧿🥰
সপোন বোৰ পূৰণ হোৱাৰ পথত বাবাৰ আশীৰ্বাদ ল'লোঁ🧿/ নিশাচৰ হৈ মোৰ ওচৰ পালেহি🥰🧿
Переглядів 20 тис.5 місяців тому
সপোন বোৰ পূৰণ হোৱাৰ পথত বাবাৰ আশীৰ্বাদ ল'লোঁ🧿/ নিশাচৰ হৈ মোৰ ওচৰ পালেহি🥰🧿
pregnancy সময়ত যিমান পাৰিছোঁ ঘৰৰ Healthy বস্তু খাইছো 🤤 delivery ৰ আগত এনেকৈ খালোঁ 🧿🥰
Переглядів 9 тис.5 місяців тому
pregnancy সময়ত যিমান পাৰিছোঁ ঘৰৰ Healthy বস্তু খাইছো 🤤 delivery ৰ আগত এনেকৈ খালোঁ 🧿🥰
মই দিয়া চিঠি খন আজি ওলাই পৰিল ♥️🙈 বহুত লাজ লাগিল😬
Переглядів 6 тис.5 місяців тому
মই দিয়া চিঠি খন আজি ওলাই পৰিল ♥️🙈 বহুত লাজ লাগিল😬
খবৰ ল'বলৈ যে এনেকৈ হঠাৎ আহিব মই ভৱাই নাছিলোঁ😍এইয়াই মৰম আন্তৰিকতা🥺❤️
Переглядів 13 тис.6 місяців тому
খবৰ ল'বলৈ যে এনেকৈ হঠাৎ আহিব মই ভৱাই নাছিলোঁ😍এইয়াই মৰম আন্তৰিকতা🥺❤️
আহিবলগীয়া সময়ত যি সকলৰ Delivery সময় আহিছে এইখিনি খুব প্ৰয়োজন
Переглядів 8 тис.6 місяців тому
আহিবলগীয়া সময়ত যি সকলৰ Delivery সময় আহিছে এইখিনি খুব প্ৰয়োজন

КОМЕНТАРІ

  • @BonitaBaruah-q4m
    @BonitaBaruah-q4m 23 години тому

    Ba apunar ghor kot❤

  • @najima39
    @najima39 День тому

    Okmn jni tmr nisina aka dakhibo

  • @BhanitaNath-w4w
    @BhanitaNath-w4w День тому

    Dhuniya lagise

  • @kornaldas8192
    @kornaldas8192 День тому

    ❤❤Nice family

  • @RupaDeka-j7p
    @RupaDeka-j7p День тому

    Tu matdal khuni vl nelage kiba😂

  • @mitalidas7542
    @mitalidas7542 2 дні тому

    Kolija jone ❤❤❤❤❤

  • @pinkidas892
    @pinkidas892 2 дні тому

    Maina jonir murot Ben namariba,talu khn kumol hoi ase j Ben Dale sepi dhori thakile kosto pai.

  • @karishmadaskanistha2874
    @karishmadaskanistha2874 2 дні тому

    Tumar kolijak sabole pam buli vedio ohale bat sai thaku . Eman morom lage kolija jonik . ❤❤❤❤

  • @PrasantaRay-ku7pf
    @PrasantaRay-ku7pf 2 дні тому

    Moja

  • @DipakNath-f5z
    @DipakNath-f5z 2 дні тому

    Kolija jone❤❤❤❤

  • @arisa.Lifestyle2954
    @arisa.Lifestyle2954 2 дні тому

    Tumr mur age mile dekhu😂

  • @RinkuDutta-h8l
    @RinkuDutta-h8l 2 дні тому

    Over acting o tur

  • @RinkuDutta-h8l
    @RinkuDutta-h8l 2 дні тому

    Kam nai o

  • @RIMPIGOGOI-q4q
    @RIMPIGOGOI-q4q 2 дні тому

    Gukhani💕💕💕eman joldi kio dangor hoisa❤️❤️

  • @fatimabegum8414
    @fatimabegum8414 2 дні тому

    Bohut vl laagil baa video to❤❤😊

  • @mohimboro9224
    @mohimboro9224 2 дні тому

    Kolija joni ❤

  • @garimamatunath6676
    @garimamatunath6676 2 дні тому

  • @PopiMahanta-u6u
    @PopiMahanta-u6u 2 дні тому

    ❤❤

  • @dhunbora3314
    @dhunbora3314 2 дні тому

    Val lgyse muja jur ❤

  • @nipancreation4659
    @nipancreation4659 2 дні тому

    ❤️❤️❤️❤️❤️

  • @kristichutia6411
    @kristichutia6411 2 дні тому

    ❤❤ konmani

  • @assamold3592
    @assamold3592 2 дні тому

    So cute baby 😍😍

  • @kornaldas8192
    @kornaldas8192 5 днів тому

    ❤❤

  • @TanujaAhmed-o8w
    @TanujaAhmed-o8w 8 днів тому

    Baa tumr bhi hoisil ne.. Aparesn r pist.. Plz jonab sun

  • @amiaygogoi2332
    @amiaygogoi2332 9 днів тому

    ❤❤❤❤

  • @ranjankumarray1122
    @ranjankumarray1122 9 днів тому

    Prothom Love story vdo saei subscribe korilo aponlkr vagyo

  • @r.hazarika9231
    @r.hazarika9231 11 днів тому

    কোনে কি কয় সেইবিলাক কথা গুৰুত্বপূৰ্ণ বিষয় নহয়, গুৰুত্বপূৰ্ণ হৈছে তোমালোকৰ দুয়োটা পৰিয়ালৰ মানুহখিনিৰ যদি বুজাবুজি থাকে লগতে তোমাৰ আৰু মিষ্টাৰৰ বুজাবুজি থাকে গতিকে সুন্দৰকৈ সময় বোৰ সূচাৰুৰূপে আগলৈকে ঠিকেই থাকিব।আনে এইবোৰক লৈ মূৰ ঘমাই লাভ নাই। সকলোৰে মংগল হওঁক তাৰেই কামনা কৰিলোঁ,পিহুলৈ বহুত বহুত মৰম দিলোঁ 🥰🥰🥰

  • @buddhadevbarman7832
    @buddhadevbarman7832 13 днів тому

    Ba manuha jiman jiy nokok manur kotha suniba nly apuni nijor kam kore jauk video tu si bohut Val lagil kolija loy bohut bohut morom thkil aru vini y olp val paise na

  • @TuluTulu-g8m
    @TuluTulu-g8m 13 днів тому

    কেঁচুৱা জন্ম হোৱা পাছত সকলোৰ ছোৱালীৰ জীৱনটো বহুত খিনি সলনি হয়,,বহুত খিনি নিজক সলনি কৰিব লগীয়া হয়,মোৰ ছোৱালী জনী জন্ম হোৱা পাছত মা ঘৰত অলপ দিন আছিলোঁ,এমাহ মান হোৱা পাছত মানুহ জনৰ ঘৰত গুচি আহিলো,,কাৰণ মানুহ জনৰ ঘৰ খন ৰ মানুহ খিনিযে নাতিনী জনক নিজৰ ঘৰ খনত থাকিলে ভাল পাই,মানুহ জনৰ চাকৰি 2মাহ পাছত গুচি গল চাকৰি জেগালে,মই মানুহ জন নথিকাকেই ছোৱালী জনি চাই ঘৰ কাম বন মানুহ 6জনৰ কাৰণে খানা বনুৱা সকলো খিনে কৰিলোঁ

  • @MrinalBorthakur-s4f
    @MrinalBorthakur-s4f 13 днів тому

    Tumi vl husband ejn paisa....hat voga pist j tumi nijor manuh jnr usrt ni jua.....baby tumi okl jonmo dia ni ami disu...hebuli eneke makor ghrt humai nathake.....hubidha lua suali hoi

    • @BiniVlogs
      @BiniVlogs 13 днів тому

      @@MrinalBorthakur-s4f অসুবিধা থাকিলে সুবিধা সকলোৱে বিচাৰে ।। আৰু সেইকাৰণে মানুহ জনে য'ত সুবিধা তাত এ ৰাখিছে ।। আমাৰ ঘৰত অসুবিধা কাৰোঁৰে নাই বুলি মানুহজনে বাৰে বাৰে video ত কৈ থকাৰ পিছত ও আপোনালোকৰ কিহৰ ইমান অসুবিধা হৈছে বুজাই দিবচোন পাৰিলে

    • @MrinalBorthakur-s4f
      @MrinalBorthakur-s4f 13 днів тому

      @BiniVlogs that's is a good 👍👍

    • @dhanjitapatgiri2589
      @dhanjitapatgiri2589 13 днів тому

      Hy akdm right

  • @animanath9732
    @animanath9732 13 днів тому

    Tkar karne aro ki je video nbnowa..giriyerer hat vagi pri ase 2me asa maar ghrt..moru c secson hoiso pimutkoi 1mah sro moi sb kam kro 6jn manuhr vat bnao lgt sro batsa..maniso aro dei

    • @BiniVlogs
      @BiniVlogs 13 днів тому

      @@animanath9732 আপোনাৰ নিছিনা ইমান ধুনীয়া ভাগ্য হলে ভালেই আছিল দিয়ক উপায় নাই যে কিছুমানৰ 🙏🙏🙏

  • @nitukalita6567
    @nitukalita6567 13 днів тому

    ভগৱানে ভালে ৰাখক কলিজা জনীক ❤

  • @barashachakravarty7804
    @barashachakravarty7804 13 днів тому

    তাই শুই নে ঠিক মতে

    • @BiniVlogs
      @BiniVlogs 13 днів тому

      @@barashachakravarty7804 টোপনি খুব কম

  • @pallabitamili2019
    @pallabitamili2019 14 днів тому

    Baa tumar video sau bhut vl lge aru kolija jni khdai vle rakhok vagabane😊😊😊😊😊

  • @alashmitaaditagogoi2672
    @alashmitaaditagogoi2672 15 днів тому

    Tezpur kt thka nu

  • @PompiBimalgohain-gh3yg
    @PompiBimalgohain-gh3yg 16 днів тому

    ধুনীয়া লাগিছে

  • @priyankanborah1729
    @priyankanborah1729 17 днів тому

    Vl lgil video 2 sai..bht bht mrm 2malukoloi ❤ .juabar Diwali t mur w 2mnth pregnancy soli asil ba..bt mur kolijajni 2mar kolijajni t koi olp dangor..tai 31 may t jnmo hol..love u pimu kolija❤. Amr Ba jonik w nedekhakoi e mrm diba dei " Jiuu " ba

  • @BarbiSaikia-o5s
    @BarbiSaikia-o5s 17 днів тому

    ❤❤❤❤❤

  • @priyankasvlogs1234
    @priyankasvlogs1234 17 днів тому

    Mur maa u Mur lorak mane maar natik dangor dighol kora nisina....moi ji ji kora nasilu maai korisil sob care.....kintu maa etia ei prithibi t nai😢

  • @BupadsaDhiraj-Dorothi
    @BupadsaDhiraj-Dorothi 17 днів тому

    Nice baby ❤❤❤

  • @PrasantaRay-ku7pf
    @PrasantaRay-ku7pf 19 днів тому

    Moja ❤

  • @bhagyasri2140
    @bhagyasri2140 19 днів тому

    Kiman month hol pimur

  • @MadhurimaHazarika-g2o
    @MadhurimaHazarika-g2o 19 днів тому

    Kolija❤❤❤❤

  • @kornaldas8192
    @kornaldas8192 19 днів тому

    Bohut morom beti and bine

  • @anjanabaruah2781
    @anjanabaruah2781 20 днів тому

    কলিজা জনি দেখাত দেউতাকৰ দৰে হৈছে। নগাঁওৰ পৰা হিয়া ভৰা মৰম দিলো ভালে ৰাখক ভগৱানে। মোৰ ছোৱালী নাতিনী জনি আঠ মাহ হৈছে কিন্তু তাই পাছ মাহত দেউতাকৰ মৃত্যু হয় দেউতা কি শব্দ তাই বুজিয়ে নাপালে।কি কৰিবা সকলো ভগৱানৰ লীলা আশীৰ্বাদ কৰিবা সিহঁত দুয়ো জনি সদায় ভালে থাকে। তোমাকো বহুত মৰম দিলো ❤❤❤❤

  • @dhritasrideka6916
    @dhritasrideka6916 20 днів тому

    ❤️

  • @garimamatunath6676
    @garimamatunath6676 21 день тому

    Happy diwali😊

  • @shreyashidutta1343
    @shreyashidutta1343 21 день тому

    U get paid if it videos are watched...but lot of things are going on these days in the society specially in Assam....it's high time govt should set rules before a you tuber uploads video in any platform....a girl's place s always their husband home after marriage but need not to mention what r u showing in ur videos definitely there ll be few who would be encouraged to stay at her mum's place after marriage like u after watching these videos cuz those it's understand who r ur viewers....will u like ur brother's wife to be at her mum's place always? Let me tell u even I s with my mum after delivery or my mum s with me pre n post delivery but after 6 months I chose my husband cuz my baby needs his father...I too had problems but I had to give it up or adjust by doing not by saying it's so easy to be a mother a high time govt looks after these you tubers

  • @buddhadevbarman7832
    @buddhadevbarman7832 22 дні тому

    Happy diwali 🪔 kolija loy bohut bohut morom thkil de

  • @KakumoniDas-r9i
    @KakumoniDas-r9i 22 дні тому

    বা ভিদিও টু চাই বহুত ভাল লাগিছে চকু পানী ওলাল❤❤