- 110
- 93 792
VOICE Raiser
India
Приєднався 6 сер 2021
Friends my NRC Assam, D Voter related channel Voice Riser closed, so this is my New channel on UA-cam as Voice Raiser. I am publishing NRC Assam, D Voters, Educational, political, Social, Economical and more category videos in this VOICE Raiser channel. Please support us to work for humanity. Thank you.
Support my work : shajahan1988@paytm
Support my work : shajahan1988@paytm
Detention Camp an Assamese Poem translated from Miya poetry by Shajahan Ali Ahmed
'Detention Camp' is an Assamese Poem translated from Miya poetry by Shajahan Ali Ahmed.
Переглядів: 132
Відео
Land patta in BTC is missing । Pramod Boro failed to fulfill aspects । speech - Shajahan Ali Ahmed
Переглядів 1014 днів тому
Political awareness program under Kokrajhar District । Salakati । Land patta in #BTC is missing । Pramod Boro failed to fulfill aspects । speech by #Shajahan Ali Ahmed, Youth leader of #BPF party.
দুঃসাহসিক : Unbelievable boat stund during firewood collection
Переглядів 2544 місяці тому
Firewood collection is one kind of livelihood for the people of riverian area. The children of the area can swim in river and they made boat using thermocol. This job is very dangerous or risky in the rainy season. Now Beki River is full, the river has comes down from Bhutan.
Raimona National Park visiting direction and detailing with Kamal Azad
Переглядів 169 місяців тому
Raimona National Park visiting direction and detailing with Kamal Azad
কিতাপৰ বিকল্প ইন্টাৰনেট হব নোৱাৰে কিয়
Переглядів 309 місяців тому
কৰ্মস্পৃহা, উদ্যম আৰু অভিজ্ঞতাৰ জীয়া ছবি এটি তুলি ধৰিবলৈ ক্ষুদ্ৰতম প্ৰয়াস। কয়াকুছিৰ ছাহেদ আলী আহমেদৰ সৈতে বিশেষ সময়
ডিটেনশ্বন কেম্পত আবদ্ধ কৰা হৈছে বৈধ ভাৰতীয় নাগৰিক @voiceraiser | Shajahan Ali Ahmed
Переглядів 51Рік тому
বাক্সা জিলাৰ শালবাৰী মহকুমাত এজনো বাংলাদেশী নাই। বিদেশী ন্যায়াধীকৰণে ভাৰতীয় নাগৰিকক বিদেশী সজোৱাৰ মেচিন হিচাপে কাম কৰি আছে। ভকুৱামাৰীৰ পৰা ৫ জনকৈ নিৰিহ লোকক ৩১ অক্টোবৰে সীমান্ত আৰক্ষীয়ে অবৈধ বিদেশীৰ দোহাইদি গ্ৰেপ্তাৰ কৰে আৰু মাটিয়া ডিটেনশ্বন কেম্পত আবদ্ধ কৰে। আজি আবেলি আমি ভূক্তভোগী ৰাইজৰ লগতে AAMSU, ABMSU, সচেতন ৰাইজ আৰু জনপ্ৰতিনিধিৰ সৈতে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰো। আমি দেখিলো যে এইসকল ...
ইছলাম এৰি হিন্দু ধৰা যুৱতীৰ কথাৰে
Переглядів 58Рік тому
হিন্দু এৰি ইছলাম ধৰিলে লাভ জেহাদ বুলি চিঞৰা দেখা যায়। এইবাৰ উল্টা জেহাদ নাম দিব নেকি? যুৱতীগৰাকীয়ে মা দেউতাৰ টকাৰে ডাক্তৰ হৈয়ে বেলেগলৈ পলাই গৈ প্ৰতাৰণা কৰা নাই নে? হিন্দু হোৱা বাবে যুৱতীগৰাকী খিলঞ্জীয়া হৈ পৰিব নে কি? সাধাৰণ প্ৰশ্ন কেইটাৰহে উত্তৰ বিচাৰি ফুৰিছো
Hasraobari eviction notice, real story
Переглядів 76Рік тому
চিৰাঙৰ হাছৰাওবাৰীত প্ৰদান কৰা উচ্ছেদৰ জাননীৰ পিছৰ পৰিৱেশ। গাওঁ খনত উপস্থিত হোৱাৰ পিছত যিবোৰ দেখিলো সেইবোৰে যথেষ্ট আচৰিত কৰিলে।
বিদেশী ন্যায়াধিকৰণ বৰ্জন কৰিলে কি কি বিপদত পৰিব আপুনি
Переглядів 43Рік тому
বিদেশী ন্যায়াধিকৰণ বৰ্জন কৰিলে কি কি বিপদত পৰিব আপুনি
AAMSU president Rejaol Karim sarkar exclusive interview with Shajahan Ali Ahmed
Переглядів 45Рік тому
AAMSU president Rejaol Karim sarkar exclusive interview with Shajahan Ali Ahmed
চাচাই মিয়া / মিঞা সম্পৰ্কে মন্তব্য দিয়া বন্ধ কৰিব লাগে।
Переглядів 52Рік тому
চাচাই মিয়া / মিঞা সম্পৰ্কে মন্তব্য দিয়া বন্ধ কৰিব লাগে।
সকলো সভ্য মানুহে লাজ পাব লাগিছিল মুখ্যমন্ত্ৰীৰ ভাষ্য শুনি
Переглядів 82Рік тому
সকলো সভ্য মানুহে লাজ পাব লাগিছিল মুখ্যমন্ত্ৰীৰ ভাষ্য শুনি
Will Miyas be removed from Guwahati ? fact of the Miya | VOICE Raiser | Shajahan Ali Ahmed
Переглядів 33Рік тому
Will Miyas be removed from Guwahati ? fact of the Miya | VOICE Raiser | Shajahan Ali Ahmed
Miya controversy and CM Himanta Biswa Sarma | VOICE Raiser | Shajahan Ali Ahmed
Переглядів 83Рік тому
Miya controversy and CM Himanta Biswa Sarma | VOICE Raiser | Shajahan Ali Ahmed
Harokumar Goswami on NRC | D Voter | Minority | Miya of Assam | VOICE Raiser | Shajahan Ali Ahmed
Переглядів 69Рік тому
Harokumar Goswami on NRC | D Voter | Minority | Miya of Assam | VOICE Raiser | Shajahan Ali Ahmed
যিবোৰ কথা টিভিত দেখুৱা নহয় | VOICE Raiser | Shajahan Ali Ahmed
Переглядів 36Рік тому
যিবোৰ কথা টিভিত দেখুৱা নহয় | VOICE Raiser | Shajahan Ali Ahmed
পাচলি বজাৰত এতিয়া জুই, কিছুদিন পিছত লাভা ওলাব| VOICE Raiser | Shajahan Ali Ahmed
Переглядів 14Рік тому
পাচলি বজাৰত এতিয়া জুই, কিছুদিন পিছত লাভা ওলাব| VOICE Raiser | Shajahan Ali Ahmed
Will Muslim protest against Delimitation or not ? Saddam Hussain | VOICE Raiser | Shajahan Ali Ahmed
Переглядів 103Рік тому
Will Muslim protest against Delimitation or not ? Saddam Hussain | VOICE Raiser | Shajahan Ali Ahmed
কাগজৰ বাঘৰ গৰ্জন দিলে কি হব | VOICE Raiser | Shajahan Ali Ahmed
Переглядів 26Рік тому
কাগজৰ বাঘৰ গৰ্জন দিলে কি হব | VOICE Raiser | Shajahan Ali Ahmed
Uniform civil code বা UCC কি ? কিয় সকীয়নি RSS ৰ | VOICE Raiser | Shajahan Ali Ahmed
Переглядів 132Рік тому
Uniform civil code বা UCC কি ? কিয় সকীয়নি RSS ৰ | VOICE Raiser | Shajahan Ali Ahmed
Right
Janan hole mrityu hoboi.....Bengladesh deshot keneka gono hatya hol....Soboi dekhele....
😢
Ai ghatanato bar lajja jonak aru kapurusalir nidorsan....
Useless discussion, we want peace now, no use
Emotionaly काम karile tenekuwa habai
তেনেকুৱা নেলীৰ ঘটনা পুনৰাবৃত্তি নহয়, তাৰে কামনা।
❤ very sad story
Heart Touching
১৯৮৩ চনত নেলী হত্যাকাণ্ডৰ মূল কাৰণ আছিল যে অনুপ্ৰৱেশকাৰী বঙালী মুছলমানসকলে জনজাতীয় ছোৱালীক অপহৰণ কৰা, তিৱা মাটিত বলপূৰ্বকভাৱে খেতি কৰা আৰু গৰু চুৰি কৰা আদি কামত লিপ্ত হৈছিল। ১৩ ফেব্ৰুৱাৰীত অনুপ্ৰৱেশকাৰী বাঙালী মুছলমানেও সেই অঞ্চলৰ এখন বিহাৰী গাঁৱত আক্ৰমণ চলাইছিল। এই হত্যাকাণ্ডৰ তাৎক্ষণিক কাৰণ আছিল বাঙালী অনুপ্ৰৱেশকাৰীয়ে পাঁচটা তিৱা পৰিয়ালক অপহৰণ কৰি দুগৰাকী জনজাতীয় ছোৱালীক ধৰ্ষণ কৰা। প্ৰতিশোধ হিচাপে তিৱা মুখীয়ালসকলে সিদ্ধান্ত লয় যে তেওঁলোকৰ প্ৰতিজন জনজাতিৰ লোকক হত্যা কৰাৰ বিপৰীতে কমেও ৭০০ বঙালীক হত্যা কৰিব লাগিব আৰু ফলস্বৰূপে অনুপ্ৰৱেশকাৰী অঞ্চলত সৰ্বাত্মক আক্ৰমণ আৰম্ভ কৰা হয়
Ei2 video sorkare eyar uport usit todonto lobo lage miya bure jate eku hahokh napai miya
😱😭
Amin
যুগে যুগে ৰাজনীতিক সকলে ভোগ দখল কৰে , জনসাধাৰণ সকলে দূৰ্ভগীয়াত ভোগে ৷ আৰু এটা কথা , মুছলিমান সকলে ইতিহাস পঢ়িলে মোগলৰ স্বভাৱ চৰিত্ৰৰ আচল ৰূপবোৰ উলাই পৰিব ৷ তেওঁলোকৰ সংখ্যা বৃদ্ধিয়ে আজি বিশ্বক সন্ত্ৰাসৰ সৃষ্টি কৰিছে ৷
Bohut leniai leniai kotha koi birokta korishna.
খুবেই হৃদয় বিদাৰক গণহত্যা | ইয়াৰ ওপৰত লিখা 'নেলী গণহত্যা ' বুলি কিতাপ এখন ৯০ দশকত প্ৰকাশ হৈছিল চাগে' | খুউব জানিবলৈ মন যায় |আল্লাহে তেনে গণহত্যা কাৰীবোৰৰ কুকুৰ মেকুৰীৰ দৰে মৃত্যু দিয়ক |
Ai fotuwa tuk Arrest kori SASTI Diyok Assam CHORKAR A . Taar uchotoni karoney sasti Diyok
I need this book
অসম শক্তি আৰু বৈষ্ণৱ পূজাৰীৰ অন্তৰ্গত। অসমীয়া অসমীয়াৰ অন্তৰ্গত। অসমত থকা মিয়া বাংলাদেশীয়ে সুবিধাজনকভাৱে আহোমসকলক আঙুলিয়াই দিয়ে আৰু খিলঞ্জীয়াৰ বিষয়টো উত্থাপন কৰে। কিন্তু সেই মূৰ্খবোৰে পাহৰি যায় যে আহোমসকলে অসমৰ লগত আত্মসমৰ্পণ কৰি অসমীয়াৰ লগত এক হৈ পৰিল। এইটো বিভাজনৰ সময়ত অসমক বাংলাদেশৰ অংগ কৰিব বিচৰা এই মিয়াসকলৰ দৰে নহয়। বাংলাদেশী মিয়াসকলে কুকুৰ-শিয়ালৰ দৰে কান্দিলেও কেতিয়াও আৰু কেতিয়াও অসমীয়া নহ’ব কাৰণ তেওঁলোকে কেতিয়াও অসমীয়া সংস্কৃতি, বৈষ্ণৱ আৰু শক্তি পূজাৰ লগত আত্মসাৎ নহ’ব৷ মিয়াসকলক নেলী গণহত্যাৰ দৰে খণ্ডৰ কথা সোঁৱৰাই দিয়াটো ভাল কাৰণ তেওঁলোকে জনগাঁথনিৰ অজুহাতত যেন পাহৰি যায় যে আমি অসমীয়াই তেজ খাই ভাল পাওঁ।
ইয়াতকৈ বহুগুণে ডাঙৰ হত্যাকাণ্ড হল হিন্দুৰ ওপৰত বাংলাদেশত হৈ থকা হিন্দু হত্যাকাণ্ড
😂😂real incident and reason not reveled
দাদা এই কিতাপখন ক'ত পাম , অনুগ্ৰহ কৰি জনাব।
1983 chonor nelir ji ghotna hoichil heitu ghotona nishoi islamic lession r fol.musulman xokole Qur'an dara grihito manób bivajan niti ba islamic concept palon kore.porinam hol mushrik mane omuslim.omuslim hoita korai hol islamic concept.ba muslim bidhi bidhan.apunak dekhisu no=1/ omuslim hinsuk aru no=1/ atanki muslim.
Vote daankaari hokole bhaal kaamei korisil Vote daan kori.
Oporaadhi bore uchit xaasti ye paise
বৰ আবেগিক ঘটনা। ইয়াৰ বিচাৰ হ'ব লাগে।
Bangladeshi force and power multiplier , they never see their own's fault , encroaching others land is their birth right.
নেলীৰ হত্যাকাণ্ড অতি মৰ্মান্তিক আছিল ।
Good speech lot of thanks
Xei hisape sn kashmiri t jimn Brahmin k marile xihtoro to bht beya maratmak xasti hb bhgbnr usrt na ki ko? Ru jimn rape goru sur sagoli Sur tiri Sur api Sur ase xihtk ki Fulam gamusa pindhab nki bhgbne? Km ni tor toponi mar faltu mnh
Very sad
মুছলীম সকল প্ৰতীবাদ নকৰাৰ কাৰনে এইটো পৰীস্থীতী হ'বলৈ পাইছীল
ওহ একেবাৰে অন্তৰৰ কথাটো কৈ দীলে
17 bar Mughal e Axom akromon koricil Bengal dhaka pora. 17 bar akromon kori kiman Axomor khilonjia manuhok hotya koricil, xei tu hisap uparwala e dile tohotor manuhok. Bujili ne? Aru Nelie jonota nohoi, Bangladeshik marile buli ko
Thank you sahjahan
Congrese miyar koti mari mari pelabo lage
Miya hottya kora dol congres
থেংকিউ ছাহজাহান ।
কংগ্ৰেছ দ'লটো মিয়া/বাংলাদেশীৰে দ'ল
প্ৰথম কথা সেইবোৰ বাংলাদেশী আছিল লোকৰ ঠাইত থাকিবলৈ গলে এনে পৰিনাম হোৱাটো স্বাভাৱিক জনসংখ্যা বিস্ফোৰণ বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰে এক প্ৰধান সমস্যা তথাপি তহত মিয়া বোৰে 10/12 তাকে বাচ্ছা তোল কিয় সেই বিষয়েও এটা ভিডিঅ' বনাবিছোন
তহঁত হিজৰা । তহঁতৰ সন্তান জন্ম দিয়াৰ ক্ষমতা নাই । মিয়া মানুহ বাংলাদেশী নহয় । বাংলাদেশী, বাংলাদেশী বুলি মুখস্থ কৰি মৰি থাক ।
Kutta bassar kot Pali 10 , 12 ta lora suwali pali
Proof ase amar Mia manuhor 2 ta 3 ta r besi hontan h nmo nidiye😊
প্ৰকৃততে, দুখন ৰাষ্ট্ৰীয়ই অনুদান ঘোষণা কৰিব লাগিছিল, প্ৰথমে বাংলাদেশ এৰি যোৱাৰ বাবে, দ্বিতীয়তে, ভাৰতত প্ৰবেশ কৰি ভাৰতীয় নাগৰিকত্ব আবেদনৰ বাবে।😮
Bangladeshi supporter
ঐ গেদা মিঞা বাংলাদেশি তহতক ম্যানমাৰৰ দৰে খেদিম কেলা । বেংগুলি মুচলিম কেলা তহতে অসম চেচ বনাই দিচ জেহাদি হত ।
কি কাৰণে এই ঘটনা ঘটিছিল ?
OHOM ANDULON. BIDEHI KHEDA
সেই সময়ত কংগ্ৰেছৰ চৰকাৰৰ দ্বাৰা ৰচিত এই গণহত্যা গতিকে কত সাহায্য কৰিব।
১৯৮৩ চনৰ এই ঘটনা-পৰিঘটনাক পুনৰ আওৰাই এক নতুন মোৰ দিয়াৰ আশংকা হৈছে। গতিকে, চৰকাৰী পক্ষই ইয়াৰ উচিত তদন্ত কৰি সময় থাকোতেই বিহীত ব্য়ৱস্থা লোৱাৰ কামনা কৰিলো।
মিঞাৰ হত্যাকাণ্ডক মিঞাই স্মৃতিচাৰণ কৰাও অপৰাধ নেকি ?
@@AbdulHakim-d7t yes eyat Miya kotha ekue nhbo
In ni hu❤ ni ni😂😢😢😮😅😊 in ni mo@@mainaborah6592on XL of use mm ni
100% ......Biser hobo
বুদ্ধিজীৱি বিলাকেই আচল বিশ্বাসঘাটক।