- 50
- 211 445
IN FRAME
Приєднався 19 чер 2020
Life is too short! So sometimes you have to face sorrow, mental disturbance or depression while going through the path of life in a hurry. But don't worry, we are and will always be with you to keep you away from these. Watch our videos. Thank You
(জীৱনটো বৰ চুটি! সেয়ে জীৱনৰ বাট খৰখেদাকৈ পাৰ হবলৈ গৈ কেতিয়াবা দুখ, মানসিক অশান্তি বা হতাশাৰ সন্মুখীন হব লগা হয়। কিন্তু চিন্তা নকৰিব, এইবোৰৰ পৰা আপোনাক আঁতৰাই ৰাখিবলৈ আপোনাৰ ওচৰত আমি সদায় আছোঁ আৰু থাকিম। চাই থাকিব আমাৰ ভিডিও সমূহ। ধন্যবাদ)
(জীৱনটো বৰ চুটি! সেয়ে জীৱনৰ বাট খৰখেদাকৈ পাৰ হবলৈ গৈ কেতিয়াবা দুখ, মানসিক অশান্তি বা হতাশাৰ সন্মুখীন হব লগা হয়। কিন্তু চিন্তা নকৰিব, এইবোৰৰ পৰা আপোনাক আঁতৰাই ৰাখিবলৈ আপোনাৰ ওচৰত আমি সদায় আছোঁ আৰু থাকিম। চাই থাকিব আমাৰ ভিডিও সমূহ। ধন্যবাদ)
মহিলাসকল ইমান মূৰ্খ কিয়? বিজেপিৰ লাখপতি বাইদেউৰ টোপ | IN FRAME
মোদী আহিছে, বিজেপিয়ে সভালৈ আত্মসহায়ক গোটৰ বাইদেউ সকলক গোটাইছে। মুখ্যমন্ত্ৰীয়ে লাখপতি বাইদেউৰ টোপ দি বৰশী পাতিছে। কিন্তু...
সম্পূৰ্ণ ভিডিঅ'টো চাওক। (ৰাজনৈতিক ভিডিঅ')
@in_frame
#loksabhaelection2024 #bjp #lakhpotididi #narendramodi #electionnews #politics
সম্পূৰ্ণ ভিডিঅ'টো চাওক। (ৰাজনৈতিক ভিডিঅ')
@in_frame
#loksabhaelection2024 #bjp #lakhpotididi #narendramodi #electionnews #politics
Переглядів: 147
Відео
দেৰগাঁৱত দুৰ্ঘটনাগ্ৰস্ত কয়লাৰ ট্ৰাকখনৰ ৰহস্য আপুনি জানেনে? | Dergaon Accident Behind Story
Переглядів 9610 місяців тому
দেৰগাঁৱত দুৰ্ঘটনাগ্ৰস্ত কয়লাৰ ট্ৰাকখনৰ ৰহস্য আপুনি জানেনে? ক'ৰ পৰা অনা হৈছিল ৮৫ টন কয়লা? ভুৱা ইনভইছেৰে সৰবৰাহ হয় নেকি অবৈধ ছিণ্ডিকেটৰ কয়লা? বহু ৰহস্য ফাদিল, কিন্তু মূল সুঁতিৰ সংবাদ মাধ্যমে এইবোৰ কথা আপোনাক নজনায়। গুৰুত্বপূৰ্ণ খবৰৰ বিশ্লেষণৰ বাবে মোৰ চেনেলটো Subscribe কৰি থওক। #assamesenews #dergaonaccident #coalsyndicate #in_frame
এইহেন গৰমতো গোটেই গা ঢাকি অহা এগৰাকী "ধৰ্মান্ধ" যুৱতীৰ কথাৰে|| চৌদি আৰৱৰ নিয়ম পালন হৈ আছে এইখন অসমত|
Переглядів 53Рік тому
এইহেন গৰমতো গোটেই গা ঢাকি অহা এগৰাকী "ধৰ্মান্ধ" যুৱতীৰ কথাৰে|| চৌদি আৰৱৰ নিয়ম পালন হৈ আছে এইখন অসমত| Like and Share this Video. Subscribe to the channel and press the bell icon. Much Share your opinion in the coment box. #assamese #burqa #hizab #muslimgirl #religion #assam
ভক্ত আৰু ভগৱানৰ কাহিনী | ঈশ্বৰৰ পৰা বৰ পাই হাত-ভৰি হেৰুৱালে এজন ভক্তই | by Pankaj Tarun
Переглядів 41Рік тому
এজন ভক্ত আৰু ভগৱানৰ কাহিনী। ঈশ্বৰৰ পৰা বৰ লাভ কৰি শেষত হাত-ভৰি হেৰুৱাবলগীয়া হ'ল এজন ভক্তই। এই অনুপ্ৰেৰণামূলক কাহিনীৰ ভিডিঅ'টো শেষলৈকে চাওক। আমাৰ চেনেলটো চাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰক। #assamese #assamesevlogs #motivation #sotry #storytelling #assamesemotivatinalvideo #bhaktaurbhagwan
'মিঞা'ৰ বাবে 'অসমীয়া'ই হেৰুৱাইছে সংস্থাপন?|| মিঞা কিয় ন-অসমীয়া?|| Pankaj Tarun|| @in_frame
Переглядів 17Рік тому
'মিঞা'ৰ বাবে 'অসমীয়া'ই হেৰুৱাইছে সংস্থাপন?|| মিঞা কিয় ন-অসমীয়া?|| Pankaj Tarun|| @in_frame #assamese #viral #assamesenews #miyapeople #miyainassam #miya #assam #assampolitics
বানপানীয়ে এইবোৰ কি কৰি থৈ গ'ল! | Kohuwa Resort | Assamese Vlog
Переглядів 42Рік тому
পাগলাদিয়াৰ পাৰৰ কঁহুৱা ৰিজৰ্টৰ বানপানীৰ পিছৰ পৰিস্থিতি! ভিডিঅ'টো শেষলৈকে চাব। #assamese #viral #vlog #kohuwaresort #dailyvlog #assamesevlogs @in_frame
সমাজৰ ভালৰ বাবে আপুনি চিন্তা কৰে, কিন্তু কাম হে নকৰে! | Pankaj Tarun | @in_frame
Переглядів 14Рік тому
আমি সকলোৱে সমাজৰ ভাল চিন্তা কৰোঁ। কিন্তু সমাজৰ বাবে কাম কেইজনে কৰোঁ? ইচ্ছা কৰিও আমি কিয় কাম কৰিব নোৱাৰো? এনে বহু প্ৰশ্নৰ উত্তৰ আজি এই ভিডিঅ'টোত পাব। #assamese #news #socity #fakepoeple #realityoflife #viral মোৰ চেনেলটো চাবস্ক্ৰাইব কৰক আৰু আপোনাৰ সমৰ্থন প্ৰকাশ কৰক। ধন্যবাদ।
অখিল নে অখিলুদ্দিন? | মানুহে কিয় বেয়া পায় অখিল গগৈক? | Pankaj Tarun | Akhil Gogoi | @in_frame
Переглядів 511Рік тому
🔴 অখিল যদি অখিলুদ্দিন হয়, তেন্তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নৰেন্দ্ৰউদ্দিন কিয় নহয়? 🔴 বহুতে কিয় বেয়া পায় বিধায়ক অখিল গগৈক? 🔴 পিযুষ হাজৰিকাই কিয় অখিল গগৈক ক'লে অখিলুদ্দিন বুলি? 🔴 সম্পূৰ্ণ চাওক এই ভিডিঅ'। চেনেলটো subscribe কৰক ভিডিঅ'টো লাইক কৰক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। #assamese #assamesenews #viral #akhilgogoi #pijush_hazarika #assamministerpijush #akhiluddingogoi
হলিউদৰ অভিনেতা ডুৱাইন জনছনে গ্ৰহণ কৰিছে হিন্দু ধৰ্ম! | dwayne Johnson | @in_frame
Переглядів 18Рік тому
হলিউদৰ অভিনেতা ডুৱাইন জনছনে গ্ৰহণ কৰিছে হিন্দু ধৰ্ম! কিন্তু সত্য কি? support my channel #assamese #হিন্দুধর্ম #hindusim #fakenews #dwaynejohnson #trending #hindu #viral #aiimages
ভাগৱত পাঠ | Bhagwat Paath | Mahendra Nath Baisnav | @in_frame
Переглядів 8 тис.Рік тому
মহেন্দ্ৰ নাথ বৈষ্ণবৰ কণ্ঠত ভাগৱত পাঠ। support my channel. please Subscribe my channel. Like & Share Follow for more. #assamese #bhagwatkatha #hindu #bhagwatgeeta #ভাগৱতব্যাখ্যা #ভাগবত_পাঠ #মহেন্দ্ৰ_নাথ_বৈষ্ণৱ
মেট্ৰিকৰ মাষ্টাৰষ্ট্ৰ'ক! আপুনি পাহৰিলেনে জোনমণি ৰাভাক? | Junmoni Rabha | Pankaj Tarun | @in_frame
Переглядів 556Рік тому
হঠাৎ মেট্ৰিকৰ ৰিজাল্ট দি পাহৰাব বিচৰা হৈছে নেকি জোনমণি ৰাভাক? ভিডিঅ'টো সম্পূৰ্ণ চাওক। SUPPORT ME BY 🔴 SUBSCRIBED MY CHANNEL 🔴 LIKE AND SHARE 🔴 DROP YOUR OPINION FOLLOW FOR MORE MY UA-cam CHANNEL #assamese #assamesenews #jonmoni_rabha #assampolice #inspectoraccident #junmonirabha #hslc2023 #examresults #bjp
লোকশিল্পী ৰামচৰণ কলিতাৰ সৈতে এটা আবেলি | Ramcharan Kalita | @in_frame
Переглядів 63Рік тому
লোকশিল্পী ৰামচৰণ কলিতাৰ সৈতে এটা আবেলি | Ramcharan Kalita | @in_frame #ramcharan_kalita #assamese #dhol #artist
গল্প আৰু গীতেৰে ভৰপক এটা সন্ধিয়া | Manika Devi | Pankaj Tarun | @in_frame
Переглядів 61Рік тому
গল্পকাৰ মণিকা দেৱীৰ সৈতে এটা সন্ধিয়াৰ আমেজ। ভিডিঅ'টো সম্পূৰ্ণ চাওক। #assamese #assamesesong #golpo #assamesefamouspeople #manikadevi #singing #biya_naam
আমাক কেনেকৈ মূৰ্খ সজায় দিল্লীৰ নেতাই? | Nalbarian Vibes | Pankaj Tarun | @in_frame
Переглядів 79Рік тому
আমাক কেনেকৈ মূৰ্ সজায় দিল্লীৰ নেতাই? | Nalbarian Vibes | Pankaj Tarun | @in_frame
ৰিয়ানৰ ব্যৰ্থতা, আশাহত অসমীয়া | IPL2023| Pankaj Tarun| @in_frame
Переглядів 50Рік тому
ৰিয়ানৰ ব্যৰ্থতা, আশাহত অসমীয়া | IPL2023| Pankaj Tarun| @in_frame
এওঁলোক মানুহ নে পশু? | Sangeeta Dutta | Pankai Tarun | @in_frame
Переглядів 205Рік тому
এওঁলোক মানুহ নে পশু? | Sangeeta Dutta | Pankai Tarun | @in_frame
কোন দিশে আজিৰ সাংবাদিকতা? | কিয় বাৰে বাৰে সাংবাদিকক দিয়া হয় নীতি শিক্ষা | Pankaj Tarun
Переглядів 93Рік тому
কোন দিশে আজিৰ সাংবাদিকতা? | কিয় বাৰে বাৰে সাংবাদিকক দিয়া হয় নীতি শিক্ষা | Pankaj Tarun
কেনেকৈ ইমান ডাঙৰ ভুল হৈ গ'ল কৰিশ্মাৰ! | Pankaj Tarun | Karishma Nath | @in_frame
Переглядів 10 тис.Рік тому
কেনেকৈ ইমান ডাঙৰ ভুল হৈ গ'ল কৰিশ্মাৰ! | Pankaj Tarun | Karishma Nath | @in_frame
বজাৰত লাগিছে জুই, পিছে ৰাইজ আছে এতিয়াও শুই | Public View | @in_frame
Переглядів 19Рік тому
বজাৰত লাগিছে জুই, পিছে ৰাইজ আছে এতিয়াও শুই | Public View | @in_frame
এন্ধাৰত গীত গোৱা মানুহজনী | কিদৰে ভাইৰেল হ'ল সুনীতা পাটৰ? | Sunita Pator | @in_frame
Переглядів 102 тис.Рік тому
এন্ধাৰত গীত গোৱা মানুহজনী | কিদৰে ভাইৰেল হ'ল সুনীতা পাটৰ? | Sunita Pator | @in_frame
জাৰ্মানীয়ে ভুলৰ পৰা শিক্ষা লৈছে, ভাৰতে কেতিয়া ল'ব? | Kaushik Talukdar | Pankaj Tarun
Переглядів 193Рік тому
জাৰ্মানীয়ে ভুলৰ পৰা শিক্ষা লৈছে, ভাৰতে কেতিয়া ল'ব? | Kaushik Talukdar | Pankaj Tarun
বিহুৰ বিশ্ব অভিলেখ আৰু আবেগিক অসমীয়াই কৰা ভুলটো... | Pankaj Tarun | Bihu | @in_frame
Переглядів 88Рік тому
বিহুৰ বিশ্ব অভিলে আৰু আবেগিক অসমীয়াই কৰা ভুলটো... | Pankaj Tarun | Bihu | @in_frame
দুখীয়া ঘৰৰ পেঁপা বজোৱা আৰু গীত গোৱা ল'ৰাটো | Prabhakar | Pankaj Tarun | @in_frame
Переглядів 443Рік тому
দুখীয়া ঘৰৰ পেঁপা বজোৱা আৰু গীত গোৱা ল'ৰাটো | Prabhakar | Pankaj Tarun | @in_frame
মুখ্যমন্ত্ৰীৰ মুখত "তই" সম্বোধন ! এয়াই শিক্ষা নেকি?
Переглядів 2,6 тис.Рік тому
মুখ্যমন্ত্ৰীৰ মুখত "তই" সম্বোধন ! এয়াই শিক্ষা নেকি?
ধৰ্মৰ প্ৰকৃত উদ্দেশ্য কি? জীৱনৰ বাবে ধৰ্ম কিয় জৰুৰী? @in_frame | Pankaj Tarun
Переглядів 52Рік тому
ধৰ্মৰ প্ৰকৃত উদ্দেশ্য কি? জীৱনৰ বাবে ধৰ্ম কিয় জৰুৰী? @in_frame | Pankaj Tarun
Noise Vs Voice | আনৰ অপ্ৰয়োজনীয় উপদেশ-পৰামৰ্শৰ পৰা কেনেকৈ বাচি থাকিব? @in_frame
Переглядів 30Рік тому
Noise Vs Voice | আনৰ অপ্ৰয়োজনীয় উপদেশ-পৰামৰ্শৰ পৰা কেনেকৈ বাচি থাকিব? @in_frame
বাল্য বিবাহ: কিদৰে নিৰ্মূল হব এই ব্যাধি | How to stop child marriage | Assam Issue
Переглядів 164Рік тому
বাল্য বিবাহ: কিদৰে নিৰ্মূল হব এই ব্যাধি | How to stop child marriage | Assam Issue
সুখী জীৱনৰ বাবে টিপক সঠিক বুটাম | Press the right switch for happy life #motivation
Переглядів 46Рік тому
সুখী জীৱনৰ বাবে টিপক সঠিক বুটাম | Press the right switch for happy life #motivation
ভাইৰেল কণ্ঠ সুনীতা পাটৰৰ জীৱনৰ বহু নজনা কথা | Sunita Pator | Pankaj Tarun| @in_frame
Переглядів 84 тис.Рік тому
ভাইৰেল কণ্ঠ সুনীতা পাটৰৰ জীৱনৰ বহু নজনা কথা | Sunita Pator | Pankaj Tarun| @in_frame
গীত গাই ভাল পোৱা এজন গেলামালৰ দোকানী | হিৰকজ্যোতি | Hirakjyoti konwor| Pankaj Tarun | @in_frame
Переглядів 473Рік тому
গীত গাই ভাল পোৱা এজন গেলামালৰ দোকানী | হিৰকজ্যোতি | Hirakjyoti konwor| Pankaj Tarun | @in_frame
কৃষ্ণ ❤
Bor hundhar❤
Apuni mahilar brain ot dharibaloi kon Manuhar name sudha koi kaba
Ram Ram Ram
🙏🙏🙏
❤❤❤❤❤❤❤
আগোৱাই জোৱা
সুনিতা পাতৰ তুমাৰ লগত গীত গাবলৈ মন গান গাবলৈ মন
কৃষ্ণ প্ৰভু কৃষ্ণ প্ৰভু
ছোনিয়া পাতাৰ হুৰ এতোলা 17:12 17:12 thanks
নাজানো কিয় যে তুমি আঁতৰি গ'লা বুকু ভৰা অভিমান লৈ ।
Kishna kishna 🙏🏻🙏🏻🙏🏻
কৃষ্ণ প্ৰভু
Sweetest voce &song
MAHENDRA NATH is the BEST in our ASSAM
বৰ সুমধুৰ কণ্ঠ।
Oxomor kotha baa oxom khonok loi jodi kunubai sinta dhara korise tenihole hoise manuh hoise akhil gogoi dangoriya Tekhetok selute jonaw baki bur ghuskur neta
Krishna Provo🙏🙏🙏🙏
Krishna
999 u 999 cyber=9995&] loveu
Atma Gaurav,agyaneye jibanor hengar hay.
অ বাইদেউ দয়া কৰি যুমুৰ গীত এটি গাব দেই। আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলো।
ধূনীয়া❤❤কনঠ
Mozza
Dhunia kontho ❤❤
সদায় এনেদৰে সহজ সৰল হৈ থাকিব
Hoskoi bor hundor kontho
সুমধুৰ কণ্ঠ ।
God bless you,
Sundor kontho suni bhal lagil
Ram Ram pravo 🌷🥀🌻🙏🙏🙏
বৰ সুন্দৰ কণ্ঠ আপোনাৰ আগবাঢ়ি যাওক
অতি সুন্দৰ ❤❤
ধুনীয়া কন্ঠৰ মানুহগৰাকীক সকলোৱে আগবঢ়াই নিয়ক।
Verry nice to have this program. We pray to Almighty God to bless her
বৰ সুন্দৰ কণ্ঠ। ভাল লাগিলে।
Kenekoi lukai asil eman xuwodi aru mitha kotho !!!hosakoi mon sui goise. Hubheshya jasilu apunak Agontuk dinburoloi. Apunar simple life, simple bhabei aagbarhi jawok.
ধুনীয়া 👍👌
ভগৱানে বা জনীক কুশলে ৰাখক 🙏🙏🙏
ৰাইজে নাপাহৰে বেছি কৈ মনতহে থাকিব
উফ ! কিযে সুমধুৰ কণ্ঠ ! ভাল কণ্ঠ নাই বুলি নকওঁ, কিন্তু এনেকুৱা যাদু হ'লে নাই বুলি কম দেই বাইদেউ। সুৰৰ লগত মিঠা ভাজটো কেনেকৈ যে সানিছে তেখেতে জানিব দেই❤
সুব সুন্দৰ কন্ঠ আগবাঢ়ি যাওক বাইদেউ 👍🥰🙏
Thanks bohut bohut dhainyo baad very sweet voice
থওক হেৰী, কৰিশ্মা নাথৰ পৰাহে আমি নাগাৰা নামৰ বিষয়ে জানিলো। আপুনি যিখনহে বাতৰি পৰিবেশন কৰিলে, আপোনাৰটো আৰু যোগ্যতা নাই
Kam napali kone sunib toponit
হয়
Jabor tu ai2 🤣 tar bahira aku kam nY😂 uliai dia a vl
অতুলনীয় কণ্ঠ ৷
বগা চালৰ মানুহক ধূনীয়া নকয় অসমীয়াত এখাৰ কথা আছে সু তিৰি ফেদেলী বুলি কয় তেওঁ সন্মান নাজানে নিজৰ চেহেৰাক লৈ অঙগি ভঙগি কৰে
God...bless....from....mori..gaon...garapar
তাই যদি অসমীয়া জাতিৰ গামোচা খনক সন্মান কৰিব নাজানে তাই কৈত ৰাখিব লাগিব আমি ভাল দৰে জানো