- 172
- 69 232
Jenisha jevina vlog
Приєднався 2 вер 2023
Hello Everyone 🤠......মই জেনিশা জেভিনা ই মোৰ youtube চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। মোৰ এই চেনেলটিট আপোনালোকে সকলো ধৰণৰ video দেখিবলৈ পাব।Vlog and my lifestyle, Home remedy beauty tips,Recipe videos, My business and business ideas, Songs and short videos .
আপোনালোকৰ দৰে Viewers আৰু Subscribe ৰ সকলৰ অনুপ্ৰেৰণাতে আমি Video বনাবলৈ উৎসাহ পাওঁ। সেই য়ে হে আপোনালোকৰ মৰম আদৰ আৰু আশীৰ্বাদ সদায়ে কামনা কৰিলোঁ। ধৈন্যৱাদ..........
আপোনালোকৰ দৰে Viewers আৰু Subscribe ৰ সকলৰ অনুপ্ৰেৰণাতে আমি Video বনাবলৈ উৎসাহ পাওঁ। সেই য়ে হে আপোনালোকৰ মৰম আদৰ আৰু আশীৰ্বাদ সদায়ে কামনা কৰিলোঁ। ধৈন্যৱাদ..........
কষ্টৰে উপাৰ্জন কৰা অলপমান পইচা Bank ত deposited কৰি থলো ভৱিষ্যতৰ বাবে।#pleasesubscribe
কষ্টৰে উপাৰ্জন কৰা অলপমান পইচা Bank ত deposited কৰি থলো ভৱিষ্যতৰ বাবে।#pleasesubscribe
Переглядів: 152
Відео
ধূপকাঠীৰ ব্যৱসায় কৰিবলৈ ক'ত কেনেদৰে যোগাযোগ কৰিব পাৰি সকলো খুলি কম আজিৰ video টোত।#vlog
Переглядів 78121 день тому
ধূপকাঠীৰ ব্যৱসায় কৰিবলৈ ক'ত কেনেদৰে যোগাযোগ কৰিব পাৰি সকলো খুলি কম আজিৰ video টোত।#vlog
লাহে লাহে ঠাণ্ডা পৰিছে দেই ৰাইজ//#assam #vlog
Переглядів 4621 день тому
লাহে লাহে ঠাণ্ডা পৰিছে দেই ৰাইজ//#assam #vlog
অন্ধবিশ্বাস বুলি জানিও কিছুমান পৰম্পৰা নিয়ম-নীতি আমি মানিলবলৈ সাজু। #Assamese vlog
Переглядів 1,7 тис.21 день тому
অন্ধবিশ্বাস বুলি জানিও কিছুমান পৰম্পৰা নিয়ম-নীতি আমি মানিলবলৈ সাজু। #Assamese vlog
এইবাৰ দিপাৱলী একেবাৰে সাধাৰণ কৈ উদযাপন কৰিলো। Happy Diwali 🪔
Переглядів 133Місяць тому
এইবাৰ দিপাৱলী একেবাৰে সাধাৰণ কৈ উদযাপন কৰিলো। Happy Diwali 🪔
দিপাৱলীৰ কাৰণে বহুত ধূপ Order আছে সেইবাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছোঁ।
Переглядів 347Місяць тому
দিপাৱলীৰ কাৰণে বহুত ধূপ Order আছে সেইবাবে দিন-ৰাতি একাকাৰ কৰি কাম কৰি আছোঁ।
আজি লক্ষীপূজা। আমাৰ 6 years anniversary 🎉🎂🎈🎉 সকলোৱে আশীৰ্বাদ কৰিব দেই 🙏
Переглядів 75Місяць тому
আজি লক্ষীপূজা। আমাৰ 6 years anniversary 🎉🎂🎈🎉 সকলোৱে আশীৰ্বাদ কৰিব দেই 🙏
ধূপকাঠী ব্যৱসায়ৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছুক সকলৰ বাবে আজিৰ video টো।
Переглядів 1,3 тис.Місяць тому
ধূপকাঠী ব্যৱসায়ৰ বিষয়ে সবিশেষ জানিবলৈ ইচ্ছুক সকলৰ বাবে আজিৰ video টো।
আজিৰ পৰা আমাৰ তানিস্কাই mobile 📱নেচাই।তাই good girl হৈছে।
Переглядів 103Місяць тому
আজিৰ পৰা আমাৰ তানিস্কাই mobile 📱নেচাই।তাই good girl হৈছে।
মৰমত দিয়া বস্তু সাধাৰণ হ'লেও বহুত বেছি happy হৈ যাওঁ।
Переглядів 213Місяць тому
মৰমত দিয়া বস্তু সাধাৰণ হ'লেও বহুত বেছি happy হৈ যাওঁ।
পূজাত লোৱা সৰু সৰু বস্তু বোৰতে তাই ইমান বেছি Happy সকলো লৈ কে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনালোঁl
Переглядів 92Місяць тому
পূজাত লোৱা সৰু সৰু বস্তু বোৰতে তাই ইমান বেছি Happy সকলো লৈ কে শাৰদীয় দূৰ্গা পূজাৰ শুভেচ্ছা জনালোঁl
আজি পুৱাতে কৰবাৰ পৰা হথাৎ তিনিটা ধনেশ পক্ষী (Hornbill) আহি আমাৰ বাৰিৰ পাছফালে পৰিলহি।
Переглядів 1,9 тис.Місяць тому
আজি পুৱাতে কৰবাৰ পৰা হথাৎ তিনিটা ধনেশ পক্ষী (Hornbill) আহি আমাৰ বাৰিৰ পাছফালে পৰিলহি।
চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা//মোৰ ভাল লগা গান টো অলপ গুণগুণাই চালোঁ। ভুল হ'লে ক্ষমা কৰিব 🙏🙏
Переглядів 196Місяць тому
চাংঘৰ ধুনীয়া কেনেকৈ বগাম জখলা//মোৰ ভাল লগা গান টো অলপ গুণগুণাই চালোঁ। ভুল হ'লে ক্ষমা কৰিব 🙏🙏
মা নথকাৰ বাবে আজি মোৰ ব্যৱস্ততা বাঢ়িছে//বাহিৰৰ ভিতৰৰ সকলো কাম অকলহৰে কৰিব লগা হৈছে।
Переглядів 119Місяць тому
মা নথকাৰ বাবে আজি মোৰ ব্যৱস্ততা বাঢ়িছে//বাহিৰৰ ভিতৰৰ সকলো কাম অকলহৰে কৰিব লগা হৈছে।
আজি ৰাতি পুৱাই মা হত সকলো শদিয়ালৈ গ'ল//আইতাকক মনত পৰিলেই তানিস্কাই কান্দে 😪😪
Переглядів 132Місяць тому
আজি ৰাতি পুৱাই মা হত সকলো শদিয়ালৈ গ'ল//আইতাকক মনত পৰিলেই তানিস্কাই কান্দে 😪😪
৭ কেজি চাউলৰ পিঠা খুন্দি অৱস্থা একেবাৰে বেয়া।
Переглядів 211Місяць тому
৭ কেজি চাউলৰ পিঠা খুন্দি অৱস্থা একেবাৰে বেয়া।
ডিমাপুৰৰ জনপ্ৰিয় পিতিকা - আখুনী খাইছেনে কেতিয়াবা?লগত ৰৌ মাছ Boiled 😋😋😋
Переглядів 622 місяці тому
ডিমাপুৰৰ জনপ্ৰিয় পিতিকা - আখুনী খাইছেনে কেতিয়াবা?লগত ৰৌ মাছ Boiled 😋😋😋
সময়বোৰ নষ্ট নকৰি মই নিজকে এনেদৰে ব্যৱস্ত কৰি ৰাখোঁ।
Переглядів 1 тис.2 місяці тому
সময়বোৰ নষ্ট নকৰি মই নিজকে এনেদৰে ব্যৱস্ত কৰি ৰাখোঁ।
ধূপকাঠী সমূহ বিক্ৰী কৰিবলৈ কেনেদৰে ready কৰা হয়।#assamesevlogs
Переглядів 2,3 тис.2 місяці тому
ধূপকাঠী সমূহ বিক্ৰী কৰিবলৈ কেনেদৰে ready কৰা হয়।#assamesevlogs
মোৰ ক্ষুদ্ৰ ব্যৱসায়ি//আজি ৬০ দৰ্জন order আছিল//আমি সৰু মানুহ সৰু সৰু বস্তু বোৰতে বহুত বেছি সুখী ।
Переглядів 2342 місяці тому
মোৰ ক্ষুদ্ৰ ব্যৱসায়ি//আজি ৬০ দৰ্জন order আছিল//আমি সৰু মানুহ সৰু সৰু বস্তু বোৰতে বহুত বেছি সুখী ।
বিশ্বকৰ্মা পূজা ভাগ থুলমূল কৈ পাতিলো//#assamesevloge
Переглядів 782 місяці тому
বিশ্বকৰ্মা পূজা ভাগ থুলমূল কৈ পাতিলো//#assamesevloge
ভাদ মাহৰ শেষৰ দিনটো//কৃষ্ণ কৃষ্ণ 🙏🙏🙏#assamesevloger
Переглядів 2062 місяці тому
ভাদ মাহৰ শেষৰ দিনটো//কৃষ্ণ কৃষ্ণ 🙏🙏🙏#assamesevloger
ভন্তিৰ লগত কৰিলো পানী খোৱাৰ challenge #challengingfunnyvideo
Переглядів 1052 місяці тому
ভন্তিৰ লগত কৰিলো পানী খোৱাৰ challenge #challengingfunnyvideo
আজি আমাৰ নামঘৰত শৰাই আগবঢ়াইছে//সঁচাকৈয়ে ভাদ মাহটো নাম কীৰ্তনেৰে পবিত্ৰ কৰি তোলে 🙏#vlog#highlights
Переглядів 1292 місяці тому
আজি আমাৰ নামঘৰত শৰাই আগবঢ়াইছে//সঁচাকৈয়ে ভাদ মাহটো নাম কীৰ্তনেৰে পবিত্ৰ কৰি তোলে 🙏#vlog#highlights
প্ৰসাদৰ মগু আৰু চানা কেইটা মই কেতিয়াও নষ্ট হ'বলৈ নিদিওঁ//#assamesevlogs #assameserecipe
Переглядів 983 місяці тому
প্ৰসাদৰ মগু আৰু চানা কেইটা মই কেতিয়াও নষ্ট হ'বলৈ নিদিওঁ//#assamesevlogs #assameserecipe
এনাই আইতাৰ দহা সুকলমে হৈ গ'ল। আজি তানিস্কাৰ result দিব। আমি সকলোৱে বহুত বেছি excited হৈ আছোঁ।
Переглядів 663 місяці тому
এনাই আইতাৰ দহা সুকলমে হৈ গ'ল। আজি তানিস্কাৰ result দিব। আমি সকলোৱে বহুত বেছি excited হৈ আছোঁ।
কালি লৈ এনাই আইতাৰ দহা সেই বাবে আমি শদিয়া লৈ ওলালো।#assamesevlag
Переглядів 753 місяці тому
কালি লৈ এনাই আইতাৰ দহা সেই বাবে আমি শদিয়া লৈ ওলালো।#assamesevlag
অমিতা আৰু দাইলৰ আঞ্জা/কণী দিয়া খৰিচা টেঙাৰ ভাজি খাইছেনে কেতিয়াবা #assameserecipe
Переглядів 1183 місяці тому
অমিতা আৰু দাইলৰ আঞ্জা/কণী দিয়া খৰিচা টেঙাৰ ভাজি খাইছেনে কেতিয়াবা #assameserecipe
৭৮ তম স্বাধীনতা দিৱস উদযাপন NEW VISTA H.S. SCHOOL 🏫 ২০২৪
Переглядів 583 місяці тому
৭৮ তম স্বাধীনতা দিৱস উদযাপন NEW VISTA H.S. SCHOOL 🏫 ২০২৪
Dhuniya ❤
Val lagise ba ❤❤❤
Thank you so much
Xundar video✅ ❤
Thank you so much 🙏
Dhunu dhunu ❤
Thank you
Nice sharing ba 🎉❤bhut hundar video agbohala 🎉🎉hundar kothare hundar important uposthapon ba 🎉hundar job tumr ❤big like full support ba 🎉❤
Buisness tu kenekoi korim
Lokel malor dam nidya bojrt 2.3 din man korile gom paba de kam ni aikhon business
Good evening friend bahut dinor murot khub val lagile rondhon pranali🎉🎉🎉🎉
Ajikali kam ni ai business
Phone no to deba sun bhonti
Nice Video ❤ Gift Done ❤🎉581❤🎉 New Friend halu Baideo 🙏
Thank you.... thank you so much 🙏
Aji prothom apunar video saisu baidow. Like subscribe korilu
অশেষ ধন্যবাদ জনালো দেই 🙏
কৰ পৰা ধূপ কাথি আনে কব নেকি আপোনাৰ ফোন নম্বৰতো দিব নেকি
Nice
Thanks
ভাল লাগিছে মোকো সহায় কৰিব চোন বাৰু🎉
নিশ্চয় সহায় কৰিম।
Bor val korise saving vobishotor babe kori thoise
Take he...bor besikoi thobo nuwaru bt olop olp koi holeu thoisu bipode apode lage buli...
Like done ✅ vl lagil baa kotha bur vl lagil dai ❤❤❤ nice sharing
Thank you so much giti ❤️❤️
Nice sharing ba 🎉❤❤hundar kormo krisa ba,lock kri thobo lge hosakoi 🎉🎉mankho salat khuwa ni baru ba,hundar testy healthy recipe postut krila vllgil dai ba 🎉
বহুত বহুত আন্তৰিক ধন্যবাদ জনালো দেই 🙏
Nice sharing ba 🎉❤bhut hundar video agbohala 🎉🎉hundar important information,hudho right kotha koisa ba 🎉❤vllgil video tu sai,big like full support 🎉🎉❤❤
Thank you so much brother 🙏
Nice ❤
Thank you ❤
Nice sharing
Thank you so much ba❤
যোৱা সপ্তাহৰ পৰা মই ও আৰম্ভ কৰিছো।
ভাল কথা। কৰ্ম কৰিব লাগে। আগুৱাই যাওঁক। শুভেচ্ছা থাকিল দেই ❤❤❤
Xundor business val lagil aguai jaok
Thank you so much ❤
Nice
Thank you
Amar iyat alou thandai nopore bor miss korisu thanda tu
Hoi neki
Vl lagil ❤
Thank you so much ba ❤️
Mor sowali joni ankuya hoi ase ❤❤
Oo hoi niki 😍
Baa joni eman cute ❤❤❤, bahut morom tumaloi ❤❤❤, God bless you ❤️❤️❤️
Thank you so much dear 😘
কেনেকৈ ক'ত যোগাযোগ কৰিব লাগিব জনাব চোন
ক'ত কেনেকৈ যোগাযোগ কৰিব লাগে সকলোবোৰ video এটা দিয়া আছে চাবচোন দেই
Moja Nice ❤
Thank you
Nice ❤
Thank you
Val lagil❤🎉
Thank you so much baa❤
Hoi otitore pora soli ohatu mani boloi baidho
Hosakoia andhobishakh buli janu kintu mani solile he montu hanti lage
Baideo aponak kiba ata agote comnt disilu rply h naplu beya lagil mok
moi reply korisu sage....apuni sabosun.aru ketiaba reply korite deri hoijai please beya napabo dei
Ajir pora 3 dinor agot reply korisu...apuni Ytstudiot goi abar sabosun dei...dudinman deri holeu moi hokolure commentr reply koriboloi sesta koru... please apuni abar valdore sabosun
Happy Diwali 🎇🪔 nice video ❤
Thank you so much baa.❤.. and same to you ❤❤❤
🎉🎉🎉
❤❤❤
Happy diwali
Thank you so much dear ❤ and same to you 😘
Nice sharing ba 🎉❤bhut hundar video agbohala 🎉🎉hundar dipawali utjapon vllgil hokolu poribekh ❤❤Happy Dewali ba 🎉❤❤
Bohut bohut dhonyobad dei.tumaloiu Diwali r huvaishya jonalu ❤
Happy dipawali ba beti❤
Thank you so much.... and.... same to you ❤
Ami odder kene koi pam amak kobo sun ba❤
Mur usoror ariya hokolute delivery koru mane moi nije jiman khini loi goi dibo paru taloike nije delivery koru kintu atialoike himit ariyar bahirot delivery kora nai vabisu he kenebakoi duroloiu jodi delivery koribo paru neki hole jonam dei
Amar deha manu good girl ❤
❤️❤️❤️mahi
Mumu❤
❤❤❤
Dhupor bisness kori xosay lav hob pari ne
Nitshyoi...jodi apuni akagrotare jikunu buisness kore nitshyoi lavombito hobo pari
Kot bikri koribo lege jor pora Ane tete diyea nki moi korim bhavisu lav hoi ne
Kosto koribo parile aru val dore korile ki kamot nu lav nohoi sobote hoi nohoijanu gotike hokolu nijor uporot nirvoi kore...bostu bikri koriboloi market nije bonabo lagibo mane jorpora bostu ana hoi tat bostu bikri kora nohoi..
Tumi dhup khini kor pora ana baa aru kiman rate t diya jonaba sun mur ghor udalguri district..moi o kori asu aitu bht lose hoise
Moi Rudra traders r pora loi office guwahati t ase...bt.. bortoman branch khulile mur usorote namrup t atia tarpora lou... tumi kor pora luwa
ভাল লাগিল চাই আশা কৰিলো অমাকো বেক কৰিবা
Thank you so much 🙏 🙏 🙏 469 subscribe kori back dilu dei
ভাল লাগিল চাই 538 বেক কৰিবা
Perfume tu kor pa order diye ?
Perfume guwahati office r pora order diu
@@JenishajevinaGogoi-rl1ry location tu kobo nki beya napale
535frnd holu moko back koriba
Aapuni machine di bonai ne Radyman Please reply dibo
Readymade stick